text
stringlengths
0
188k
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194) শিশু-শিতান (36) শ্ৰব্য-নাট (2) সংখ্যাটোৰ-আঁৰত (69) সম্পাদকলৈ-চিঠি (32) সম্পাদকীয় (139) সৰিয়হ-ফুল (64) সাক্ষাৎকাৰ (112) স্বাস্থ্যকথা (214)
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>গুৱাহাটী : ৰাজকন্যা বৰুৱাৰ গাড়ীৰ খুন্দাত আহত হোৱা জোছেফ মাৰাকৰ মৃত্যু। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে জোছেফ মাৰাকে। দুর্ঘটনাত দুয়োখন ভৰি হেৰুৱাইছিল জোছেফ মাৰাকে। এমাহতকৈও অধিক সময় ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল জোছেফ মাৰাক।
মডেল ৰাজকন্যা বৰুৱাই ১ অক্টোবৰৰ নিশা সংঘটিত কৰা ভয়ংকৰ পথ দুর্ঘটনাটোত ৮ জনকৈ শ্ৰমিকৰ লগতে আহত হৈছিল জোছেফ মাৰাক নামৰ এজন লোক। ৰাজকন্যা বৰুৱাই ৯ জনকৈ লোকক মহতিয়াই নিয়া ভয়ংকৰ দুর্ঘটনাটোত জোছেফ মাৰাকৰ এখন ভৰি দুর্ঘটনাস্থলীতে ছিঙি পৰিছিল।
দুর্ঘটনাটোত অহাত ৯ জন লোককে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও ৮ জন লোক পৰৱৰ্তী সময়ত সুস্থ হৈ উঠাত এই ৮ জন লোকক ঘৰলৈ যাব দিয়া হয়। কিন্তু জোছেফ মাৰাক চিকিৎসালয়ৰ বিচনাতে সংজ্ঞাহীন হৈ পৰি আছিল। চিকিৎসালয়ত জোছেফ মাৰাকৰ আনখন ভৰিও কাটি পেলাব লগীয়া হৈছিল।
এমাহতকৈ অধিক দিন চিকিৎসালয়ৰ বিচনাত পৰি থকা জোছেফ মাৰাকৰ অৱশেষত মৃত্যু ঘটে। উল্লেখ্য যে সুৰাৰ ৰাগীত মাতাল হৈ নিশাৰ ভাগত ক’ভিড নীতি নিৰ্দশনা ভংগ কৰি ৯ জনকৈ লোকক মহতিয়াই নিয়াৰ পিছতো ২৪ ঘণ্টাৰ ভিতৰত জামিন লাভ কৰিছিল ৰাজকন্যা বৰুৱেই। ৰাজকন্যা বৰুৱাই জামিন লাভ কৰা ঘটনাই সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।
অসম আৰক্ষীৰ তীব্ৰ সমালোচনা আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত ৰাজকন্যা বৰুৱাই ১ অক্টোবৰৰ নিশা ৰুক্মিণীগাঁৱত সংঘটিত কৰা দুৰ্ঘটনাৰ পুনৰ তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰে। বৰ্তমান ৰাজকন্যা বৰুৱা কাৰাগাৰত আৰু দুদিন পূৰ্বে দিছপুৰ আৰক্ষীয়ে আদালতত ৰাজকন্যা বৰুৱাই সংঘটিত কৰা দুর্ঘটনাৰ চাৰ্জশ্বিট দাখিল কৰে। ডেৰপৃষ্ঠাৰ এই চাৰ্জশ্বিটত বিলাসী হোটেল তাজ ভিভান্তা আৰু পংকজ সাধনিদাৰৰ নাম উল্লেখ নাই।
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Drinking Water : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা
December 1, 2022 4 0 CommentsBy: Sangbad 365
গুৱাহাটী : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা (Drinking Water)। গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত
Read More...
Farmers Awareness : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ শুভাৰম্ভণি
December 1, 2022 17 0 CommentsBy: Sangbad 365
নলবাৰী : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ (Farmers Awareness) শুভাৰম্ভণি। নলবাৰী জিলাৰ ৬৫ খন গাঁও
Read More...
Online facility for House Construction Permission : পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত মাথোঁ অনলাইনযোগেহে গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ব্যৱস্থা
November 30, 2022 9 0 CommentsBy: Sangbad 365
গুৱাহাটী : অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ চহৰসমূহত গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানে থকা ‘মেনুৱেল’ পদ্ধতিৰ অৱসান<eot>education minister Ranoj Pegu said on Bihu Removal from Hs Syllabus- | Ranoj Pegu on Bihu Removal: ''বিহু''ক পাঠ্যক্ৰমৰ পৰা আঁতৰোৱাৰ বিষয়ক লৈ ৰাজ্যজুৰি হৈছে প্ৰতিক্ৰিয়া, এই বিষয়ত কি কয় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে?– News18 assam
অসম
CHANGE LANGUAGE
অসমীয়া
ENGLISHहिन्दी मराठीગુજરાતીதமிழ் ಕನ್ನಡ বাংলা മലയാളം తెలుగు ਪੰਜਾਬੀ اردو ଓଡ଼ିଆ
WATCH LIVE TV
DOWNLOAD APP
FOLLOW US ON
অসম
দেশ
অপৰাধনামা
মনোৰঞ্জন
ব্যৱসায়
কেৰিয়াৰ
Explained
ক্ৰীড়া
ফটো
প্ৰযুক্তি
স্বাস্থ্য
জীৱনশৈলী
বিশ্ব
অসম
দেশ
অপৰাধনামা
মনোৰঞ্জন
ব্যৱসায়
কেৰিয়াৰ
Explained
ক্ৰীড়া
ফটো
প্ৰযুক্তি
স্বাস্থ্য
জীৱনশৈলী
বিশ্ব
ভিডিঅ’
LIVE TV
ভিডিঅ’
LIVE TV
#CryptoKiSamajh
ভিডিঅ’
LIVE TV
#CryptoKiSamajh
Home
»
News
»
assam
»
Ranoj Pegu on Bihu Removal: ''বিহু''ক পাঠ্যক্ৰমৰ পৰা আঁতৰোৱাৰ বিষয়ক লৈ ৰাজ্যজুৰি হৈছে প্ৰতিক্ৰিয়া, এই বিষয়ত কি কয় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে?
Ranoj Pegu on Bihu Removal: ''বিহু''ক পাঠ্যক্ৰমৰ পৰা আঁতৰোৱাৰ বিষয়ক লৈ ৰাজ্যজুৰি হৈছে প্ৰতিক্ৰিয়া, এই বিষয়ত কি কয় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে?
শিৱসাগৰ আৱৰ্ত ভৱনত এই সন্দৰ্ভত ক'লে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।
শিৱসাগৰ আৱৰ্ত ভৱনত এই সন্দৰ্ভত ক'লে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।
News18 Assam
Last Updated : February 13, 2022, 17:28 IST
Share this:
Prodip Gogoi
'বিহু' বিষয়টোক পাঠ্যক্ৰমৰ পৰা শিক্ষা সংসদে কৰ্তন কৰিবলৈ লোৱাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি শিৱসাগৰ আৱৰ্ত ভৱনত এই সন্দৰ্ভত মুখ খুলিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।
বিহু বিষয়টো এতিয়ালৈকে বাদ দিয়া হোৱা নাই বা এই বিষয়ে কোনো নিৰ্দেশনা ওলোৱা নাই বুলি সদৰী কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে (Education Minister Ranoj Pegu) ।
তেওঁ কয় " বিহু বিষয়টোক অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত (Assam Higher Secondary Education Council) আলোচনাহে হৈছে। কাৰণ বিহু বিষয়টো ঐচ্ছিক বিষয় হিচাপে লোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষ আগ্ৰহ দেখা নাই। সেয়ে এই বিষয়টো ন-ৰূপত সজাব পাৰি নেকি তাক লৈ এটা প্ৰস্তাৱ অসম চৰকাৰলৈ (Assam Government ) প্ৰেৰণহে কৰিছে, এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই।''
ইয়াৰ উপৰি ''যি সিদ্ধান্তৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক আমাৰ জাতি, সংস্কৃতি, বুৰঞ্জী, ভূগোলৰ সম্যক জ্ঞান দিব পৰা হ'ব তেনে সিদ্ধান্ত অচিৰেই লোৱা হ'ব'' বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।
আনহাতে যিবিলাক বিষয় অধ্যয়ন কৰিলে ছাত্ৰ-ছাত্ৰী লাভ হয়, নিয়োগৰ সম্ভাৱনা বাঢ়ে সেইবিলাক বিষয় নতুন ৰূপত সজাব পাৰি নেকি তাক লৈ চৰ্চা কৰি থকা হোৱা বুলি জানিবলৈ দিয়ে তেওঁ।
শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু কয়- "একাদশ- দ্বাদশ শ্ৰেণীৰ বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে চতুৰ্থ বিষয় হিচাপে ৮৪ টা বিষয়ৰ পৰা এটা বাছনি কৰি ল'ব পাৰে । তাৰ ভিতৰতে আছে বিহু বিষয়টো ( Bihu as an elective subject)। বুৰঞ্জী আৰু ভূগোল বিষয়টো অন্তৰ্ভুক্ত কৰিব পাৰি নেকি সেয়াও চৰ্চা হৈ আছে। খুউব সোনকালে সিদ্ধান্ত লোৱা হ'ব। বিহু অন্তৰ্ভুক্ত হোৱাৰ লগে লগে বড়ো সংস্কৃতি ''ঐনিতম'' এটা বিষয় হ'ব লাগে বুলিও দাবী আহি আছে। কিন্তু দ্বাদশ শ্ৰেণীৰ পিছত কলেজত ছাত্ৰ-ছাত্ৰীসকলে সেই ধাৰাবাহিকতা কেনেকৈ ৰক্ষা কৰিব, বিহু বুলিটো কলেজ পৰ্যায়ত বিষয় নাই। কিন্তু পৰিৱেশ্য কলা হিচাপে যদি আমি একাদশ শ্ৰেণীৰ পৰাই এই বিষয় বিলাক সজাই নিওঁ তেতিয়া সুবিধা হ'ব। কাৰণ পৰিৱেশ্য কলা বা performing arts ৰ স্নাতক, স্নাতকোত্তৰ ডিগ্ৰীলৈকে পঢ়াৰ ব্যৱস্থা আছে। অথবা অসমৰ লোক কলা সংস্কৃতি বুলি বিষয় এটা কৰিব পাৰি নেকি সেই বিষয়ে চৰ্চা কৰা হৈছে। কিন্তু চূড়ান্ত সিদ্ধান্ত একো হোৱা নাই।"