text
stringlengths 0
188k
|
---|
November 28, 2022 3 0 CommentsBy: Sangbad 365 |
Basiruddin Ahmed ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক |
Read More... |
Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট |
November 27, 2022 14 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো |
Read More... |
Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ |
November 27, 2022 23 0 CommentsBy: Sangbad 365 |
Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ<eot>Russia attacked Ukraine with 400 Iranian drones ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে দাবী কৰিছে যে মস্কো আৰু কিয়েভৰ মাজত যুদ্ধ বৃদ্ধি পোৱাৰ মাজতে ৰাছিয়াই ইউক্ৰেইনৰ সাধাৰণ জনতাৰ বিৰুদ্ধে প্ৰায় ৪০০ ড্ৰোন ব্যৱহাৰ কৰিছে। তেওঁ বুধবাৰে এইটোও দাবী কৰিছে যে এই ড্ৰোনবোৰ ইৰাণত তৈয়াৰ কৰা। ইউক্ৰেইনৰ সংবাদ মাধ্যম দ্য কিয়েভ ইণ্ডিপেণ্ডেণ্টে এই বাতৰিটো প্ৰকাশ কৰিছে। |
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে দাবী কৰিছে যে কিয়েভত আৰু দেশখনৰ সাধাৰণ ৰাইজক লক্ষ্য কৰি ধাৰাবাহিক বিস্ফোৰণত প্ৰায় ৪০০ ইৰাণ নিৰ্মিত শ্বাহেদ-১৩৬ কামিকাজে ড্ৰোন ব্যৱহাৰ কৰা হৈছিল। |
লগতে পঢ়ক: তুৰস্কৰ সহায়ত ভাৰতৰ বিৰুদ্ধে চাইবাৰ গোট গঠনৰ পৰিকল্পনা পাকিস্তানৰ |
ইয়াৰ পূৰ্বে ১৭ অক্টোবৰত ৰাছিয়াই ৪৩ টা ড্ৰোনেৰে ইউক্ৰেইনৰ ওপৰত নিৰ্মম আক্ৰমণ চলাইছিল। পিছত মস্কোৰ বাহিনীয়ে সেইদিনা কিয়েভ আক্ৰমণ কৰিবলৈ ২৮ টা ড্ৰোন ব্যৱহাৰ কৰিছিল যাৰ ফলত পাঁচজন লোক নিহত হৈছিল। |
তেহৰাণ আৰু মস্কোৰ মাজৰ সম্পৰ্ক গভীৰ হোৱাৰ সময়তে ইৰাণে ৰাছিয়াক অস্ত্ৰ সৰবৰাহ কৰাৰ কথা অস্বীকাৰ কৰি আহিছে। এই পদক্ষেপটোক সমগ্ৰ বিশ্বতে ব্যাপকভাৱে গৰিহণা দিয়া হৈছে। |
ইউক্ৰেইনৰ ৰাজধানী চহৰ কিয়েভত ১৭ অক্টোবৰত ‘কামিকাজে’ ড্ৰ’নৰ দ্বাৰা কেইবাটাও বিস্ফোৰণ ঘটিছিল। আক্ৰমণৰ সময়ত কেইবাটাও সাধাৰণ ঘৰ ক্ষতিগ্ৰস্ত হৈছিল। কিয়েভে তেতিয়া দাবী কৰিছিল যে মস্কোৱে শেহতীয়া সপ্তাহবোৰত ইউক্ৰেইনৰ মুখ্য চহৰসমূহৰ বিৰুদ্ধে আক্ৰমণত ইৰাণৰ দ্বাৰা যোগান ধৰা ড্ৰোন ব্যৱহাৰ কৰিছিল। কিয়েভে পশ্চিমীয়া দেশসমূহক নতুন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ তেওঁলোকৰ সহায় আগবঢ়াবলৈ আহ্বান জনাইছিল। |
শেহতীয়াকৈ ক্ৰিমিয়াৰ পথৰ দলঙত এখন ট্ৰাক বিস্ফোৰণ হোৱাৰ পিছত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ বৃদ্ধি পাইছিল। ঘটনাটোৰ ফলত ক্ৰিমিয়া উপদ্বীপ অভিমুখে যোৱা এখন ৰে’লৰ সাতটা ইন্ধন টেংকত জুই লাগিছিল। বিস্ফোৰণটোত তিনিজন লোক নিহত হৈছিল। এই ঘটনাৰ ফলস্বৰূপে দলংখনৰ দুটা স্প্যান আংশিকভাৱে খহি পৰিছে। |
লগতে পঢ়ক: অৱশেষত জাৰ্মানীত বৈধ ঘোষণা মনোৰঞ্জনমূলক ভাঙৰ ব্যৱহাৰ |
ক্ৰিমিয়াৰ দলংখন ২০১৮ চনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে উদ্বোধন কৰিছিল। মস্কোৱে ক্ৰিমিয়া অধিগ্ৰহণ কৰাৰ চাৰি বছৰ পিছত দলংখন উপদ্বীপটো ৰাছিয়াৰ পৰিবহন নেটৱৰ্কৰ সৈতে সংযোগ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছিল। কেৰ্চ ষ্ট্ৰেইটৰ ওপৰেৰে নিৰ্মাণ কৰা আৰু ক্ৰিমিয়াক ৰাছিয়াৰ মূল ভূখণ্ডৰ সৈতে সংযোগ কৰা দলংখনৰ দৈৰ্ঘ্য ১৯ কিলোমিটাৰ। ইয়াত এটা ৰে’লপথ আৰু যানবাহনৰ পথ আছে। এইটো ২০২০ চনত সম্পূৰ্ণৰূপে মুকলি কৰা হৈছিল। |
Recent News |
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ |
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন? |
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ? |
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>শিৱসাগৰ জিলাৰ আমগুৰি পৌৰসভাৰ ৭ নং ৱাৰ্ডত আজি ২ আগষ্টত বিয়লি জেনেৰেটৰৰপৰা বিদ্যুৎ প্ৰবাহিত হৈ এজন যুৱকৰ শোকাৱহভাৱে মৃত্যু হয়। |
জানিব পৰা মতে ৭নং ৱাৰ্ড নিবাসী পতুল গগৈৰ ঘৰত দিন হাজিৰা কৰা নীলোৎপল দত্ত (১৮ বছৰীয়া) নামৰ যুৱকজনে জেনেৰেটৰ চলাবলৈ যাওঁতে বিদ্যুৎ প্ৰবাহিত হৈ মৃত্যুক সাৱটি ল’ব লগা হয়। |
ঘটনাস্থলীত উপস্থিত আমগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ বিষয়াই ঘটনাস্থলী পৰিদৰ্শন কৰি জেনেৰেটৰ সংযোগী ত্ৰুটিপূৰ্ণ বিদ্যুৎ পৰিবাহী তাঁৰৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে। |
নীলোৎপলক তেওঁৰ লগতে কাম কৰা আন এজনে জেনেৰেটৰৰ কাষতে মৃত অৱস্থাত পৰি থকা দেখিছিল। |
ডিব্ৰুগড়ৰ চাবুৱা ৰহমৰীয়া বগৰীতলীয়া গাঁৱৰ নীলোৎপলে বিগত চাৰি বছৰ ধৰি আমগুৰিৰ ব্যৱসায়ী পতুল গগৈৰ ঘৰত কৰ্মৰত হৈ আছিল। |
Recent News |
বাংগালুৰুত যুৱকক শিলেৰে আক্ৰমণ কৰি হত্যা ছয়জনীয়া দলৰ: কেমেৰাত বন্দী নৃশংস আক্ৰমণৰ দৃশ্য |
খোৱাঙত বাঘৰ আতংক: বাগিচাত কৰ্মৰত অৱস্থাত নাহৰফুটুকীৰ আক্ৰমণত দুই মহিলা আহত |
গুজৰাটৰ মৰ্বি দলং দুৰ্ঘটনা সন্দৰ্ভত ভুৱা টুইট: ৮ ডিচেম্বৰলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ তৃণমূল নেতা চাকেত গোখলেক |
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুণ আৰক্ষী চকীৰ অন্তৰ্গত অৰুণাচল সীমান্তৰ ১ নং ৱাৰা গাঁৱত কালি সংঘটিত হৈছিল এক অপহৰণ কাণ্ড। |
ঘটনাৰ দ্বিতীয় দিনাও তীব্ৰ চাঞ্চল্যই বিৰাজ কৰি আছে অঞ্চলটোত৷ |
ঘটনাৰ বিৱৰণী অনুসৰি ডিগবৈৰ ৰাজু খান নামৰ শিল ব্যৱসায়ীজনৰ অধীনত মহৰী হিচাপে কৰ্মৰত বৈকুণ্ঠ সন্দিকৈ নামৰ যুৱকজনক ১ নং ৱাৰা গাঁৱত কাম চলি থকা ঠাইৰ পৰা ৮-১০ জনীয়া অস্ত্ৰধাৰী সন্দেহযুক্ত আলফা(স্বাঃ)ৰ দল এটাই কালি অপহৰণ কৰি নিয়ে৷ |
অপহৰণ কাণ্ডটোৰ লগত কোন জড়িত আছে সেই কথা এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো পক্ষই ঘোষণা কৰা নাই। |
জাগুণ অঞ্চলত পূৰ্বতে সংঘটিত অপহৰণ কাণ্ডসমূহৰ প্ৰতি লক্ষ্য ৰাখি কালিৰ ঘটনাটোত আলফা স্বাধীনৰ দুৰ্ধষ কেডাৰ উদয় অসমৰ নেতৃত্বাধীন এটা দল জড়িত থকাৰ সন্দেহ কৰা হৈছে৷ |
পূৰ্বেও জাগুণ অঞ্চলত সংঘটিত হোৱা ৪ টাকৈ অপহৰণ কাণ্ডত আলফা স্বাধীন জড়িত থকাৰ কথা সংগঠনটোৰ তৰফৰ পৰা স্বীকাৰ কৰা হৈছিল৷ |
উল্লেখযোগ্য কথাটো হ’ল যে বৈকুণ্ঠ সন্দিকৈৰ অপহৰণ হোৱা অঞ্চলটোতেই যোৱা ১ ফেব্ৰুৱাৰি তাৰিখে ভাৰতীয় সেনা আৰু আলফা স্বাধীনৰ মাজত প্ৰচণ্ড গুলীয়া-গুলীৰ ঘটনা সংঘটিত হৈছিল। |
উক্ত গুলীয়া-গুলীত ভাৰতীয় সেনাৰ ৪ জনকৈ জোৱান আঘাত প্ৰাপ্ত হৈছিল বুলি আলফা স্বাধীনে প্ৰেছ বাৰ্তা যোগে দাবী কৰিছে৷ |
বৰ্তমানে আৰক্ষী আৰু সেনাবাহিনীয়ে বৈকুণ্ঠ সন্দিকৈৰ অৱস্থানক লৈ অভিযান অব্যাহত ৰাখিছে যদিও আৰক্ষীয়ে ঘটনা সম্পৰ্কত কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই৷ |
আজি ৰাজু খানে লেখাপানী আৰক্ষী থানাত এই অপহৰণ কাণ্ডৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে৷ |
মাত্ৰ ১ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা বৈকুণ্ঠ সন্দিকৈক বিনাচৰ্তে মুক্তি দিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে৷ |
প্ৰায়ে জাগুন অঞ্চলৰ পৰা উগ্ৰপন্থী দলে অপহৰণ কৰাৰ লগতে কূটাঘাত সংঘটিত কৰি আহিছে যদিও এইক্ষেত্ৰত নিৰাপত্তা বাহিনীয়ে বিশেষ প্ৰতিৰোধ গঢ়ি তুলিবলৈ সক্ষম নোহোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ৷ |
ইপিনে উগ্ৰপন্থী বিচৰাৰ নামত কেৱল নিৰপৰাধী লোকক অত্যচাৰ কৰি অহাৰ গুৰুতৰ অভিযোগ আছে ভাৰতীয় সেনাৰ বিৰুদ্ধে৷ |
বৈকুণ্ঠ সন্দিকৈক উদ্ধাৰৰ ক্ষেত্ৰত আৰক্ষী-সেনাই কেনেধৰণৰ তৎপৰতা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷ |
Recent News |
বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ |
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী |
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ |
যোগীৰ উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ কাণ্ড: দলিত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>বিশ্বনাথ আৰক্ষীয়ে আজি এখন যাত্ৰীবাহী ৰে’লত অভিযান চলাই বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয়। মুকংচেলেঙৰ পৰা ৰঙিয়া যোৱা যাত্ৰীবাহী ৰে’লত চলোৱা উক্ত অভিযানত আৰক্ষীয়ে ২৩ কাৰ্টন অৰুণাচলী সুৰা উদ্ধাৰ কৰে। |
প্ৰাপ্ত তথ্য মতে প্ৰায় লক্ষাধিক টকাৰ অৰুণাচলী সুৰা কোনো অসাধু চক্ৰই ৰঙিয়া অভিমুখে নি থকা অৱস্থাত বিশ্বনাথ ৰেল ষ্টেশ্যনত বিশ্বনাথ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি জব্দ কৰিবলৈ সক্ষম হয়। |
আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে কোনো ব্যক্তিক আটক কৰা নাই যদিও প্ৰাপ্ত তথ্য অনুসৰি সুৰাখিনি জব্দ হোৱাৰ পূৰ্বে এগৰাকী মহিলা উক্ত সুৰাৰ কাৰ্টন সমূহৰ লগত আছিল, অৱশ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে অচিনাক্ত মহিলা গৰাকীয়ে তাৰ পৰা পলায়ন কৰে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে| |
অচিনাক্ত মহিলা গৰাকীৰ উপস্থিতি কিমান দূৰ সঁচা সেই সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে বুলি সূত্ৰটোৱে লগতে জানিবলৈ দিয়ে | |
উল্লেখযোগ্য যে অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায় ৰে’লযোগে সহজ লভ্য হৈ পৰিছে, প্ৰতি ২ – ৩ মাহৰ অন্তৰালত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰি আহিছে যদিও উক্ত ব্যৱসায় চলাই অহা অসাধু চক্ৰক নাকী লগাব পৰা নাই। |
Recent News |
উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী! |
বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই |
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও |
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>Oracle Speaks: ১৩ মাৰ্চৰ ৰাশিফল: আজিৰ দিনটোত কিমান ভাগ্যবান আপুনি ? কৰ্ম আৰু বিত্তীয় দিশত দিনটো কেনেকুৱা ? আপোনাৰ ৰাশিৰ সৈতে মিলাই চাওক ...– News18 assam |
জীৱন শৈলী |
CHANGE LANGUAGE |
অসমীয়া |
ENGLISHहिन्दी मराठीગુજરાતીதமிழ் ಕನ್ನಡ বাংলা മലയാളം తెలుగు ਪੰਜਾਬੀ اردو ଓଡ଼ିଆ |
WATCH LIVE TV |
DOWNLOAD APP |
FOLLOW US ON |
অসম |
দেশ |
অপৰাধনামা |
মনোৰঞ্জন |
ব্যৱসায় |
কেৰিয়াৰ |
Explained |
ক্ৰীড়া |
ফটো |
প্ৰযুক্তি |
স্বাস্থ্য |
জীৱনশৈলী |
বিশ্ব |
অসম |
দেশ |
অপৰাধনামা |
মনোৰঞ্জন |
ব্যৱসায় |
কেৰিয়াৰ |
Explained |
ক্ৰীড়া |
ফটো |
প্ৰযুক্তি |
স্বাস্থ্য |
জীৱনশৈলী |
বিশ্ব |
ভিডিঅ’ |
LIVE TV |
ভিডিঅ’ |
LIVE TV |
Subsets and Splits
No saved queries yet
Save your SQL queries to embed, download, and access them later. Queries will appear here once saved.