text
stringclasses
736 values
দেহি ঐ !!!
বহু বছৰ আগতে শুনা এটা কৌতুকৰ আধাৰত লিখিছিলো
:)
আপোনাৰ অনুভৱ আৰু সমালোচনা (?) পঢ়ি ভাবিছো চিনেমাখন সোনকালেই চাব লাগিব।
আশাকৰিছো সোনকালেই চাবলৈ পাব ৷ধন্যবাদ
~
আগলৈ থৈ দিয়াখিনি সোনকালে লিখক। এঢলীয়া বিচনাত কেনেকৈ শুলে, তিখৰ ৰুমমেট আৰু ভয়ানক ৱালমেটে পানীপথৰ যুদ্ধত আত্মসমৰ্পন, জয় নে পৰাজয় বৰণ কৰিলে জানিবলৈ আগ্রহেৰে ৰৈ আছো :)
আজি দিবলৈ যত্ন কৰিম
পানী আম্দোলন খণ্ডটি সোনকালে লিখক আকৌ ।
পাছৰখিনি !!!!!!!!!!!!
ব্লগটো বৰ ভাল লাগিছে, ধন্যবাদ| আগলৈ আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...-নীলান্জনা
নীলান্জনা,তুমিয়ে প্ৰথম মন্তব্য ৰাখিলা ৷ ধন্যবাদ ৷সময় আগবঢ়াৰ লগে লগে ময়ো আশা কৰিছো তুমি কোৱা ‘আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...’খিনি পূৰ কৰিব পাৰিম ৷মৰমেৰেপ্ৰতিভু দা
সুন্দৰ :)
দাদা, এই ব্লগটো আগুৱাই লৈ যাবলৈ আপোনাৰ সহায়ৰ প্ৰয়োজন হব ৷:)
ভাল লাগিল্...
কি সাংঘাটিক লিখনী প্ৰটিভু দা, দুইটা খণ্ড একেলগে পঢ়িলো।
নিজৰ প্ৰেম কাহিনী এনেদৰে লিখিব পৰা মানুহ কম আছে দেই। খুব ভাল লাগিল।
ধন্যবাদ :)
ভাল লাগিল পঢ়ি
আপোনাৰ লেখনি প্ৰকাশভঙ্গীয়ে মোক এজন মানুহৰ কাষলৈ টানি লৈ গ্'ল .... "খবিৰ আহমেদ চাৰ্"