text
stringlengths
0
188k
4/ 12
প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পিছতহে ভাড়া নিৰ্ধাৰণ কৰা হ'ব বুলি জানিব পৰা গৈছে৷ বুলেট ট্ৰেইনৰ বিষয়ত ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে সোমবাৰে কয় যে মুম্বাই আৰু আহমেদাবাদৰ মাজত প্ৰথম বুলেট ৰে'লৰ দৰে উচ্চ গতিৰ আঁচনিৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত দ্বিতীয় আঁচনি আৰম্ভ কৰাৰ কাম হাতত লোৱা হ'ব৷
5/ 12
তেওঁ কয় যে ২০২৬ চনৰ ভিতৰত গুজৰাটৰ চুৰাট আৰু বিলিমোৰাৰ মাজত প্ৰথমখন বুলেট ট্ৰেইন আৰম্ভ হ'ব।
6/ 12
মুম্বাই-আহমেদাবাদ বুলেট ট্ৰেইনৰ কামৰ গতি বুজিবলৈ ৰে'ল মন্ত্ৰীগৰাকী চুৰাটত আছিল৷ তেওঁ কয় যে চুৰাট-বিলিমোৰাৰ মাজত প্ৰথমখন বুলেট ৰে'ল ২০২৬ চনৰ ভিতৰত আৰম্ভ কৰা হ'ব৷
7/ 12
অৱশ্যে, তেওঁ নিশ্চিত যে কামৰ গতি ভাল৷ তেওঁ বিশ্বাস কৰে যে বুলেট ট্ৰেইনৰ কাম নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ হ'ব৷
8/ 12
ৰে'ল মন্ত্ৰীৰ মতে, চীনে ১১৫ কিলোমিটাৰ দীঘল পথৰ বাবে প্ৰথমউচ্চ গতিৰ ৰে'ল আঁচনি কৰিছিল৷ ইয়াৰ জৰিয়তে চীনে শিক্ষাৰ সৈতে দেশখনৰ বিশাল উচ্চ গতিৰ নেটৱৰ্ক ঠিক কৰিছে৷
9/ 12
বাপিৰ পৰা সাবৰমতীলৈ ৩৫২ কিলোমিটাৰ দীঘল লাইনত চুৰাট, বদোদৰা আৰু আহমেদাবাদৰ তিনিখন ডাঙৰ চহৰত ইমান যান-বাহন আছে যে মুম্বাইলৈ অপেক্ষা কৰাৰ কোনো প্ৰয়োজন নাই।
10/ 12
মুম্বাই আৰু আহমেদাবাদৰ মাজত প্ৰতি ঘণ্টাত ৩২০ কিলোমিটাৰ বেগত বুলেট ট্ৰেইন চলোৱাৰ প্ৰস্তাৱ আছে৷ দুয়োখন চহৰৰ মাজৰ দূৰত্ব ৫০৮ কিলোমিটাৰ, য'ত ১২ টা ষ্টেচন অন্তৰ্ভুক্ত আছে৷
11/ 12
দুয়োখন চহৰৰ মাজত যাত্ৰাৰ সময় তিনি ঘণ্টালৈ হ্ৰাস কৰা হ'ব৷ বৰ্তমান ৬ ঘণ্টা সময় লাগে৷ প্ৰকল্পটোত প্ৰায় ১.১ লাখ কোটি টকা ব্যয় কৰা হ'ব৷
12/ 12
প্ৰকল্পটোৰ ৮১ শতাংশ ভেণ্ডিং জাপান আন্তঃৰাষ্ট্ৰীয় নিগম সংস্থাৰ দ্বাৰা কৰা হয়৷ কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীয়ে দাবী কৰিছে যে বুলেট ট্ৰেইন প্ৰকল্পত ৬১ কিলোমিটাৰ পৰ্যন্ত পিলাৰ নিৰ্মাণ কৰা হৈছে৷
ফটো
...
...
...
শেহতীয়া বাতৰি
...
...
...
...
...
LIVE TV
শাখা
অসম
খবৰ
দেশ
বিশ্ব
জীৱন শৈলী
ফটো
ভিডিঅ
লাইভ টিভি
শেহতীয়া বাতৰি
মহিলাৰ আইপিএলৰ প্ৰস্তুতি তুংগত; ফ্ৰেঞ্চাইজিৰ আধাৰ মূল্য ৪০০ কোটি টকা হ'ব পাৰে: সূত্ৰ
তিতাবৰত পোৱালিসহ ঢেকীয়াপতীয়াৰ বিচৰণ, পথচাৰীৰ কেমেৰাত বন্দী বিৰল দৃশ্য
নাহিদৰ অনুষ্ঠানত লাঠিচাৰ্জ! হোজাইৰ মোৰাঝাৰত নাহিদৰ অনুষ্ঠানত বিশৃংখল পৰিস্থিতি
৩০ নৱেম্বৰৰ ৰাশিফল, এই ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো বৰ ভাল নহয়, সাৱধানে থাকক!
‘লেম্বৰঘিনি’ৰ আসনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা; কাছাৰৰ এজন যুৱকে মুখ্যমন্ত্ৰীৰ বাবে সাজি উলিয়ালে ‘লেম্বৰঘিনী’আৰ্হিৰ আকৰ্ষণীয় বাহন
আমাৰ বিষয়ে
আমাক যোগাযোগ কৰক
ব্যক্তিগত নীতি
কুকি পলিচী
চাইট মেপ
NETWORK 18 SITES
News18 India
CricketNext
News18 States
Bangla News
Gujarati News
Urdu News
Marathi News
TopperLearning
Moneycontrol
Firstpost
CompareIndia
History India
MTV India
In.com
Burrp
Clear Study Doubts
CAprep18
Education Franchisee Opportunity
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.<eot>নাৰী নিৰ্যাতন,হত্যা আদিৰ ঘটনা সমগ্ৰ ৰাজ্যজুৰি বৃদ্ধি পোৱাৰ সময়তে বজালী মহকুমাৰ দৈশিংগৰী গাঁৱত শুকুৰবাৰে এজন স্বামীয়ে নিজ পত্নীৰ গাত কেৰোচিন ঢালি জুই জ্বলাই দি হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
বজালীৰ দৈশিংগৰী গাঁৱৰ পংকজ মহন্তই আজিৰ পৰা প্ৰায় পাচঁ বছৰ পূৰ্বে গুৱাহাটীৰ বামুণীমৈদামৰ আনন্দনগৰ নিৱাসী দ্বিজেন তালুকদাৰ আৰু সুস্মিতা তালুকদাৰৰ জীয়াৰী জোনালী মহন্তৰ সতে প্ৰেমজনিত বিবাহ পাশত আৱদ্ধ হৈছিল।
জানিব পৰা মতে সম্পূৰ্ণ আইনৰ গন্ডীৰ মাজেৰে তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল। কিন্তু বিবাহৰ পিছৰে পৰা পংকজে জোনালীক প্ৰায়ে যৌতুক বিচাৰি শাৰিৰীক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল।
শুকুৰবাৰে আবেলি পংকজে জোনালীৰ সতে কাজিয়া লাগি জোনালীক কেৰোচিন ঢালি জ্বলাই দি হত্যা কৰা বুলি জোনালীৰ পিতৃয়ে অভিযোগ কৰিছে।
শুকুৰবাৰে আবেলি ঘটনা সংঘটিত হোৱাৰ বহু পলমকৈ জোনালীক পাঠশালা চহিদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত পংকজৰ পৰিয়ালে ভৰ্তি কৰে যদিও চিকিৎসালয়তে জোনালীৰ মৃত্যু হয়।
বৰ্তমান আৰক্ষীয়ে পাঠশালা আৰক্ষী চকীত জোনালীৰ মৃতদেহটো ৰাখি মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় প্ৰক্ৰিয়া চলাই আছে।
পাটাছাৰকুছি আৰক্ষী থানাত জোনালীৰ পিতৃয়ে পংকজৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰাৰ পিছত আৰক্ষীয়ে পংকজক গ্ৰেপ্তাৰ কৰি পাঠশালা আৰক্ষী চকীত ৰাখিছে। আৰক্ষীয়ে ঘটনাটো গম পোৱাৰ পিছত কালি নিশাই পংকজ মহন্তক আটক কৰে।
আনহাতে, পংকজে জোনালীয়ে কালি অইন যুৱক এজনৰ লগত অসংযত অৱস্থাত থকাৰ সময়ত জোনালীক ধৰা পেলাই দুগালত চৰ শোধোৱাৰ পিছত জোনালীয়ে নিজেই গাত কেৰোচিন ঢালি জুই লগাই আত্মহত্যা কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।
Recent News
“ইয়াত ইতিহাসৰ পুন: বিচাৰ কৰা নহয়”: তাজমহলৰ ঐতিহাসিক তথ্য পুনৰ বিচাৰৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ
লখিমপুৰ খেৰী হত্যাকাণ্ডৰ গোচৰত আশীষ মিশ্ৰৰ ডিচচাৰ্জ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ
ভাৰত জোড়ো যাত্ৰাক উদ্দেশ্যি বিজেপি সমৰ্থকৰ ‘মোদী, মোদী’ ধ্বনি: ‘ফ্লাইং কিছ’-এৰে সঁহাৰি ৰাহুল গান্ধীৰ
ছিংগাপুৰত সফলতাৰে সম্পন্ন লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ: জনালে পুত্ৰ তেজস্বীয়ে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>W7s news গুৱাহাটী: ইণ্ডিয়া অপেন এয়াৰ ২০২২ শীৰ্ষক সংগীতৰ এক অনুষ্ঠান গুৱাহাটীৰ পাৰ্শ্বৱতী সোণাপুৰত আয়োজন কৰা হৈছে-শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে ই ৩৬৫ গ্রুপ অৱ কোম্পানীজৰ মুখ্য কাৰ্যবাহী বিষয়া কিঞ্জল ভট্টাচাৰ্যই।তেওঁ লগতে কয়-এই সংগীতৰ অনুষ্ঠান ২৭ নৱেম্বৰত বিয়লি ৩ বজাৰ পৰা নিশা ১০ বজালৈ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত আন্তৰ্জাতিক বেণ্ড এটাই অংশগ্ৰহণ কৰিব। ইয়াত উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিকৰ সম্বন্ধয় ঘটিব। এই অনুষ্ঠানত ১৫ ৰ পাৰ ২০ হাজাৰ লোকৰ সমাগম হ'ব বুলি আশা কৰিলোঁ।' সং বাদ মেলত ৰকাৰোলা ইভেণ্টৰ প্ৰতিষ্ঠাপক দেৱজ্যোতি কোচ,প্ৰিয়ংক গগৈ, গৌতম চৌধুৰী উপস্থিত থাকে।
Tags # গুৱাহাটী
Share This
About W7S News
গুৱাহাটী
By W7S News at September 16, 2022
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest
Labels: গুৱাহাটী
No comments:
Post a Comment
Newer Post Older Post Home
Subscribe to: Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
Facebook
Powered by Blogger.
Search