text
stringlengths 0
188k
|
---|
Archive Blog |
August (9) |
September (13) |
October (4) |
November (128) |
December (95) |
January (132) |
February (79) |
March (131) |
April (201) |
May (189) |
June (181) |
July (162) |
August (181) |
September (172) |
October (182) |
November (154) |
December (18) |
About Me |
GIST INDIA |
View my complete profile |
Total Pageviews |
Sponsored |
Home |
About |
Contact |
Privacy and Policy |
Popular Posts |
Assam Latest news |
Vastu tips for calendar - যদি কেলেণ্ডাৰএই দিশত আছে, ইয়াক লগে লগে আতৰ কৰক |
আপোনাৰ নখত থকা অৰ্ধ চন্দ্ৰটোৰ আছে গোপন ৰহস্য! আপোনাৰ স্বাস্থ্য সম্পৰ্কে দিয়ে এই সমূহ বাৰ্তা - nail's half moon signs about your health |
Gastric home remedies - Assamese health tips - গেছৰ সমস্যা দূৰ কৰিবলৈ এই ঘৰুৱা উপায়বোৰ জানোঁ আহক : |
লিভাৰ ভালে আছেনে জানিবলৈ ভৰিৰ ৯ টি বস্তু লক্ষ্য কৰক : 9 Things Your Feet Can Tell About Your Liver |
Chanakya Niti - ভূলতো আপোনাৰ সন্তানৰ আগত এই সমূহ কাম নকৰিব । ধ্বংস হৈ যাব পাৰে সন্তানৰ ভবিষ্যত। |
৯ ফেব্ৰুৱাৰী, বুধবাৰ। অহাকালি দিনটোৰ ৰাশিফল - জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 9 February tomorrow's horoscope in assamese |
২ মাৰ্চ, বুধবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 2 March, Wednesday - Today's horoscope in assamese |
৩ মাৰ্চ, বৃহস্পতিবাৰ । অহাকালি দিনটোৰ ৰাশিফল । জানক কেনে যাব কাইলৈ আপোনাৰ দিনটো - 3 March, Thursday - Tomorrow's horoscope in assamese |
৪ মাৰ্চ, শুক্ৰবাৰ । আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো - 4 March, Friday - Today's horoscope in assamese |
লিভাৰ দুৰ্বল হোৱাৰ আগতে এই লক্ষণবোৰে দেখা দিয়ে, কেতিয়াও ইগনৰ নকৰিব symptoms of Liver damage |
Sponsored By |
Home-icon |
Regional |
Horoscope |
Health |
Others |
About Us |
Contact Us |
Privacy and Policy |
Menu Footer Widget |
Home |
About |
Contact Us |
Popular Posts |
Vastu tips for calendar - যদি কেলেণ্ডাৰএই দিশত আছে, ইয়াক লগে লগে আতৰ কৰক |
January 17, 2022 |
আপোনাৰ নখত থকা অৰ্ধ চন্দ্ৰটোৰ আছে গোপন ৰহস্য! আপোনাৰ স্বাস্থ্য সম্পৰ্কে দিয়ে এই সমূহ বাৰ্তা - nail's half moon signs about your health<eot>এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ৰাসায়নিক বিক্ৰিয়াৰ সময়ত মৌলৰ পৰমাণুবোৰে ইহঁতৰ যোজক কক্ষত আঠটা ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ কৰিব বিচাৰে। ইয়াৰ দ্বাৰা পৰমাণু এটাই পৰ্যাবৃত্ত তালিকাত ইয়াৰ ওচৰৰ সম্ভ্ৰান্ত গেছটোৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰে। ইয়াকে অষ্টক নিয়ম বোলে। |
মৌল এটাৰ পৰমাণুবোৰে ইলেক্ট্ৰন লাভ কৰি, হেৰুৱাই বা ভাগ বতোৱাৰা কৰি এই কাৰ্য সম্পাদন কৰে বা যোজক কক্ষত আঠটা ইলেক্ট্ৰন পাব বিচাৰে। |
উদাহৰণস্বৰূপে, ফ্ল'ৰিণৰ পৰমাণুৰ বহিৰতম শ্বেলত বা যোজক কক্ষত সাতটা ইলেক্ট্ৰন থাকে। গতিকে ফ্ল'ৰিণৰ পৰমাণু এটাই আন মৌলৰ পৰমাণু এটাৰ পৰা এটা ইলেক্ট্ৰন লাভ কৰি ইয়াৰ যোজক কক্ষত আঠটা ইলেক্ট্ৰনেৰে সম্পূৰ্ণ কৰাটো ফ'ৰিণৰ বাবে সহজ। |
"https://as.wikipedia.org/w/index.php?title=অষ্টক_নিয়ম&oldid=204107"ৰ পৰা অনা হৈছে |
শ্ৰেণী: |
ৰসায়ন বিজ্ঞান |
অদৃশ্য শ্ৰেণী: |
উৎসবিহীন প্ৰবন্ধ |
এই পৃষ্ঠাখন ১১ ছেপ্টেম্বৰ, ২০১৯ তাৰিখে ২০:৪৮ বজাত অন্তিম সংশোধন কৰা হৈছিল। |
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>কৰ’নাভাইৰাছ মহামাৰী আৰম্ভ হোৱা চীনৰ হুবেই প্ৰদেশৰ উহান চহৰত প্ৰায় দুমাহতকৈয়ো অধিক সময় আইছ’লেশ্যনৰ পাছত আংশিকভাৱে স্বাভাৱিক জীৱন যাত্ৰা ঘুৰি আহিছে। |
বৃহস্পতিবাৰ আৰু শুকুৰবাৰে ইয়াৰ বাসিন্দাসকলে বাহিৰলৈ আহি পথৰ খাদ্য গ্ৰহণ কৰা দেখা গৈছিল। |
প্ৰদেশখনৰ ৰাজধানী চহৰ উহানত ৫০,০০০তকৈয়ো অধিক লোক কৰ’নাভাইৰাছত আক্ৰান্ত হৈছিল। এই ৰোগৰ ফলত হুবেইত কমেও ৩,০০০লোক মৃত্যুমুখত পৰিছে। |
চীনৰ চৰকাৰী তথ্য অনুসৰি, নতুন সংক্ৰমণৰ ঘটনা নাটকীয়ভাৱে হ্ৰাস পাইছে। |
যোৱা ২৮ মাৰ্চত ইয়াৰ আগদিনা প্ৰদেশখনত ৫৪টা নতুন ঘটনা পোহৰলৈ আহিছিল যদিও সেয়া বাহিৰৰ পৰা অহা বুলি কোৱা হৈছে। |
চহৰখনৰ বাসিন্দাসকলে লাহে লাহে ৰাস্তালৈ ওলাই আহিবলৈ লৈছে। ইয়াৰে বহুতে যোৱা ২৩ জানুৱাৰিৰ পাছত প্ৰথমবাৰলৈ বাহিৰলৈ আহিছে। |
স্বেচ্ছাসেৱকসকলে স্বাভাৱিক কাৰ্যকলাপ বৃদ্ধিৰ বাবে ৰাজহুৱা স্থানসমূহক সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ প্ৰস্তুতি চলাই আছে। |
বেচৰকাৰী সংস্থা ব্লু স্কাই ৰেছকিউ টীমৰ স্বেচ্ছাসেৱকসকলে উহানৰ কুইনটাই গ্ৰেণ্ড থিয়েটাৰক বীজাণুমুক্ত কৰি তুলিছে। |
বাহিৰৰ পৰা অহা ঘটনাসমূহ নিয়ন্ত্ৰণ কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই থকা চীনে সকলো বিদেশী পৰ্যটকৰ ওপৰত সাময়িকভাৱে নিষেধাজ্ঞা জাৰি কৰিছে। |
তদুপৰি, দেশখনে চীনা বা বিদেশী বিমানসেৱা আধা যাত্ৰীৰে সপ্তাহত মাত্ৰ এবাৰলৈ সীমিত কৰিছে। |
এইদৰে চহৰখনত কৰ’নাৰ বিভীষিকা প্ৰায় আঁতৰি গৈছে আৰু ক্ৰমে স্বাভাৱিক জীৱন যাত্ৰাৰ প্ৰতি অগ্ৰসৰ হৈছে। |
Tags: COVID19 |
Recent News |
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে! |
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং |
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক |
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>বিমানবাহী ৰণতৰী আইএনএছ বিক্ৰান্ত পুনৰুজ্জীৱিত কৰাৰ নামত কোটি কোটি টকা আত্মস্যাৎ; পুত্ৰসহ বিজেপি নেতাৰ বিৰুদ্ধে দাখিল এজাহাৰ |
by এন ই নাও নিউজ, গুৱাহাটী |
April 7, 2022 4:04 pm |
125 |
VIEWS |
Share on FacebookShare on Twitter |
জাহাজ আইএনএছ বিক্ৰান্তক পুনৰুজ্জীৱিত কৰি তোলাৰ নামত বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা ৫৭ কোটিতকৈও অধিক টকা বিজেপি নেতাগৰাকী আৰু তেওঁৰ পুত্ৰই আত্মস্যাৎ কৰাৰ অভিযোগ উঠিছে। |
বাতৰি অনুসৰি, বিজেপি নেতা কিৰীট ছোমাইয়া আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে বৃহস্পতিবাৰে ট্ৰম্বে থানাত এখন এজাহাৰ দাখিল কৰা হয়। এগৰাকী প্ৰাক্তন ভাৰতীয় সেনাৰ বিষয়াৰবিমানবাহী ৰণতৰী আইএনএছ (INS) বিক্ৰান্ত পুনৰুজ্জীৱিত কৰি তোলাৰ নামত কোটি কোটি টকা আত্মস্যাৎ কৰাৰ অভিযোগত বিজেপি নেতা কিৰীট ছোমাইয়া আৰু তেওঁৰ পুত্ৰ নীলৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে এজাহাৰ দাখিল কৰিছে। |
লগতে পঢ়ক: হলদিৰামৰ খাদ্যৰ পেকেটত উৰ্দু বাক্য: মহিলা সাংবাদিকক তুলাধুনা নেটিজেনৰ, ভিডিঅ’ ভাইৰেল |
বিত্তীয় প্ৰৱঞ্চনাৰ অভিযোগত বিজেপি নেতা ছোমাইয়া আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰা হৈছে। |
ভাৰতীয় নৌসেনাৰ প্ৰথম বিমানবাহী ৰণতৰী বা যুদ্ধ অভিযোগৰ ভিত্তিতেই বিজেপি নেতা আৰু তেওঁৰ পুত্ৰ বিৰুদ্ধে আৰক্ষীয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে। |
অভিযোগ অনুসৰি, প্ৰাক্তন সাংসদ কিৰীট ছোমাইয়া আৰু তেওঁৰ পুত্ৰ নীলে ২০১৩ৰ পৰা ২০১৪চনৰ ভিতৰত আইএনএছ বিক্ৰান্তক পুনৰুজ্জীৱিত কৰাৰ নামত সাধাৰণ নাগৰিকৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰিছিল। |
লগতে পঢ়ক: ভ্লাদিমিৰ পুটিনৰ পৰিয়ালৰ বিষয়ে আমি কিমান জানো? কেইটা সন্তানৰ পিতৃ পুটিন? |
ভাৰতীয় সেনাৰ প্ৰাক্তন বিষয়াগৰাকীয়ে অভিযোগ কৰিছিল যে তেওঁলোকে আইএনএছ বিক্ৰান্তৰ নামত সংগ্ৰহ কৰা ধন চৰকাৰী একাউন্টত জমা নকৰি আত্মস্যাৎ কৰিছে। |
মুম্বাই আৰক্ষীয়ে জানিবলৈ দিয়া মতে এতিয়ালৈকে বিজেপি নেতা আৰু তেওঁৰ পুত্ৰক চমন জাৰি কৰা হোৱা নাই যদিও তেওঁলোকৰ বেংক একাউন্টৰ লগতে ধনৰ লেনদেনৰ বিষয়ে অনুসন্ধান কৰি থকা হৈছে। |
Recent News |
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক |
ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক সংঘৰ্ষ: বিজেপি কৰ্মীৰ আক্ৰমণত চিপিআই-এমৰ এগৰাকী কৰ্মী নিহত, আহত কেইবাগৰাকীও |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.