text
stringlengths
0
188k
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214)
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>ভাৰতীয় ষ্টেট বেংকৰ দদৰা শাখাৰ বিষয়া জুনু শৰ্মাক ৰাজপথত গুলীয়াই হত্যা কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাঁওতে এইবাৰ আন এটা নৃশংস ঘটনাই কঁপাইছে কামৰূপ জিলাক। শিঙিমাৰীত সংঘটিত উক্ত ঘটনাত দুৰ্বৃত্তই বঠিৰে ডিঙি ৰেপি এজন যুৱকক হত্যা কৰে।
নিহত যুৱকজনক শিঙিমাৰীৰ যোগেশ বৰ্মন বুলি চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে দুৰ্বৃত্তই বৰ্মনক হত্যা কৰি গছত ওলোমাই থৈ যায়। স্থানীয় লোকে গছত যুৱকজনৰ তেজেৰে তুমুৰলি মৃতদেহ প্ৰতক্ষ কৰাৰ পিছতে অঞ্চলজুৰি এক হাহাকাৰ লাগে।
উল্লেখযোগ্য যে কালি নিশা নিজৰ ঘৰৰ কোঠাতে কোনো লোকে তেওঁক হত্যা কৰে। দদৰা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত যোগেশৰ ভাতৃ ইন্দ্ৰ বর্মনক আটক কৰি তদন্ত আৰম্ভ কৰিছে। যুৱকজনৰ কোঠাৰ পৰা এখন তেজ লগা বঠি উদ্ধাৰ হৈছে। স্থানীয় লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে।
লক্ষ্মী পূজাৰ দিনটোতে কামৰূপৰ শিঙিমাৰীত সংঘটিত নৃশংস হত্যাকাণ্ডই অঞ্চলটোত পূজাৰ আনন্দ ম্লান কৰি পেলায়।
Recent News
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ
নতুন ৰূপত উচ্চতম ন্যায়ালয়ৰ ডিজিটেল সংস্কৰণ: উচ্চতম ন্যায়ালয়ৰ মোবাইল এপ্লিকেচনৰ এণ্ড্ৰইড সংস্কৰণ 2.0 মুকলি
অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত: এ পি এছ চি- ৰ পৰা আঁতৰিল ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত
পান্না বাঘ সংৰক্ষিত বনাঞ্চলত চাঞ্চল্য: গছত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ বাঘৰ মৃতদেহ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>মুখলৈ এক স্বত:স্মূৰ্ত হাঁহি বিৰিঙি উঠে।শৰীৰলৈ এক শান্ত সমাহত ভাৱ প্ৰৱাহিত হয়। যিয়ে লক্ষ্য অভিমুখে ধাৱমান হ'বলৈ উৎসাহিত কৰে।সুখে মানুহৰ জীৱনৰ স্বাস্থ্য আৰু দীৰ্ঘজীৱন লাভ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
আনহাতে মানুহৰ জীৱনত যদি প্ৰেম বা ভালপোৱাক এক শক্তিশালী আৱেগ বুলি ভৱা হয় আচলতে ই অন্য কিছুমান আৱেগৰ সমষ্টিত গঢ় লৈ উঠা এক মিঠা অমানি অনুভৱ।যত মানুহৰ খং আৰু ভয়ৰ বিপৰীত মুখত অৱস্থান কৰে।
এই ক্ষেত্ৰত মানুহৰ শৰীৰলৈ এক প্ৰশান্তি তথা আত্মসন্তষ্টিৰ ভাৱৰ সৃষ্টি হোৱাৰ ফলতে ইজনে সিজনলৈ সাহচৰ্য ভাৱৰ উদয় হয়।
আনহাতে খং হৈছে মানুহৰ আটাইতকৈ আদিম আৱেগ যত মানুহৰ অন্যৰ প্ৰতি শক্ৰতা বিক্ষোভ আৰু অসহ্যকৰ অনুভূতিৰ বৰ্হিপ্ৰকাশ ঘটে।
ভয় মানুহৰ জীৱনৰ তেনেই এক শক্তিশালী আৱেগ।যি আৱেগে মানুহৰ নিৰাপত্তা আৰু জীয়াই থকাৰ অনুভূতিৰ লগত সদায় সংলগ্ন হৈ থাকে।
তিনিটা বৰ্ণযুক্ত এটি চিনাকি শব্দৰ নাম জীৱন। কিন্তু ইয়াৰ পৰিসৰ ইমান বহল যিটো সংক্ষিপ্ত ৰূপত উপস্থাপন কৰাটো অসম্ভব।
জীৱন এগছি চাকিৰ দৰে হয়।যেতিয়ালৈকে শলিতা আৰু তেলেৰে ভৰি থাকিব । তেতিয়ালৈকে ই উজ্জ্বল হৈ থাকিব।
আচলতে জীৱন নো কি? আজি সকলো ঠিকেই আছে।কাইলৈ হয়তো নাই।
বৰ্তমান সময়ত মানুহক ভাল পাবলৈকেই সময়ৰ নাটনি হৈ পৰিছে। আৰু বে‌য়া পাই জানো কাৰোবাৰ কিবা লাভ আছে? একো লাভ নাই! সেয়েহে আমি জীয়াই থকা দিনকেইটা আটাইৰে লগত সহযোগিতাৰে আনন্দ- স্ফুৰ্তিৰে কটাব লাগে। সকলো সময়তে আমি জীৱনৰ দুৰ্দান্ত প্ৰেমিক হোৱাৰ চেষ্টা কৰিব লাগে। যাতে আমাৰ কাৰণে কোনেও কষ্ট অনুভৱ কৰিব নোৱাৰে।
কেঁচা তেজ - মঙহৰ জীৱন বুলি ক'লে ঘাট-প্ৰতিঘাট থাকিবই । কাৰোবাৰ হয়তো কম কাৰোবাৰ আকৌ বেছি।
আমি যদি সকলো সময়তে ইতিবাচক মনোভাৱেৰে চাওঁ তেন্তে ঘাট- প্ৰতিঘাটে আমাৰ ভৱিষ্যত জীৱনত ধৈৰ্যশীলতা আৰু সহনশীলতাৰ সুস্থিৰ মনোবল গঢ়ি তুলিব। আনহাতে যদি নেতিবাচক মনোভাৱেৰে চাওঁ তেন্তে ই জীৱনৰ ৰঙবোৰ নোহোৱা কৰি নি:শেষ কৰিব পাৰে।
আমাৰ প্ৰতিভা কিম্বা কিবা কৰাৰ ক্ষমতা আছে।সেই বুলিয়েই আমাৰ সীমাহীন অহংকাৰো আছে।
এইটো মাথোঁ মানৱীয় গুনাধিকাৰী কোনো মানুহৰ জীৱনৰ মূলমন্ত্ৰ হ'ব নোৱাৰে।
জীৱনটোক সকলোৱে উপভোগ কৰিবলৈ শিকিব লাগে। আমাৰ জীৱনৰ লক্ষ্য থাকিলে আৰু নিজে ভবা ধৰণে উপনীত হ'ব পাৰিলেই জীয়াই থকাৰ মাদকতা অন্য ধৰণে জাগে । যিকোনো লক্ষ্যত উপনীত হবলৈ আমাক সাধনা কিম্বা ধ্যান লাগে। সাধনাই কোনো এটা বিষয়বস্তুৰ ওপৰত একাগ্ৰতাৰে মনোনিবেশ কৰাটোকে বুজায়।
আমাৰ যদি সাধনা থাকে অৰ্থাৎ কোনো এটা বস্তুৰ ওপৰত একনপটীয়াকৈ লাগি থকাৰ ধৈৰ্য্য ৰাখিব পাৰোঁ তেন্তে আমাৰ জীৱনত বিফলতা বুলি শব্দটোৱেই হেৰাই যাব।বিফলতা কিবা কাৰণত আহিলেও ই আমাৰ জীৱনক আৰু ভালদৰে উপলদ্ধি কৰোৱাতহে অনুপ্ৰেৰণা যোগাব।
সকলো সময়তে শুনি আহিছোঁ " ধৈৰ্যৰ ফল হেনো মিঠা হয়" । কথাষাৰ একেবাৰেই সঁচা।
জীৱনত সফলতা অৰ্জন কৰিবলৈ হ'লে ধৈৰ্যই হয়তো একক আৰোহী যিয়ে সাধনাৰ উচ্চ শিখৰলৈ বগাই অন্তিমত হ'লেও সুখী হোৱাৰ নিদিষ্ট মাত্ৰা প্ৰদান কৰে। অৰ্থাৎ ধৈৰ্যশীল সাধনাই জীৱনৰ শান্তি উন্নতিৰ পথ প্ৰশান্ত কৰি তোলে।এই খন পৃথিৱীত কম সংখ্যক মানুহে নিজে ভবাৰ দৰে জীৱনটোক নিজৰ দৰে সজাই ল'ব পাৰিছে। বেছি সংখ্যক মানুহে নিজে ভবাৰ দৰে জীৱনটোক বিচাৰিও পোৱা নাই। এই সকল মানুহে জীৱনটোক এটা আশীৰ্বাদতকৈ অভিশাপ হে অনুভৱ কৰি আছে।
আচলতে মানুহ এজন সুখী হ'বলৈ কি লাগে? বহুতে কয় জীৱনত সুখী হ'বলৈ টকা পইচাতকৈ মানুহৰ মনৰ মিল লাগে । আত্মীয়তা লাগে।
কেৱল আত্মীয়তাই জানো সংসাৰ চলেনে ? নে কেৱল টকা পইচাই সংসাৰ চলে? কবলৈ গলে আচলতে দুয়োটাই লাগে। মানুহৰ জীৱনত যেতিয়া অভাৱ দেখা দিয়ে তেতিয়া বুজা যায় জীৱনত সকলো বস্তু আৰু সম্পৰ্কৰ কিমান মূল্য।
মানুহ সুখী হ'বলৈ এখন সুস্থ পৰিৱেশ আৰু নিকা সমাজ লাগে য'ত মানুহৰ মতানৈক্য বেছি তাত মানুহ সুখী হ'ব নোৱাৰে । আৰু এই সকলোবোৰ আহে টকা পইচাক লৈ।আত্মীয়ৰ লগত বেয়া পোৱা বোৰোতো সৃষ্টি হয় টকা পইচাক লৈ। বন্ধুত্বৰ মাজত মনোমালিন্য হয় টকা পইচাক কেন্দ্ৰ কৰি। পৃথিৱীৰ ভাল ভাল বহু সম্পৰ্ক টকা পইচাক কেন্দ্ৰ কৰিয়ে বিচ্ছেদ সোমাই পৰে।
কেতিয়াবা নিজৰ পৰিয়ালৰ মাজতো টকা পইচাৰ নাটনীত সৃষ্টি হয় বহুতো সমস্যা।
যেতিয়াই আত্মীয় আৰু পৰিয়ালৰ মাজত মনোমালিন্য ঘটে তেতিয়াই মানুহ অসুখী হয় আৰু মনৰ মাজত এটা আক্ষেপ আৰু ক্ষোভৰ সৃষ্টি হয়।ইয়ে নিজৰ মনৰ মাজত অশান্তিৰ সৃষ্টি কৰে।
বহুতে নিজৰ জীৱনতকৈ আনৰ কথা বেছি চিন্তা কৰে। সেই সকলে নিজৰ মনৰ মাজত বেছি কষ্ট পায়। আৰু তাতে মিঠা কথা নকৈ অলপ স্পষ্টবাদী হ'লে তাতেও বিপদত নিজেই ভুগিবলগীয়া হয়।
কেতিয়াবা নিজৰ সিদ্ধান্তবোৰ আনৰ মতে লৈ বহুতৰে কান্দিব লগা হয়।
নিজৰ আত্মবিশ্বাস নথকাৰ বাবেই হোক বা আনৰ কথা অমান্য কৰিলে বেয়া পাব বুলিয়েই হোক নিজৰ ইচ্ছাৰ বিৰুদ্ধেই কিছুমান কথাত মান্তি হ'বলগীয়া হয়।
জীৱনত মানুহৰ পৰা তিতামিঠা বহুতো পোৱা যায়।মন যায় কেতিয়াবা সংসাৰৰ মায়া মোহ এৰি নিৰ্জন এডোখৰ ঠাইত বাস কৰিবলৈ । য'ত থাকিব কেৱল নিৰ্জনতা । নাথাকিব মানুহৰ ফুচফুচীয়া কথাবাৰ্তা।
জীৱনত বহুতো কল্পনা কৰা হয়।এই কল্পনাবোৰ কেতিয়াবা ধূলিৰ লগত মিহলি হয়।তেতিয়া কল্পনাৰ সম্পূৰ্ণ এখন বিপৰীত ছবি দেখিবলৈ পোৱা যায় হয়তো ইয়াকেই ভাগ্যৰ লিখনি বুলি কোৱা হয়।
মানুহৰ জীৱনটো হৈছে আশাৰ ভঁৰাল । আশাবাদী চিন্তা ধাৰণাই মানুহক ভৱিষ্যত বাটত খোজ মিলোৱাত সহায় কৰে।
Tags
অনুগল্পআব্দুল কাদেৰ মিঞা
Facebook
Twitter
Whatsapp
Newer
Older
©Admin
নমস্কাৰ অসমীয়া সাহিত্যৰ চানেকি দৈনিক ৱেব আলোচনীলৈ আপোনাক স্বাগতম জনাইছোঁ
You may like these posts
Show more
Post a Comment
0Comments
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ
Post a Comment (0)
Random posts
সামাজিক মাধ্যমত আমাৰ সৈতে সংযুক্ত হওক
facebook
whatsapp
instagram
youtube
পাঠকৰ মন্তব্য
5/comments/show
প্ৰয়োজনীয় শিতান সমূহ
আজিৰ দিনটোৰ বিশেষত্ব350
কুইজ273
কেৰিয়াৰ1
চানেকিৰ শিশুচ’ৰা18
জঁতুৱাঠাঁচ1
দেশ-বিদেশ2
নিয়োগ বাৰ্তা2
প্ৰেৰণা50
ফেচবুকৰ পৰা30
বাৰ্তা20
বিজ্ঞান-প্ৰযুক্তিবিদ্যা3
ভাষা শিকণ3
মনৰ কথা103
মহৎ বিচাৰ9
মহৎ লোকৰ বাণী3
ৰচনা11
ৰাশিফল97
ৰেচিপি3
শুভেচ্ছাবাণী3
সচেতনতা বাৰ্তা14
সম্পাদকীয়25
সাক্ষাৎকাৰ7
সাঁথৰ3
সাধাৰণ জ্ঞান307
স্বাস্থ্য24
হাস্যৰস21
Home
শেহতীয়া সংখ্যা সমূহ
5/footer/recent