|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
অনন্য ভোজন বিলাস :)বৰ্ণনা অনুপম হৈছে । |
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
খুব ভাল লাগিল পঢ়ি৷ বাৰ্তা এটা আছে৷ |
|
|
|
|
|
|
|
দাদাৰ ব্লগটোত আজিহে চকু ফুৰাইছো ...এৰিবই মন যোৱা নাই চোন । চাৰিওফালে টানি আছে । একষাৰে ক'ব পৰাকৈ সুন্দৰ, সুন্দৰ । |
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
সুন্দৰ.. |
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
তই মোক ভাল পাৱ বুলি জানো :) |
|
|
|
|
|
|
|
আপোনাৰ লিখনী বোৰ সচাই বৰ মনোৰম হয় , সেই কাৰনে আপোনাৰ লিখনী বিলাক পঢ়ি ভাল লাগে| |
|
নিৰর্থক প্রশ্ন। আমাৰ পঢ়ি ভাল লাগিছে। আপোনাৰ লিখি ভাল লাগিছে। মাজতে এই মানুহবোৰৰ কথা শুনিবলৈ কি দৰকাৰ। বিন্দাছ কাম কৰক, গল্প শুনাওক আৰু সময় পালেই লিখি যাওঁক। শুভকামনাবোৰ সদায় থাকিল। |
|
মই কাহিনী কৈ যাম,শুনিবলৈ মানুহ আছে শুনিবসাহিত্য নকৰো বাৰু ! |
|
ভাষা আৰু সাহিত্য হৈছে মনৰ ভাব প্রকাশ কৰা এটা মাধ্যম । আপুনিও নিজৰ মাতৃভাষাৰ জৰিয়তে নিজৰ মনৰ ভাব প্রকাশ কৰিছে । কথা সিমানেই । আৰু মোৰ বোধেৰে আপোনাৰ লিখনী আৰু প্রকাশভংগী খুবেই ধুনীয়া । গতিকে, বেলেগে ভাল পোৱা, বেয়া পোৱাৰ কথা সিমান বেছিকৈ ভাবি নাথাকিব ।"অবিশ্রান্ত"ৰ দীর্ঘায়ু কামনা কৰিলো । |
|
|
|
|
|
|
|
অতি সুন্দৰ ... :-) |
|
বঢ়িয়া দেই । |
|
|
|
|
|
|
|
ডেইজী,তই আকৌ ক’ৰ পৰা আহি ওলালি ? |
|
চুপাৰ্ব দাদা! |
|
ভাল লাগিল। |
|
মজা । |
|
|
|
|
|
|
|
|
|
|
|
|
|
হা হা হা-----কি জমনি!!!!মানুহ পাগল হৈ যাবদেই |
|
|
|
|
|
|
|
:)))))))))))))) |
|
ভাল পালো পঢ়ি..... সুন্দৰ বৰ্ণনা....... লিখি থাকা..... |
|
দাদা এইটো লিধি এতিয়া উত্তৰ দি দি হায়ৰাম হৈ গৈছো‘জোনাক সঁচাকৈয়ে আহে নেকি?’ |
|
ধন্যবাদ তিয়েন |
|
সাংঘাটিক দেই। আকৌ এবাৰ ভুতৰ অন্বেষণ কৰো দিয়ক। মই বহুবাৰ চে্ষ্টা কৰি ফেইলাৰ। পিছে বৰ ভাল লাগিল পঢ়ি। সৰল, সুষম বৰ্ণনা, লগতে গতিময়তা। বৰ ভাল লাগিল পঢ়ি। |
|
জোনাক আকৌ কেতিয়া আহিব ককাই ? |
|
|
|
|
|
|
|
ধন্যবাদ তিয়েন ৷পঢ়ি থাকিবা, উৎসাহিত হওঁ ৷ |
|
|
|
|
|
|
|
|
|
|
|
|
|
দেহি ঐ !!! |
|
বহু বছৰ আগতে শুনা এটা কৌতুকৰ আধাৰত লিখিছিলো |
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
:) |
|
|
|
|
|
|
|
আপোনাৰ অনুভৱ আৰু সমালোচনা (?) পঢ়ি ভাবিছো চিনেমাখন সোনকালেই চাব লাগিব। |
|
আশাকৰিছো সোনকালেই চাবলৈ পাব ৷ধন্যবাদ |
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
~ |
|
|
|
|
|
|
|
|
|
|
|
|
|
আগলৈ থৈ দিয়াখিনি সোনকালে লিখক। এঢলীয়া বিচনাত কেনেকৈ শুলে, তিখৰ ৰুমমেট আৰু ভয়ানক ৱালমেটে পানীপথৰ যুদ্ধত আত্মসমৰ্পন, জয় নে পৰাজয় বৰণ কৰিলে জানিবলৈ আগ্রহেৰে ৰৈ আছো :) |
|
আজি দিবলৈ যত্ন কৰিম |
|
পানী আম্দোলন খণ্ডটি সোনকালে লিখক আকৌ । |
|
পাছৰখিনি !!!!!!!!!!!! |
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
ব্লগটো বৰ ভাল লাগিছে, ধন্যবাদ| আগলৈ আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...-নীলান্জনা |
|
নীলান্জনা,তুমিয়ে প্ৰথম মন্তব্য ৰাখিলা ৷ ধন্যবাদ ৷সময় আগবঢ়াৰ লগে লগে ময়ো আশা কৰিছো তুমি কোৱা ‘আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...’খিনি পূৰ কৰিব পাৰিম ৷মৰমেৰেপ্ৰতিভু দা |
|
সুন্দৰ :) |
|
দাদা, এই ব্লগটো আগুৱাই লৈ যাবলৈ আপোনাৰ সহায়ৰ প্ৰয়োজন হব ৷:) |
|
ভাল লাগিল্... |
|
|
|
|
|
|
|
|
|
|
|
|