text
stringclasses
736 values
ধন্যবাদ তিয়েন
সাংঘাটিক দেই। আকৌ এবাৰ ভুতৰ অন্বেষণ কৰো দিয়ক। মই বহুবাৰ চে্ষ্টা কৰি ফেইলাৰ। পিছে বৰ ভাল লাগিল পঢ়ি। সৰল, সুষম বৰ্ণনা, লগতে গতিময়তা। বৰ ভাল লাগিল পঢ়ি।
জোনাক আকৌ কেতিয়া আহিব ককাই ?
ধন্যবাদ তিয়েন ৷পঢ়ি থাকিবা, উৎসাহিত হওঁ ৷
দেহি ঐ !!!
বহু বছৰ আগতে শুনা এটা কৌতুকৰ আধাৰত লিখিছিলো
:)
আপোনাৰ অনুভৱ আৰু সমালোচনা (?) পঢ়ি ভাবিছো চিনেমাখন সোনকালেই চাব লাগিব।
আশাকৰিছো সোনকালেই চাবলৈ পাব ৷ধন্যবাদ
~
আগলৈ থৈ দিয়াখিনি সোনকালে লিখক। এঢলীয়া বিচনাত কেনেকৈ শুলে, তিখৰ ৰুমমেট আৰু ভয়ানক ৱালমেটে পানীপথৰ যুদ্ধত আত্মসমৰ্পন, জয় নে পৰাজয় বৰণ কৰিলে জানিবলৈ আগ্রহেৰে ৰৈ আছো :)
আজি দিবলৈ যত্ন কৰিম
পানী আম্দোলন খণ্ডটি সোনকালে লিখক আকৌ ।
পাছৰখিনি !!!!!!!!!!!!
ব্লগটো বৰ ভাল লাগিছে, ধন্যবাদ| আগলৈ আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...-নীলান্জনা
নীলান্জনা,তুমিয়ে প্ৰথম মন্তব্য ৰাখিলা ৷ ধন্যবাদ ৷সময় আগবঢ়াৰ লগে লগে ময়ো আশা কৰিছো তুমি কোৱা ‘আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...’খিনি পূৰ কৰিব পাৰিম ৷মৰমেৰেপ্ৰতিভু দা
সুন্দৰ :)
দাদা, এই ব্লগটো আগুৱাই লৈ যাবলৈ আপোনাৰ সহায়ৰ প্ৰয়োজন হব ৷:)
ভাল লাগিল্...
কি সাংঘাটিক লিখনী প্ৰটিভু দা, দুইটা খণ্ড একেলগে পঢ়িলো।
নিজৰ প্ৰেম কাহিনী এনেদৰে লিখিব পৰা মানুহ কম আছে দেই। খুব ভাল লাগিল।
ধন্যবাদ :)
ভাল লাগিল পঢ়ি
আপোনাৰ লেখনি প্ৰকাশভঙ্গীয়ে মোক এজন মানুহৰ কাষলৈ টানি লৈ গ্'ল .... "খবিৰ আহমেদ চাৰ্"