text
stringclasses
736 values
~
আগলৈ থৈ দিয়াখিনি সোনকালে লিখক। এঢলীয়া বিচনাত কেনেকৈ শুলে, তিখৰ ৰুমমেট আৰু ভয়ানক ৱালমেটে পানীপথৰ যুদ্ধত আত্মসমৰ্পন, জয় নে পৰাজয় বৰণ কৰিলে জানিবলৈ আগ্রহেৰে ৰৈ আছো :)
আজি দিবলৈ যত্ন কৰিম
পানী আম্দোলন খণ্ডটি সোনকালে লিখক আকৌ ।
পাছৰখিনি !!!!!!!!!!!!
ব্লগটো বৰ ভাল লাগিছে, ধন্যবাদ| আগলৈ আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...-নীলান্জনা
নীলান্জনা,তুমিয়ে প্ৰথম মন্তব্য ৰাখিলা ৷ ধন্যবাদ ৷সময় আগবঢ়াৰ লগে লগে ময়ো আশা কৰিছো তুমি কোৱা ‘আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...’খিনি পূৰ কৰিব পাৰিম ৷মৰমেৰেপ্ৰতিভু দা
সুন্দৰ :)
দাদা, এই ব্লগটো আগুৱাই লৈ যাবলৈ আপোনাৰ সহায়ৰ প্ৰয়োজন হব ৷:)
ভাল লাগিল্...
সাংঘাটিক লিখিছে দেই ভুদা, আপোনৰ লিখনী মোৰ সদায় প্ৰিয়। এনেও ভুতৰ কাহীনি পালে মই গো গ্ৰাসে গিলো তাতে যদি আকৌ খুহুতীয়া ৰস অকন থাকে তেনেহলে তো কথাই নাই। বাক্য গাঠনিৰ লগতে উপস্থাপন অতি সুন্দৰ। পাঠকক উত্‍কণ্ঠাত ৰাখিব পৰাতোৱেই লিখকৰ ডাঙৰ গুণ বুলি মোৰ ভাৱ হয় আৰু আপোনাৰ লিখনিত এয়া স্পষ্ট হৈ পৰিছে। পিছৰ খণ্ডলৈ উত্‍কণ্ঠাৰে বাট চাই ৰলো।
ভাল লিখিছে দেই । ৰাতি পঢ়িহে ভাল লাগে এনেকুরা ঘটনাবোৰ, সেয়ে এই মাত্র পঢ়ি শেষ কৰিছো, মানে ১১টাত । পৰরর্ত্তী খন্ডলৈ বাট চালো ।।
আগলৈ মানে কি? পিছৰডোখৰ লিখক সোনকালে৷
বুজিলো বুজিলো কোন আছিল সেইজন
তাৰ পিছত দত্ত আৰু লগৰকিজনে চাহপাত চোবাই খালে যে মুখৰ গোন্ধ নাককিয়া কৰিবলৈ . . কথাত বৰ ৰস পাই তাতে বহি থকা সেই অলপ (মানে অকনমান) বয়সীয়া ধুনীয়াকৈ ডেকা ল'ৰাজনযে, চুলি খিনি অলপ দীঘল, তেওঁ হাহি হাহি টেবুলতে বাগৰি পৰিল যে . . মোক আজি কাহিনীটো তেৱেঁই ফ'নত ক'লে . . .
প্ৰভু বোলাজন আছিল কিজানি :)
আছিল আছিল
আকাশবাণী বিখ্যাত দোকানটো নাই এতিয়া,চাৰিআলিটোৰ নামেই আকাশবাণী হৈ পৰিল।
আমাকো সৰুতে কোনোবাই এইটো কথা শিকোৱা মনত পৰে
মাৰিব খুজিছে
স্পুনাৰিজম নে কি নেকি এইটো??
যত সব গন্দগোল সদাই প্ৰতিভুৰ লগত হে হব পাই :) পাৰি জাত !
নাজানো কেনেকৈ হয় এইবোৰ
কৃষ্ণ!!