text
stringclasses 736
values |
---|
আমাকো সৰুতে কোনোবাই এইটো কথা শিকোৱা মনত পৰে |
মাৰিব খুজিছে |
স্পুনাৰিজম নে কি নেকি এইটো?? |
যত সব গন্দগোল সদাই প্ৰতিভুৰ লগত হে হব পাই :) পাৰি জাত ! |
নাজানো কেনেকৈ হয় এইবোৰ |
কৃষ্ণ!! |
সুন্দৰ বৰ্ণনা পিছে প্ৰতিভু দা প্ৰথম ৰাস্তাটোৰ ঠিক কোনখিনিতে হাউ ওৱে ৰে সোমাই যাব লাগিব কওকছোন |
মই লৈ যাম তোমাক |
পূজাত এৰাতি কটাব পাৰিলে ভাল আছিল |
আচলতে সকলোৰে সৈতে ঘটে ৷ |
হেঃহেঃহেঃ |
পিছে নপ্তিপাৰা পালেগৈ নে আন ক'ৰবাত ওলালগৈ :) |
ওলালোগৈ নোলাম নে আৰু |
অনন্য ভোজন বিলাস :)বৰ্ণনা অনুপম হৈছে । |
Subsets and Splits
No saved queries yet
Save your SQL queries to embed, download, and access them later. Queries will appear here once saved.