text
stringclasses 736
values |
---|
যত সব গন্দগোল সদাই প্ৰতিভুৰ লগত হে হব পাই :) পাৰি জাত ! |
নাজানো কেনেকৈ হয় এইবোৰ |
কৃষ্ণ!! |
সুন্দৰ বৰ্ণনা পিছে প্ৰতিভু দা প্ৰথম ৰাস্তাটোৰ ঠিক কোনখিনিতে হাউ ওৱে ৰে সোমাই যাব লাগিব কওকছোন |
মই লৈ যাম তোমাক |
পূজাত এৰাতি কটাব পাৰিলে ভাল আছিল |
আচলতে সকলোৰে সৈতে ঘটে ৷ |
হেঃহেঃহেঃ |
পিছে নপ্তিপাৰা পালেগৈ নে আন ক'ৰবাত ওলালগৈ :) |
ওলালোগৈ নোলাম নে আৰু |
অনন্য ভোজন বিলাস :)বৰ্ণনা অনুপম হৈছে । |
খুব ভাল লাগিল পঢ়ি৷ বাৰ্তা এটা আছে৷ |
দাদাৰ ব্লগটোত আজিহে চকু ফুৰাইছো ...এৰিবই মন যোৱা নাই চোন । চাৰিওফালে টানি আছে । একষাৰে ক'ব পৰাকৈ সুন্দৰ, সুন্দৰ । |
সুন্দৰ.. |