text
stringlengths 0
188k
|
---|
CHANGE LANGUAGE |
অসমীয়া |
ENGLISHहिन्दी मराठीગુજરાતીதமிழ் ಕನ್ನಡ বাংলা മലയാളം తెలుగు ਪੰਜਾਬੀ اردو ଓଡ଼ିଆ |
WATCH LIVE TV |
DOWNLOAD APP |
FOLLOW US ON |
অসম |
দেশ |
অপৰাধনামা |
মনোৰঞ্জন |
ব্যৱসায় |
কেৰিয়াৰ |
Explained |
ক্ৰীড়া |
ফটো |
প্ৰযুক্তি |
স্বাস্থ্য |
জীৱনশৈলী |
বিশ্ব |
অসম |
দেশ |
অপৰাধনামা |
মনোৰঞ্জন |
ব্যৱসায় |
কেৰিয়াৰ |
Explained |
ক্ৰীড়া |
ফটো |
প্ৰযুক্তি |
স্বাস্থ্য |
জীৱনশৈলী |
বিশ্ব |
ভিডিঅ’ |
LIVE TV |
ভিডিঅ’ |
LIVE TV |
#CryptoKiSamajh |
ভিডিঅ’ |
LIVE TV |
#CryptoKiSamajh |
Home |
» |
News |
» |
assam |
» |
Half Pant Controversy : আকৌ শিৰোনামত হাফ পেণ্ট ! এইবাৰ হাফ পেণ্ট নিপিন্ধিবলৈ আনুষ্ঠানিক জাননী, ক'ত ঘটিছে এই কাণ্ড... |
Half Pant Controversy : আকৌ শিৰোনামত হাফ পেণ্ট ! এইবাৰ হাফ পেণ্ট নিপিন্ধিবলৈ আনুষ্ঠানিক জাননী, ক'ত ঘটিছে এই কাণ্ড... |
সাংকেতিক ছবি |
Half Pant Controversy : সাপেখাতী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টোৰ বিষয়া দুগৰাকী মহিলা, এনে ক্ষেত্ৰত বহু লোকে অমাৰ্জিত সাজ-পোছাক পৰিধান কৰি কাৰ্যালয়ত প্ৰৱেশ কৰিলে পৰিবেশ বেয়া হয় কাৰণেই পোষ্টাৰসমূহ লগোৱা হৈছিল। |
News18 Assam |
Last Updated : September 28, 2021, 21:31 IST |
Share this: |
CHAW HANSANG KONWAR |
তেজপুৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰীক্ষাত হাফ পেণ্টক লৈ হোৱা বিতৰ্ক (Half Pant Controversy)ই ৰাজ্যখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷ সেই ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই পুনৰ এক অনুৰূপ ঘটনা পোহৰলৈ আহিছে ৰাজ্যত। এইবাৰ এক চৰকৰী কাৰ্যালয়ত। |
চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নিষিদ্ধ কৰা হ'ল হাফ পেণ্ট ৷ সাপেখাতী ৰাজহ চক্ৰৰ কাৰ্যালয়ত শিষ্টাচাৰ নীতি অনুসৰি হাফ পেণ্ট (Half Pant Banned) পৰিধান কৰি কাৰ্যালয়লৈ নাহিবলৈ অনুৰোধ জনোৱা হৈছে। কাৰ্যালয়টোৰ দেৱালে দেৱালে পোষ্টাৰ ওলমাই পেণ্ট পৰিধান কৰি নাহিবলৈ অনুৰোধ জনোৱা হৈছে ৷ সাপেখাতী ৰাজহ চক্ৰ বিষয়াৰ আদেশানুক্ৰমে জাননীখন জাৰি কৰা হৈছে বুলি স্পষ্টভাৱে উল্লেখ কৰা আছে। |
এই ঘটনাক কেন্দ্ৰ কৰি ছচিয়েল মিডিয়াত চলিছে ব্যাপক চৰ্চা ৷ পিছে এই জাননীযোগে মহিলাসকলক হাফ পেণ্ট পিন্ধা বাৰণ কৰিছে নে পুৰুষসকলৰ বাবে এই নিৰ্দেশ সেইয়া স্পষ্ট হোৱা নাই। আপাতত এই নিৰ্দেশ পুৰুষ-মহিলা সকলো লোকৰ বাবেই বুলি অনুমান কৰিব পাৰি। |
এই ঘটনা সন্দৰ্ভত কাৰ্যালয়টোত কৰ্মৰত বিষয়া-কৰ্মচাৰীৰ সৈতে যোগাযোগ কৰাত জানিব পৰা যায় যে চাৰি মাহ পূৰ্বেই এই পোষ্টাৰসমূহ লগোৱা হৈছিল। তেওঁলোকে কয় যে কাৰ্যালয়টোৰ বিষয়া দুগৰাকী মহিলা, এনে ক্ষেত্ৰত বহু লোকে অমাৰ্জিত সাজ-পোছাক পৰিধান কৰি কাৰ্যালয়ত প্ৰৱেশ কৰিলে পৰিবেশ বেয়া হয় কাৰণেই পোষ্টাৰসমূহ লগোৱা হৈছিল। |
অৱশ্যে সামাজিক মাধ্যমত সৰ্বত্ৰে চৰ্চা আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত কাৰ্য্যালয়ৰ পৰা পোষ্টাৰ সমূহ এৰুৱাই দিয়া পৰিলক্ষিত হৈছে। |
উল্লেখ্য যে কিছুদিন পূৰ্বে এগৰাকী ছাত্ৰীয়ে হাফ পেণ্ট পৰিধান কৰি তেজপুৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্তৰবেশ পৰীক্ষাৰ পৰীক্ষাকেন্দ্ৰত উপস্থিত হোৱাত কৰ্তৃপক্ষই ছাত্ৰীগৰাকীক হাফ পেণ্ট পৰিধান কৰাৰ বাবেই পৰীক্ষাত অৱতীৰ্ণ হোৱাত বাধা প্ৰদান কৰিছিল। অৱশ্যে পৰবৰ্তী সময়ত ছাত্ৰীগৰাকীক পৰ্দা এখন পিন্ধাই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অনুমতি প্ৰদান কৰিছিল ৷ কৰ্তৃপক্ষৰ এই কাণ্ডৰ পিছত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া হৈছিল। আনকি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা তদন্ত কমিটি গঠন কৰি ঘটনাৰ তদন্ত কৰা হৈছিল। |
Published by:Manjumoni Borah |
First published: September 28, 2021, 21:31 IST |
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া| |
CharaideoDressShort Dress WomanSonari |
ফটো |
... |
... |
... |
শেহতীয়া বাতৰি |
... |
... |
... |
... |
... |
LIVE TV |
শাখা |
অসম |
খবৰ |
দেশ |
বিশ্ব |
জীৱন শৈলী |
ফটো |
ভিডিঅ |
লাইভ টিভি |
শেহতীয়া বাতৰি |
GMC Property Tax : সম্পত্তিৰ গৰাকীয়ে সম্পত্তি কৰ পৰিশোধ নকৰিলে গুৱাহাটী পৌৰ নিগমে জব্দ কৰিব সম্পত্তি |
অভিনেত্ৰী স্বাৰা ভাস্কৰে যোগদান কৰিলে ভাৰত যোড়ো যাত্ৰাত, ৰাহুল গান্ধীক দিলে ফুল ! ফটো ভাইৰেল হোৱাৰ পিছত ট্ৰ'লিং আৰম্ভ ... |
নেইমাৰৰ বিশ্বকাপ অভিযান এইবাৰলৈ শেষ নেকি ? ব্ৰাজিলৰ অনুৰাগীসকল এই বিষয়ে চিন্তিত ... |
আগন্তুক ২০২৩ বৰ্ষৰ ক্ৰিকেট ছিজনৰ বাবে মুম্বাই ইণ্ডিয়ানছ গ্লবেলে ঘোষণা কৰিলে অধিনায়কৰ নাম |
7th Pay Commission: Modi চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ ! নতুন বছৰত DA বৃদ্ধি পাব পাৰে ... |
আমাৰ বিষয়ে |
আমাক যোগাযোগ কৰক |
ব্যক্তিগত নীতি |
কুকি পলিচী |
চাইট মেপ |
NETWORK 18 SITES |
News18 India |
CricketNext |
News18 States |
Bangla News |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.