text
stringlengths 0
188k
|
---|
ইপিনে এন আৰ চি সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাই জনায় যে বৰপেটা জিলাখন স্পৰ্শকাতৰ জিলা হিচাপে চিহ্নিত কৰি জিলাখনক ৫টা মণ্ডল আৰু ১৩৩টা চেক্টৰত ভাগ কৰা বুলি জনায়৷ এন আৰ চিক লৈ জিলাখনত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে৷ |
আৰক্ষীক সহায় কৰাৰ বাবে জিলাখনত থকা সেনাৰ কোম্পানীৰ লগতে তিনিটা অৰ্ধ সামৰিক বাহিনী, দুটা এছ এছ বিৰ বাহিনী, দুটা আই টি বি পি আৰু দুটা চি আই এচ এফ সহ আৰক্ষী বাহিনীৰ মুঠ ৯টা কোম্পানীক মোতায়ন কৰা হৈছে। |
Recent News |
কাক ভোট দিলে নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে? |
কলেজীয়া দিনত হাত খৰচ উলিয়াবলৈ কি কাম কৰিছিল দেশৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে? জনালে নিজেই |
Oxford English Dictionary: ২০২২ চনৰ ‘বছৰটোৰ শব্দ’ ঘোষণা কৰিছে অক্সফৰ্ড অভিধানে; শব্দটো কি? |
ৰেগিং কৰাৰ বাবে শিলচৰৰ ১৪ জন দন্ত চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক হোষ্টেলৰ পৰা বহিস্কাৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>“বিধানসভা নিৰ্বাচনত বিজেপি শাসনলৈ নহালৈকে গ্ৰহণ নকৰোঁ নৈশ আহাৰ। পৰিধান নকৰোঁ কোনো পাগুৰি বা মালা।”- এই আজৱ প্ৰতিজ্ঞা কৰিছে বিজেপিৰ এগৰাকী ৰাজ্যিক সভাপতিয়ে। |
অহা ১০ ফেব্ৰুৱাৰীৰ পৰা পাঁচ ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলৰ ৰথী-মহাৰথীৰ কণ্ঠৰ পৰা প্ৰতিশ্ৰুতি আৰু প্ৰতিজ্ঞাৰ জোৱাৰ উঠিছে। |
এনে সময়তে ৰাজস্থানৰ বিজেপি সভাপতি সতীশ পুনিয়াই এই অভাৱনীয় প্ৰতিজ্ঞা কৰি চমক সৃষ্টি কৰিছে। |
অৱশ্যে ৰাজস্থানৰ বিধানসভা নিৰ্বাচন অহা বৰ্ষতহে অনুষ্ঠিত হ’ব। ৰাজস্থানৰ বিজেপি সভাপতি জনে এই ঘোষণা ৰাজস্থানত কৰা নাই, উত্তৰ প্ৰদেশৰ এখন ৰাজহুৱা সভাতহে সতীশে এই ভীষণ প্ৰতিজ্ঞা কৰিছে। |
বৃহস্পতিবাৰে ৰাজহুৱা সভাখনত অংশগ্ৰহণ কৰি তেওঁ কয়, “কৃষক বিৰোধী, যুৱ প্ৰজন্ম বিৰোধী কংগ্ৰেছ চৰকাৰক আঁতৰাই ২০২৩ চনত বিজেপি চৰকাৰ গঠন নোহোৱালৈকে মই পাগুৰি আৰু মালা পৰিধান নকৰো। মই ৰাতিটো আহাৰো গ্ৰহণ নকৰো।” |
বিজেপিয়ে অহা বছৰ ৰাজস্থানত ক্ষমতা দখল কৰিব বুলি সম্পূৰ্ণ নিশ্চয়তা দিয়ে সভাপতি জনে। যদি ক্ষমতালৈ আহে, তেন্তে তেওঁৰ দলে ৰাজ্যখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন-অনুকূল নীতি ৰূপায়ণ কৰিব বুলিও আশ্বাস দিয়ে সতীশ পুনিয়াই। |
উল্লেখ্য যে কংগ্ৰেছ নেতা শচীন পাইলটেও পূৰ্বতে এনে এক প্ৰতিশ্ৰুতি দিছিল। ৰাজস্থানত কংগ্ৰেছ শাসনলৈ নহালৈকে তেওঁ পাগুৰি নিপিন্ধে বুলি ঘোষণা কৰিছিল। |
এই প্ৰতিজ্ঞা সাৰোগত কৰি ২০১৮ চনত কংগ্ৰেছে ক্ষমতা দখল কৰাৰ সময়ত পাইলটে পাগুৰি পৰিধান কৰিছিল। |
অৱশ্যে যদিও এই মুহূৰ্তত ৰাজস্থানত কংগ্ৰেছ ক্ষমতাত অধিষ্ঠিত আছে, আগন্তুক নিৰ্বাচনত কংগ্ৰেছ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলি আশংকা কৰা হৈছে। |
গতিকে বিজেপিৰ সভাপতি গৰাকীৰ প্ৰতিজ্ঞা পূৰণত ৰাজস্থানৰ ভোটাৰ সকলে কি ভূমিকা লয়, সেয়া লক্ষ্যণীয় হ’ব। |
Recent News |
লাচিতলৈ সন্মান, নে অপমান? |
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ! |
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান |
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>সংহত শিশু বিকাশ আঁচনিৰ বাজেট শীঘ্ৰে বৃদ্ধি কৰা আৰু এই আঁচনি বেচৰকাৰী সংস্থাক দিয়াৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ দাবীত আজি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে বৰপেটা চহৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সৰ্বভাৰতীয় ফেডাৰেশ্যনৰ আহ্বানত আৰু ‘চিটু’ৰ (Center og Indian Trade Unions) সহযোগত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে আজি দেশজুৰি পালন কৰে ক’লা দিৱস৷ এই কাৰ্যসূচীৰ অংশ হিচাপে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ বৰপেটা জিলা সমিতিয়ে দিনৰ প্ৰায় ১০ -০০ বজাত জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে৷ |
ইয়াৰ পিছত, প্ৰায় ১২-০০ বজাত কৰ্মী সহায়িকাসকলে হাতে হাতে প্লে-কাৰ্ড লৈ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়ায়৷ প্ৰখৰ ৰ’দকো নেওচি কে’বা শতাধিক মহিলাই অংশগ্ৰহণ কৰা এই সমদলটো ৰাজপথেৰে আগবঢ়াৰ ফলত বৰপেটা-হাউলী পথছোৱাত তীব্ৰ যানজঁটৰ সৃষ্টি হয়৷ |
জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ ৰাওনা হোৱাৰ পথত প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে বাধা আৰোপ কৰে। বাধাৰ সন্মুখীন হৈ প্ৰতিবাদকাৰীসকল আৱৰ্ত ভৱনৰ সন্মুখৰ মিলেনিয়াম পাৰ্কত সমবেত হয় আৰু প্ৰতিবাদী কাৰ্যসূচী পালন কৰে৷ |
এই স্থানতে জিলা উপায়ুক্তৰ প্ৰতিনিধি এগৰাকী উপস্থিত হোৱাত প্ৰতিনিধিগৰাকীৰ হাতত জিলা উপাযুক্তৰ জৰিয়তে দেশৰ শিশু আৰু মহিলা কল্যাণ মন্ত্ৰীলৈ প্ৰেৰণ কৰিব লগা স্মাৰকপত্ৰখন প্ৰদান কৰে৷ কাৰ্যসূচীত সন্থাটোৰ জিলা সমিতিৰ সভানেত্ৰী ৰণজিতা কাকতি আৰু সম্পাদিকা ডলিমইনা চৌধুৰীৰ লগতে অন্যান্য নেত্ৰীসকল আৰু কে’বা শতাধিক কৰ্মী-সহায়িকা উপস্থিত থাকে৷ |
Recent News |
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে |
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক |
ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক সংঘৰ্ষ: বিজেপি কৰ্মীৰ আক্ৰমণত চিপিআই-এমৰ এগৰাকী কৰ্মী নিহত, আহত কেইবাগৰাকীও |
যৌতুকৰ দাবীৰে পত্নীক হত্যা: হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>নগাঁও জিলাৰ ইটাচালি আৰক্ষী চকীৰ আন্তৰ্গত উৰিয়াগাঁৱত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে চলোৱা এক চুৰিকাণ্ডই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। |
জানিব পৰা মতে স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ ধীৰেন্দ্ৰনাথ হাজৰিকাৰ তথা লেখিকা জেউতি হাজৰিকাৰ ঘৰত সংঘটিত হয় এই চুৰি কাণ্ড। |
উল্লেখযোগ্য যে বিগত কেইবাদিন ধৰি হাজৰিকাৰ পৰিয়ালটো ঘৰত নাছিল। ফলত হাজৰিকাৰ পৰিয়ালটো গুৱাহাটীলৈ যোৱাৰ সুযোগ লৈ চুৰে লুটি নিলে প্ৰায় ১০ লাখ টকাৰ মূল্যৰ সোণ অাৰু নগদ ২২ হাজাৰ টকা। |
আনহাতে পৰিয়ালৰ লোকে এই চুৰি কাণ্ডত স্থানীয় লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে। অৱশ্যে অাৰক্ষীৰ তদন্ততহে প্ৰকৃত সত্য পোহৰলৈ অাহিব। |
উল্লেখ্য যে নগাঁৱত আজি কিছু দিনৰ পৰা সঘনে চুৰি কাণ্ড সংঘটিত হৈ আহিছে যদিও আৰক্ষীয়ে এই চুৰি কাণ্ড ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। |
Recent News |
দ্ৰুতবেগী কে.টি.এম বাইকক সাৰথি কৰি চলাই আহিছিল ডকাইতি: অৱশেষত আৰক্ষীৰ জালত পৰিল চিলনী চোৰ |
হিমাচলত ‘পৰম্পৰাগত’ নিৰ্বাচনী যুঁজ: ক্ষমতা পুনৰুদ্ধাৰৰ লক্ষ্যৰে বিজেপিৰ বিপক্ষে তুমুল ভোট যুঁজত কংগ্ৰেছ |
কাৰ হাতলৈ গুজৰাট! মচনদ দখলৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে বিজেপি, অসাৰ হোৱাৰ দিশে আপৰ চমক |
আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক ‘ক্ৰয়’ কৰাৰ চেষ্টা বিজেপিৰ! |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>অৰ্জুন গছ (ইংৰাজী: Terminalia arjuna) এবিধ চিৰসেউজ গছ। ই টাৰমিনালিয়া গণৰ এক সপুষ্পক উদ্ভিদ।[1] অৰ্জুন গছৰ জীৱনকাল দীঘলীয়া। ইয়াৰ বৈজ্ঞানিক নাম টাৰমিনেলিয়া অৰ্জুন। |
বিৱৰণ[সম্পাদনা কৰক] |
অৰ্জু্ন গছ এবিধ চিৰসেউজ দ্বিবীজপত্ৰি উদ্ভিদ। ইয়াৰ শিপা গুচ্ছমূল জাতীয় আৰু পাত জাল শিৰবিন্যাস যুক্ত। অৰ্জুন গছ এবিধ মাধ্যমৰ পৰা বৃহৎ আকাৰৰ বৃক্ষ। ইয়াৰ উচ্চতা প্ৰায় ২০-২৫ মিটাৰ। মাৰ্চৰ পৰা জুন মাহৰ ভিতৰত গছৰ ফুল ফুলা আৰম্ভ হয়। ইয়াৰ পাতবোৰ বল্লম আকৃতিৰ। ফলবোৰ দেখাত কৰ্দৈ টেঙাৰ দৰে। অৰ্জুন গছৰ পাত বল্লম আকৃতিৰ। ইয়াৰ গা গছৰ ৰং পাতল হালধীয়া। এইবিধ উদ্ভিদৰ বাকলিত প্ৰচুৰ পৰিমাণে কেলচিয়াম পোৱা যায়। তদুপৰি সামান্য পৰিমাণে টেনিন আৰু অৰ্জুনিন, মেগনেছিয়াম, এলুমিনিয়াম আদি পোৱা যায়। |
ব্যৱহাৰ[সম্পাদনা কৰক] |
অৰ্জু্ন এবিধ ঔষধি গুণ যুক্ত গছ। অৰ্জুন গছৰ শুকান ছাল গুৰি কৰি বাসক পাতৰ ৰসৰ লগত তিয়াই ৰ’দত শুকুৱাই চেনি বা মৌৰ লগত দৈনিক ব্যৱহাৰ কৰিলে যক্ষ্মা ৰোগত সুফল পোৱা যায়। হাড় ভগা আৰু জোৰা লৰা ৰোগত অৰ্জুন গছৰ কেঁচা ছাল খুন্দি গাখীৰৰ লগত তাৰ ৰস সিজাই খাব লাগে আৰু অৰ্জুন গছৰ ছাল থেতেলিয়াই বান্ধি থব লাগে। অৰ্জুন গছৰ ছালৰ ৰসে হৃদৰোগ নিৰাময় কৰে।[2][3] |
তথ্যসূত্ৰ[সম্পাদনা কৰক] |
↑ Biswas, Moulisha; Biswas, Kaushik; Karan, Tarun K; Bhattacharya, Sanjib; Ghosh, Ashoke K; Haldar, Pallab K (2011). "Evaluation of analgesic and anti-inflammatory activities of Terminalia arjuna leaf". Journal of Phytology খণ্ড 3 (1): 33–8. http://journal-phytology.com/article/viewFile/5520/2911. |
↑ "লোক ঔষধ পদ্ধতি"- লেখক, ড. ৰবীন্দ্ৰ নাথ বৰুৱা |
↑ সহজলভ্য বন-দৰবৰ গুণ', লেখক- গুণাৰাম খনিকৰ |
"https://as.wikipedia.org/w/index.php?title=অৰ্জুন_গছ&oldid=283106"ৰ পৰা অনা হৈছে |
শ্ৰেণী: |
বৃক্ষ |
অদৃশ্য শ্ৰেণী: |
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ |
এই পৃষ্ঠাখন ২২ জুন, ২০২১ তাৰিখে ১১:২০ বজাত অন্তিম সংশোধন কৰা হৈছিল। |
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>July 22, 2020 March 12, 2022 Manjori BorkotokyLeave a Comment on ভাৰতৰ গৃহ মন্ত্ৰালয়ে বৰ্তমানলৈকে স্কুল-কলেজ সমূহ খুলিবলৈ অনুমতি দিয়া নাই! |
সংৰক্ষিত লিংক |
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে কেইবালাখ মানুহৰ মৃত্যু হৈছে আৰু বহু লাখ মানুহ এতিয়াও আক্রান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে বহু হেজাৰ লোকৰ মৃত্যু হৈছে । সমগ্ৰ দেশখন ইতিমধ্যে লক ডাউনৰ বিভিন্ন পৰ্য্যায়ৰ মাজেদি পাৰ হৈ গৈছে । লক ডাউন ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত শিথিল কৰি দিয়া হৈছে যদিয়ো স্কুল-কলেজ সমূহ এতিয়াও বন্ধ হৈ আছে । স্কুল-কলেজ সমূহ চৰকাৰে কেতিয়া খুলিবলৈ অনুমতি দিব সেই বিষয়ে ইতিমধ্যে গুণা গঁথা চলি আছে । |
এনে সময়তে এক বিশেষ বার্তা ভাইৰেল হৈ পৰিছে য’ত দাবী কৰা হৈছে যে গৃহ মন্ত্ৰালয়ে স্কুল-কলেজ সমূহ খুলিবলৈ অনুমতি দিছে । ইণ্ডিয়া নিউজ নামৰ নিউজ চেনেলটোৰ বাতৰিৰ এক স্ক্ৰিনশ্বট হোৱাটচ এপ্পত বহুল ভাৱে শ্বেয়াৰ কৰা হৈছে । ‘ফেক্ট ক্ৰেছচেণ্ড অসমীয়া’ৰ সৈতে উক্ত ভাইৰেল স্ক্ৰিনশ্বটটো এজন লোকে শ্বেয়াৰ কৰিছে আৰু ইয়াৰ সত্যতা নিৰূপণ কৰিবলৈ অনুৰোধ কৰিছে । তেওঁ উক্ত স্ক্ৰিনশ্বটটো হোৱাটচ এপ্পত পোৱা বুলি আমাক জনাইছে । |
সংৰক্ষিত লিংক |
সঁচাকৈ ভাৰতৰ গৃহ মন্ত্ৰালয়ে স্কুল-কলেজ সমূহ খুলিবলৈ অনুমতি দিছে নেকি? সত্য কি? জানোঁ আহক । |
প্ৰণালী |
আমি এই বিষয়ে কিছুমান বিশেষ বিশেষ কীৱৰ্ডছ ব্যৱহাৰ কৰি অনলাইন চাৰ্ছ কৰিলোঁ আৰু অৱশেষত গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এই বিষয়ে এক স্পষ্টীকৰণ যোৱা ২৬ মে’, ২০২০ তাৰিখে দিয়া দেখিবলৈ পালোঁ । আমি জানিব পাৰিলোঁ যে উক্ত স্ক্ৰিনশ্বটটো আমি কেইবামাহৰ পৰা শ্বেয়াৰ হৈ আছে আৰু ভাইৰেল হৈ পৰিছে । তেওঁলোকে স্পষ্ট কৰিছে যে এনে কোনো সিদ্ধান্ত গৃহ মন্ত্ৰালয়ে এতিয়ালৈকে লোৱা নাই । |
টুইটাৰ লিংক | সংৰক্ষিত লিংক |
ইয়াৰ উপৰিও আমি এই বিষয়ে শেহতীয়াকৈ প্ৰকাশ পোৱা আন এক বাতৰি দেখিলোঁ য’ত কোৱা হৈছে যে স্কুল-কলেজ পুনৰাই খোলাৰ বিষয়ে অভিমত বিচাৰি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ফালৰ পৰা বিভিন্ন ৰাজ্য সমূহক নিৰ্দেশ দিয়া হৈছে যে তেওঁলোকে নিজ নিজ ৰাজ্যৰ অভিভাৱক সকলক যোগাযোগ কৰি স্কুল-কলেজ পুনৰাই কেতিয়াৰ পৰা খোলা উচিত সেই বিষয়ে মতামত গ্ৰহণ কৰিব লাগে । গতিকে এই বিষয়ে যে কোনো সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই, সেইয়া স্পষ্ট হৈ পৰিছে । |
ফলাফল |
ভাৰতৰ গৃহ মন্ত্ৰালয়ে বৰ্তমানলৈকে স্কুল-কলেজ সমূহ খুলিবলৈ অনুমতি দিয়া নাই । শেহতীয়াকৈ এই বিষয়ে কেন্দ্ৰীয় চৰকাৰে অভিভাৱক সকলৰ মতামত জানিবলৈ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছেহে । |
Title:ভাৰতৰ গৃহ মন্ত্ৰালয়ে বৰ্তমানলৈকে স্কুল-কলেজ সমূহ খুলিবলৈ অনুমতি দিয়া নাই! |
Fact Check By: Manjori Borkotoky |
Result: False |
Tagged COVID 19LockdownMHAMinistry of Home Affairs |
Post navigation |
অসম চৰকাৰে বানাক্ৰান্তক সাহায্য দিবলৈ টকা নাই বাবে ৰাইজৰ দান বৰঙণি বিচৰা নাই! |
প্ৰধানমন্ত্ৰী মোদীয়ে উদ্যোগপতি আদানীৰ পত্নীক মূৰ দোঁৱাই সেৱা কৰা নাই! |
Related Posts |
শ্বাহীন বাগৰ ফটোশ্বপ কৰা ছবি ব্যৱহাৰ কৰি মিছাকৈ প্ৰতিবাদকাৰীয়ে টকা লৈ ধৰ্ণাত অংশ লৈছে বুলি প্ৰচাৰ কৰা হৈছে! |
January 21, 2020 March 12, 2022 Manjori Borkotoky |
এই ল’ৰাটোৰ অদ্ভূত আচৰণ পাবজি গেমৰ আসক্তিৰ বাবে নহয়! |
April 12, 2022 April 12, 2022 Manjori Borkotoky |
FACT CHECK: গুৱাহাটী বিশ্ববিদ্যালয়ে ইয়াৰ স্নাতক পৰ্যায়ৰ পৰীক্ষা বাতিল কৰিছে বুলি ভুৱা জাননী ভাইৰেল হৈছে! |
April 22, 2021 January 28, 2022 Manjori Borkotoky |
Leave a Reply Cancel reply |
Your email address will not be published. Required fields are marked * |
Comment * |
Name * |
Email * |
Website |
Save my name, email, and website in this browser for the next time I comment. |
Δ |
ClimateFactChecks.org |
Climate Change adversely impacts Water Security | Steps Towards Climate Resilient Water Management Systems |
Legalizing Cannabis in Sri Lanka? Pros, Cons & Impacts on Climate Change! |
Explained | What is Net-Zero Greenwashing and why was it highlighted by the UN Secy-Gen at COP27 |
Post misleadingly claims UN Report says CO2 deadlier than Cancer |
Hydroelectric power for Climate resilience – Overview of the Victoria Hydropower plant |
Popular Posts |
এইখন পৃথিৱীৰ ক্ষুদ্ৰতম চৰাই হামিংবাৰ্ডৰ দুষ্প্ৰাপ্য ছবি নেকি? ছচিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো সমগ্ৰ দেশতে ভাইৰ... by Manjori Borkotoky |
ভূমিকম্পৰ সময়তো নামাজ পঢ়ি থকা এই ভিডিঅ’টো ইণ্ডোনেছিয়াত হোৱা শেহতীয়া ভূমিকম্পৰ সময়ৰ নহয় যোৱা ২১ তাৰিখ সোমবাৰে ইণ্ডোনেছিয়াৰ পশ্চিম জাভাত হোৱা এ... by Debanjana Baishya |
শ্ৰীলংকাত সঁচাকৈ হনুমানৰ গদা উদ্ধাৰ হৈছে নেকি? ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট ফেচবুকত ২০১৬ চনতেই ভাইৰেল... by Manjori Borkotoky |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.