text
stringclasses
736 values
আপোনাৰ অনুভৱ আৰু সমালোচনা (?) পঢ়ি ভাবিছো চিনেমাখন সোনকালেই চাব লাগিব।
আশাকৰিছো সোনকালেই চাবলৈ পাব ৷ধন্যবাদ
~
আগলৈ থৈ দিয়াখিনি সোনকালে লিখক। এঢলীয়া বিচনাত কেনেকৈ শুলে, তিখৰ ৰুমমেট আৰু ভয়ানক ৱালমেটে পানীপথৰ যুদ্ধত আত্মসমৰ্পন, জয় নে পৰাজয় বৰণ কৰিলে জানিবলৈ আগ্রহেৰে ৰৈ আছো :)
আজি দিবলৈ যত্ন কৰিম
পানী আম্দোলন খণ্ডটি সোনকালে লিখক আকৌ ।
পাছৰখিনি !!!!!!!!!!!!
ব্লগটো বৰ ভাল লাগিছে, ধন্যবাদ| আগলৈ আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...-নীলান্জনা
নীলান্জনা,তুমিয়ে প্ৰথম মন্তব্য ৰাখিলা ৷ ধন্যবাদ ৷সময় আগবঢ়াৰ লগে লগে ময়ো আশা কৰিছো তুমি কোৱা ‘আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...’খিনি পূৰ কৰিব পাৰিম ৷মৰমেৰেপ্ৰতিভু দা
সুন্দৰ :)
দাদা, এই ব্লগটো আগুৱাই লৈ যাবলৈ আপোনাৰ সহায়ৰ প্ৰয়োজন হব ৷:)
ভাল লাগিল্...
শ্বিলং , উমৰংচু, এইবিলাক চব শুণিবলৈ একেই লাগে দেখোন। হা: হা:
হা: হা: , মোৰ ইমান বছৰৰ উমৰংছু এক্সপেৰিয়েন্স মায়ুৰাক্ষী বৌয়ে ধুলিস্যাত কৰি পেলাইছিল দেই। পিছে সেই কেইদিন কথাটো লৈ যি মস্তি হ'ল, তাৰ সকলো ক্ৰেডিট বৌৰ নামত।- পল্লৱী
ফুৰ্তি প্ৰদৰ্শনৰ নমুনা আৰু আনৰ বিপদ !
বাপৰে কি সাংঘাটিক বেপাৰ ! সেইদিনা জ্বলা কুকুৰাৰ মাংস খালে তেনেহলে !