text
stringclasses 736
values |
---|
ভাল লাগিল। |
মজা । |
হা হা হা-----কি জমনি!!!!মানুহ পাগল হৈ যাবদেই |
:)))))))))))))) |
ভাল পালো পঢ়ি..... সুন্দৰ বৰ্ণনা....... লিখি থাকা..... |
দাদা এইটো লিধি এতিয়া উত্তৰ দি দি হায়ৰাম হৈ গৈছো‘জোনাক সঁচাকৈয়ে আহে নেকি?’ |
ধন্যবাদ তিয়েন |
সাংঘাটিক দেই। আকৌ এবাৰ ভুতৰ অন্বেষণ কৰো দিয়ক। মই বহুবাৰ চে্ষ্টা কৰি ফেইলাৰ। পিছে বৰ ভাল লাগিল পঢ়ি। সৰল, সুষম বৰ্ণনা, লগতে গতিময়তা। বৰ ভাল লাগিল পঢ়ি। |
জোনাক আকৌ কেতিয়া আহিব ককাই ? |
ধন্যবাদ তিয়েন ৷পঢ়ি থাকিবা, উৎসাহিত হওঁ ৷ |
দেহি ঐ !!! |
বহু বছৰ আগতে শুনা এটা কৌতুকৰ আধাৰত লিখিছিলো |
:) |
আপোনাৰ অনুভৱ আৰু সমালোচনা (?) পঢ়ি ভাবিছো চিনেমাখন সোনকালেই চাব লাগিব। |
আশাকৰিছো সোনকালেই চাবলৈ পাব ৷ধন্যবাদ |
~ |
আগলৈ থৈ দিয়াখিনি সোনকালে লিখক। এঢলীয়া বিচনাত কেনেকৈ শুলে, তিখৰ ৰুমমেট আৰু ভয়ানক ৱালমেটে পানীপথৰ যুদ্ধত আত্মসমৰ্পন, জয় নে পৰাজয় বৰণ কৰিলে জানিবলৈ আগ্রহেৰে ৰৈ আছো :) |
আজি দিবলৈ যত্ন কৰিম |
পানী আম্দোলন খণ্ডটি সোনকালে লিখক আকৌ । |
পাছৰখিনি !!!!!!!!!!!! |
ব্লগটো বৰ ভাল লাগিছে, ধন্যবাদ| আগলৈ আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...-নীলান্জনা |
নীলান্জনা,তুমিয়ে প্ৰথম মন্তব্য ৰাখিলা ৷ ধন্যবাদ ৷সময় আগবঢ়াৰ লগে লগে ময়ো আশা কৰিছো তুমি কোৱা ‘আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...’খিনি পূৰ কৰিব পাৰিম ৷মৰমেৰেপ্ৰতিভু দা |
সুন্দৰ :) |
দাদা, এই ব্লগটো আগুৱাই লৈ যাবলৈ আপোনাৰ সহায়ৰ প্ৰয়োজন হব ৷:) |
ভাল লাগিল্... |