text
stringlengths 0
188k
|
---|
Published by:Gautam Barman |
First published: February 13, 2022, 17:28 IST |
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া| |
BihuEducation Minister Ranuj PeguSyllabus |
ফটো |
... |
... |
... |
শেহতীয়া বাতৰি |
... |
... |
... |
... |
... |
LIVE TV |
শাখা |
অসম |
খবৰ |
দেশ |
বিশ্ব |
জীৱন শৈলী |
ফটো |
ভিডিঅ |
লাইভ টিভি |
শেহতীয়া বাতৰি |
অসম পথ গৱেষণা আৰু কাৰিকৰী প্ৰতিষ্ঠানত লোক নিৰ্মাণ (পথ) বিভাগৰ বিষয়াৰ সৈতে কেইবাটাও বৃহৎ প্ৰকল্প সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন; প্ৰকল্পসমূহৰ কাম ২০২৬ চনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা |
Gujarat Assembly Elections 2022: গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ, প্ৰায় ৬০% ভোটাৰে কৰিলে ভোটদান |
কৰোনাৰ পাছত এই জম্বি ভাইৰাছে পৰৱৰ্তী মহামাৰী আনিব নেকি? ফৰাচী বিজ্ঞানীসকলৰ কৰা দাবী সম্পৰ্কে জানো আহক |
SONARI : সোণাৰিত দহ বছৰীয়া কিশোৰক নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ত ব্যৱহাৰ কৰি আটক দুই |
Optical Illusion: ক'লা-বগা সৰু বৰ্গবোৰৰ মাজত লুকাই আছে এটা শব্দ, ১০ ছেকেণ্ডত বিচাৰি উলিয়াব পাৰিবনে আপুনি? |
আমাৰ বিষয়ে |
আমাক যোগাযোগ কৰক |
ব্যক্তিগত নীতি |
কুকি পলিচী |
চাইট মেপ |
NETWORK 18 SITES |
News18 India |
CricketNext |
News18 States |
Bangla News |
Gujarati News |
Urdu News |
Marathi News |
TopperLearning |
Moneycontrol |
Firstpost |
CompareIndia |
History India |
MTV India |
In.com |
Burrp |
Clear Study Doubts |
CAprep18 |
Education Franchisee Opportunity |
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.<eot>ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলৰ ভাষা-সাহিত্য, সংস্কৃতি আৰু সামাজিক ক্ষেত্ৰখনক সমৃদ্ধিশালী কৰাৰ লক্ষ্যৰে কৰ্ম নিৰ্ধাৰণ কৰি জন্ম লাভ কৰা অগ্ৰণী সামাজিক-সাংস্কৃতিক সংস্থা 'এনাজৰী'য়ে এই ক্ষেত্ৰসমূহত নিষ্ঠা আৰু সততাৰে কাম কৰি অহা লোকসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে এক বিশেষ মাত্ৰাৰে প্ৰদান কৰি আহিছে "এনাজৰী বঁটা"।সেই অনুসৰি ২৪ জুলাই দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বহু কেইজন বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে এনাজৰী বঁটা। |
এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে বিশিষ্ট ব্যক্তিসকললৈ আগবঢ়োৱা এই বঁটা প্ৰদান অনুষ্ঠানত বঁটা প্ৰাপকসকলৰ লগতে উপস্থিত আছে অভিনেতা নিপন দাস, সংগীত শিল্পী দ্বীপেন বৰুৱা, প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামী আদি।<eot>জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী দেবাংগনাক দিল্লী আৰক্ষীয়ে ২০২০চনৰ মে’ মাহত গ্ৰেপ্তাৰ কৰিছিল |
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী দেবাংগনাক দিল্লী আৰক্ষীয়ে ২০২০চনৰ মে’ মাহত গ্ৰেপ্তাৰ কৰিছিল |
News18 Assam |
Last Updated : June 15, 2021, 11:40 IST |
Share this: |
PARTHA JYOTI BORAH |
অৱশেষত মুকলি আকাশৰ তললৈ আহিল দেবাংগনা কলিতা । আজি দিল্লী উচ্চ ন্যায়ালয়ে দেবাংগনা কলিতাৰ জামিন মঞ্জুৰ কৰে । দেবাংগনাৰ লগতে জামিন লাভ কৰিলে নাটাশা নাৰৱালে । দুয়োগৰাকী জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰীক দিল্লী আৰক্ষীয়ে ২০২০ চনৰ মে’ মাহত গ্ৰেপ্তাৰ কৰিছিল । উচ্চ ন্যায়ালয়ে ৫০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ড (personal bond)ত দুয়োকে জামিন প্ৰদান কৰে আৰু আৰক্ষীয়ে চলাই থকা তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰিবলৈ নিৰ্দেশ দিয়ে । দুয়োকে আদালতৰ অনুমতি অবিহনে বিদেশলৈ নাযাবলৈও নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে । |
২০২০ৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত দুয়োগৰাকীয়ে দিল্লীত নাগৰিকত্ব সংশোধনী আইন (CAA) বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল । প্ৰতিবাদ হিংসাত্মক হৈ পৰাত বহু লোকৰ মৃত্যু হৈছিল । দিল্লী আৰক্ষীয়ে দুয়োৰে বিৰুদ্ধে হিংসাত্মক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (Unlawful Activities Prevention Act)ৰ অধীনত গোচৰ ৰুজু কৰিছিল । আজি জামিয়া মিলিয়া ইছলামীয়াৰ ছাত্ৰ আছিফ ইকবাল তানহাইও জামিন লাভ কৰিছে । যোৱা এবছৰৰ অধিক কাল দেবাংগনা তিহাৰ জেলত বন্দী হৈ আছিল । দেবাংগনা অসমৰ ডিব্ৰুগড় জিলাৰ ছোৱালী। |
Published by:Manjumoni Borah |
First published: June 15, 2021, 11:40 IST |
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া| |
Anti CAA protestDebangana KalitaDelhi High CourtJNU |
ফটো |
... |
... |
... |
শেহতীয়া বাতৰি |
... |
... |
... |
... |
... |
LIVE TV |
শাখা |
অসম |
খবৰ |
দেশ |
বিশ্ব |
জীৱন শৈলী |
ফটো |
ভিডিঅ |
লাইভ টিভি |
শেহতীয়া বাতৰি |
ভাৰতীয় সেনাৰ নতুন অস্ত্ৰ হ'ব এটা চৰাই! শত্ৰুপক্ষৰ ড্ৰ'ন নস্ত্ৰ কৰিবলৈ কেনেকৈ প্ৰশিক্ষণ দিয়া হৈছে এই চৰাইবিধক |
World AIDS Day | Guwahati : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত ৰাজ্যিকভাৱে পালন বিশ্ব এইডছ দিৱস |
Udit Naranayn B’day: উদিত নাৰায়ণে সহজে সফলতা লাভ কৰা নাছিল, লতা মংগেশকাৰৰ পৰা তেওঁৰ জন্মদিনত এটা বিশেষ উপহাৰ পাইছিল ... |
কেৱল মাছ-মাংসই নহয়, প্ৰ'টিন বৃদ্ধি কৰিবলৈ এই ৫ টা ফল দৈনিক খাব লাগে ... |
মেছিয়ে পেনাল্টি মিছৰ দিনাই ভংগ কৰিলে মাৰাডোনাৰ অভিলেখ ... |
আমাৰ বিষয়ে |
আমাক যোগাযোগ কৰক |
ব্যক্তিগত নীতি |
কুকি পলিচী |
চাইট মেপ |
NETWORK 18 SITES |
News18 India |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.