text
stringclasses 736
values |
---|
ব্লগটো বৰ ভাল লাগিছে, ধন্যবাদ| আগলৈ আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...-নীলান্জনা |
নীলান্জনা,তুমিয়ে প্ৰথম মন্তব্য ৰাখিলা ৷ ধন্যবাদ ৷সময় আগবঢ়াৰ লগে লগে ময়ো আশা কৰিছো তুমি কোৱা ‘আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...’খিনি পূৰ কৰিব পাৰিম ৷মৰমেৰেপ্ৰতিভু দা |
সুন্দৰ :) |
দাদা, এই ব্লগটো আগুৱাই লৈ যাবলৈ আপোনাৰ সহায়ৰ প্ৰয়োজন হব ৷:) |
ভাল লাগিল্... |
যত সব গন্দগোল সদাই প্ৰতিভুৰ লগত হে হব পাই :) পাৰি জাত ! |
নাজানো কেনেকৈ হয় এইবোৰ |
কৃষ্ণ!! |
সুন্দৰ বৰ্ণনা পিছে প্ৰতিভু দা প্ৰথম ৰাস্তাটোৰ ঠিক কোনখিনিতে হাউ ওৱে ৰে সোমাই যাব লাগিব কওকছোন |
মই লৈ যাম তোমাক |
পূজাত এৰাতি কটাব পাৰিলে ভাল আছিল |
আচলতে সকলোৰে সৈতে ঘটে ৷ |
হেঃহেঃহেঃ |
পিছে নপ্তিপাৰা পালেগৈ নে আন ক'ৰবাত ওলালগৈ :) |
ওলালোগৈ নোলাম নে আৰু |
অনন্য ভোজন বিলাস :)বৰ্ণনা অনুপম হৈছে । |
খুব ভাল লাগিল পঢ়ি৷ বাৰ্তা এটা আছে৷ |
দাদাৰ ব্লগটোত আজিহে চকু ফুৰাইছো ...এৰিবই মন যোৱা নাই চোন । চাৰিওফালে টানি আছে । একষাৰে ক'ব পৰাকৈ সুন্দৰ, সুন্দৰ । |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.