text
stringclasses 736
values |
---|
অনন্য ভোজন বিলাস :)বৰ্ণনা অনুপম হৈছে । |
খুব ভাল লাগিল পঢ়ি৷ বাৰ্তা এটা আছে৷ |
দাদাৰ ব্লগটোত আজিহে চকু ফুৰাইছো ...এৰিবই মন যোৱা নাই চোন । চাৰিওফালে টানি আছে । একষাৰে ক'ব পৰাকৈ সুন্দৰ, সুন্দৰ । |
সুন্দৰ.. |
তই মোক ভাল পাৱ বুলি জানো :) |
আপোনাৰ লিখনী বোৰ সচাই বৰ মনোৰম হয় , সেই কাৰনে আপোনাৰ লিখনী বিলাক পঢ়ি ভাল লাগে| |
নিৰর্থক প্রশ্ন। আমাৰ পঢ়ি ভাল লাগিছে। আপোনাৰ লিখি ভাল লাগিছে। মাজতে এই মানুহবোৰৰ কথা শুনিবলৈ কি দৰকাৰ। বিন্দাছ কাম কৰক, গল্প শুনাওক আৰু সময় পালেই লিখি যাওঁক। শুভকামনাবোৰ সদায় থাকিল। |
মই কাহিনী কৈ যাম,শুনিবলৈ মানুহ আছে শুনিবসাহিত্য নকৰো বাৰু ! |
ভাষা আৰু সাহিত্য হৈছে মনৰ ভাব প্রকাশ কৰা এটা মাধ্যম । আপুনিও নিজৰ মাতৃভাষাৰ জৰিয়তে নিজৰ মনৰ ভাব প্রকাশ কৰিছে । কথা সিমানেই । আৰু মোৰ বোধেৰে আপোনাৰ লিখনী আৰু প্রকাশভংগী খুবেই ধুনীয়া । গতিকে, বেলেগে ভাল পোৱা, বেয়া পোৱাৰ কথা সিমান বেছিকৈ ভাবি নাথাকিব ।"অবিশ্রান্ত"ৰ দীর্ঘায়ু কামনা কৰিলো । |
অতি সুন্দৰ ... :-) |
বঢ়িয়া দেই । |
ডেইজী,তই আকৌ ক’ৰ পৰা আহি ওলালি ? |
চুপাৰ্ব দাদা! |
ভাল লাগিল। |
মজা । |
হা হা হা-----কি জমনি!!!!মানুহ পাগল হৈ যাবদেই |
:)))))))))))))) |
ভাল পালো পঢ়ি..... সুন্দৰ বৰ্ণনা....... লিখি থাকা..... |
দাদা এইটো লিধি এতিয়া উত্তৰ দি দি হায়ৰাম হৈ গৈছো‘জোনাক সঁচাকৈয়ে আহে নেকি?’ |
ধন্যবাদ তিয়েন |
সাংঘাটিক দেই। আকৌ এবাৰ ভুতৰ অন্বেষণ কৰো দিয়ক। মই বহুবাৰ চে্ষ্টা কৰি ফেইলাৰ। পিছে বৰ ভাল লাগিল পঢ়ি। সৰল, সুষম বৰ্ণনা, লগতে গতিময়তা। বৰ ভাল লাগিল পঢ়ি। |
জোনাক আকৌ কেতিয়া আহিব ককাই ? |
ধন্যবাদ তিয়েন ৷পঢ়ি থাকিবা, উৎসাহিত হওঁ ৷ |
দেহি ঐ !!! |
বহু বছৰ আগতে শুনা এটা কৌতুকৰ আধাৰত লিখিছিলো |
Subsets and Splits