text
stringlengths
0
188k
Δ
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
গায়ত্ৰী গোস্বামী
2 years ago
সময়োপযোগী সম্পাদকীয় । ভাল লাগিল । বহু কথাই কম শব্দত সাঙুৰিলে । ঘৰখন আৰু শিশু এটাই পোৱা পৰিৱেশ সচাকৈয়ে বৰ গুৰুত্বসহকাৰে লোৱা উচিত
0
Reply
Bhaskar jyoti sarma
2 years ago
ভাল লাগিল সম্পাদকীয় টো। সময়োপযোগী হৈছে।
0
Reply
Palash Saikia
2 years ago
I am very impressed to read this Magazine.
0
Reply
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214)
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্যই ডিমাপুৰৰ পৰা ২০১৭ চনৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (মেইনছ) পৰীক্ষাত ভাৰতৰ ভিতৰতে ৬৪তম স্থান লাভ কৰা স্বপ্ননীল পৌলক অভিনন্দন জ্ঞাপন কৰে।
ৰাজ্যপলে তেওঁৰ অভিনন্দন বাৰ্তাত কয় যে স্বপ্ননীলৰ কৃতকাৰ্যতাই তেওঁৰ পৰিয়ালকেই নহয়, সমগ্ৰ ৰাজ্যখনকেই গৌৰৱান্বিত কৰিলে। আহিবলগীয়া সময়চোৱাত স্বপ্ননীলে সমাজৰ বাবে ইতিবাচক কৰ্মেৰে বৰঙণি আগবঢ়াব বুলি আশা প্ৰকাশ কৰে।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কোহিমা খণ্ড বিচাৰপীঠৰ অধিবক্তা পি বি পৌলৰ পুত্ৰ স্বপ্ননীলে ডিমাপুৰ হলীক্ৰছ হাইস্কুলৰ প্ৰক্তন ছাত্ৰ। ২০০৬ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ ৬ষ্ঠ স্থান লাভ কৰিছিল। তাৰ পাছত স্বপ্ননীলে অভিযন্তা হোৱাৰ মানসেৰে শিলচৰৰ নেশ্যনেল টেকন’লজি ইণ্সটিটিউটত নামভৰ্তি কৰে। ২০১৬ চনৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰথম প্ৰচেষ্টাত স্বপ্ননীলে উত্তীৰ্ণ হৈ ভাৰতীয় ডাক সেৱা বিষয়া হিচাপে নিয়োজিত হয়। তাৰ পাছত তেওং দ্বিতীয় বাৰৰ বাৰৰ প্ৰচেষ্টাত ২০১৭ বৰ্ষত ৰাজহ সেৱাৰ (Indian Revenue Service) বিষয়া হিচাপে নিয়োজিত হয়। তাৰ পাছতো পুনৰ পৰীক্ষাত অৱতীৰ্ণ হৈ এইবাৰ স্বপ্ননীলে ভাৰতৰ ভিতৰত ৬৪ সংখ্যক স্থান লাভ কৰি তেওঁৰ সপোনৰ পদ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে নিৰ্বাচিত হয়।
অভিনন্দন বাৰ্তাটোত ৰাজ্যপালে স্বপ্ননীলৰ পিতৃ-মাতৃ, শিক্ষকসকল আৰু বন্ধু-বান্ধৱসকলকো অভিনন্দন জনাই কয় যে তেওঁলোকৰ সমৰ্থন আৰু পথ প্ৰদৰ্শন অবিহনে স্বপ্ননীলে কৃতকাৰ্য হ’ব নোৱাৰিলেহেতেন। স্বপ্ননীলৰ পিতৃয়ে স্বপ্ননীলৰ বিষয়ে কয় যে তেওঁ এজন কঠোৰ পৰশ্ৰমী শিক্ষাৰ্থী। দেউতাকে কয় যে তেওঁ স্বপ্ননীলক এজন চিকিৎসক হোৱাটো বিচাৰিছিল যদিও স্বপ্ননীলে ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰ হয় আৰু অৱশেষত নিজৰ লক্ষ্য এজন প্ৰশাসনিক বিষয়া হোৱাৰ স্বপ্ন সফল কৰে।
Recent News
নায়ক ডমিনিক লিভাকোভিচ! ব্ৰাজিলক পৰাস্ত কৰি বিশ্বকাপ ফুটবলৰ ছেমি ফাইনেলত ক্ৰোৱেছিয়া
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’)
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয়
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>পাকিস্তানৰ বিৰুদ্ধে প্ৰতিবাদ: তালিবানে গুলীয়ালে প্ৰতিবাদী মহিলাক Prag News : Latest Assam News , Best Assamese News Channel, Assam News Live Today , North East Brea
Home
Regional
National
International
Business
Entertainment
Sports
Lifestyle
Technology
Politics
Health
Live TV
Home
Regional
National
International
Business
Entertainment
Sports
Lifestyle
Technology
Politics
Health
Live TV
Home
News
আন্তঃৰাষ্ট্ৰীয়
পাকিস্তানৰ বিৰুদ্ধে প্ৰতিবাদ: তালিবানে গুলীয়ালে প্ৰতিবাদী মহিলাক
আন্তঃৰাষ্ট্ৰীয়
Image Credit: Internet
Sep 7, 2021 | moderator
ডিজিটেল ডেস্কঃ তালিবানৰ উত্থানত পাকিস্তানৰ সহায়ৰ হাত থকাৰ কথা এতিয়া আৰু কাৰো বাবেই অজানা কথা নহয়। আফগানিস্তান্ত তালিবানৰ চৰকাৰ গঠনৰ ক্ষেত্ৰতো এনেকি আগভাগ লৈ আছে পাকিস্তানে। কাবুলত চৰকাৰ গঠনৰ প্ৰাক:ক্ষণত তালিবানী নেতৃত্বৰ সৈতে ঘনাই আলোচনাত বহিছে আই এছ আইৰ মুৰব্বী ফইজ আহমেদ। পাঞ্জশ্বিৰ দখল কৰি আফগানিস্তানত নিজৰ একচত্ৰী সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ বাবে ব্যগ্ৰ হৈ থকা তালিবানী শাসকক সহায়ৰ হাত আগবঢ়াই পাকিস্তানী বায়ু সেনাই পাঞ্জশ্বিৰত বোমা বৰ্ষণ কৰাৰ অভিযোগো উত্থাপিত হৈছে।
এই কথাবোৰ বিশ্বই জানিছে। শান্তিপ্ৰিয় আফগানসকলে জানো জনা নাই? জানিছে, জনাটোৱেই স্বাভাৱিক। আৰু সেইবাবেই এতিয়া তালিবানৰ বিৰুদ্ধে আৰম্ভ হোৱা আফগান জনতাৰ প্ৰতিবাদে সামৰি লৈছে পাকিস্তানকো।
মঙলবাৰে ৭০ জনীয়া মহিলাৰ এনে এক প্ৰতিবাদী দল সমবেত হয় কাবুলস্থিত পাকিস্তানী দূতাবাসৰ সন্মুখত। তেওঁলোকে দূতাবাসৰ সন্মুখভাগ উত্তাল কৰি তোলে পাকিস্তান বিৰোধী শ্লোগানেৰে। কিন্তু নিজৰ ত্ৰাণকৰ্তা পাকিস্তানৰ বিৰুদ্ধে প্ৰতিবাদৰ এই ধ্বনি কিদৰে সহ্য কৰি তালিবানী শাসকে!
পাকিস্তান বিদ্বেষী এইসকল মহিলাক ছত্ৰভংগ দিয়াবলৈ তালিবানী যোদ্ধাই গুলীচালনা কৰিলে শূণ্যলৈ। ইয়াৰ পিছতে তালিবানী প্ৰবক্তাই আগবঢ়ালে স্পষ্ট ঘোষণা- - - “আমাৰ শাসনৰ বিৰুদ্ধে মাত মতা যিকোনো শক্তিকে অতি কঠোৰভাৱে আঘাত কৰা হ’ব”। উল্লেখ্য যে দুদিন পূৰ্বে তালিবানীয়ে প্ৰতিবাদকাৰী মহিলাক প্ৰহাৰ কৰি মূৰ ফালি পেলাইছিল। যি নহওঁক, আফগনিস্তানৰ ভূমিত পাকিস্তান বিদ্বেষী যিকোনো কণ্ঠক ৰোধ কৰিবলৈ তৎপৰ হৈ উঠা তালিবানীৰ বন্দুকৰ গৰ্জনে তালিবান আৰু পাকিস্তানৰ দৃঢ় মিত্ৰতাৰ সম্পৰ্ককে প্ৰকট কৰে বুলি সহজে বুজিব পাৰি।
Share :
Sponsor Ad