text
stringclasses
736 values
আগলৈ মানে কি? পিছৰডোখৰ লিখক সোনকালে৷
বুজিলো বুজিলো কোন আছিল সেইজন
তাৰ পিছত দত্ত আৰু লগৰকিজনে চাহপাত চোবাই খালে যে মুখৰ গোন্ধ নাককিয়া কৰিবলৈ . . কথাত বৰ ৰস পাই তাতে বহি থকা সেই অলপ (মানে অকনমান) বয়সীয়া ধুনীয়াকৈ ডেকা ল'ৰাজনযে, চুলি খিনি অলপ দীঘল, তেওঁ হাহি হাহি টেবুলতে বাগৰি পৰিল যে . . মোক আজি কাহিনীটো তেৱেঁই ফ'নত ক'লে . . .
প্ৰভু বোলাজন আছিল কিজানি :)
আছিল আছিল
আকাশবাণী বিখ্যাত দোকানটো নাই এতিয়া,চাৰিআলিটোৰ নামেই আকাশবাণী হৈ পৰিল।
আমাকো সৰুতে কোনোবাই এইটো কথা শিকোৱা মনত পৰে
মাৰিব খুজিছে
স্পুনাৰিজম নে কি নেকি এইটো??
যত সব গন্দগোল সদাই প্ৰতিভুৰ লগত হে হব পাই :) পাৰি জাত !
নাজানো কেনেকৈ হয় এইবোৰ
কৃষ্ণ!!
সুন্দৰ বৰ্ণনা পিছে প্ৰতিভু দা প্ৰথম ৰাস্তাটোৰ ঠিক কোনখিনিতে হাউ ওৱে ৰে সোমাই যাব লাগিব কওকছোন
মই লৈ যাম তোমাক
পূজাত এৰাতি কটাব পাৰিলে ভাল আছিল
আচলতে সকলোৰে সৈতে ঘটে ৷
হেঃহেঃহেঃ
পিছে নপ্তিপাৰা পালেগৈ নে আন ক'ৰবাত ওলালগৈ :)
ওলালোগৈ নোলাম নে আৰু