text
stringlengths 0
188k
|
---|
Read More... |
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট |
November 27, 2022 18 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো<eot>যদি আবেদনকাৰী পুৰুষ বা মহিলাগৰাকী, নতুন ব্যৱহাৰকাৰী হয় তেন্তে, এই পৃষ্ঠাৰ ওপৰত সৌফালে থকা “ৰেজিষ্টাৰ(পঞ্জীয়ন)টেব”ত ক্লিক কৰিব লাগিব আৰু তাৰপিছত সম্পূৰ্ণ নাম, দুৰভাষ সংখ্যা, ই-মেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য আৰু পাছৱৰ্ড আদি আৱশ্যকীয় তথ্যৰে সৈতে পঞ্জীয়ন (ৰেজিষ্ট্ৰেশ্যন) কৰাটো আৱশ্যক। |
ইয়াৰ পিছত আবেদনকাৰীয়ে পৰিচয় পত্ৰ সহ “লগ ইন টেব”ত ক্লিক কৰি লগ ইন কৰাটো প্ৰয়োজন। |
আবেদনকাৰীয়ে সিষ্টেমত লগ ইন কৰাৰ পিছত, তেওঁ “এপ্লাই অনলাইন টেবটো” ক্লিক কৰিব লাগিব আৰু কেনেধৰণৰ সেৱাৰ বাবে আবেদন কৰিব সেইয়া বাচনি কৰি, ৰিকুইৱাৰমেন্টছ (Requirements)টেবৰ মাধ্যমেৰে “এপ্লাই বাটন”ত ক্লিক কৰিব লাগিব। |
আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি, সহায়কাৰী প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰিব লাগিব। |
প্ৰপত্ৰখন সফলতাৰে জমা দিয়াৰ পিছত, আবেদন প্ৰসংগ সংখ্যা সম্বলিত এটা স্বীকৃতি সংখ্যা উৎপন্ন হ’ব। তাৰপিছত পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে আবেদন পত্ৰখন উচ্চপদস্থ বিষয়াৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব। এই বিযয়ে আবেদনকাৰীক এছ.এম.এছ আৰু ই-মেইল আইডিৰ জৰিয়তে অৱগত কৰা হ’ব। |
আবেদনকাৰীয়ে ট্ৰেক বাটনত ক্লিক কৰি আবেদন প্ৰসংগ সংখ্যা এন্টাৰ (প্ৰৱেশ) কৰিলেই, আবেদন পত্ৰৰ অৱস্থান লক্ষ্য কৰাৰ লগতে নিৰীক্ষণ কৰিব পাৰিব। |
নথিপত্ৰ সফলতাৰে জমা দিয়াৰ পিছত, “জাতিৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন “ প্ৰস্তুত হ’ব আৰু লগে লগে আবেদনকাৰীয়ে এ.আৰ.টি.পি.এছ পোৰ্টেলৰ পৰা ডাউনল’ড কৰিব পাৰিব। এই বিযয়ে আবেদনকাৰীক এছ.এম.এছ আৰু ই-মেইল আইডিৰ জৰিয়তে অৱগত কৰা হ’ব। |
1. আবেদনকাৰীৰ ফটো [Mandatory] |
2. জন্ম তাৰিখৰ প্ৰমাণ (যিকোনো স্বীকৃতিপ্ৰাপ্ত আবেদনকাৰী ব’ৰ্ডে প্ৰদান কৰা জন্মৰ প্ৰমাণপত্ৰ/আধাৰ কাৰ্ড/পেন/এডমিট কাৰ্ড ) [Mandatory] |
3. বাসস্থানৰ প্ৰমাণ(স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ/আধাৰ কাৰ্ড/ইপিআইচি/ভূমি নথিপত্ৰ/বিদ্যুৎ বিল, আবেদনকাৰী বা অভিভাৱকৰ ৰেচন কাৰ্ড ) [Mandatory] |
4. পিতৃৰ জাতিৰ প্ৰমাণ পত্ৰ [Mandatory] |
5. ৰাজ্য চৰকাৰে অৱগত কৰা অনুমোদিত জাতি/জনজাতি/সম্প্ৰদায় সংগঠনৰ পৰামৰ্শ [ Mandatory (incase father's caste certificate not present)]<eot>গ্ৰীষ্মকালত অষ্ট্ৰিয়াৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্যই সমগ্ৰ বিশ্ববাসীক আকৰ্ষণ কৰে ৷ বিশেষকৈ ইয়াৰ হ্ৰদ আৰু জলভাগ গ্ৰীষ্মৰ বতৰ অহাৰ লগে লগে সাঁতোৰ আৰু অন্যান্য বিভিন্ন কামৰ বাবে জনপ্ৰিয় স্থান হৈ পৰে। |
আনহাতে শীতকালত অষ্ট্ৰিয়াৰ বেছিভাগ হ্ৰদৰ পানী বৰফ হ’বলৈ ধৰে যাৰ ফলত বৰফত স্কেটিং কৰাৰ বাবে এই ঠাইসমূহে পৰ্য্যটকসকলৰ দৃষ্টি আকৰ্ষণ কৰে । বৰফ পৰিবলৈ আৰম্ভ কৰাৰ লগে লগে হ্ৰদসমূহৰ চাৰিওফালে থকা প্ৰাকৃতিক অঞ্চল আৰু পাহাৰবোৰ সকলোৰে বাবে উপভোগ্য ঠাই হৈ পৰে ৷ |
ছালজবাৰ্গৰ ঠিক ওচৰতে অৱস্থিত এই ১১ কিলোমিটাৰ দীঘল স্বচ্ছ নীলা পানীৰ ‘মণ্ডচি’ নামৰ এই হ্ৰদটো জল ক্ৰীড়াৰ বাবে উপযোগী । মনোমোহা এই হ্ৰদৰ অপৰূপ সৌন্দৰ্য্য উপভোগ কৰি যেন সেই ঠাইলৈ অহা প্ৰতিজন লোকে নিজৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মানসিক চাপৰ পৰা হাত সাৰিব পাৰে। গৰম পানীৰ বাবে পৰিচিত এই হ্ৰদত সাঁতুৰিলে মানুহে মানসিক প্ৰশান্তি লাভ কৰে । ইয়াৰ উপৰিও ই এক জনপ্ৰিয় বিয়াৰ স্থান। |
অষ্ট্ৰিয়াৰ অন্যতম বৃহৎ হ্ৰদ আচেনচি যি এটা পাহাৰৰ গুৰিতে ভিত্তি কৰি গঢ় লৈ উঠিছে। আনহাতে ওচৰৰ বেয়াৰনফ (Bärenkopf) পৰ্বতত এক চমৎকাৰী হাইকিং পথ আছে যিয়ে পৰ্য্যটকসলকলক শৃংগটোলৈ লৈ যায়, য’ত তেওঁলোকে হ্ৰদটোৰ পেনোৰামিক দৃশ্য উপভোগ কৰিব পাৰে। সাগৰৰ সৌন্দৰ্য্য আৰু স্বচ্ছতাই অৱশ্যে ইয়াক এক অনন্য আৰু অসাধাৰণ গন্তব্যস্থানলৈ পৰিণত কৰিছে। |
১২৫ মিটাৰ গভীৰতাৰ হলষ্টেট হ্ৰদৰ স্চ্ছ পানী সাঁতোৰ, স্কুবা ডাইভিং আৰু নাওঁ চলোৱাৰ বাবে এক আদৰ্শ স্থান । ইয়াত দৰ্শকে কয়াকিং বা কেনুইং কৰাৰ উপৰিও প্ৰাচীন কাঠৰ নাৱত ফেৰী ভ্ৰমণো কৰিব পাৰে । এই ধুনীয়া হ্ৰদটোৰ চাৰিওফালে থকা পাহাৰবোৰত হাইকিং কৰি এই হ্ৰদটোৰ সৰ্বোত্তম দৃশ্য লাভ কৰিবলৈ সক্ষম হয় ইয়ালৈ অহা লোকসকল । |
অষ্ট্ৰিয়াৰ অন্যতম গভীৰ হ্ৰদ ট্ৰাউনচি ডাইভিঙৰ বাবে এক নিখুঁত স্থান ৷ কেৱল সেয়াই নহয়, ইয়াত উইণ্ডচাৰ্ফিঙৰ লগতে পালতোলাৰ বাবেও পৰ্য্যাপ্ত বতাহ আছে। ইয়াৰ উপৰিও হ্ৰদটোৰ চাৰিওফালে থকা পাহাৰবোৰ ট্ৰেকিঙৰ বাবে উপযুক্ত। |
শীতকালত আইচ-স্কেটিঙৰ বাবে উপযোগী এই হ্ৰদটোৰ চৌদিশ প্ৰদূষণ মুক্ত ।আনহাতে ইয়াত উপলব্ধ নিৰাপদ বৈদ্যুতিক নাও ৷ ইয়াৰ উপৰিও অসংখ্য পাহাৰীয়া নৈয়ে এই হ্ৰদটোৰ সৌন্দৰ্য্যৰ সোণত সুৱগা চৰাইছে । চুবুৰীয়া চহৰ জেল আম ছিৰ নামেৰে এই হ্ৰদটোৰ নাম দিয়া হৈছে, য’ত ১৬ শতিকাৰ এটা বৃহৎ দুৰ্গ আৰু এটা প্ৰকাণ্ড গীৰ্জা আছে। |
এই হ্ৰদৰ পানীত ননমাকৈয়ে ৪৯ ফুট দ এই হ্ৰদটোৰ স্বচ্ছ পানীৰে হ্ৰদটোৰ তলিলৈকে দেখা পায় ৷ প্লেনচিৰ পানী ইমানেই পৰিষ্কাৰ যে এইয়াও সম্ভৱ। ভ্ৰমণ বিলাসী লোকসকলৰ বাবে প্লেনচি চাবলগীয়া ঠাই! এই হ্ৰদটোও যথেষ্ট বিশাল, অষ্ট্ৰিয়াৰ টাইৰল অঞ্চলত অৱস্থিত এই হ্ৰদ এটা খালৰ জৰিয়তে আন এটা হ্ৰদ হেইটাৰৱাঙ (Heiterwang) ৰ সৈতে সংযুক্ত, যি নৌকা বিহাৰৰ বাবে এক বিখ্যাত স্থান। |
Previous Post |
কাৰাগাৰতে থাকিব লাগিব আপৰ মন্ত্ৰী সত্যেন্দৰ জৈন, নাকচ হ’ল জামিন আৱেদন |
Next Post |
এতিয়াৰ পৰা চাৰিটা এণ্ড্ৰইড হেণ্ডছেটৰ সৈতে ব্যৱহাৰকাৰীয়ে সংলগ্ন কৰিব পাৰিব নিজৰ হোৱাটছএপ একাউণ্ট |
Related Posts |
সমাজ |
ভাৰতৰ কেইখন মান বিখ্যাত ঠাই |
December 5, 2022 |
সমাজ |
এইখন ভাৰততে আছে বাহিৰৰ জগতৰ লগত কোনো ধৰণৰ সংস্পৰ্শ নোহোৱা এটা জনগোষ্ঠী |
December 5, 2022 |
সমাজ |
প্ৰাতঃস্মৰণীয়… |
December 5, 2022 |
সমাজ |
প্ৰাতঃস্মৰণীয়… |
December 4, 2022 |
সমাজ |
এইবাৰ ভাৰতত নহয় আমেৰিকাৰ এখন ঘৰত লক্ষ্মীৰ ৰূপত জন্ম হ’ল কন্যা সন্তানৰ |
December 3, 2022 |
সমাজ |
প্ৰাচীন ভাৰতেই হয়তো একমাত্ৰ এনে দেশ য’ত সকলো ঋতু একেলগে উপভোগ কৰিব পাৰি |
December 3, 2022 |
Next Post |
এতিয়াৰ পৰা চাৰিটা এণ্ড্ৰইড হেণ্ডছেটৰ সৈতে ব্যৱহাৰকাৰীয়ে সংলগ্ন কৰিব পাৰিব নিজৰ হোৱাটছএপ একাউণ্ট |
No Result |
View All Result |
সম্পৰ্কত বন্ধুত্বৰ ভূমিকা |
0 shares |
Share 0 Tweet 0 |
অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি |
0 shares |
Share 0 Tweet 0 |
এটি কলি দুটি পাত |
0 shares |
Share 0 Tweet 0 |
বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা |
0 shares |
Share 0 Tweet 0 |
শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য |
0 shares |
Share 0 Tweet 0 |
“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য। |
সংবাদ শ্ৰেণীসমূহ |
অভিমত |
অৰ্থনীতি |
আইন |
কবিতা |
ক্ৰীড়া |
চুটিগল্প |
জীৱন |
প্ৰবন্ধ |
বতৰ |
বিজ্ঞান |
ভিডিঅ’ |
মনোৰঞ্জন |
মুখ্য সংবাদ |
ৰাজনীতি |
ৰাশিফল |
শাৰদ বিশেষ |
সংবাদ গুঞ্জন |
সমাজ |
সংস্কৃতি |
পলকতে |
অহা ১২ ৰ পৰা ১৪ ডিচেম্বৰলৈকে যোৰহাটৰ ‘ভিজন আৰ্ট অসম’ত |
December 5, 2022 |
সন্তানৰ মাচুল আদায় দিবলৈ শাক-পাচলিৰ ব্যৱসায়ীৰ বাবে ধন ধাৰলৈ লৈছিল প্ৰখ্যাত সংগীতশিল্পী মুকেশে, কিদৰে তেওঁ যুঁজিছিল দাৰিদ্ৰ্যৰে ?<eot>পুনৰ বহিঃৰাজ্যত অসমৰ চাৰিগৰাকীকৈ শ্ৰমিকক দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে অতি নিৰ্মমভাৱে হানি-খুচিঁ হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে। |
নিহতকেইজনৰ মাজৰে এজন ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ৩ নং ইকৰাবাৰী গাঁৱৰ আব্দুল মালেকৰ পুত্ৰ আব্দুল আৱাল (৩৩) আৰু আন তিনিজন শিলচৰৰ বুলি জানিব পৰা গৈছে। অৱশ্যে বাতৰি লিখা সময়লৈকে আন তিনিজনৰ পৰিচয় জানিব পৰা হোৱা নাই। |
নিহত আব্দুল আৱালে পত্নীৰ লগতে দুই সন্তানক এৰি থৈ গৈছে। উল্লেখযোগ্য যে ১৩ নৱেম্বৰত মেঘালয়ৰ সাত কিলো নামৰ ঠাইত ৫ জনকৈ শ্ৰমিক শুই থকা অৱস্থাত ৬-৭ জনীয়া দুৰ্বৃত্তৰ এটা দলে অতৰ্কিতে আক্ৰমণ কৰি চাৰিজনকৈ শ্ৰমিকক হত্যা কৰে। |
অৱশ্যে পাঁচজন শ্ৰমিকৰ মাজৰে এজন ইকৰাবাৰী গাঁৱৰ ৰুহুল আমিন নামৰ শ্ৰমিকজনে দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণৰ পৰা কোনো মতে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। আৰু তেওঁ নিহত আব্দুল আৱালৰ পৰিয়ালক ফোনযোগে অৱগত কৰে। |
ইফালে পৰিয়ালৰ লোকে ঘটনাৰ বিষয়ে অৱগত হৈ ১৪ নৱেম্বৰত মেঘালয়লৈ গৈ মৃতদেহ উদ্ধাৰ কৰি অনাৰ লগতে ৰৌতা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। |
আৰক্ষীয়ে পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। |
Recent News |
পাঁচ ডিচেম্বৰত বৃক্ক সংৰোপণ কৰা হ’ব লালুৰ শৰীৰত, তাৰ পাছত চাব বিচাৰে বিজেপিৰ পৰাজয়: নিৰ্বাচনী সভাত অনুৰাগীক জনালে লালুপুত্ৰ তেজস্বীয়ে |
ছয় বছৰ পূৰ্বে যুৱতীক এছিড নিক্ষেপ কৰা দুৰ্বৃত্তক শাস্তি বিহিলে আদালতে: যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে দুৰ্বৃত্তক |
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে |
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>নাগৰিকত্ব (সংশোধন) আইনত গৃহীত হোৱাৰ পাছত আজি প্ৰথমবাৰৰ বাবে অসমত উপস্থিত হৈছে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.