text
stringlengths 0
188k
|
---|
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ চমুৱাগাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ী অনন্ত কাকতি(৪৮)ৰ সোমবাৰে নিশা প্ৰায় ২ বজাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় । নিশা ঘৰতে অসুস্থ অনুভৱ কৰা কাকতিক পৰিয়ালৰলোকে এম্বুলেঞ্চ সেৱা যোগে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়তে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । |
উল্লেখ্য যে, চমুৱাগাঁও তিনিআলিত পাণ-তামোলৰ দোকান দি জীৱন নিৰ্বাহ কৰা অনন্ত কাকতিয়ে কিছুবছৰ পূৰ্বে এক দুঘটনাত পতিত হৈ ভৰিৰ সক্ষমতা হেৰুৱাই পেলাইছিল। মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে আত্মীয়-কুটুম্বক এৰি থৈ যায় । |
ক্ষুদ্ৰ ব্যৱসায়ী গৰাকীৰ মৃত্যুত চমুৱাগাঁও তিনিআলি ব্যৱসায়ী সন্থাই দোকান বন্ধ কৰি তেওঁলৈ শোক প্ৰকাশ কৰে । মঙলবাৰে পুৱা প্ৰায় ১০ বজাত চমুৱাগাঁও শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰে ।<eot>মানকাচৰ : মানকাচৰৰ বিভিন্ন প্ৰান্তত বৰদৈচিলাৰ তাণ্ডৱ। মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী পাথুৰীয়া, ঝাওডাঙ্গা, কুচনীমাৰাত শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ বিধস্ত। বহু ঠাইত প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি পৰে। গছ বাগৰি ৭ খন চাৰিচকীয়া বাহনৰ ক্ষতি সাধন হোৱাৰ লগতে বিদ্যুৎৰ খুটা পৰি যোৱাত বিদ্যুৎ সেয়া ব্যাহত। |
সোমবাৰে নিশা প্ৰায় ৮ বজাত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী পাথুৰীয়া, ঝাওডাঙ্গা আৰু কুচনীমাৰা গাঁও পঞ্চায়ত এলেকাত বৰদৈচিলাৰ তাণ্ডৱলীলাত শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ বিধস্ত হৈ পৰে। মানকাচৰৰ পশ্চিম প্ৰান্তত থকা বাংলাদেশৰ ফালৰ পৰা উঠি অহা ধুমুহা আৰু বৰষুণৰ ফলত বিশেষকৈ পাথুৰীয়া গাঁও পঞ্চায়ত এলেকাত বিস্তৰ ক্ষতিগ্ৰস্ত হয়। |
ধুমুহা আৰু বৰষুণে পঞ্চায়তখনৰ মাজত থকা গেছ এজেঞ্চিৰ টিনপাত উৰুৱাই নিয়াত লগতে শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰৰ টিনপাত উৰুৱাই নিয়ে। ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি পৰাত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে। একেদৰে বিদ্যুৎৰ খুটা ভাঙি পৰাত বৃহত্তৰ এলেকাত বিদ্যুৎ সেয়া ব্যাহত হৈ আছে। একাংশ লোকৰ ঘৰৰ ওপৰত গছ উভালি পৰি ঘৰ দুৱাৰ বিধস্ত হৈ পৰিছে। |
আনহাতে একে সময়তে হোৱা এই ধুমুহাৰ ফলত কুচনীমাৰা আৰু ঝাওডাঙ্গা গাঁও পঞ্চায়ত এলেকাতো বিস্তৰ ক্ষতি সাধন হৈছে। হঠাৎ অহা এই ধুমুহাৰ ফলত শতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। এই ধুমুহাৰ ফলত কোনো লোক ক্ষতিগ্ৰস্ত নহ’লেও মুঠ ৭ খনকৈ চাৰি চকীয়া বাহনৰ ওপৰত গছ উভালি পৰাত বাহন কেইটা ক্ষতিগ্ৰস্থ হৈছে। |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট |
November 27, 2022 9 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো |
Read More... |
Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ |
November 27, 2022 22 0 CommentsBy: Sangbad 365 |
Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ |
Read More... |
National Milk Day : পূৰবী ডেইৰীৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন |
November 26, 2022 13 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : অসমৰ সৰ্ববৃহৎ ডেইৰী কোপাৰেটিভ পূৰবী ডেইৰীয়ে ২৬ নৱেম্বৰত “ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ’’, “ভাৰতৰ দুগ্ধমানৱ হিচাপে খ্যাত” ড০<eot>অখিলৰ মুক্তিৰ পাছতে শিৱসাগৰত আৱতৰীয়া দেৱালী Prag News : Latest Assam News , Best Assamese News Channel, Assam News Live Today , North East Brea |
Home |
Regional |
National |
International |
Business |
Entertainment |
Sports |
Lifestyle |
Technology |
Politics |
Health |
Live TV |
Home |
Regional |
National |
International |
Business |
Entertainment |
Sports |
Lifestyle |
Technology |
Politics |
Health |
Live TV |
Home |
News |
আঞ্চলিক |
অখিলৰ মুক্তিৰ পাছতে শিৱসাগৰত আৱতৰীয়া দেৱালী |
আঞ্চলিক |
Image Credit: Internet |
Jul 1, 2021 | moderator |
শিৱসাগৰ: অখিল গগৈক ‘নিয়া’ৰ বিশেষ আদালতে বৃহস্পতিবাৰে সকলো গোচৰৰপৰা মুক্ত কৰাৰ লগে লগে শিৱসাগৰবাসীয়েও আনন্দ-উছাহ প্ৰকাশ কৰিছে। অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ বাট একপ্ৰকাৰৰ প্ৰশস্ত হোৱাত শিৱসাগৰত একাংশই ফটকা ফুটাই আনন্দ-উছাহ প্ৰকাশ কৰে। |
বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অখিল গগৈ দুই-এদিনৰ ভিতৰতে শিৱসাগৰত উপস্থিত হ'বহি বুলি আশা প্ৰকাশ কৰিছে ‘ৰাইজৰ দল’, ‘বীৰ লাচিত সেনা’কে ধৰি বিভিন্ন জাতীয় সংগঠন আৰু সৰ্বসাধাৰণ ৰাইজে। ‘ন্যায় প্ৰতিষ্ঠাৰ যুঁজত অখিল গগৈ জয়ী হ'বয়েই বুলি পূৰ্বেৰে পৰা কৈ অহা ভাষ্য বাস্তৱত পৰিণত হ'ল!’- বুলি সন্তোষ প্ৰকাশ কৰিছে বীৰ লাচিত সেনাৰ মুখ্য সাংগঠনিক সচিব শৃংখল চলিহাই। ‘সূৰ্যক যিদৰে ঢাকি ৰাখিব নোৱাৰি, অখিল গগৈকো অন্ধকাৰ কুঠৰীত ঢাকি ৰাখিব নোৱাৰে’- বুলি চৰকাৰক কটাক্ষ কৰিছে শৃংখল চলিহাই। |
ইয়াৰ উপৰি ‘ৰাইজৰ দল’ৰ কেন্দ্ৰীয় উপ-সভাপতি ৰঞ্জিত তামুলী, ‘লাচিত সেনা’ৰ শিৱসাগৰ জিলা সভাপতি চিতু বৰুৱা, বিধায়কে গঠন কৰি দিয়া শিৱসাগৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকেও অখিল গগৈ সকলো গোচৰ পৰা মুক্ত হোৱাত আনন্দ প্ৰকাশ কৰিছে। |
উল্লেখ্য যে, শেহতীয়াকৈ মাতৃক সাক্ষাতৰ উদ্দেশ্য দুদিনৰ বাবে অখিল গগৈ যোৰহাটলৈ আহিছিল যদিও শিৱসাগৰ সমষ্টিলৈ অহাৰ অনুমতি লাভ কৰা নাছিল। বৰ্তমান সকলো বাধা দূৰ হোৱাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে সমষ্টিবাসী। |
Share : |
Sponsor Ad |
Click Here To Advertise With Us |
Instagram Feed |
Follow Us |
Sponsor Ad |
Click Here To Advertise With Us |
Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hardwork, we continue to bring to you ground-breaking news and updates from every corner of Assam and beyond.<eot>হোটেল, মিঠাইৰ দোকান আৰু ফল-মূলত তালাচী চলোৱাৰ পাছতেই আজি মহানগৰীৰ আগশাৰীৰ মাছৰ বজাৰত উপস্থিত হ’ল ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা। |
উল্লেখোগ্য যে মাছত ফ’ৰমেলিন দিয়ে নেকি তাক পৰীক্ষা কৰাৰ উদ্দেশ্যে বেতকুচিৰ মাছৰ বজাৰত আজি তালাচী চলাই ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই। লগতে তেওঁৰ সৈতে যোৱা খাদ্য সুৰক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে মাছৰ চেম্প’ল সংগ্ৰহ কৰি পৰীক্ষা কৰিবৰ বাবে লৈ যায়। |
আজিৰ বেতকুচিৰ মাছৰ বজাৰত অভিযান চলোৱা কালত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে মাছত ব্যৱহাৰ কৰা ফ’ৰমেলিনৰ বিৰুদ্ধে সৰৱ হৈ পৰে। বিশেষকৈ অন্ধ প্ৰদেশৰ পৰা অসমলৈ অনা মাছত এই ফ’ৰমেলিন ব্যৱহাৰ কৰা হয়নিকি সেই কথাত চকু দিয়াৰ প্ৰতি লক্ষ্য ৰখাৰ কথা উল্লেখ কৰি কয় যে, ‘অসমলৈ অন্ধ্ৰপ্ৰদেশৰ মাছৰ বেপাৰীসকলে ফ’ৰমেলিন দিয়ে নেকি সেইটো চকু ৰাখিব লাগিব। যদি ফ’ৰমালিন ব্যৱহাৰ কৰে তেন্তে অন্ধ্ৰৰ পৰা মাছ অনাই বন্ধ কৰি দিম।’ |
স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে উক্ত বজাৰখনৰ মাছৰ বেপাৰীসকলক অনতিপলমে খাদ্য সুৰক্ষাৰ অধীনত অনুজ্ঞাপত্ৰ ল’বৰ বাবেও কয়। |
আনহাতে তেওঁ হোটেল-মিঠাইৰ দোকানসমূহৰ স্বত্বাধিকাৰীক সংবাদ মাধ্যমৰ জৰিয়তে সকিয়নী প্ৰদান কৰি কয় যে ‘যিসকল ব্যৱসায়ীয়ে ভাবিছে মই আৰু তেওঁলোকৰ দোকানলৈ নাযাওঁ, তেওঁলোকে ভুল ভাবিছে। মই ১৫ দিনৰ মূৰত হ’লেও হোটেল-মিঠাইৰ দোকনসমূহলৈ যাম। মুঠতে ভেজালীকৰণ নাইকিয়া হ’ব লাগিব আৰু চাফ-চিকুণ হ’ব লাগিব।’ |
উল্লেখযোগ্য যে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে তেওঁক ফেচবুক আৰু টুইটাৰত জনসাধাৰণে কেৱল গুৱাহাটীৰ লোকসকলে ভাল খাদ্য খাব লাগিব নেকি কৰা প্ৰশ্নৰ উত্তৰত কয় যে, ‘মইতো কেৱল গুৱাহাটীতে খাদ্য নাখাওঁ, গোটেই অসমতে খাদ্য খাওঁ। মই জানো খাদ্যৰ যি লেতেৰা পৰিবেশ আৰু ভেজালীকৰণ সেইটো নাইকিয়া কৰিব লাগে।’ |
লগতে কয় যে, ‘গোটেই অসমতে এই প্ৰক্ৰিয়াটো ত্বৰাম্বিত কৰাৰ বাবে চেষ্টা কৰা হৈছে। ইতিমধ্যে তিনিচুকীয়া, নাহৰকটীয়া, জখলাবন্ধা, নগাওঁ আদিতো খাদ্য সুৰক্ষা আৰু যোগান বিভাগে দোকান-বজাৰসমূহত তালাচী চলাইছে আৰু চেম্পল সংগ্ৰহ কৰিছে।’ |
Recent News |
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? |
কুখ্যাত অপৰাধী হৰপ্ৰীত সিঙক দিল্লী বিমান বন্দৰত আটক |
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ‘লুট গেয়ে’ খ্যাত গায়ক জুবিন; হাস্পাতালত ভৰ্তি |
কোটিপতি ভিক্ষাৰী! নিজে ফুটপাথত বাস কৰে অথচ ঘৰ ভাড়া দি মাহে উপাৰ্জন লক্ষাধিক টকা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>সোণতলীত নন্দিতা দাসৰ হৈ কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ - sangbad365.com |
প্ৰথম পৃষ্ঠা |
সম্পাদকৰ বাছনিত |
ৰাজ্য |
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় |
ক্ৰীড়াংগন |
তথ্য-সঁফুৰা |
কলা-সংস্কৃতি |
ব্যৱসায় |
Hindi |
English |
Friday, December 02, 2022 |
sangbad365.com |
প্ৰথম পৃষ্ঠা |
সম্পাদকৰ বাছনিত |
ৰাজ্য |
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় |
ক্ৰীড়াংগন |
তথ্য-সঁফুৰা |
কলা-সংস্কৃতি |
ব্যৱসায় |
Hindi |
English |
সোণতলীত নন্দিতা দাসৰ হৈ কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.