File size: 5,479 Bytes
2e1f900 |
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 |
অনন্য ভোজন বিলাস :)বৰ্ণনা অনুপম হৈছে । খুব ভাল লাগিল পঢ়ি৷ বাৰ্তা এটা আছে৷ দাদাৰ ব্লগটোত আজিহে চকু ফুৰাইছো ...এৰিবই মন যোৱা নাই চোন । চাৰিওফালে টানি আছে । একষাৰে ক'ব পৰাকৈ সুন্দৰ, সুন্দৰ । সুন্দৰ.. তই মোক ভাল পাৱ বুলি জানো :) আপোনাৰ লিখনী বোৰ সচাই বৰ মনোৰম হয় , সেই কাৰনে আপোনাৰ লিখনী বিলাক পঢ়ি ভাল লাগে| নিৰর্থক প্রশ্ন। আমাৰ পঢ়ি ভাল লাগিছে। আপোনাৰ লিখি ভাল লাগিছে। মাজতে এই মানুহবোৰৰ কথা শুনিবলৈ কি দৰকাৰ। বিন্দাছ কাম কৰক, গল্প শুনাওক আৰু সময় পালেই লিখি যাওঁক। শুভকামনাবোৰ সদায় থাকিল। মই কাহিনী কৈ যাম,শুনিবলৈ মানুহ আছে শুনিবসাহিত্য নকৰো বাৰু ! ভাষা আৰু সাহিত্য হৈছে মনৰ ভাব প্রকাশ কৰা এটা মাধ্যম । আপুনিও নিজৰ মাতৃভাষাৰ জৰিয়তে নিজৰ মনৰ ভাব প্রকাশ কৰিছে । কথা সিমানেই । আৰু মোৰ বোধেৰে আপোনাৰ লিখনী আৰু প্রকাশভংগী খুবেই ধুনীয়া । গতিকে, বেলেগে ভাল পোৱা, বেয়া পোৱাৰ কথা সিমান বেছিকৈ ভাবি নাথাকিব ।"অবিশ্রান্ত"ৰ দীর্ঘায়ু কামনা কৰিলো । অতি সুন্দৰ ... :-) বঢ়িয়া দেই । ডেইজী,তই আকৌ ক’ৰ পৰা আহি ওলালি ? চুপাৰ্ব দাদা! ভাল লাগিল। মজা । হা হা হা-----কি জমনি!!!!মানুহ পাগল হৈ যাবদেই :)))))))))))))) ভাল পালো পঢ়ি..... সুন্দৰ বৰ্ণনা....... লিখি থাকা..... দাদা এইটো লিধি এতিয়া উত্তৰ দি দি হায়ৰাম হৈ গৈছো‘জোনাক সঁচাকৈয়ে আহে নেকি?’ ধন্যবাদ তিয়েন সাংঘাটিক দেই। আকৌ এবাৰ ভুতৰ অন্বেষণ কৰো দিয়ক। মই বহুবাৰ চে্ষ্টা কৰি ফেইলাৰ। পিছে বৰ ভাল লাগিল পঢ়ি। সৰল, সুষম বৰ্ণনা, লগতে গতিময়তা। বৰ ভাল লাগিল পঢ়ি। জোনাক আকৌ কেতিয়া আহিব ককাই ? ধন্যবাদ তিয়েন ৷পঢ়ি থাকিবা, উৎসাহিত হওঁ ৷ দেহি ঐ !!! বহু বছৰ আগতে শুনা এটা কৌতুকৰ আধাৰত লিখিছিলো :) আপোনাৰ অনুভৱ আৰু সমালোচনা (?) পঢ়ি ভাবিছো চিনেমাখন সোনকালেই চাব লাগিব। আশাকৰিছো সোনকালেই চাবলৈ পাব ৷ধন্যবাদ ~ আগলৈ থৈ দিয়াখিনি সোনকালে লিখক। এঢলীয়া বিচনাত কেনেকৈ শুলে, তিখৰ ৰুমমেট আৰু ভয়ানক ৱালমেটে পানীপথৰ যুদ্ধত আত্মসমৰ্পন, জয় নে পৰাজয় বৰণ কৰিলে জানিবলৈ আগ্রহেৰে ৰৈ আছো :) আজি দিবলৈ যত্ন কৰিম পানী আম্দোলন খণ্ডটি সোনকালে লিখক আকৌ । পাছৰখিনি !!!!!!!!!!!! ব্লগটো বৰ ভাল লাগিছে, ধন্যবাদ| আগলৈ আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...-নীলান্জনা নীলান্জনা,তুমিয়ে প্ৰথম মন্তব্য ৰাখিলা ৷ ধন্যবাদ ৷সময় আগবঢ়াৰ লগে লগে ময়ো আশা কৰিছো তুমি কোৱা ‘আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...’খিনি পূৰ কৰিব পাৰিম ৷মৰমেৰেপ্ৰতিভু দা সুন্দৰ :) দাদা, এই ব্লগটো আগুৱাই লৈ যাবলৈ আপোনাৰ সহায়ৰ প্ৰয়োজন হব ৷:) ভাল লাগিল্... |