text
stringclasses 736
values |
---|
সাংঘাটিক লিখিছে দেই ভুদা, আপোনৰ লিখনী মোৰ সদায় প্ৰিয়। এনেও ভুতৰ কাহীনি পালে মই গো গ্ৰাসে গিলো তাতে যদি আকৌ খুহুতীয়া ৰস অকন থাকে তেনেহলে তো কথাই নাই। বাক্য গাঠনিৰ লগতে উপস্থাপন অতি সুন্দৰ। পাঠকক উত্কণ্ঠাত ৰাখিব পৰাতোৱেই লিখকৰ ডাঙৰ গুণ বুলি মোৰ ভাৱ হয় আৰু আপোনাৰ লিখনিত এয়া স্পষ্ট হৈ পৰিছে। পিছৰ খণ্ডলৈ উত্কণ্ঠাৰে বাট চাই ৰলো। |
ভাল লিখিছে দেই । ৰাতি পঢ়িহে ভাল লাগে এনেকুরা ঘটনাবোৰ, সেয়ে এই মাত্র পঢ়ি শেষ কৰিছো, মানে ১১টাত । পৰরর্ত্তী খন্ডলৈ বাট চালো ।। |
আগলৈ মানে কি? পিছৰডোখৰ লিখক সোনকালে৷ |
বুজিলো বুজিলো কোন আছিল সেইজন |
তাৰ পিছত দত্ত আৰু লগৰকিজনে চাহপাত চোবাই খালে যে মুখৰ গোন্ধ নাককিয়া কৰিবলৈ . . কথাত বৰ ৰস পাই তাতে বহি থকা সেই অলপ (মানে অকনমান) বয়সীয়া ধুনীয়াকৈ ডেকা ল'ৰাজনযে, চুলি খিনি অলপ দীঘল, তেওঁ হাহি হাহি টেবুলতে বাগৰি পৰিল যে . . মোক আজি কাহিনীটো তেৱেঁই ফ'নত ক'লে . . . |
প্ৰভু বোলাজন আছিল কিজানি :) |
আছিল আছিল |
আকাশবাণী বিখ্যাত দোকানটো নাই এতিয়া,চাৰিআলিটোৰ নামেই আকাশবাণী হৈ পৰিল। |
আমাকো সৰুতে কোনোবাই এইটো কথা শিকোৱা মনত পৰে |
মাৰিব খুজিছে |
স্পুনাৰিজম নে কি নেকি এইটো?? |
যত সব গন্দগোল সদাই প্ৰতিভুৰ লগত হে হব পাই :) পাৰি জাত ! |
নাজানো কেনেকৈ হয় এইবোৰ |
কৃষ্ণ!! |
সুন্দৰ বৰ্ণনা পিছে প্ৰতিভু দা প্ৰথম ৰাস্তাটোৰ ঠিক কোনখিনিতে হাউ ওৱে ৰে সোমাই যাব লাগিব কওকছোন |
মই লৈ যাম তোমাক |
পূজাত এৰাতি কটাব পাৰিলে ভাল আছিল |
আচলতে সকলোৰে সৈতে ঘটে ৷ |
হেঃহেঃহেঃ |
পিছে নপ্তিপাৰা পালেগৈ নে আন ক'ৰবাত ওলালগৈ :) |
ওলালোগৈ নোলাম নে আৰু |
Subsets and Splits
No saved queries yet
Save your SQL queries to embed, download, and access them later. Queries will appear here once saved.