Dataset Viewer
utterance_id
stringlengths 11
11
| text
stringlengths 1
319
| audio
audioduration (s) 2
59.2
|
---|---|---|
utt00000001
|
এই নৈ খন অসমৰ উত্তৰত থকা মিৰি আৰু ডফলাৰ পৰ্বতলানিৰ পৰা ওলাই উত্তৰ লখিমপুৰৰ মাজেদি বাগৰি মাজুলীৰ খেৰকটীয়া নৈত পৰিছেগৈ।
| |
utt00000002
|
খেৰকটীয়া এখন বেলেগ নৈ নহয়, ব্ৰহ্মপুত্ৰৰ ঠাল এটা মাথোন। ঘাই ব্ৰহ্মপুত্ৰৰ পৰা ফাটি আহি সোৱণশিৰিত পৰিছে। আজি কালিও লখিমপুৰ আৰু মাজুলীৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ ভিতৰত
| |
utt00000003
|
এনেকুৱা প্ৰবাদ আছে যে ব্ৰহ্মপুত্ৰ বাবাই আগবাঢ়ি আহি তেওঁৰ পৰম ৰূপৱতী, সৰ্বগুণে বিভূষিতা ভাৰ্যা সোৱণশিৰিক বাটৰে পৰাই আদৰি নিছে।
| |
utt00000005
|
সোৱণশিৰি নৈখন বহু বহুলে, বহলে ব্ৰহ্মপুত্ৰৰ পাঁচজোখৰ এএজোখমান হব। ব্ৰহ্মপুত্ৰৰ পানীতকৈ ইয়াৰ পানী নিৰ্মল।
| |
utt00000006
|
যিমান ওপৰৰ ফাললৈ যোৱা যায় ইয়াৰ পানী সিমান নিৰ্মল পোৱা যায়। আনকি ওপৰৰ ফালে পানী ইমান ফটফটীয়া যে তললৈকে দেখি।
| |
utt00000007
|
এই পানীৰ লগত ঠায়ে ঠায়ে অলপ সোণ মিহলি আছে। আগেয়ে সোৱণশিৰী অসমৰ এখন প্ৰধান সোণ কমোৱা নৈ আছিল। আজিকালিও ঠায়ে ঠায়ে সোৱণশিৰীৰ পানীত সোণৰ ৰেণু আছে।
| |
utt00000008
|
কিন্তু আজিকালি অসমীয়া মানুহে সোণ ধুবলৈ এৰিছে। বৃত্তিটো বৰ কষ্টকৰ, লাভ নহয়। কপালত থাকিলেহে এমাহ বালি ধুই এসিকি সোণ উলিয়াব পাৰি।
| |
utt00000009
|
আগেয়ে ৰজাৰ দিনত ধান-চাউল বৰ সস্তা আছিল। এসিকি সোণেৰেই এপৰিয়াল মানুহৰ গোটেইটো মাহ খাবলৈ আটিছিল। কিন্তু আজিকালি
| |
utt00000010
|
পাঁচ-ছয়, পাঁচ-ছয়টকা ৰূপ নহলে এটা মানুহকে খাবলৈ নটাত পৰিল। সেইদেখি আজিকালি অসমীয়া মানুহে বাধ্য হৈ এনেবিলাক বৃত্তি এৰি পেলাইছে।
| |
utt00000012
|
সেই কাৰণে আৰু তেওঁৰ শীতল সুকোমল বেথা লগা আদৰতেই অসমীয়া মানুহে এতিয়াও আইক বখানিবলৈ এৰিব পৰা নাই, আইৰ ৰূপৰো সীমা নাই।
| |
utt00000015
|
পৰ্বতৰ শীতল ঠাইৰ পৰা নামি অহা, মিৰিহঁতৰ আইৰ কাষত নাথাকিলেও নহয়। চচৰগ পূজাত সিহঁতক শীতল কৰিবলৈ মুগলীং মিৰেমাক
| |
utt00000016
|
তাঙ্গ লেছিনাক চিনেক তাঙ্গ একি ৰাক্ বেচিনেক্ বেচি তাম ৰনেক্ ইত্যাদি বুলি তুতি কৰা মিৰিহঁতৰ সোৱণশিৰীত
| |
utt00000017
|
আইৰ শীতল বতাহ নাপালে জীৱ নাথাকে। সোৱণশিৰীৰ শীতল পানী নাখালে সিহঁতৰ পিয়াহ নপলায়। আই সোৱণশিৰীৰ কোলাত
| |
utt00000019
|
কতবা হয়তো এপাৰে মিৰিৰ গাঁও, আনপাৰে হাবি। সেই হাবি ভাঙি মিৰিহঁতে ভূঁই কৰে। এনেকুৱা এখন মিৰি গাঁৱৰ পশ্চিমফালে দুখন আহু ধানৰ ভূঁই আছিল।
| |
utt00000020
|
সেই ভূঁই দুখন সোৱণশিৰী নৈৰ পাৰত। মুঠতে গড়াৰ পৰা দহ-বাৰ নল দূৰ। ভূঁই দুখনৰ মাজত দুখন চাঙ। মুঠেই পাঁচ-ছয় নলৰ আঁতৰা-আঁতৰি।
| |
utt00000021
|
এই চাঙ দুখনৰ এখনত এজনী আঠ-ন বছৰ বয়সীয়া ছোৱালী। আনখনত এটা তেৰ-চৈধ্য বছৰ বয়সীয়া লৰা।
| |
utt00000023
|
সূৰুয দেৱতাই লগে লগে পশ্চিম আকাশত ঠাই ললেগৈ। ৰদৰ কিৰণ সোৱণশিৰী নৈত পৰি জিলমিলাইছে। লৰা-ছোৱালীহালে অকলে অকলে বহি আছে।
| |
utt00000024
|
এনেতে সিফালে হাবিৰ পৰা এটা ভালুক ওলাল। ভালুকটো ওলোৱা মাত্ৰেই লৰা-ছোৱালীহালৰ জীৱ উৰি গল। দুয়ো আতুৰ হৈ দৌৰ মাৰিলে। দৌৰত আঠ হাত নল গৈয়েই, ছোৱালীজনী উজুতি খাই পৰিল।
| |
utt00000026
|
জংকি মই একো দুখ পোৱা নাই। লৰাটোৰ নাম জংকি আৰু ছোৱালীজনীৰ নাম পানেই। তেতিয়া জংকিয়ে কলে, পানেই আমি আৰু ইয়াত নাথাকো, যাওঁ বল।
| |
utt00000029
|
নাও সিপাৰ পালেগৈ। তেতিয়া মিৰি লৰা-ছোৱালী হালেই পাৰত নাও এৰি নামিল। ঘৰাঘৰি যাবৰ পৰত
| |
utt00000030
|
পানেইয়ে জংকিক কলে হেৰৈ জংকি, হেৰৈ জংকি কাইলৈ আমাৰ ঘৰত ধেমালি হৱ তই আহিবি দেই। জংকিয়ে কলে, বাৰু যাম দেই পানেই।
| |
utt00000031
|
মিৰিসকলৰ নিজৰ ভিতৰত এনেকুৱা প্ৰবাদ আছে যে তেওঁ বিলাক আগেয়ে শদিয়াৰ ওপৰৰ বৰ আবৰৰ লগৰ মানুহ আছিল। তাৰ পাছত দেশত সদায় খেলে খেলে কটা-ছিঙা
| |
utt00000033
|
আহোতে সেই গছবিলাক কাটি কাটি থৈছিল। এফালৰ পৰা কাটি আহে মানে সেই গছবিলাক আকৌ গঁজালি মেলিছিল। বৰ আবৰে গছবিলাকৰ গঁজালি মেলা দেখি মিৰিহঁত বহুদিনৰ আগেয়ে পলাইছে।
| |
utt00000034
|
সিহঁতক আৰু খেদি লগ পোৱা নাযাব ইত্যাদি বিবেচনা কৰি উলটি গল। মিৰিসকলে তেতিয়া আহি ভৈয়ামত বসতি কৰে। তেওঁবিলাকৰ প্ৰধান খেল দুটা।
| |
utt00000035
|
দহ গামৰ খেল আৰু বাৰে গামৰ খেল। বাৰে গামৰ খেলৰ ভিতৰত হেনো চুতীয়া, দৈতিয়াল ইত্যাদি সৰু সৰু খেল আছে।
| |
utt00000036
|
দহ গামৰ খেলত আয়েঙিয়া, মায়েঙিয়া, চাৰেঙিয়া, দামুকিয়াল, শামুগুৰিয়া ইত্যাদি খেল আছে। এই গোটেই বিলাকেই আমাৰ ভৈয়ামত থকা মিৰি খেল।
| |
utt00000038
|
ভালেই হৈ আছে। সিহঁতৰ অনেক খেল আছে শুনা যায়। গাসি, ঘাসি, সাৰোগ, চিলি ইত্যাদি পৰ্বতীয়া মিৰি সকলৰ কথা আমি শুনিছোহঁক।আচাৰ-ব্যৱহাৰ, চলন-ফুৰণ
| |
utt00000039
|
খোৱা লোৱা, আমাৰ ভৈয়ামৰ মিৰি আজিকালি অসমীয়া। তেওঁবিলাকৰ বেলেগ মাত থাকিলেও সকলোৱে অসমীয়া কথা কয়। কানি কাপোৰ অসমীয়া মানুহৰ দৰে পিন্ধে। তেওঁবিলাক হিন্দু ধৰ্মও লৈছে।
| |
utt00000040
|
চৰগ পূজা, ই এটা মিৰি জাতীয় দৈবিক ক্ৰিয়া। ধন থকা যেই সেই মিৰিয়ে ইয়াক কৰিব পাৰে। পূজা বছৰেকে বা তিনি-চাৰি বছৰৰ আঁতৰে আঁতৰে কৰিব পাৰে।
| |
utt00000041
|
যি মানুহে এই পূজা এবাৰ কৰে, সি সেই পূজা নিয়মিত সময়ত সদায় কৰি থাকিব লাগিব। পৰিয়ালটোৰ সকলোৰে ভালৰ অৰ্থে এই পূজাটো কৰে। ইয়াত মেঘ
| |
utt00000043
|
ঠাইৰ অভাৱত ইয়াত বিস্তাৰিত বিৱৰণ দিব পৰা নগল। মুগলীং মিৰেমা
| |
utt00000044
|
এওঁলোক বিজুলী আৰু মেঘৰ দেৱতা। সোৱণশিৰি নৈৰ পাৰত থকা মিৰি গাওঁবিলাকত অনেক সময়ত চৰগ পৰে।
| |
utt00000045
|
সেই দেখি আৰু সাধাৰণত বিজুলীৰ চকামকা দেখিলে, মেঘৰ গাজনি শুনিলে, ভয় লাগে দেখি স্বভাৱত অজলা মিৰি জাতিয়ে বিজুলী আৰু মেঘক দুজনা ডাঙৰ দেৱতা বুলি ভাৱে।
| |
utt00000050
|
পাঁচ বছৰ বয়সীয়া অৰ্থে ডাঙৰ। মিৰিৰ হেচাপ মতে পাঁচ বছৰ হোৱাই গাহৰিৰ ডাঙৰ আৰু শকত হোৱাৰ চিন।
| |
utt00000051
|
দুবছৰীয়া গাহিৰ এটি দিলেও পাঁছ বছৰৰ নাম লয়। গাহৰিৰ দাঁত থাকে, শিং নাথাকে।
| |
utt00000052
|
শিঙাল বোলাৰ ভাৱ এই যে আগেয়ে মিৰিসকলে গৰু মহো পূজাত লাগিছিল আৰু খাইছিল।
| |
utt00000054
|
তেওঁবিলাকে বৰকৈ মদ খায়, সেইদেখি মূৰৰ কামোৰ সৰহ। পেট বেয়া লৈ মিৰিয়ে ভয় কৰে। আনিক জহনী লাগিলে মৰা মানুহকো পেলাই থৈ হাবি লৈ পলায়।
| |
utt00000055
|
যি বাটেদি পলাই সেই বাটটোও হাবি কাটি কাটি মাৰি যায়। যাতে জহনী দেৱতাই বাট চিনি পাৱ নোৱাৰে।
| |
utt00000058
|
Hello এই কি বুলি কয় চাইকেল দুখনমান আহি গৈছিলে আকৌ sound
| |
utt00000060
|
কিবা এটা দৰকাৰত ফোন কৰিলে পতককে কি বুলি কয় কথা নোলায় ন
| |
utt00000061
|
অ
| |
utt00000065
|
আমনি লাগি গৈছে কিবা কামোৰ লাগি গৈছে
| |
utt00000066
|
Hello
| |
utt00000069
|
Hello
| |
utt00000071
|
Hello
| |
utt00000073
|
শুনিছো আমাৰ ইয়াতে পোৱালীবোৰ আহি গৈছে ওচৰৰ
| |
utt00000075
|
উম কৰ হয় জানো এইবোৰ যতে বহো তাতে আহি যাব
| |
utt00000076
|
ভাত আকৌ এবাৰ খাবলে হল নে কি?
| |
utt00000077
|
খাবলে হৈছে বাৰু ভাত
| |
utt00000078
|
মই যে খোৱাই নাই খামগেহে এতিয়া
| |
utt00000079
|
আহ
| |
utt00000080
|
এনেকুৱা network problem ইয়াত
| |
utt00000086
|
মবাইল charge কিমান আছে
| |
utt00000087
|
charge thirty seven
| |
utt00000089
|
Thirty seven বাঢ় game চেইম মাৰিলা নে কি ইমান পতককে charge গলগৈ
| |
utt00000090
|
নাই
| |
utt00000091
|
দিনত কিমান কেইবাৰ খেলা game
| |
utt00000092
|
আগতে খেলিছিলো দেই নতুন নতুনতে খেলোতে
| |
utt00000093
|
এনেকে দুঘন্টা তিনি ঘন্টা
| |
utt00000096
|
এৰ ঘাঁহ সজায় তোমাৰ সেইটো character আছে নি
| |
utt00000097
|
আছে নিকি
| |
utt00000098
|
কি আছিলে জানো নামটো মইও পাহৰি গৈছো
| |
utt00000101
|
অ নাই নাই
| |
utt00000102
|
এৰ ফ্ৰি ফায়াৰ ধেৰ একদম global স্লবেল আৰু পাব জিটোৰ লেখীয়া নহয়
| |
utt00000107
|
diamond সোমাই পাইছা
| |
utt00000108
|
পাইছো লাজেই লাগিছে কবলে আৰু দেই যি তি খন সুধি নাথাকিবা আকৌ নহলে কবা ই newbie হয়
| |
utt00000109
|
কিহৰ কাৰণে লাজ লাগিছে সোমাই পাইছা বুলি কৈছো কিহৰ কাৰণে লাজ লাগিছে
| |
utt00000111
|
হয় নিকি?
| |
utt00000114
|
all people নহয়, এই পোৱালীবোৰ বেছি পগলা actually
| |
utt00000115
|
উম আমাৰ ঘৰতে আছে দুটা পোৱালী
| |
utt00000116
|
বহুত সৰুৰ পৰা খেলিবও দিব নালাগে, তোমাৰ মতে কি game টো বেয়া নে ভাল
| |
utt00000117
|
এনেকে ভালেই আৰু
| |
utt00000122
|
বস্তুটো habit ত লব নালাগে, অভ্য়াসত লব নালাগে
| |
utt00000123
|
নাই নেখেলিলে নহবই খেলিবই লাগিব তেনেকে হব নালাগে
| |
utt00000124
|
সেই সময়ত ধৰি লোৱা আজৰি সময়ত আমনি লগা সময়ত
| |
utt00000125
|
গৈছা বোলে কামটোত তোমাক বহাই দিলে দুঘন্টা তিনি ঘন্টা
| |
utt00000128
|
তেতিয়া বহি দিব পাৰি আৰু
| |
utt00000131
|
আমাৰ ইয়াতে আছে দুটামান ওচৰৰ, তেনেকে, মাকে ইমান গালি পাৰি থাকে
| |
utt00000134
|
চিনি পাবা চাগে RBX নয়ন নে কি জানো নামটো আছিলে
| |
utt00000135
|
নয়নে খেলে নিকি?
| |
utt00000136
|
আহ পগলা
| |
utt00000138
|
অ আছে, নিজৰ মবাইল না নাথকোতেই খেলিছিলে, লোকৰ পৰা লৈ
| |
utt00000139
|
বায়েকহঁতৰ পৰা লৈ লৈ
| |
utt00000141
|
মাৰ খাই যায় বেচেৰাটো হলেও খেলিব
| |
utt00000142
|
এতিয়া নিজৰ মবাইল ললে
| |
utt00000143
|
উম এতিয়াও খেলি থাকে
| |
utt00000144
|
অ
| |
utt00000147
|
তুমিও সিহঁতৰ লগতে খেলি পাৰা practice টো হব ন
| |
utt00000149
|
মোৰ লগত
| |
utt00000155
|
সিহঁতৰ লগতে খেলিব লাগিব তেন্তে, কবও লাগিব, যোৱাই নাই সিহঁতৰ ঘৰৰ ফালে মই
| |
utt00000156
|
update টো দি লবা আকৌ তেতিয়াহে
| |
utt00000158
|
আঢ়ৈশ MB হে বেছি নহয় নহয় চাগে, আঢ়ৈশ MB য়ে চাগে
| |
utt00000160
|
আঢ়ৈশটো যে কিমান আৰু, দেড় GB দেড় GB দিনটোত খটম হৈ যায় আঢ়ৈশ, MB টো কি
| |
utt00000162
|
কবা নহলে মই data pack এটা ভৰাই দিম পোন্ধৰ টকীয়া
| |
utt00000163
|
নালাগে হব
| |
utt00000164
|
Hello
| |
utt00000165
|
উম কোৱা
| |
utt00000167
|
হেৎ অথনিৰ পৰা ইমান যোৰ যোৰকে কথা পাতি আছো বোলে লাহে লাহে কথা পাতিছো
| |
utt00000169
|
মা আহিলে অ
| |
utt00000171
|
মা আছে
|
End of preview. Expand
in Data Studio
README.md exists but content is empty.
- Downloads last month
- 7