text
stringlengths 0
188k
|
---|
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214) |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>১৫ আগষ্টৰ দিনটোতে গোৱালপাৰাত এগৰাকী মহিলাক অতি নৃশংসভাৱে হত্যা কৰা ঘটনাৰ সৈতে জড়িত অভিযুক্ত তথা হত্যাকাৰীক দুদু বনিয়াক শুকুৰবাৰে নিশা গোৱালপাৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। |
উল্লেখযোগ্য যে গোৱালপাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক কুমাৰ বৰাৰ নেতৃত্বত অহা আৰক্ষীৰ এটা দলে হত্যাকাৰী দুদু বনিয়াক বিশ্বনাথ চাৰিআলিৰ জামুগুৰিহাটৰ পৰা শুকুৰবাৰে নিশা আত্মগোপন কৰি থকা অৱস্থাত আটক কৰিবলৈ সক্ষম হয়। এই কথা ভাৰপ্ৰাপ্ত বিষয়া বৰাৰ পৰা জানিব পৰা গৈছে। |
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে ১৫ আগষ্টৰ দিনা গোৱালপাৰা জিলাৰ কলিতাপাৰাৰ ৯ নং ৱাৰ্ডৰ মহিলা চায়া দাস(৫৫)ক অতি নৃশংসভাৱে হত্যাৰ কৰাৰ পিছৰে পৰা বনিয়া পলাতক অৱস্থাত আছিল। |
ভাৰপ্ৰাপ্ত বিষয়া বৰাই জনোৱা অনুসৰি পূৰ্বতেও আৰু বহু অপৰাধত জড়িত থকা বনিয়াক কৰায়ত্ত কৰিবৰ বাবে ২৫ আগষ্টত গোৱালপাৰা টাউন আৰক্ষী চকীৰ আৰক্ষী বিষয়া ভাৰ্গব বৰবৰাই লখিমপুৰ জিলাৰ বগীনদীত এক অভিযান চলাইছিল। কিন্তু উক্ত দিনা বনিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। |
উল্লেখযোগ্য যে ১৫ আগষ্টৰ দিনা বনিয়াৰ দূৰ সম্পৰ্কীয় এগৰাকী মহিলাই কোনো পূজা-পাতলৰ কামত ব্যস্ত থকাৰ বাবে চিঞৰ-বাখৰ নকৰিবলৈ বুলি বনিয়াক কওঁতেই বনিয়াই চায়া দাসক এখন চোকা ডেগাৰে আক্ৰমণ কৰাত ঘটনাস্থলীতে চায়াই প্ৰাণ হেৰুৱা লগীয়া হয়। |
Recent News |
অচিনাকি বাহনত যাত্ৰা কৰি বিপদত দুই যুৱক; নিচাযুক্ত বস্তু খুৱাই সকলো লুটি নিলে দুৰ্বৃত্তই |
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ বিৰুদ্ধে থিয় দিবলৈ ইউৰোপ যথেষ্ট শক্তিশালী নহয়: ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী |
দিল্লীত পুনৰ লিভ-ইন সংগীক নৃশংস হত্যা! দেহ কাটি টুকুৰা-টুকুৰ কৰাৰ চেষ্টা |
বিশ্বকাপ খেলিবলৈ অহা তাৰকাৰ সতীৰ্থৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>এছিয়ান বক্সিং চেম্পিয়নশ্বিপত চতুৰ্থটো পদক জয়ৰ লক্ষ্যৰে প্ৰতিদ্বন্দ্বিতা কৰা অসমৰ শিৱ থাপাই জয়েৰে অভিযান আৰম্ভ কৰি শনিবাৰে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। শিৱ থাপাই পুৰুষৰ ৬০ কিলোগ্ৰাম শাখাত কোৰিয়াৰ কিম ৱনহোক পৰাস্ত কৰে ৪-১ ব্যৱধানত। |
আনহাতে, অসমৰ আন এগৰাকী বক্সাৰ লাভলীনা বৰগোহাঁই অন্তিম আঠ স্থানত উপনীত হৈছে। মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাত যোৱা বছৰৰ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক জয়ী অসমৰে লাভলীনা বৰগোহাঁয়ে ভিয়েটনামৰ ট্ৰান থি লিনহক প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ৫-০ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। |
কোৱাৰ্টাৰ ফাইনেলত চলিত বৰ্ষৰ ষ্ট্ৰেঞ্জা কাপৰ ব্ৰঞ্জৰ পদক বিজয়ী চাইনিজ টাইপেৰ চেন নিয়েন চিনৰ বিৰুদ্ধে লাভলীনাই প্ৰতিদ্বন্দ্বিতা কৰিব। যোৱা বছৰ বিশ্ব চেম্পিয়নশ্বিপত নিয়েন চিনৰ হাততে লাভলীনা পৰাস্ত হৈছিল। |
উল্লেখ্য যে, শিৱ থাপাই ইয়াৰ পূৰ্বে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত তিনিটাকৈ পদক লাভ কৰিছিল। ২০১৩ চনত স্বৰ্ণ, ২০১৫ চনত ব্ৰঞ্জ আৰু ২০১৭ চনত ৰূপৰ পদক লাভ কৰিছিল থাপাই। এইবাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত কিৰ্গীস্তানৰ ছেইটবেক উলু তেওঁৰ প্ৰতিদ্বন্দ্বী হ’ব। |
ইপিনে, পুৰুষৰ শাখাৰ আন এখন খেলত (৪৯ কিলোগ্ৰাম) ৰাষ্ট্ৰীয় চেম্পিয়ন দীপকে শ্ৰীলংকাৰ মুতুনকা পেডি গেভেৰাক ৫-০ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। |
Recent News |
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! |
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই |
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও |
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ৰেটিনা (ইংৰাজী:Retina) হ'ল চকুৰ গোলকৰ ভিতৰত থকা পোহৰ অনুভৱ কৰিব পৰা পৰ্দা। বাহিৰৰ দৃশ্যৰ প্ৰতিচ্ছবি ৰেটিনাত পৰিলে দৃশ্যটো চকুৱে দেখা পায়।<eot>‘মুখ্যমন্ত্ৰীয়ে ২-৩ জনী মুছলমান ছোৱালী পলুৱাই নিয়ক, লাভ জেহাদ কৰক!’ মুখ্যমন্ত্ৰীক লৈ তীৰ্যক মন্তব্য বদৰুদ্দিনৰ |
1 day ago |
ছিৰিত বাগৰি পৰি আঘাতপ্ৰাপ্ত জুবিন! ততাতৈয়াকৈ হাস্পতালত ভৰ্তি জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক |
1 day ago |
‘আৱেগ বুজিবলৈ সিদ্ধাৰ্থ নাই’, সিদ্ধাৰ্থ শুক্লাক সুঁৱৰি আকৌ উচুপি উঠিল শ্বেহনাজ গীল… |
1 day ago |
১০ নম্বৰ জাৰ্ছী মানেই সফলতা! মেছি, নেইমাৰ, পেলে, মাৰাডোনাৰ পৰা শচীন তেণ্ডুলকাৰলৈ সফল খেলুৱৈৰ জাৰ্ছী নম্বৰ ১০ কিয়? |
1 day ago |
অহংকাৰ হ’লগৈ লজ্জাৰহে কাৰণ! ফিফা বিশ্বকাপত ভাৰতীয়ৰ নাম ডুবালে ন’ৰা ফাতেহীয়ে, কিন্তু কি কৰিছিল ন’ৰাই? সবিশেষ… |
2 days ago |
বিষাক্ত বেজী দিওতেও মৃত্যু নহ’ল! নতুন উপায়েৰে প্ৰথমটো মৃত্যুদণ্ড দিয়া হ’ব আমেৰিকাৰ এই কয়দীক। কি এই নতুন উপায়, সবিশেষ… |
2 days ago |
নিমন্ত্ৰণ নথকাকৈ কোনো বিয়াত প্ৰৱেশ নকৰিব, অন্যাথা এই শাস্তিৰ সন্মুখীন হ’ব পাৰে আপুনিও… |
2 days ago |
Load More |
About |
Advertise |
Careers |
Sunday, December 4, 2022 |
No Result |
View All Result |
মুখ্য পৃষ্ঠা |
গুৱাহাটী |
অসম |
উত্তৰ-পূব |
ভাৰত |
বিশ্ব |
ৰাজনীতি |
বাণিজ্য |
প্ৰযুক্তি |
বিনোদন |
জীৱনশৈলী |
লেখা |
লাইভ টিভি |
মুখ্য পৃষ্ঠা |
গুৱাহাটী |
অসম |
উত্তৰ-পূব |
ভাৰত |
বিশ্ব |
ৰাজনীতি |
বাণিজ্য |
প্ৰযুক্তি |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.