text
stringlengths
0
188k
জিমীৰ অৱস্থাটো দেখি মই আৰু ট্ৰাক ড্ৰাইভাৰজনে ডাক্তৰ এজন লৈ সেইখিনি পালোঁগৈ৷ তেতিয়ালৈকে জিমীৰ বাহুত লাগি থকা বাকী টুকুৰাটো স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল৷ আমি লগে লগে জিমীক হস্পিতাললৈ লৈ গ’লোঁ৷ ডাক্তৰে তাৰ বাহুটো অপাৰেচন কৰি কাটি পেলাব লাগিব বুলি ক’লে৷ ট্ৰাক ড্ৰাইভাৰজনে তেতিয়াও বাৰে বাৰে জিমীৰ বাহুটো ত্ৰিছ ফুটমান দীঘল হৈ গৈছিল বুলি কৈয়েই আছিল৷ তাক পিছত মদ খাই গাড়ী চলোৱাৰ অপৰাধৰ গ্ৰেপ্তাৰ কৰিলে৷
সেই ঘটনাটোৰ কেইসপ্তাহমানৰ পিছত মই জিমীক আকৌ লগ পালোঁ৷: “জিমী, তুমি কিয় ইমান হতাশ হৈছা? তোমাৰতো এতিয়াও এখন হাত ভালে আছে৷ তোমাৰ এইটো বাহুত সেই বিশেষ গুণটো নাই জানো?”
তাক বিমৰ্ষ দেখিয়েই মই সুধিলোঁ৷:”মই সেয়া আগতে কেতিয়াও লক্ষ্যই কৰা নাই৷ কিন্তু এতিয়া ভাৱিছোঁ মই সেয়া প্ৰমাণ কৰি চাব লাগিব৷“ সি ক’লে৷ মই বুজিলোঁ, জিমী মন মগজুৰে সদায় এটা জীন হৈয়েই থাকিল৷ আজিকালিও সি কোনোবা নাৰীৰ ক’লা দীঘল চুলি দেখা পালে তাৰ ভাল বাহুটো দীঘলাই দি মনে মনে গৈ চুই থাকেগৈ৷ কিন্তু মই জানো সি নিজৰ পাবলগীয়া শিক্ষা ভালকৈয়ে পালে৷ সি অন্ততঃ বুজিলে, “এটা বা এসোপামান বিশেষ গুণ থকা জীন হোৱাতকৈ এটাও বিশেষ গুণ নথকা সাধাৰণ মানুহ হৈ জীয়াই থকাই শ্ৰেয়৷“
← মোৰ সেইডায়েৰীখন আৰু বৃদ্ধজন–লুতফা আখতাৰা
মুকুতাৰ মালা –মালা দিহিঙীয়া হাজৰিকা →
You May Also Like
হঠাৎ দেখা
May 16, 2021 May 16, 2021 0
অধীৰ স্বপ্ন মূল: (হিন্দী) সতীশ জয়চৱাল (- ডঃ মাখন লাল দাস)
September 14, 2013 0
এজন ব্যতিক্ৰমী যুৱক – লেখক : বিৰাট চৌধুৰী – অনুবাদ : চন্দন কাকতি
July 17, 2017 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ইমৰাজ আহমেদ
1 year ago
ধুনীয়া
0
Reply
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214)
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>কাজিৰঙা আৰু ইয়াৰ কাষৰীয় পাচঁখন জিলাক সামৰি বনবিভাগে গঠন কৰিব বিচৰা ৰাইনো টাস্ক ফৰ্চৰ নিৰ্বাচনী প্ৰক্ৰিয়াত স্থানীয় যুৱক-যুৱতী সকলক বঞ্চিত কৰাৰ অভিযোগ তুলি আজি কাজিৰঙাৰ কহঁৰাত বিভিন্ন জাতীয় দল সংগঠন তথা স্থানীয় লোকে মিলি প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখযোগ্য যে বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই বিগত সময়ত কাজিৰঙাত উপস্থিত হৈ গঁড় সুৰক্ষাৰ স্বাৰ্থত কাজিৰঙাৰ স্থানীয় তথা দাঁতিকাষৰীয়া নিবনুৱা যুৱক-যুৱতীক লৈ ৰাইনো টাস্ক ফৰ্চ নামৰ এক বাহিনী গঠন কৰা হ’ব বুলি ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷
এই উদ্দেশ্যে যোৱা বছৰৰ নবেম্বৰৰ ৭ তাৰিখৰ পৰা চলিত বৰ্ষৰ ৬ জানুৱাৰী লৈকে বোকাখাতৰ ৰাজহুৱা খেল পথাৰত শাৰিৰীক পৰীক্ষাও অনুষ্ঠিত কৰা হৈছিল ৷
কিন্তু শৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতো স্থানীয় এজনো প্ৰাৰ্থীক লিখিত পৰীক্ষাত বহাৰ অনুমতি প্ৰদান কৰা নাই বুলি বন বিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে স্থানীয় বিভিন্ন জাতীয় দল সংগঠনে ৷
শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা স্থানীয় প্ৰাৰ্থীক এইদৰে লিখিত পৰীক্ষাৰ পৰা বঞ্চিত কৰাৰ প্ৰতিবাদত আজি কাজিৰঙাৰ বন বিভাগৰ কাৰ্য্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আছু, আটছা, আটাছু , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ কে ধৰি বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ৷
কাজিৰঙাক লৈ ৰাজনীতি নচলিব , বনমন্ত্ৰী হুচিঁয়াৰ , বন বিভাগৰ ময়মতালী নচলিব, বন বিভাগ হাঁয় হাঁয় আদি শ্ল’গানেৰে প্ৰতিবাদকাৰী সকলে কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে ৷
প্ৰতিবাদী দল সংগঠন সমূহে বনবিভাগৰ এনে কাৰ্য্যক সমালোচনা কৰি অতি শীঘ্ৰে এই বাচনি তালিকা পুনৰ বিবেচনা কৰিবলৈ দাবী জনায়, অন্যথা পৰৱৰ্তী সময়ত আৰু অধিক প্ৰতিবাদী কাৰ্য্যসূচী গঢ়ি তোলাৰ হব বুলিও ঘোষণা কৰে ৷
Recent News
আমেৰিকাৰ জনপ্ৰিয় গায়িকা, অভিনেত্ৰী লেডী গাগাৰ কুকুৰ চুৰিত অভিযুক্তক ২১ বছৰৰ কাৰাদণ্ড
সোণাৰীত থানাৰ ভিতৰতে আৰক্ষী কনিষ্টবলৰ গুলীত নিহত সতীৰ্থ কনিষ্টবল
কাক ভোট দিলে নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে?
কলেজীয়া দিনত হাত খৰচ উলিয়াবলৈ কি কাম কৰিছিল দেশৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে? জনালে নিজেই
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই কয় যে আকাশবাণী ডিব্ৰুগড়ে ১৯৬৯ চনৰ ফেব্ৰুৱাৰীত ইয়াৰ স্থাপনা কালৰে পৰা অসম আৰু অৰুণাচল প্ৰদেশৰ নাগৰিকসকলৰ মাজত বুজাবুজি আৰু ভাতৃত্ববোধৰ এক পৰিৱেশ সৃষ্টি কৰি আহিছে।
শুকুৰবাৰে সন্ধিয়া ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ চৌহদত আকাশবাণীৰ সোণালী জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰি ড০ শইকীয়াই এইদৰে কয়।
চমু অথচ সাৰগৰ্ভ ভাষণত তেওঁ আশা ব্যক্ত কৰে যে অনাগত ভৱিষ্যততো কেন্দ্ৰটোৱে সমাজলৈ ইয়াৰ সেৱা আগবঢ়াই যাব।
ইয়াৰ পূৰ্বে আকাশ বাণী ডিব্ৰুগড়ৰ বৰ্ষজোৰা সোণালী জয়ন্তী উদযাপন ৰাতিপুৱা বিভিন্ন কাৰ্যসূচী আৰু সাংস্কৃতিক অনুষ্ঠানেৰে আৰম্ভ কৰা হয়।
ৰাতিপুৱা ৫-৩০ বজাত পুৰণি হাইস্কুল খেলপথাৰৰ পৰা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ চৌহদলৈ প্ৰায় ৬ কিলোমিটাৰ দূৰত্ব সামৰি এক ‘’শান্তিৰ বাবে দৌৰ’’ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল।
এই দৌৰ কাৰ্যসূচী মুকলি কৰে চিআৰপিএফৰ ১৭১ বেটেলিয়নৰ কমাণ্ডেন্ট প্ৰদ্যুন্ম কুমাৰ, আকাশবাণীৰ উত্তৰ-পূৰ্বাঞ্চলৰ উপ সঞ্চালক ৰাজীৱ বৰুৱা, ডিব্ৰুগড় কেন্দ্ৰৰ কাৰ্যালয় মুৰব্বী এ কে মিশ্ৰ আৰু আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ কাৰ্যসূচী মুৰব্বী লোহিত ডেকাই।
এই শান্তিৰ দৌৰত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ বিষয়াসকলৰ লগতে অংশগ্ৰহণ কৰে গুড মৰ্নিং ইণ্ডিয়া ক্লাৱৰ সদস্যসকল, ডিএইচ এছ কে কানৈ কলেজৰ শিক্ষক আৰু ছাত্ৰসকল, ডিব্ৰুগড় চৰকাৰী ল’ৰা উচ্চতৰ মাধ্যমিকৰ ছাত্ৰসকল গ্ৰাহাম বজাৰ ছোৱালী হাইস্কুলৰ ছাত্ৰীসকল, গ্ৰাহাম বজাৰ ল’ৰা হাইস্কুলৰ ছাত্ৰসকলৰ লগতে পাব্লিক হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে।
দৌৰত অংশগ্ৰহণ কৰাৰ বাবে ডিব্ৰুগড়ৰ পাব্লিক স্কুলৰ বিশেষভাৱে সক্ষম ছাত্ৰক সম্বৰ্দ্ধনা জনোৱা হয়।
ইয়াৰ পিছতে ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ চৌহদত গছপুলি ৰোপনৰ এক কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰটোৰ প্ৰথম ঘোষক আৰু বিশিষ্ট সংগীতজ্ঞ আৰু ইটানগৰ আকাশবাণী কেন্দ্ৰৰ কাৰ্যসূচী মুৰব্বী জে বি নাবাম।
সন্ধিয়া অনুষ্ঠিত বৰ্ষজোৰা সোণালী জয়ন্তী উদযাপনৰ আনুষ্ঠানিক শুভাৰম্ভ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াৰ উপৰি উপস্থিত থাকে সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড়ৰ বিশিষ্ট ব্যক্তিৰ লগতে এক বৃহৎ সংখ্যক ৰাইজ।
নিশা ‘’লোক সংগীত মাধুৰী’’ নামৰ লোক সংগীতৰ ৰিয়েলিটি শ্ব’ৰ বিজয়ীসকলক সম্বৰ্দ্ধনা জনোৱা হয়।
Recent News
৩.৫ মিনিটৰ ভিতৰত সাজু হৈ নুঠিল ৰন্ধা,পাস্তা কোম্পানীৰ বিৰুদ্ধে ৰুজু ৪০ কোটি টকাৰ গোচৰ!
মাৰ্ঘেৰিটাৰ বৰগোলাইত কয়লা সৰবৰাহ কৰিবলৈ অহা ট্ৰাকৰ খুণ্ডাত এজন লোকৰ মৃত্যু
বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>পাঠশালা চহৰৰ নিকটবৰ্তী এখন গাঁৱৰ এগৰাকী যুৱতীয়ে নিজৰ প্ৰত্যুৎপন্নমতিত্বৰ বলত প্ৰতাৰকৰ হাতৰ পৰা ৰখা পৰিবলৈ সক্ষম হৈছে। যুৱতীগৰাকীয়ে নৰ্থ-ইষ্ট নাওক জনোৱা মতে, উক্ত যুৱতীগৰাকীলৈকে ছনি এণ্টাৰটেইনমেণ্ট টেলিভিশ্যনৰ পৰা এটা ফোনকল আহি তেওঁক জনোৱা হয় যে তেওঁ চেনেলটোৰ দ্বাৰা প্ৰচাৰিত ‘কৌন বনেগা ক্ৰোড়পতি’ত ৩৫ লাখ টকা লাভ কৰিছে। তেওঁক লগতে এই ধনৰাশি লাভ কৰাৰ চৰ্ত হিচাপে ৩৫ হেজাৰ টকা এটা বেংক একাউণ্টত জমা দিবলৈ কোৱা হয়। এই নম্বৰটো যুৱতীগৰাকীলৈ মেছেজ কৰি দিয়া হৈছিল।
সন্দেহবশতঃ যুৱতী গৰাকীয়ে এই ধনৰাশি জমা কৰিবলৈ অমান্তি হয়। সেই একেই হেকাৰ গৰাকীয়ে যুৱতীগৰাকীক পুনৰ ৫০০ টকা জমা দি ৫ লাখ টকা লাভ কৰিবলৈ কয়।
যুৱতীগৰাকীয়ে পুনৰ টকা জমা দিবলৈ অমান্তি হোৱাত হেকাৰজনে যুৱতীগৰাকীৰ হোৱাটছএপ নম্বৰত এটা অ’পিডি প্ৰেৰণ কৰে আৰু তেওঁক সেইটো পুনৰ প্ৰেৰণ কৰাৰ বাবে অনুৰোধ কৰে। যুৱতীগৰাকীয়ে এইবাৰ তেওঁ কোৱা মতে কাম কৰাত তেওঁৰ হোৱাটছএপ নম্বৰটো হেক হৈ যায়।
তাৰ পাছত যুৱতীগৰাকীয়ে এই সমস্ত ঘটনা নিজৰ ফেচবুক পোষ্টত শ্বেয়াৰ কৰে।