text
stringlengths 0
188k
|
---|
Sort by Relevance Newest first Oldest first |
Trending News |
ছাত্ৰ ৰাজনীতি আৰু বিশ্ববিদ্যালয়; জীৱনৰ মানসপতত ক’লা অধ্যায় হিচাপে ৰৈ যোৱা এক বৰ্ণিল যাত্ৰাৰ কাহিনী |
উজনিৰ সভাপতি লাগে ৰাজ্যিক বিজেপিক; কোনে ল’ব ভৱেশ কলিতাৰ স্থান? |
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ‘ৰেগিঙৰ পৰা বাচিবলৈ’ হোষ্টেলৰ পৰা জঁপিয়াই সংকটজনক অৱস্থাত ছাত্ৰ |
লখিমপুৰত অনুসূচিত জাতিৰ লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ দাবীত প্ৰতিবাদ |
৬ দিন ধৰি বাহনসহ নিখোজ ব্যক্তি, ধেমাজিত চাঞ্চল্য |
Latest News |
উজনিৰ সভাপতি লাগে ৰাজ্যিক বিজেপিক; কোনে ল’ব ভৱেশ কলিতাৰ স্থান? November 28, 2022 |
লখিমপুৰত অনুসূচিত জাতিৰ লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ দাবীত প্ৰতিবাদ November 28, 2022 |
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে ক্ষোভিত ৰাইজ November 28, 2022 |
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ‘ৰেগিঙৰ পৰা বাচিবলৈ’ হোষ্টেলৰ পৰা জঁপিয়াই সংকটজনক অৱস্থাত ছাত্ৰ November 28, 2022 |
স্পেইন (১) বনাম জাৰ্মানী (১) : বিশ্বকাপৰ Tactical Analysis November 28, 2022 |
YouTube |
Facebook |
Twitter |
Instagram |
LINKS |
অসম | কলা-সংস্কৃতি | ক্ৰীড়া | জীৱনশৈলী | দেশ-বিদেশ | মনোৰঞ্জন | মুখ্যপৃষ্ঠা | ইষ্ট ম’জ’ বিশেষ | চাকৰি | ভিডিঅ | Grievance Redressal<eot>W7S NEWS, ষ্টাফৰিপোৰ্টাৰ, কাইলৈৰ পৰা বন্ধ থাকিব একাধিক জিলাৰ প্ৰাথমিক শ্ৰেণীৰ পাঠদান। তদুপৰি গড়ে শতাধিক আক্ৰান্ত জিলাৰ প্ৰাথমিক স্কুল বন্ধ থাকিব। |
-স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অনুষ্ঠিত এখন সংবাদমেলত এই কথা ঘোষণা কৰে। তেওঁ লগতে কয় ' ৰাজ্যত গড়ে ৪ শতাধিক লোক কৰ'নাত আক্ৰান্ত হৈছে। সেই ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। |
Share This |
About W7S News |
By W7S News at April 17, 2021 |
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest |
No comments: |
Post a Comment |
Newer Post Older Post Home |
Subscribe to: Post Comments (Atom) |
Post Bottom Ad |
Responsive Ads Here |
Author Details |
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. |
Facebook |
Powered by Blogger. |
Search |
শেহতীয়া |
জনপ্ৰিয় |
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ |
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে... |
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ... |
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ |
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক... |
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ |
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স... |
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#... |
মন্তব্য |
Archive |
Archive November (55) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2) |
Sponsor |
AD BANNER |
সাহিত্য |
Tags |
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>এইবাৰ দেশত উচ্চাৰিত হৈছে ‘বয়কট ফিফা বিশ্বকাপ’ ধ্বনি। চলিত ফিফা বিশ্বকাপ বৰ্জনৰ আহ্বানেৰে এইবাৰ চৰ্চালৈ আহিছে এগৰাকী বিজেপি নেতা। বিশ্বকাপ ফুটবল বৰ্জন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগতে ভাৰতীয় ফুটবল ফেডাৰেচন তথা সমগ্ৰ দেশবাসীক আহ্বান জনাইছে বিজেপিৰ মুখপাত্ৰ ছাভিঅ’ ৰড্ৰিগুৱেজে। |
বিতৰ্কিত ইছলামিক প্ৰচাৰক জাকিৰ নাইকক বিশ্বকাপ আয়োজক কাটাৰে ফিফা বিশ্বকাপলৈ আমন্ত্ৰণ জনোৱাৰ পিছতে আজি বিজেপিৰ মুখপাত্ৰ ছাভিঅ’ ৰড্ৰিগুৱেজে চৰকাৰ, ভাৰতীয় ফুটবল সন্থা আৰু ফুটবল উপভোগৰ বাবে আয়োজক দেশখনলৈ যোৱা ভাৰতীয়সকলক বিশ্বকাপ বৰ্জন কৰিবলৈ আহ্বান জনায়। |
ভাৰতত পলাতক ঘোষিত জাকিৰ নাইকক কাটাৰে চলি থকা ফিফা বিশ্বকাপৰ সময়ত ইছলাম বিষয়ক বক্তৃতা দিবলৈ আমন্ত্ৰণ জনোৱা বুলি জানিব পৰা গৈছে। |
এক বিবৃতিত ৰড্ৰিগুৱেজে কয় যে যি সময়ত বিশ্বই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজি আছে, সেই সময়ত নাইকক এনে এক মঞ্চ দিয়াটো সন্ত্রাসবাদৰ সহানুভূতিশীল এগৰাকী ব্যক্তিক ঘৃণা বিয়পাবলৈ সুযোগ দিয়াৰ দৰেই৷ |
বিবৃতিটোত ৰড্ৰিগুৱেজে কয়, “ফিফা বিশ্বকাপ এক বিশ্বব্যাপী অনুষ্ঠান। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহে এই দৰ্শনীয় খেলবিধৰ সাক্ষী হ’বলৈ আহে আৰু লগতে লাখ লাখ লোকে টিভি আৰু ইণ্টাৰনেটত এই প্ৰতিযোগিতা চায়।” |
“যি সময়ত বিশ্বই বিশ্ব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজি আছে, সেই সময়ত জাকিৰ নাইকক এনে এক মঞ্চ প্ৰদান কৰি, এগৰাকী সন্ত্ৰাসবাদীক তেওঁৰ উগ্ৰবাদ আৰু ঘৃণা বিয়পাই দিয়াৰ মঞ্চ দিয়াৰ দৰেই হৈছে।”— বিজেপি নেতাগৰাকীয়ে লগতে কয়। |
এনে কাৰণতে ৰড্ৰিগুৱেজে ভাৰতীয় জনসাধাৰণৰ লগতে সন্ত্ৰাসবাদৰ বলি হোৱা আন আন দেশৰ লোকসকলকো সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বব্যাপী যুঁজৰ সৈতে সংহতি প্ৰদৰ্শনেৰে বিশ্বকাপৰ অনুষ্ঠান বৰ্জন কৰিবলৈ আহ্বান জনায়। |
নাইকে ভাৰতত ইছলামিক উগ্ৰবাদ আৰু ঘৃণা বিয়পোৱাত সহায় কৰি আহিছে বুলি অভিযোগ কৰি ৰড্ৰিগুৱেজে লগতে নাইক এগৰাকী সন্ত্ৰাসবাদীতকৈ কম নহয় বুলি দাবী কৰে। |
“জাকিৰ নাইক ভাৰতীয় আইনৰ অধীনত এগৰাকী ৱাণ্টেড ব্যক্তি। তেওঁৰ বিৰুদ্ধে ধন সৰবৰাহৰ অপৰাধ আৰু ঘৃণামূলক ভাষণৰ অভিযোগ আছে। তেওঁ এগৰাকী সন্ত্ৰাসবাদৰ প্ৰতি সহানুভূতিশীল ব্যক্তি। আচলতে তেওঁ নিজেও এজন সন্ত্ৰাসবাদীতকৈ কম নহয়। তেওঁ মুকলিকৈ সন্ত্ৰাসবাদী ওছামা বিন লাডেনক সমৰ্থন কৰিছে আৰু ভাৰতত ইছলামিক উগ্ৰবাদ আৰু ঘৃণা বিয়পোৱাত সহায় কৰিছে।’-ৰড্ৰিগুৱেজে লগতে কয়। |
উল্লেখ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাকিৰ নাইকে প্ৰতিষ্ঠা কৰা ইছলামিক ৰিচাৰ্চ ফাউণ্ডেশ্যন (আই আৰ এফ)ক অবৈধ সংস্থা হিচাপে ঘোষণা কৰি পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰিছিল। |
Recent News |
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ |
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? |
কুখ্যাত অপৰাধী হৰপ্ৰীত সিঙক দিল্লী বিমান বন্দৰত আটক |
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ‘লুট গেয়ে’ খ্যাত গায়ক জুবিন; হাস্পাতালত ভৰ্তি |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>দুৰ্গা পূজাৰ সৈতে সংগতি ৰাখি হাফলঙত পোন প্ৰথমবাৰৰ বাবে ডিমা হাচাও সাহিত্য সংস্কৃতি পৰিষদৰ উদ্যোগত প্ৰস্তুত কৰি উলিওৱা ‘মৈত্ৰী’ নামৰ আলোচনীখন সোমবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। |
হাফলং জগন্নাথ বাড়ি চৌহদত আয়োজন কৰা অনুষ্ঠানত আলোচনীৰ উন্মোচন কৰে ডিমা হাচাও জিলাৰ জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাৰ লগতে আন আন বিশিষ্ট অতিথিক্ৰমে স্বায়ত্ত শাসিত পৰিষদৰ সদস্য অজয় চক্ৰবৰ্ত্তী, হিমবাহাদুৰ ছেত্ৰী, আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়া, বিশিষ্ট সমাজকৰ্মী বহিমচন্দ্ৰ লাঙঠাচা, জিলা তথ্য আৰু জনসংযোগ বিষয়া পূৰবি ফংল’, নিখিল ভাৰত বঙ্গ সাহিত্য সম্মিলনৰ সভাপতি বিশ্বেশ্বৰ চক্ৰবৰ্ত্তী, সংস্কৃতি পৰিষদৰ সভাপতি মুকুল দেৰ লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে। |
অনুষ্ঠানৰ আৰম্ভণিতে অতিথি সকলক আদৰণি জনোৱাৰ পাছত ‘মৈত্ৰী’ৰ আভৰণ উন্মোচন কৰা হয়। সংস্কৃতি পৰিষদৰ সাধাৰণ সম্পাদক তথা সাংবাদিক পংকজকুমাৰ দেবে আলোচনীখন প্ৰকাশৰ আঁৰৰ বিষয়ে উল্লেখ কৰি কয় যে পাহাৰীয়া ডিমা হাচাও জিলা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰম্যভূমি। লগতে সংস্কৃতিৰ এক ভঁৰাল। তথাপি জনগোষ্ঠীয় সংস্কৃতি আৰু সাহিত্যৰ যোগেদি ভাতৃত্বৰ বন্ধন আৰু অধিক সুদৃঢ় কৰাৰ কাৰণেই মৈত্ৰী আলোচনীখন প্ৰকাশ কৰা হৈছে। |
ইফালে জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাই সাহিত্য পৰিষদৰ এই পদক্ষেপৰ প্ৰশংসা কৰি কয় যে মৈত্ৰীৰ শাৰদ সংখ্যা উঠি অহা প্ৰজন্মৰ মাজত লেখা মেলাত গুৰুত্বপূৰ্ণ অৰিহনা যোগাব বুলি উল্লেখ কৰে। |
ইয়াৰ উপৰি আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়া, বিশিষ্ট নাগৰিক তথা বুদ্ধিজীৱী বহিমচন্দ্ৰ লাঙঠাচা, জনসংযোগ বিষয়া পূৰবি ফং’ল আদিয়েও ভাষণৰ জৰিয়তে সাহিত্য পৰিষদৰ এই যোগাত্মক পদক্ষেপক আদৰণি জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে। |
উল্লেখ্য যে ষাঠি পৃষ্ঠাৰ আলোচনীখনত ডিমা হাচাওৰ বাহিৰে কলিকতা, গুৱাহাটী, শিলচৰ আৰু কৰিমগঞ্জৰ কবি-লেখক সকলৰ লেখাও প্ৰকাশ পায়। |
Recent News |
ভাৰত জোড়ো যাত্ৰাক উদ্দেশ্যি বিজেপি সমৰ্থকৰ ‘মোদী, মোদী’ ধ্বনি: ‘ফ্লাইং কিছ’-এৰে সঁহাৰি ৰাহুল গান্ধীৰ |
ছিংগাপুৰত সফলতাৰে সম্পন্ন লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ: জনালে পুত্ৰ তেজস্বীয়ে |
কিম জঙ উনৰ নতুন ফতোৱা; দেশৰ শিশুসকলৰ নাম ৰাখিব লাগিব ‘বোমা’,’বন্দুক’! |
অস্কাৰলৈ ৰাজামৌলীৰ ‘আৰআৰআৰ’! ভিজুৱেল ইফেক্ট শাখাত মনোনয়ন? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>-তহঁতৰ ডালটনগঞ্জ চহৰৰ ৰূপান্তৰ বিগত পঁচিছ বছৰত এনেধৰণে হৈছে যে এতিয়া আৰু কোনো বস্তু চিনি পাওঁ বুলি মনেই নধৰে৷ |
শাণ্টুয়ে মৌন হৈ গাড়ীখনৰ ছেকেণ্ড গিয়েৰটো লগাই লেভেল ক্ৰচিঙটো পাৰ কৰি নিলে৷ |
– হেৰা! বাঁওফালৰ এই ঘৰকেইটা কেতিয়া হ’ল? এইবোৰো নিশ্চয় চুৰট ব্যৱসায়ী গুজৰাটীসকলৰেই? |
শাণ্টুৱে একো উত্তৰ নিদিলে৷ মহাদেউক বেলেগ গাড়ী এখনত বহাবলৈ চেষ্টা বহুতেই কৰিছিল৷ কিন্তু শাণ্টু হ’ল মহাদেউৰ অতি মৰমৰ৷ সেয়েহে তেওঁ এইখন গাড়ীতেই জবৰদস্তি উঠিলে৷ ইপিনে সি বহু সময় ধৰি চিগাৰেট খাবলৈ পোৱা নাই আৰু খাব যে পাৰিব তাৰো আশা একো দেখা নাই৷ এই কথাটো ভাবিয়েই খঙত তাৰ মূৰ ফাটি গৈছে৷ যতঃ সব বুঢ়া পাৰ্টি! মোহনদাৰ বিয়াৰ ভোজ সামৰি নতুন কন্যাৰ সৈতে সিহঁতে গাড়ী চাৰিখন লৈ মোহন বিশ্বাসৰ ছিপাদোহৰৰ শিবিৰ অভিমুখে যাত্ৰা কৰিছিল ৷ তাত হেনো আজি মুনলাইট পিকনিক হব৷ |
হু হু কৈ গাড়ীখনলৈ বতাহ সোমাই আহিছিল৷ ফেব্ৰুৱাৰীৰ মাজৰ সময়৷ মিঠা মিঠা ঠাণ্ডা৷ এতিয়াও কোমল মমৰ দৰেই ৰ’দজাক আছে৷ শীতৰ শেষৰ অৱসৰৰ এই ৰ’দজাক আবেলি সময়ত খুবেই আৰামদায়ক৷ |
নিৰ্মলবাবুয়ে মুখ মেলি হাঁওফাঁও পৰিপূৰ্ণ কৰি অক্সিজেন লৈছিল৷ কলিকতাত মুখ মেলিলেই ডিজেলৰ ধোঁৱা নতুবা প্ৰদূষিত বতাহ! গতিকেই ইয়াতেই যিমান পাৰি স্বাস্থ্য ভাল কৰি লোৱা য’ক৷ |
নিৰ্মলবাবুয়ে এসময়ত এইখন ডালটনগঞ্জতে বহুদিন অতিবাহিত কৰিছিল৷ কেতিয়াবা চহৰত আৰু কেতিয়াবা কাষৰীয়া হাবিত৷ তেতিয়া তেওঁৰ জ্যেষ্ঠ ভিনদেউ জীৱিত আছিল৷ মোহন বিশ্বাসৰ দেউতা মুকুন্দ বিশ্বাসো খুব জনাজাত ব্যক্তি আছিল৷ ইয়ালৈ আহি কোনো বঙালীয়ে তেওঁৰ আতিথ্য নোপোৱাকৈ উভটি যাব নোৱাৰিছিল৷ পৰিধানত ধুতিৰ ওপৰত বগা ৰেচমৰ হাত দীঘল চাৰ্ট৷ কলাৰ সদায় ওপৰমুৱা আৰু বুকুৰ বুটাম খোলা৷ বুকুৰ পকেটত ৰুমাল গোলাকৃতি কৰি ভৰাই থৈছিল৷ নাদৰ পানীত আইৰণ থকা হেতু ভিনদেউৰ দাঁতবোৰ গোটেই ক’লা পৰি গৈছিল৷ ইয়াৰোপৰি অনবৰত চিগাৰেট আৰু পাণ সেৱন! |
আহঃ! সেই দিনবোৰ! |
লাতেহাৰৰ পথ এৰি গাড়ী সোঁফালে সোমাল৷ নিৰ্মলবাবুয়ে আকৌ ক’লে, |
– হেৰা শাণ্টু? এয়া দেখিছো পকা ৰাস্তা! কেতিয়া পকা হ’ল অ’? |
শাণ্টুৱে বিৰক্তিৰ সুৰত ক’লে, |
– মইতো ইয়াত অহাৰ পৰাই দেখিছো৷ |
– তোৰ ইয়াত কিমানদিন ধৰি আছ ? |
– কম দিন নহয়, পোন্ধৰ বছৰ হ’ব৷ |
– হুঃ পোন্ধৰ বছৰ৷ মই আকৌ চল্লিছ বছৰ আগৰ কথা কৈছো৷ কিমান পৃথক আছিল আটাইখিনি৷ |
– হয়৷ |
শাণ্টু সংক্ষিপ্তভাৱে ক’লে৷ |
– শুনিছো কূটকুৰত হেনো ডেম এটা হৈ আছে? |
– অ’৷ |
শাণ্টুৱে ক’লে৷ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.