text
stringlengths 0
188k
|
---|
মূল্যবৃদ্ধিক লৈ আকৌ এবাৰ সৰৱ হৈ উঠিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে চৰকাৰে ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি সাধাৰণ নাগৰিকক প্ৰত্যক্ষভাৱে মাধমাৰ শোধাইছে ৷ ৰাহুল গান্ধীয়ে লগতে কয় –… |
নৰেন্দ্ৰ মোদী চৰকাৰক GDP, নিবনুৱা সমস্যাক লৈ পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ |
The CrossCurrent Sep 12, 2020 |
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰক। আজি টুইটাৰ যোগে নৰেন্দ্ৰ মোদী চৰকাৰক সমালোচনা কৰি ৰাহুল গান্ধীয়ে কয় যে মোদী চৰকাৰে কৰোনা ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে যি সু পৰিকল্পিতভাবে যুজঁ দিলে তাৰ… |
বিত্তীয় বৰ্ষ ২০২১ টো দেশৰ অৰ্থনীতি ঋণাত্মকেই হ’ব: FITCH |
The CrossCurrent Sep 8, 2020 |
বিত্তীয় বৰ্ষ ২০২১ টো দেশৰ অৰ্থনীতিৰ কোনো বিশেষ পৰিৱৰ্তন নহয়। দেশৰ GDP ২০২১ বিত্তীয় বৰ্ষটো ঋণাত্মক হোৱাৰ সম্ভাৱনা প্ৰবল। এই তথ্য প্ৰকাশ পাইছে আমেৰিকাৰ ৰেটিং ব্যৱস্থা FITCH ৰ শেহতীয়া এক প্ৰতিবেদনত। FITCH ৰ অনুমান অনুসৰি বিত্তীয় বৰ্ষ ২০২১ ত… |
এপ্ৰিল -জুন মাহৰ ভাৰতৰ অৰ্থনীতি উন্নয়নৰ হাৰ ঋণাত্মক অৰ্থাৎ -২৩.৯% |
The CrossCurrent Aug 31, 2020 |
আজি পৰিসংখ্যা আৰু আঁচনি ৰূপায়ন মন্ত্ৰালয়ে ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ যোৱা এপ্ৰিল ৰ পৰা জুন মাহলৈ ঋণাত্মক বুলি জানিব দিছে। ভাৰত চৰকাৰৰ এই তথ্য অনুসৰি যোৱা তিনি মাহত ভাৰতৰ GDP হৈছে -২৩.৯%। ভাৰতৰ অৰ্থনৈতিক দুৰৱস্থাৰ কথা যোৱা কেইবাদিনো ধৰি… |
দেশৰ অৰ্থনীতিৰ অৱস্থা শোচনীয়, বৃদ্ধি পাইছে মুদ্ৰাস্ফীতি |
The CrossCurrent Aug 7, 2020 |
কৰোনা ভাইৰাচৰ সংকট আৰু লকডাউনৰ প্ৰভাৱত দেশৰ অৰ্থনৈতিক অৱস্থা হৈ পৰিছে শোচনীয়। এইকথা জনাইছে ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাসে। ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমীক্ষা বৈঠকৰ পাছত এখন সংবাদ মেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰি শক্তিকান্ত দাসে… |
জনপ্ৰিয় |
ঝাড়ুৱে সাৰি পেলালে ‘শুকান পদুম’ক |
ৰোগতকৈ ‘ছাৰ্ভাৰ ডাউন’টোহে ৰোগীৰ সমস্যা |
“মামা,আমাক খেলিবলৈ দিয়ক !” |
অভিযন্তাক অপদস্থক কৰাৰ বাবেই বিদ্যুৎ কৰ্তন |
খহনীয়াই খহাইছে ‘সপোন’ |
স্মাৰ্ট আৰক্ষীৰ ‘গা এৰা’ দিয়া কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ |
- Advertisement - |
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>গুজৰাটৰ পৰা আহিছে ইটোৰ পিছত সিটো ভাল খবৰ। গুজৰাটত চলি থকা ৩৬তম ৰাষ্ট্ৰীয় গেমছত অসমৰ খেলুৱৈৰ জয়ধ্বজা উৰিবলৈ লৈছে। কালি অম্লান বৰগোঁহাইৰ দ্বিমুকুট, হিমা দাসৰ ৰূপৰ পিছত আজিও ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পৰা অসমলৈ আহিল কেইবাটাও সুখবৰ। লন বলৰ ডাবলছত স্বৰ্ণ জয় কৰিছে অসমৰ কমনৱেলথ গেমছৰ স্বৰ্ণজয়ী নয়নমণি শইকীয়া আৰু তানিয়া চৌধুৰীয়ে। ইফালে পুৰুষৰ লনবল ইভেণ্টত দ্বিতীয়তো পদক লাভ কৰে অসমৰ মৃদুল বৰগোঁহায়ে। ব্যক্তিগত শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছে মৃদুল বৰগোহাঁইয়ে। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় ক্ৰীড়াত লন বলত অসমে তিনিটা সোণ, দুটা ৰূপ আৰু দুটা ব্ৰঞ্জ অৰ্জন কৰে। পুতুল সোণোৱাল, আনন্দ নাৰ্জাৰী আৰু মৃদুল বৰগোহাঁইৰ দ্বাৰা গঠিত অসমৰ তিনিজনীয়া পুৰুষ দলে ফাইনেলত পশ্চিম বংগক ২৫-৬ৰ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হয় |
উল্লেখ্য যে লনবলত অসমক তৃতীয়টো স্বৰ্ণপদক প্ৰদান কৰে পুৰুষৰ ডাবলছত মৃদুল বৰা আৰু ৰূপতু গগৈয়ে। ইয়াৰোপৰি অসমৰ তানিয়া চৌধুৰী, বনগীতা হাজৰিকা, অনন্যা শইকীয়া আৰু অদিনীতা কাকতীৰ দ্বাৰা গঠিত মহিলা দলটোৱে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ইফালে লন বলৰ মহিলাৰ একক শাখাৰ খেলত কমনৱেল্থৰ স্বৰ্ণজয়ী নয়নমণি শইকীয়াই ব্ৰঞ্জৰ পদক জয় কৰে।আনফালে সাতোৰ ইভেণ্টত পুৰুষ আৰু মহিলাৰ ২০০ মিটাৰ বাটাৰফ্লাইত ক্ৰমে বিক্ৰম চাংমাই আৰু আস্থা চৌধুৰীয়ে ৰূপৰ পদক অৰ্জন কৰিছে।উল্লেখ্য যে, এতিয়ালৈকে অসমে ছটা সোণৰ পদকৰ লগতে ৫ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।<eot>২০১০ চন৷ ইঞ্জিনিয়াৰিং পাচ কৰাৰ পাচত চাকৰিত সোমাবলৈ লোৱাৰ লগে লগে কোম্পানীয়ে পাছপৰ্ট বিচাৰিলে৷ তেতিয়ালৈকে পাছপৰ্টৰ কথা ইমানকৈ ভবা নাছিলোঁ৷ বিশেষকৈ পাছপৰ্ট আবেদন কৰোঁতে হোৱা মানুহৰ দুখ-কষ্টৰ কথা শুনিয়ে আমনি লাগিছিল৷ লগৰ কেইবাটাৰো দেখিছিলোঁ পাছপৰ্ট লৈ কি অৱস্থা৷ সেয়েহে ভাবিছিলোঁ যেতিয়ালৈকে দৰকাৰ নহয় তেতিয়ালৈকে মই এই আহুকালবিলাকৰ কাষ নাচাপোঁ৷ |
কিন্তু কোম্পানীয়ে বিচাৰিলে যেতিয়া উপায় নাইকিয়া হ’ল৷ এপ্লাই কৰিলোঁ পাছপৰ্টৰ বাবে৷ এমাহ-দুমাহ হৈ গ’ল৷ পুলিচ ভেৰিফিকেচনৰ একো খা-খবৰ নাই৷ পাছত দেউতাই চিনাকি মানুহ এজনক সুধি গম পালে মোৰ ফাইলটো স্থানীয় থানালৈ পঠিওৱা হৈ গ’ল৷ কিন্তু পুলিচৰ পিনৰ পৰা একো খা-খবৰেই নাই৷ সেয়েহে বন্ধত ঘৰলৈ যাওঁতে নিজেই যাম বুলি ঠিক কৰিলোঁ পুলিচ থানালৈ৷ |
ডিচেম্বৰৰ শীতকো আওকাণ কৰি এদিন পুৱাই পুৱাই থানালৈ গ’লোঁ৷ থানালৈ অহা উদ্দেশ্যৰ কথা ক’বলৈহে পালোঁ এজন পুলিচে সুধিলে “বিদেশলৈ যোৱা নেকি?”—যেন পাছপৰ্ট আবেদনৰ মুখ্য কাৰণ মানুহ বিদেশলৈ যোৱাটোহে৷ (কথাটো অৱশ্য ইমান মিছাও নহয়)৷ |
অলপ সময়ৰ পাছত ভাৰপ্ৰাপ্ত বিষয়াজন আহিল৷ অলপ সময় মোৰ ফাইলটো লিৰিকি-বিদিকি চাই কুটিল হাঁহি এটা মাৰি মোলৈ ক’লে – “পাছে ভাইটি চাকৰি কৰিবা, বিদেশলৈ যাবা পইচা ঘটিবা৷ এই কামটো কৰি দিয়াৰ বাবে আমাকো কিবা এটা কিন্তু দিব লাগিব” |
আজিলৈকে কাকো ঘোচ দি পোৱা নাই আৰু এনেকুৱা পৰিস্থিতিৰো আগতে সন্মুখীন হোৱা নাই৷ সেয়েহে মই কি ক’ম কি নক’ম একো বুজিব নোৱাৰিলোঁ৷ একো নকৈ তেওঁলৈ মই হেবাংটোৰ নিচিনাকৈ চাই থাকিলোঁ৷ পুলিচ বিষয়াজনে মোৰ মনৰ অৱস্থাটোৰ কথা গম পালে হ’বলা৷ তেওঁ নিজেই ক’লে – কামটো কৰি দিম বাৰু৷ তুমি দেউতাৰাক পঠিয়াই দিবা৷ এতিয়া যোৱা৷ এনেই এইবিলাক কথা-কাণ্ড ভাল নালাগে, তেওঁৰ কথা শুনি মই ভালেই পালোঁ৷ ঘৰলৈ গুচি আহিলোঁ৷ দুই-তিনিদিনৰ পাছত চুটি শেষ হোৱাত কৰ্মস্থলীলৈ ঘূৰি আহিলোঁ৷ |
দুই-তিনিমাহমান একো খা-খবৰ নাই৷ এদিন হঠাৎ পাছপৰ্ট এপ্লিকেচনৰ ষ্টেটাছ পঢ়ি দেখিলোঁ – পুলিচ ৰিপোৰ্ট আহিল – কিন্তু ৰিপোৰ্ট ADVERSE আছিল৷ মই ঘৰৰ বাহিৰত থকাৰ প্ৰমাণ দিয়া নাছিলোঁ৷ পাছপোৰ্ট অফিছে গুৱাহাটীত মোক আকৌ প্ৰমাণ দাঙি ধৰিবলৈ ক’লে৷ কিন্তু সেইসময়ত মই বাংগালোৰত থকা বাবে যাব নোৱাৰিলোঁ আৰু সেইবাৰলৈ পাছপৰ্টৰ আশা বাদ দিলোঁ৷ দুই-তিনিমাহমানৰ পাছত দেখিলোঁ মই ভবাৰ দৰেই মোৰ আবেদন প্ৰক্ৰিয়াটো বন্ধ কৰি দিয়া হৈছে৷ তাৰমানে পাছপোৰ্ট পাবলৈ আকৌ নতুনকৈ এপ্লাই কৰিব লাগিব৷ যি কি নহওক, লাইনত থিয় হৈ থাকি এপ্লাই কৰা, পুলিচ ভেৰিফিকেচনৰ ঝামেলা আৰু ক’ত কি এইবিলাক দেখি সিদ্ধান্ত কৰিলো দৰকাৰ হ’লেহে পাচপোৰ্টৰ কাৰণে আকৌ আবেদন কৰিম৷ |
২০১৩ – কেৰেলা |
ইতিমধ্যে তিনি বছৰ পাৰ হৈ গ’ল৷ পাছপোৰ্ট আবেদন প্ৰক্ৰিয়াটো টেক্নলজিৰ পৰশ পৰি আগতকৈ বহুত সহজ হৈ পৰিল৷ ইণ্টাৰনেটৰ জৰিয়তে ঘৰৰ পৰাই বহি বহি আবেদন কৰিব পৰা হ’ল৷ সেয়েহে যোৱা অক্টোবৰ মাহত কেৰেলাত কোজিকোড়’ৰ পৰা পাছপোৰ্টৰ কাৰণে অনলাইন এপ্লাই কৰিলোঁ৷ |
নিজৰ সুবিধামতে এপইণ্টমেণ্টো ল’লোঁ আৰু সেইমতে ৩ অক্টোবৰ তাৰিখে পাছপৰ্টৰ অফিচলৈ তথ্য-পাতি ভেৰিফিকেচনৰ কাৰণে গলোঁ৷ তাত দেখিবলৈ পালো কেনে সুন্দৰভাবে পৰিচালনা কৰা হৈছে গোটেই প্ৰক্ৰিয়াটো৷ সকলো কাম সময়মতে একো জঞ্জাল নলগাকে নিয়াৰিকৈ কৰা হৈছে৷ কোনো আবেদন কৰ্তাই লাইনত থিয় হ’বলগীয়া হোৱা নাই৷ এজেন্টৰ লগত দৰ-দাম কৰিবলগীয়া হোৱা নাই৷ অফিচৰ বিষয়াসকলো যথেষ্ট শৃংখলাবদ্ধ৷ দেখি ভাল লাগিল টেক্নল’জিয়ে কেনেকৈ আমাৰ জীৱনলৈ পৰিৱৰ্ত্তন আনিছে তাক অনুভৱ কৰি। তথাপিতো বাৰু আমি কিয় পৰিৱৰ্ত্তনৰ প্ৰতিৰোধ কৰোঁ৷ যি কি নহওক আগতে নিদিষ্ট কৰি দিয়া সময় অনুসৰিয়েই মোক ভেৰিফিকেচনৰ কাৰণে মাতিলে আৰু সকলো কাম সময়মতে ৩০-৪৫ মিনিটৰ ভিতৰত হৈ গ’ল৷ |
এতিয়া মোৰ আৰু পাছপোৰ্টৰ মাজত আছে মাথোঁ পুলিচ ভেৰিফিকেচন৷ ভয় লাগিল এইবাৰো কিজানি আগৰ বাৰৰ দৰে হয়৷ পুলিচে নচুৱাব নেকি আকৌ এইবাৰো! পাচে সেই ভয়ে মোৰ মনত খোপনি পুতিবলৈ সময় পোৱাৰ আগতেই ৭ দিনৰ পাছতেই এদিন মোক স্থানীয় পুলিচ থানাৰপৰা পুলিচ ভেৰিফিকেচনৰ কাৰণে মাতি পঠিয়ালে৷ সময় দিয়া মতেই পিছদিনা মই স্থানীয় পুলিচ থানালৈ গ’লোঁ৷ তেখেতসকলে মোৰ প্ৰমাণ-পত্ৰসমূহ চালে আৰু এটা চহী লৈ মোক পঠিয়াই দিলে৷ পইচা-পাতিৰ কথা একোৱেই নক’লে৷ মাত্ৰ ৫-১০ মিনিট সময়ৰ কাম৷ |
এতিয়া আৰু ভয় নাই৷ পুলিচ ভেৰিফিকেচনো হৈ গ’ল আৰু ইণ্টাৰনেটত পাছপোৰ্ট পৰ্টেলত সময়ে সময়ে দেখা পালোঁ মোৰ পাছপোৰ্ট এপ্লিকেচনৰ অগ্ৰগতি৷ অক্টোবৰ মাহৰ ১৯ তাৰিখে পাছপোৰ্ট আহি মোৰ হাতত পৰিলহি৷ আবেদন কৰাৰপৰা সময় ল’লে মাথোঁ ১৮ দিন৷ ইমান কম সময়তে পাছপোৰ্ট পালোঁ আৰু আটাইতকৈ ডাঙৰ কথা নিজৰ জেপৰপৰা অতিৰিক্ত এটকাও খৰচ কৰিবলগীয়া নহ’ল৷ |
কিন্তু জমনি কথাটো হ’ল যোৱা সপ্তাহত আমাৰ অসমৰ ঘৰলৈ স্থানীয় পুলিচ থানাৰ পৰা ফ’ন আহিছিল৷ পুলিচ ভেৰিফিকেচনৰ কাৰণে মোক তেওঁলোকে হেনো মাতিছে৷ পাছপোৰ্ট আহি মোৰ হাততো পৰিলহি আৰু অসম পুলিচৰ ভেৰিফিকেচন সম্পূৰ্ণ হোৱা নাই?? মন কৰিব মই তৎকাল শাখাত পাছপোৰ্টৰ কাৰণে এপ্লাই কৰা নাছিলোঁ সাধাৰণ শাখাতহে কৰিছিলোঁ৷ সাধাৰণভাবে আবেদন কৰিলে পুলিচ ভেৰিফিকেচন সম্পূৰ্ণ হোৱাৰ পাছতহে পাছপোৰ্ট দিয়া হয়৷ অসম পুলিচৰ এনে কাণ্ড দেখি আচৰিত লাগিল৷ |
এয়া যি কি নহওক, কেৰেলা কিয় দেশৰ one of the most advanced state আৰু আমাৰ অসম one among the least developed state সেই কথা বুজিবলৈ বেচি সময় নালাগিল মোৰ৷৷ |
← ডিভাইন পনিটেইল, ধ্ৰুৱ তৰা আৰু মোৰ বেদনা (অমিতাভ মহন্ত) |
প্রায় সমোচ্চাৰিত শব্দ, ভিন্ন অৰ্থ(খণ্ড-১২) (লক্ষেশ্বৰ হাজৰিকা) → |
You May Also Like |
”শ্বেৰু” ( নন্দিতা খাখলাৰি ) |
April 17, 2015 March 10, 2021 0 |
জয় শ্ৰী কৃষ্ণ: ঈশান জ্যোতি বৰা |
May 14, 2013 0 |
স্মাৰ্ট নবীন……..(মাধুৰিমা ঘৰফলীয়া) |
May 15, 2012 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214) |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>পূৰ্বৰ দৰে এইবাৰো প্ৰাক্তন মন্ত্ৰী তথা একালৰ সতীৰ্থ ৰকিবুল হুছেইনৰ বিৰুদ্ধে তৰা গোচৰৰ শুনানিত স্বাস্থ্যজনিত সমস্যাৰ দোহাই দি আদালতত উপস্থিত নাথাকিল নিলম্বিত কংগ্ৰেছী অনিল ৰাজা। |
উল্লেখযোগ্য যে অনিল ৰাজাৰ অধিবক্তাই আজিৰ দিনটো শুনানিৰ বাবে বিচাৰিছিল। কিন্তু তথাপি তেওঁ আজি শুনানিত উপস্থিত নথকা বিষয়টোৱে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। |
আনহাতে এই সন্দৰ্ভত ৰকিবুল হুছেইনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়— ‘অনিল ৰাজাই মোৰ বিৰূদ্ধে যিবিলাক অভিযোগ উত্থাপন কৰিছিল সেইবিলাক সঁচা বুলি প্ৰমাণ কৰাৰ বাবে এটা সুযোগ পাইছিল। তাৰ পাছতো তেওঁ আগৰ বাৰতো হাই ডাইবেটিচ এইবাৰ আকৌ পিঠিৰ বিষৰ দাোহাই দি আদালতত উপস্থিত নহ’ল। গতিকে কথাবোৰ ৰাইজে দেখি আছে’। |
তেওঁ লগতে কয়— ‘অনিল ৰাজাই যিদিনা হাই ডাইবেটিচ বুলি আদালতত হাজিৰ হোৱা নাছিল তাৰ পিছদিনাই তেওঁ মিটিঙে মিটিঙে ঘূৰি ফুৰিছিল’। |
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে অনিল ৰাজাই ৰকিবুল হুছেইনৰ বিৰূদ্ধে নিৰ্বাচন আয়োগত ভুৱা শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ জমা দিয়াৰ অভিযোগ উত্থাপন কৰি তেওঁৰ বিধায়ক পদ খাৰিজ কৰিবলৈ নিৰ্বাচন আয়োগক আবেদন জনোৱাৰ পাছত ইয়াক প্ৰত্যাহ্বান জনায় প্ৰাক্তন মন্ত্ৰী হুছেইনে। |
ৰকিবুল হুছেইনৰ এজন শুভাকাংক্ষীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আৰটিআইযোগে শিক্ষাগত অৰ্হতাৰ তথ্য লাভ কৰে বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে শিক্ষাগত অৰ্হতাৰ অভিযোগ প্ৰমাণ কৰিব পাৰিলে ৰকিবুল হুছেইনক ৰাজহুৱা জীৱন ত্যাগ কৰাৰ প্ৰত্যাহ্বান জনাইছিল। |
ইপিনে আজি অসুস্থতাৰ হেতু ৰাজা শুনানিত উপস্থিত থাকিব নোৱৰাৰ আদালতে তেওঁক অহা ৪ জুলাইত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.