text
stringlengths 0
188k
|
---|
তুলসীৰ শাৰী শাৰী কমল ফুলৰ বাৰী |
আউনীআটীৰ কেশৱদেউ জীৱ অধিকাৰী – |
তোমাক নমস্কাৰ৷ |
জন্মৰ সকলো ভাৰ |
কান্ধত আৰু গৰ্ভত লৈ |
ষি সকলো পৰিয়ালৰ জন্মৰ |
মাতৃস্বৰূপ – তোমাক বম্দো৷ |
দুৰ্গা নাম- |
নামনি অসমত দুৰ্গা দেৱীক লৈ ৰচনা কৰা কিছুসংখ্যক গীত পোৱা যায় এই গীতবোৰক দুৰ্গা নাম বোলে৷ এই গীতবোৰত দুৰ্গা দেৱীৰ মাহাত্ম্য প্ৰকাশ পাইছে৷ এই গীতসমূহ শাৰদীয় দুৰ্গা পূজাৰ সময়তে দুৰ্গা দেৱীক প্ৰাৰ্থনা কৰি গোৱা হয়৷ |
অম্বিকা চণ্ডিকা দুষ্টা দুৰ্গা মাজে বিশ্বেশ্বৰী আই৷ |
পাঁচ ভনীয়েকে একেখন আসনতে বহি নানান পূজা খায়৷ ৷ |
আউলা নামঃ |
নামনি অসমত প্ৰচলিত আন এবিধ নাম হৈছে আউলা নাম৷ ভাল শিপিনী হোৱাৰ মানসেৰে ওৰে ৰাতি উজাগৰে থাকি দুৰ্গা দেৱীক পূজা সেৱা কৰি সূতা কাটি এই নাম গোৱা হয়৷ |
ই ঘৰৰ পৰা মেকুৰী আহি |
সি ঘৰত কৰিলে মেও |
হাঁহি হেন মেখেলা কুঁহি হেন আগুৱান |
সেই কাপোৰ দেৱী আইক দেওঁ৷৷ |
পাঁচতী নাম- |
পাঁচতী উৎসৱত গোৱা গীতবোৰক পাঁচতী নাম বোলা হয়৷ এই গীতত কীৰ্তনৰ পদ, গোপালদেৱৰ জন্ম যাত্ৰা আৰু নন্দোৎসৱৰ গীত গোৱাৰ লগে লগে আইসকলে দিহা নাম গায়৷ বৰপেটা অঞ্চলৰ গীতবোৰত ৰাধাৰ নাম সোমাই পৰা বাবে ৰাধা-কৃষ্ণৰ ধেমালিৰ গীতবোৰ অতি মনোৰম হোৱা দেখা যায়৷ |
জালুকে পিপলি বান্ধিলা টুপলি |
কচুৰে বান্ধিলো আটি৷ |
নন্দ-যশোদাই সুপুত্ৰ লভিছে |
তাকে চাই আহোগৈ আজি৷৷ |
তুলসী নাম- |
নামনি অসমত পোৱা নামসমূহৰ ভিতৰত তুলসীৰ নাম উল্লেখযোগ্য৷ ইয়াত পৱিত্ৰ তুলসীৰ উৎপত্তি আৰু মাহাত্ম্যৰ বিষয়ে গুণ-গান কৰা হয়৷ তুলসীৰ তল মচি বন্তি জ্বলাই এই নাম গোৱা হয়৷ |
আনিলা তুলসী প্ৰভু এ |
ঔ ৰাম ৰাম মনুষ্য নগৰে |
ঔ আনিলা তুলসী প্ৰভু |
ৰাম গদাধৰে৷ |
আলোচনা কৰিও শেষ কৰিব নোৱাৰা গীতেৰে আমাৰ লোকসংস্কৃতিৰ ভঁৰাল ভৰি আছে৷ আলোচ্য গীতসমূহৰ বাহিৰেও বিবিধ বিষয়ক যিবোৰ গীত আছে সেইবোৰ অসমীয়া সংস্কৃতিৰ একচেতীয়া সম্পদ৷ লোকমনৰ আশা-আকাংক্ষা, বিশ্বাস, আচাৰ-আচৰণ এই গীতবোৰৰ মাজেৰেই প্ৰকাশ পাইছে৷ লোকসমাজত সিঁচৰতি হৈ থকা নাম-কীৰ্তন তথা ভক্তিমূলক গীতসমূহৰ আটাইবোৰ এতিয়াও সংৰক্ষণ কৰা হোৱা নাই৷ এই ক্ষেত্ৰত অধিক গৱেষণাৰ প্ৰয়োজন আছে৷ আধুনিকতাৰ পৰশত আমাৰ এই আপুৰুগীয়া সম্পদ বিলুপ্ত হোৱাৰ আগেয়ে আমি ইয়াক সংৰক্ষণ কৰা উচিত৷ |
তথ্য – অসমীয়া লোকসাহিত্য (ড°প্ৰহ্লাদ কুমাৰ বৰুৱা) |
-অতুল চন্দ্ৰ বৰুৱা ৰচনাৱলী |
-অসমীয়া লোকসংস্কৃতি (নবীন চন্দ্ৰ শৰ্মা) |
← ভোগালিত জাতীয়তাবাদ – উচ্চজিৎ দশগিৰি |
নামনি অসমত মাঘ বিহু পালনৰ কিছু ৰূপৰেখাঃ-খজেন ডেকা → |
You May Also Like |
বিশ্বত আতংকৰ সৃষ্টি কৰা কৰোনা ভাইৰাচৰ বিষয়ে জানিবলগীয়া কথা – ডা০ ভূপেন শইকীয়া |
February 19, 2020 March 10, 2021 0 |
স্বাধীনতাৰ আঁৰত…. (অনামিকা বৰুৱা) |
September 15, 2012 0 |
অসমীয়া সাহিত্যৰ বুৰঞ্জী (২) : মৃণালজ্যোতি গোস্বামী |
February 14, 2013 March 10, 2021 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214) |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডে অসমত বিভিন্ন কাৰিকৰী পদৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। প্ৰতিষ্ঠানটোৱে অসমত প্ৰকল্প অভিযন্তা-১ পদৰ বাবে যোগ্য ... |
Read more |
Recent News |
ছত্তীশগড়ত মাওবাদীৰ গুলীচালনাত চি আৰ পি এফৰ কমাণ্ডো জোৱানৰ মৃত্যু |
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে! |
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং |
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছতেই চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড আদিত বহিৰাগতৰ বিৰুদ্ধে একাংশ জাতীয় সংগঠনে তীব্ৰতৰ অভিযান চলাই আছে। একেই সময়তে অসমতো পূৰ্বৰে পৰা আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবী কৰি অহা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বিষয়টোক লৈ অধিক তৎপৰ হৈ উঠিছে। |
শনিবাৰে এই বিষয়টো লৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিয়ে চানমাৰিৰ পেঞ্চনাৰ ভৱনত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰে। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.