text
stringlengths 0
188k
|
---|
Read More... |
Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ |
November 27, 2022 22 0 CommentsBy: Sangbad 365 |
Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ |
Read More... |
National Milk Day : পূৰবী ডেইৰীৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন |
November 26, 2022 15 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : অসমৰ সৰ্ববৃহৎ ডেইৰী কোপাৰেটিভ পূৰবী ডেইৰীয়ে ২৬ নৱেম্বৰত “ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ’’, “ভাৰতৰ দুগ্ধমানৱ হিচাপে খ্যাত” ড০<eot>কেন্দ্ৰই দিয়া পুঁজিৰ ব্যৱহাৰত বিফল হোৱা উত্তৰ-পূবৰ ৰাজ্যকেইখনত কেন্দ্ৰীয় পুঁজিৰ ব্যৱহাৰ আৰু উন্নয়নৰ কাম-কাজ তদাৰক কৰিবৰ বাবে কেন্দ্ৰই গঠন কৰিছে ‘নিটি ফ’ৰাম ফৰ নৰ্থ ইষ্ট’ (NITI Forum for North East) নামৰ এখন ফ’ৰাম। এই কথা আজি জানিবলৈ দিছে ড’নাৰ সচিব নবীন বৰ্মাই। |
‘উন্নয়নৰ গতিবিধি পৰ্য্যলোচনা কৰিবলৈ, বিভিন্ন সীমাবদ্ধতাবোৰ চিনাক্ত কৰিবলৈ আৰু তাৰ বাবে উপযুক্ত দিহা-পৰামৰ্শ দিবলৈ নিটি আয়োগৰ উপাধ্যক্ষক ইয়াৰ অধ্যক্ষ হিচাপে লৈ আৰু ড’নাৰ মন্ত্ৰীক ইয়াৰ সহকাৰী অধ্যক্ষ হিচাপে লৈ ‘নিটি ফ’ৰাম ফৰ নৰ্থ ইষ্ট’ গঠন কৰা হৈছে।’ ড’নাৰ সচিব নবীন বৰ্মাই এইদৰে কয়। |
তেওঁ লগতে কয় যে নিটি ফ’ৰাম গঠনে অঞ্চলটোত উন্নয়নৰ কামকাজ ত্বৰান্বিত কৰিব। তেওঁ অঞ্চলটোত কেন্দ্ৰই দিয়া পুঁজি অব্যৱহৃত হৈ পৰি থকা তথা বহুকেইটা কেন্দ্ৰীয় চৰকাৰী প্ৰকল্প অনিশ্চয়তাৰ মাজত ৰৈ থকাৰ কথা উল্লেখ কৰে। |
তেওঁ উত্তৰ-পূবত নন লেপছেবল চেণ্ট্ৰেল পুল অব ৰিছ’ৰ্ছেজৰ অধীনত ১৪৪৬ কোটি টকাৰ কেন্দ্ৰীয় পুঁজি অব্যৱহৃত হৈ আছিল বুলি কৈ আকৌ কয় যে কিন্তু ডিচেম্বৰলৈকে মাত্ৰ ১৪০ কোটি টকাহে অব্যৱহৃত হৈ আছে। |
‘আমি পুঁজি মুকলি কৰি দিয়াৰ প্ৰক্ৰিয়াটো কঠোৰ কৰিছো। এতিয়া মাত্ৰ আমি মুঠ অনুমোদনৰ ১০ শতাংশহে মুকলি কৰি দিওঁ। বাকীখিনি নিবিদা প্ৰক্ৰিয়াৰে মুকলি কৰি দিয়া হয়।’ বিষয়াজনে কয়। |
তেওঁ লগতে কয় যে যোৱা বাজেটত ড’নাৰ মন্ত্ৰ্যালয়ৰ বাবে অনুমোদন ১১.৬৪ শতাংশ বৃদ্ধি কৰা হৈছে। আগৰ বছৰৰ ২৬৮২.৪৫ কোটি টকাৰ ঠাইত ৩০০০ কোটি টকা দিয়া হৈছে। |
Recent News |
ইউক্ৰেইন যুদ্ধ : আলোচনাৰ পূৰ্বে দখলকৃত ভূমিক স্বীকৃতি দিয়াৰ দাবী ৰাছিয়াৰ |
সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’ |
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ |
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>Intro text we refine our methods of responsive web design, we’ve increasingly focused on measure and its relationship to how ... |
Read more |
Recent News |
লাচিতলৈ সন্মান, নে অপমান? |
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ! |
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান |
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>W7s news গুৱাহাটী : ভিক্টৰ দাসৰ মুক্তিৰ দাবী অাৰু সাংবাদিক বনজিত ঠাকুৰীয়াক ন্যায় প্ৰদানৰ দাবীত কৰা অসম তৃণমূল যুৱ কংগ্ৰেছৰ প্ৰতিবাদ স্তব্ধ কৰিবলৈ জপিয়াই পৰিল অসম আৰক্ষী। |
অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা উলিওৱা প্ৰতিবাদী সমদলটোক শতাধিক আৰক্ষীৰ বৃহৎ দল এটাই বাধা প্ৰদানৰ লগতে ঠেলিয়াই গতিয়াই গ্ৰেপ্তাৰ কৰি লৈ যায় যুৱ নেতা-কৰ্মীসকলক।প্ৰতিবাদকাৰী সকলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত একাংশ অসাধু চক্ৰই ধনৰ বিনিময়ত চাকৰিৰ জাল পতাৰ অভিযোগ উত্থাপনৰ পাছতে গ্ৰেপ্তাৰ কৰা ভিক্টৰ দাসৰ মুক্তিৰ দাবী আৰু সাংবাদিক বনজিত ঠাকুৰীয়াক ন্যায় প্ৰদানৰ দাবীৰে শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে।দলৰ যুৱ সতীৰ্থসকলক ঠেলিয়াই গতিয়াই গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দি বিজেপি চৰকাৰৰ স্বৈৰাচাৰী নীতিৰ সমালোচনাত সৰৱ হৈ পৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা। চৰকাৰখনে গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা শুনিব নিবিচাৰে বুলি মন্তব্য কৰি সভাপতি বৰাই চাকৰি নিযুক্তিত অনিয়ম কৰিব বিচৰা অসৎ চক্ৰৰ তথ্য দি চৰকাৰখনক সহযোগ কৰিব বিচৰা যুৱক এজনক গ্ৰেপ্তাৰ কৰি নিজৰ স্বৰূপ উদঙাই দিয়া বুলি মন্তব্য কৰে।আনহাতে সাংবাদিক বনজিত ঠাকুৰীয়াৰ ওপৰত চলোৱা আৰক্ষীৰ হাৰাশাস্তিৰ ক্ষেত্ৰত ন্যায় প্ৰদানৰ দাবী জনায়। |
প্ৰতিবাদৰ পূৰ্বে অসম তৃণমূল যুৱ কংগ্ৰেছৰ প্ৰথমখন ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয়। সভাত অসম তৃণমূল যুৱ কংগ্ৰেছৰ জিলা সভাপতিসকলো উপস্থিত থাকে। সাংগঠনিক ভেটি মজবুত কৰাৰ সন্দৰ্ভত বিভিন্ন দিশৰ আলোচনা কৰা হয়।কাৰ্যনিৰ্বাহক অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তৰ উপৰিও অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাকে ধৰি ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকি নিজৰ নিজৰ মতামত দাঙি ধৰে। আজি অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি এক সংবাদমেল সম্বোধন কৰি ৰাজ্যিক কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ বিষয়ে সদৰি কৰে। দত্তই লগতে অসৎ চক্ৰক উদঙাই দিয়া ভিক্টৰ দাসক শীঘ্ৰে মুক্তিৰ দাবী জনায়। |
Tags # গুৱাহাটী |
Share This |
About W7S News |
গুৱাহাটী |
By W7S News at September 13, 2022 |
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest |
Labels: গুৱাহাটী |
No comments: |
Post a Comment |
Newer Post Older Post Home |
Subscribe to: Post Comments (Atom) |
Post Bottom Ad |
Responsive Ads Here |
Author Details |
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. |
Facebook |
Powered by Blogger. |
Search |
শেহতীয়া |
জনপ্ৰিয় |
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ |
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে... |
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ... |
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ |
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক... |
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ |
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স... |
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#... |
মন্তব্য |
Archive |
Archive November (50) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2) |
Sponsor |
AD BANNER |
সাহিত্য |
Tags |
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>অশান্ত কাশ্মীৰ: সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ হেৰুৱালে ভাৰতীয় সেনা জোৱানে, সেনাৰ হাতত বন্দী লস্কৰ-ই-তৈবা সদস্য |
About |
Copyright |
Privacy Policy |
Authors |
Grievance Redressal |
Contact |
English | |
Wednesday, November 30, 2022 |
মুখ্যপৃষ্ঠা |
অসম |
নৰ্থ-ইষ্ট |
অৰুণাচল |
অসম |
ছিকিম |
ত্ৰিপুৰা |
নাগালেণ্ড |
মণিপুৰ |
মিজোৰাম |
মেঘালয় |
প্ৰতিৱেশী |
অভিমত |
ক্ৰীড়া |
বাণিজ্য |
সংস্কৃতি |
সাহিত্য |
যুৱ-কণ্ঠ |
শিক্ষা |
জীৱনশৈলী |
প্ৰযুক্তি |
মনোৰঞ্জন |
প্ৰাসংগিক প্ৰশ্ন |
No Result |
View All Result |
মুখ্যপৃষ্ঠা |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.