text
stringlengths 0
188k
|
---|
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214) |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>দুবছৰ সম্পূৰ্ণ হ’ল ইতিবাচক খবৰেৰে সমৃদ্ধ প্ৰথমটো অসমীয়া নিউজ প’ৰ্টেল এন ই ফ’কাচে (ৱেবছাইট NEFOCUS.COM)। নিউজ প’ৰ্টেলটোৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে সোমবাৰে গুৱাহাটী প্ৰেচ ক্লাবত অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। |
যুৱ সাংবাদিক সংগীতা শইকীয়াৰ একক প্ৰচেষ্টাৰে ডিজিটেল সংবাদ ক্ষেত্ৰত সেৱা আগ বঢ়াই অহা এন ই ফ’কাচে সমসাময়িক ইতিবাচক খৱৰৰ লগতে পৰ্যটন, খাদ্য সম্ভাৰ আৰু ব্যৱসায় সম্পৰ্কীয় বা-বাতৰি প্ৰকাশ কৰি আহিছে। |
সোমবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত নিউজ প’ৰ্টেলটোৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগতে ‘গণতান্ত্ৰিক সমাজ ব্যৱস্থাত সাংবাদিকৰ ভূমিকা’ শীৰ্ষক এটা বক্তৃতানুষ্ঠানো অনুষ্ঠিত কৰে প্ৰতিষ্ঠানটোৱে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিশিষ্ট সমাজকৰ্মী নৰেণ হাজৰিকাই কয়, “সাংবাদিকসকল সমাজৰ একো-একোজন যোদ্ধা। সমাজৰ স্বাৰ্থত তেওঁলোকে কিমান কষ্ট আৰু পংকিল বাটেৰে আগুৱাই যাব লগীয়া হয় সেয়া সহজেই অনুমান কৰিব পাৰি।” |
হাজৰিকাই লগতে দেশক আগুৱাই নিবলৈ সাংবাদিকসকলে সু-সাংবাদিকতা কৰাৰ প্ৰয়োজন আছে বুলিও মন্তব্য কৰে। |
অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ৰণেন গোস্বামীয়ে সংবাদ মাধ্যমৰ ক্ষমতাক লৈ সুন্দৰ বক্তব্য আগ বঢ়ায়। তেওঁ কয়, “সংবাদ মাধ্যমৰ স্বাধীনতাক লৈ সততে প্ৰশ্ন উত্থাপিত হয়। কিন্তু সংবাদ মাধ্যমৰ স্বাধীনতা অবাধ নহয়। ভাৰতৰ সংবিধানে জনসাধাৰণক প্ৰদান কৰা ‘বাক স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰ’ৰেই ই এটা অংশ মাথোন।” |
অনুষ্ঠানত বিশিষ্ট সাংবাদিক ৰূপম বৰুৱা আৰু লেখিকা মনীষা শৰ্মাও উপস্থিত থাকে। |
Recent News |
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’) |
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট |
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয় |
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>আজি প্ৰেমৰ দিৱসৰ দিনটোতেই অসমলৈ আহিব কংগ্ৰেছৰ যুৱৰাজ তথা প্ৰভাৱশালী নেতা ৰাহুল গান্ধী। শিৱসাগৰৰ বৰ্ডিং খেলপথাৰৰ জনসভাত সম্বোধন কৰিব ৰাইজক। |
ইয়াকে লৈ বিগত কেইবাদিনো ওখল মাখল পৰিৱেশ শিৱসাগৰ জিলাখনতেই। ব্যাপক প্ৰস্তুতি খেলপথাৰ খনত। ঐতিহাসিক বৰ্ডিং খেলপথাৰত মূল মঞ্চৰ উপৰিও সাংস্কৃতিক কায্যসূচীৰ বাবে নিৰ্মান কৰা হৈছে বিশেষ মঞ্চ। |
উজনি – নামনি প্ৰায় সকলো শীৰ্ষ স্থানীয় কংগ্ৰেছ নেতাই আজি ১৪ ফেব্ৰুৱাৰীৰ দিনটোত ৰাহুল গান্ধী সৈতে যোগদান দিব এই জনসভাত। |
যিমানেই বিধানসভা নিৰ্বাচন চমু চাপি আহিছে সিমানেই তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল গঠন আৰু নেতা সকল। সকলোৱে দলৰে নেতাই আহিছে শিৱসাগৰলৈ। |
অসমৰ শিৱসাগৰ যেন এইবাৰৰৰ নিৰ্বাচনৰ কেন্দ্ৰস্থল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ হৈ ৰনডংকা বজাই যোৱাৰ পিছত আজি আহিব কংগ্ৰেছৰ ৰনডংকা বজাবলৈ ৰাহুল গান্ধী। |
এই জন সভাত ২০ ৰ পৰা ২৫ হাজাৰ লোকৰ সমাগম হব বুলি দাবী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। |
Photo Credit: The Print |
আৰু পঢ়ক : উন্নয়নৰ নমুনাঃ বছৰ বছৰ ধৰি জৰাজীৰ্ণ দলঙেৰে মৰণত শৰণ দি যাতায়ত কৰিবলগীয়া হৈছে ৰাইজবাসী |
TAGS |
assam |
Sivasagar |
Rahul Gandhi |
ৰাহুল গান্ধী |
শিৱসাগৰ |
assam assembly election 2021 |
Previous articleউন্নয়নৰ নমুনাঃ বছৰ বছৰ ধৰি জৰাজীৰ্ণ দলঙেৰে মৰণত শৰণ দি যাতায়ত কৰিবলগীয়া হৈছে ৰাইজবাসী<eot>Home অসম যোৰহাট-মাজুলী সংযোগী বহু প্ৰত্যাশিত দলং নিৰ্মাণ কামৰ আজি শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰী শৰ্মাই |
অসম |
যোৰহাট-মাজুলী সংযোগী বহু প্ৰত্যাশিত দলং নিৰ্মাণ কামৰ আজি শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰী শৰ্মাই |
By |
Time8 Webdesk |
- |
29-Nov-21 @ 10:47 |
0 |
587 |
Share |
WhatsApp |
Viber |
Facebook |
Twitter |
Linkedin |
Email |
Print |
Telegram |
Photo Credit: Time8 |
যোৰহাট মাজুলী সংযোগী বহু প্ৰত্যাশিত দলং খনৰ নিৰ্মাণ কাৰ্য ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আজি শুভাৰম্ভণি কৰাৰ খবৰ পোৱাৰ লগে লগেই নদী দ্বীপ মাজুলী বাসীৰ সমান্তৰালকৈ উৎফুল্লিত হৈ পৰিছে বৃহত্তৰ জাঁজী মুখ অঞ্চলৰ ৰাইজ। |
যোৰহাট মাজুলী সংযোগী দলং খনৰ এটা মূৰ নদী দ্বীপ মাজুলীৰ দক্ষিণপাট সত্ৰত আৰু আনটো মূৰ টীয়কৰ জাঁজী মুখৰ হাতীশালত। |
দলংখন সম্পূৰ্ণ হৈ উঠাৰ লগে লগেই বহুদিনৰ আশা পুৰণ হোৱাৰ লগতে এক নতুন দিনৰ সূচনা হৈছে আজিৰ এই বিশেষ দিনটোৰ পৰাই। |
বহি: সংযোগ ঘটিব যোৰহাট মাজুলীৰ লগতে লক্ষিমপুৰ, ধেমাজীৰ সৈতে। নদী দ্বীপ মাজুলী বাসীৰ লগতে টীয়কৰ বৃহত্তৰ জাঁজী মুখ অঞ্চলৰ ৰাইজৰ মাজত এতিয়া আনন্দ দেখিবলৈ পোৱা গৈছে। |
উৎপাদিত সামগ্ৰীৰ লগতে শিক্ষা,যাতায়ত আদিত প্ৰচুৰ সম্ভাৱনাই দেখা দিছে দলং খনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ লগে লগে। ইয়াৰ উপৰিও পৰ্যটনৰ ক্ষেত্ৰত মাজুলীৰ লগতে টীয়কৰ জাঁজী মুখত এক নতুন দিনৰ সুচনা হ’ব।<eot>তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰতিদিনে কৰি থকা হৈছে ৰেপিড এণ্টিজেণ্ট টেষ্ট আৰু আজি ৭ জনৰ দেহত ধৰা পৰে কভিদ ১৯। |
তিতাবৰ অসামৰিক চিকিৎসালয়ৰ অধীনৰ এই পৰ্যন্ত মুঠ আক্ৰান্তৰ সংখ্যা ২০ জন । |
আজি তিতাবৰ মহকুমাৰ অন্তৰ্গত টিপমীয়াত ৩ জন, ডফলাটিঙত ১ জন, আমগুৰিত এজন আৰু তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত দুজনৰ দেহত পোৱা গৈছে কৰ’ণাৰ অৱস্থিতি। |
উল্লেখযোগ্য যে তিতাবৰ দফালটিঙৰ পূৰবী ৰাৱতীয়া নামৰ এগৰাকী কভিড-১৯ ৰোগীক যোৰহাট চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰিছে । |
কভিড সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কৰ’ণাৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ সকলোকে আহ্বান জনাইছে তিতাবৰৰ স্বাস্থ্য বিভাগে । |
আৰু পঢ়ক : অক্সিজেন সংকটক লৈ প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক; ল’লে কেইবাটাও সিদ্ধান্ত |
TAGS |
Titabor |
COVID-19 |
Previous articleঅক্সিজেন সংকটক লৈ প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক; ল’লে কেইবাটাও সিদ্ধান্ত |
Next articleশিক্ষা বিভাগৰ নতুন নিৰ্দেশনা, হাজাৰৰ অধিক আক্ৰান্ত হ’লে বন্ধ থাকিব কামৰূপ মেট্ৰ’ৰ শিক্ষানুষ্ঠান<eot>শিৱসাগৰ চহৰৰ সমিপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেমন দলঙৰ তলৰ দিখৌ নদীৰ যুঁৱলিত শুকুৰবাৰে পুৱাই এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ শিৱসাগৰত চাঞ্চল্যৰ সৃষ্টি হয়। স্থানীয় ব্যক্তিয়ে পুৱাই দিখৌৰ যুঁৱলিত এটা মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। উক্ত খবৰ ভিত্তিত দণ্ডাধীশৰ উপস্থিত শিৱসাগৰ আৰক্ষীয়ে মৃতদেহ নৈৰ যুঁৱলিৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। |
মৃতদেহটো শিৱসাগৰ চহৰৰ গণকপট্টিৰ ১০ নং ৱাৰ্ডৰ নিবাসী ৬১ বছৰীয়া যতীন চন্দ্ৰ শৰ্মাৰ মৃতদেহ বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে। উল্লেখ্য যে, যোৱা ৪ নৱেম্বৰত যতীন চন্দ্ৰ শৰ্মাক চিকিৎসাৰ বাবে পত্নী চানু শৰ্মাই গুৱাহাটীলৈ লৈ গৈছিল। চিকিৎসা সম্পন্ন কৰি ৯ নৱেম্বৰৰ পুৱা পত্নীসহ যতীন চন্দ্ৰ শৰ্মা শিৱসাগৰস্থিত বাসগৃহত উপস্থিত হৈছল। বাসগৃহত উপস্থিত হৈ দুয়োয়ে একাপ চাহ খাবৰ বাবে পত্নী চানু শৰ্মাই চাহ বনাবলৈ ৰান্ধনী ঘৰলৈ যায়। চাহ দুকাপ লৈ চানু শৰ্মা স্বামীৰ ওচৰলৈ আহি দেখে স্বমী নাই। তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছিল যতীন চন্দ্ৰ শৰ্মা। |
এই সন্দৰ্ভত যতীন চন্দ্ৰ শৰ্মাৰ পত্নীয়ে শিৱসাগৰ আৰক্ষীক এজাহাৰ দাখিল কৰিছিল। যতীন চন্দ্ৰ শৰ্মা ঘৰৰ পৰা কি পৰিস্থিতিত উলাই গৈছিল আৰু দিখৌ নদীত কি পৰিস্থিতিত যতীন চন্দ্ৰ শৰ্মাৰ মৃতদেহ উদ্ধাৰ হ’ল সেই বিষয়ে সবিশেষ জানিব পৰা হোৱা নাই। একাংশ লোকে স্বাস্থ্য জনিত কাৰণত শৰ্মাই আত্মহত্যাৰ পথ বাছি লয় বুলি সন্দেহ প্ৰকাশ কৰিছে। |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক |
November 28, 2022 3 0 CommentsBy: Sangbad 365 |
Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ |
Read More... |
Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে |
November 28, 2022 13 0 CommentsBy: Sangbad 365 |
Basiruddin Ahmed ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.