pranavagrawal/Language-Identification
Text Classification
•
Updated
•
1
text
stringlengths 1
2.59k
⌀ | language
stringclasses 10
values |
---|---|
কাৰাবন্দীৰ পৰা গৃহবন্দী হৈ উভতিল আং ছান ছু কী
|
Assamese
|
চীন কোৰিয়া ইণ্ডোনেছিয়াৰ পৰা আমদানি কৰা অপটিকেল ফাইবাৰৰ ওপৰত আৰোপ এণ্টি ডাম্পিং শুল্ক
|
Assamese
|
গ্ৰেপ্তাৰ হল ইমৰান খানদুৰ্নীতিৰ গোচৰত তিনিবছৰৰ বাবে কাৰাগাৰলৈ নিক্ষেপ
|
Assamese
|
এইবাৰ পাকিস্তানৰ যুৱকৰ সৈতে বিয়াত বহিল দুই সন্তানৰ মাতৃ ভাৰতীয় মহিলা
|
Assamese
|
নিষেধাজ্ঞা নেওচি ভাৰতলৈ নেপালৰ বিলাহীঘোচ লৈ চাকৰি হেৰুৱালে বিষয়াই
|
Assamese
|
পলাই আহি ভাৰতীয় হিন্দু যুৱকেৰে বিবাহ পাকিস্তানী গৃহিণীৰ মন্দিৰত ৰকেট লাঞ্চাৰেৰে আক্ৰমণ
|
Assamese
|
নেপালৰ মাউণ্ট এভাৰেষ্টৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰ ৫ বিদেশী যাত্ৰীসহ ৬ জনৰ মৃত্যু
|
Assamese
|
ধনৰ বিনিময়ত পাক আই এছ আইক সেনাৰ গোপন তথ্য সৰবৰাহ গ্ৰেপ্তাৰ হল এক যুৱক
|
Assamese
|
ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো ভাৰতত ডিটেনচন চেণ্টাৰলৈ প্ৰেৰণ দুই চীনা নাগৰিকক
|
Assamese
|
চীনৰ কিণ্ডাৰগাৰ্টেনত ছুৰীৰে আক্ৰমণ যুৱকৰ তিনি শিশুসহ নিহত ৬ জন লোক
|
Assamese
|
বাৰ্বিকিউ ৰেস্তোঁৰাত চিলিণ্ডাৰ বিস্ফোৰণ হৈ নিহত ৩১ জনকৈ লোক
|
Assamese
|
টানত পৰি বান্দৰ নাচে টাইৱানক লৈ হঠাতে বিপৰীত সুৰ আমেৰিকাৰ
|
Assamese
|
সীতাৰ জন্মস্থানক লৈ আপত্তি আদিপুৰুষ নিষিদ্ধ কৰাৰ দাবী প্ৰদৰ্শনী বাতিল নেপালত
|
Assamese
|
কৰিমগঞ্জৰ পৰা গোৱালপাৰালৈ স্থানান্তৰিত কৰা হৈছে ২৩জন বাংলাদেশী নাগৰিকক
|
Assamese
|
ভাৰতীয় সেনা প্ৰধানৰ সৈতে বৈঠক বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ
|
Assamese
|
চাঞ্চল্যকৰ হাতত ৰাইফল লৈ মেঘালয়ত প্ৰৱেশ দুই বাংলাদেশী সেনা জোৱানৰ
|
Assamese
|
বেইজিং বিমানবন্দৰত মেছিক আটক কৰিলে চীনৰ আৰক্ষীয়ে কিন্তু কিয় চাওক ভিডিঅ
|
Assamese
|
তিক্ত সম্পৰ্ক এমাহৰ ভিতৰত শেষ ভাৰতীয় সাংবাদিকজনেও এৰিব লাগিব চীন নিৰ্দেশ বেইজিঙৰ
|
Assamese
|
যুদ্ধ কৰিবলৈ অস্বীকাৰ সেনাবাহিনী এৰি পলায়ন কৰিছে হাজাৰ হাজাৰ সৈনিকে
|
Assamese
|
চীনৰ আজৱ কাণ্ড ৩২ হাজাৰ ফুট দ গাঁত খান্দিছে চীনেকিন্তু কিয়
|
Assamese
|
পাকিস্তানত আৰক্ষী থানাত বিস্ফোৰণ১২ গৰাকী আৰক্ষী নিহত
|
Assamese
|
মণিপুৰৰ বিদ্ৰোহী সংগঠনৰ ওপৰত আকাশ মাৰ্গেৰে নজৰ ৰাখিছে সেনাৰ চোৰাংচোৱাই
|
Assamese
|
লাইভ ষ্ট্ৰীমিংত একেৰাহে ৭ বটল চাইনা ভডকা পান প্ৰাণ গল ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰৰ
|
Assamese
|
ভাৰত মহাসাগৰত ডুবা চীনৰ জাহাজত আছিল ৩৯ জন লোক সহায়ৰ বাবে ভাৰতে পঠিয়ালে যুদ্ধবিমান
|
Assamese
|
ভাল নে বেয়া খবৰ চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত ভাৰত
|
Assamese
|
চীনক চিনাই টান নিউয়ৰ্কতো চীনৰ গোপন আৰক্ষী থানা দুজন এজেণ্টক গ্ৰেপ্তাৰ
|
Assamese
|
বান্দৰ আমদানি কৰি কি কৰিব চীনে শ্ৰীলংকাৰ পৰা ১ লাখ বিপন্ন প্ৰজাতিৰ বান্দৰ ক্ৰয় ব্যক্তিগত সংস্থাৰ
|
Assamese
|
ম্যানমাৰত হত্যাযজ্ঞ সামৰিক জুন্টা বাহিনীৰ বিমান আক্ৰমণত নিহত কমেও ১০০জন লোক
|
Assamese
|
শিং জোকাৰিছে চীনে অমিত শ্বাহৰ অৰুণাচল ভ্ৰমণ সাৰ্বভৌমত্বত ভাৰতৰ হস্তক্ষেপ অভিযোগ বেইজিঙৰ
|
Assamese
|
আমাৰ মাটি কোনেও কাঢ়ি নিব নোৱাৰেচীনক লক্ষ্য কৰি অৰুণাচলত অমিত শ্বাহৰ হুংকাৰ
|
Assamese
|
বাংলাদেশৰ ৰাজধানীৰ বংগবাজাৰত ভয়ংকৰ অগ্নিকাণ্ড জুই নিয়ন্ত্ৰণত নামিছে ৫০খন অগ্নিনিৰ্বাপক গাড়ী
|
Assamese
|
সীমান্তত উচটনিয়েই নহয় আৰু কীৰ্তি শত্ৰু চীনৰ এইবাৰ সলাই পেলালে অৰুণাচলৰ ১১ টা স্থানৰ নাম
|
Assamese
|
চীন কোন নিচিনে টাইৱানে হাতত আমেৰিকাৰ এণ্টি টেংক গাইডেড মিছাইল মাতে কোনে
|
Assamese
|
চীনৰ সকীয়নি সত্ত্বেও চলিত সপ্তাহতে টাইৱানৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠক আমেৰিকাৰ স্পীকাৰৰ
|
Assamese
|
শিক্ষাৰ্থীক প্ৰেমৰোমাঞ্চ কৰাৰ বাবে এসপ্তাহৰ ছুটী চীনৰ কলেজৰ হঠাৎ কিয় এই সিদ্ধান্ত
|
Assamese
|
অশান্ত ম্যানমাৰত সামৰিক জুন্টা চৰকাৰে ভংগ কৰিলে চু কীৰ দল নেচনেল লীগ ফৰ ডেমক্ৰেচী
|
Assamese
|
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত চীন আৰু বাংলাদেশৰ অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া সম্পৰ্কে বক্তৃতানুষ্ঠান
|
Assamese
|
অশনি সংকেত চীনৰ সতৰ্কবাণীৰ মাজতে নিউয়ৰ্কত উপস্থিত টাইৱানৰ ৰাষ্ট্ৰপতি
|
Assamese
|
এবছৰতকৈও অধিক সময়ৰ পিছত চীনলৈ উভতিছে চৰকাৰৰ ৰোষত পৰা আলিবাবাৰ প্ৰতিষ্ঠাতা জেক মা
|
Assamese
|
ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি ভাৰতৰ কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে
|
Assamese
|
ডিজিটেল সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ বাংলাদেশী অভিনেত্ৰী মাহিয়া মাহী
|
Assamese
|
যুদ্ধৰ উচটনি দক্ষিণ চীন সাগৰত আমেৰিকাৰ যুদ্ধজাহাজ কঠোৰ সকীয়নি চীনৰ
|
Assamese
|
ভূমিকম্পই কঁপাই তুলিলে আফগানিস্তানভাৰততো অনুভূত কম্পন
|
Assamese
|
মাজ আকাশত কথমপি সংঘৰ্ষত পতিত হোৱাৰ পৰা ৰক্ষা এয়াৰ ইণ্ডিয়া আৰু নেপাল এয়াৰলাইনছৰ বিমান
|
Assamese
|
অস্ত্ৰোপচাৰৰ সময়ত পেটৰ পৰা বাহিৰ হল সুৰাৰ বটল দেখি চকু কপালত উঠিল চিকিৎসকৰ
|
Assamese
|
অশান্ত ম্যানমাৰৰ বৌদ্ধ মন্দিৰত তিনিজন বৌদ্ধ ভিক্ষুসহ ২২ জন লোকক গুলীয়াই হত্যা
|
Assamese
|
ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈয়ে চীনৰ প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তন ঘটালে জিনপিঙে
|
Assamese
|
চীনৰ সীমান্ত আন্তঃগাঁথনি উন্নয়ন দ্ৰুত গতিত অব্যাহত আছেজেনেৰেল মনোজ পাণ্ডে
|
Assamese
|
ক্ৰমাগত তৃতীয়বাৰলৈ চীনৰ ৰাষ্ট্ৰপতি পদত ছি জিনপিং
|
Assamese
|
নেপালৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিযুক্ত ৰামচন্দ্ৰ পৌডেল
|
Assamese
|
উপপ্ৰধানমন্ত্ৰীকে ধৰি ৪ মন্ত্ৰীৰ পদত্যাগ নেপালৰ পুষ্প কমল দাহলৰ মিত্ৰজোঁট চৰকাৰৰ সংকট
|
Assamese
|
বাংলাদেশৰ ৰোহিংগীয়া শিৱিৰত বিধ্বংসী অগ্নিকাণ্ড জ্বলি ভস্মীভূত হল প্ৰায় ২০০০ ঘৰ
|
Assamese
|
আফগানিস্তানলৈ পুনৰ ২০ হাজাৰ মেট্ৰিক টন ঘেঁহু সাহায্য ভাৰতৰ
|
Assamese
|
অবৈধভাৱে বসবাসৰ অভিযোগ মহাৰাষ্ট্ৰত ১৮ জন বাংলাদেশীক গ্ৰেপ্তাৰ
|
Assamese
|
চীনে কানাডাৰ নিৰ্বাচনত হস্তক্ষেপ কৰিবলৈচেষ্টা কৰাৰ অভিযোগ দেশখনৰ প্ৰধানমন্ত্ৰী ট্ৰুডোৰ
|
Assamese
|
ডিজিটেল ষ্ট্ৰাইক চীনৰ সৈতে সম্পৰ্কৰ অভিযোগত ২০০তকৈও অধিক এপ নিষিদ্ধ কৰিলে কেন্দ্ৰই
|
Assamese
|
চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ নতুন ৰাষ্ট্ৰপতি হব চাহাবুদ্দিন চুপ্পু
|
Assamese
|
জনসংখ্যা হ্ৰাসক লৈ চিন্তিত চৰকাৰ শিক্ষাৰ্থীসকলক শুক্ৰাণু দান কৰিবলৈ আহ্বান চীনৰ
|
Assamese
|
ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন
|
Assamese
|
দুবছৰৰ ভিতৰতেই চীনৰ সৈতে যুদ্ধআমেৰিকাৰ বায়ু সেনাৰ জেনেৰেলৰ কথাত বিশ্বজুৰি আলোড়ন
|
Assamese
|
উদ্দেশ্য বৈঠক১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক
|
Assamese
|
চীনত এসপ্তাহত ১৩ হাজাৰ কোনা ৰোগীৰ মৃত্যু
|
Assamese
|
চীনক ৰঙা চকু দেখুৱাই ভাৰতৰ প্ৰলয় এইবাৰ উত্তৰপূবৰ চীন সীমান্তত বায়ু সেনাৰ অনুশীলনৰ প্ৰস্তুতি
|
Assamese
|
এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত
|
Assamese
|
বিদ্ৰোহী সংগঠনৰ আক্ৰমণত নিহত ৬০ জন সেনা জোৱান
|
Assamese
|
ভয়ংকৰ দুৰ্ঘটনাত পতিত নেপালৰ পৰা স্বদেশ অভিমুখী তীৰ্থযাত্ৰী কঢ়িওৱা বাছআহত কেইবাগৰাকীও
|
Assamese
|
ধোঁৱা চাঙত আত্মনিৰ্ভৰ ভাৰত বৃদ্ধি পাইছে চীনৰ পৰা পণ্য সামগ্ৰী আমদানিৰ হাৰ
|
Assamese
|
পাইলট স্বামীৰ দৰেই ১৬ বছৰ পিছত বিমান দুৰ্ঘটনাত মৃত্যুক আকোৱালি ললে পাইলট পত্নীয়ে
|
Assamese
|
উৰাজাহাজত আকৌ মাৰপিট ভিডিঅ ভাইৰেল
|
Assamese
|
দুই চেকেণ্ডতে মুখৰ হাঁহি পৰিণত হল মৰণকাতৰ চিঞৰলৈ যাত্ৰীৰ মবাইলত উদ্ধাৰ নেপাল বিমান দুৰ্ঘটনাৰ ভিডিঅ
|
Assamese
|
ম্যানমাৰৰ কাৰাগাৰত সংঘৰ্ষনিহত এজন আহত ৬০জনৰো অধিকপলাই গল প্ৰায় ৭০ জন কাৰাবন্দী
|
Assamese
|
বিপদে এৰা নাই লগ ইমৰান খানলৈ গ্ৰেপ্তাৰী পাৰোৱানা নিৰ্বাচন আয়োগৰ
|
Assamese
|
বায়ু প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ লক্ষ্যজাপানৰ সৈতে যৌথ বিমান অনুশীলন বীৰ গাৰ্ডিয়ান ২০২৩ত ভাগ লব ভাৰতে
|
Assamese
|
ভয়ংকৰ দুৰ্ঘটনা৬৮ জন যাত্ৰীক লৈ ৰানৱেত ভাঙি পৰিল বিমান ৪০জনৰ মৃতদেহ উদ্ধাৰ
|
Assamese
|
চীনৰ ভাবুকি টাৱাং সীমান্তত বিশেষ ৰকেট বাহিনী নিৰ্মাণ কৰিব ভাৰতে আহি আছে ১২০ টা প্ৰলয়
|
Assamese
|
মাজ সাগৰত ডুবিল নৌকা ১৮০ জন যাত্ৰীৰ মৃত্যুৰ আশংকা
|
Assamese
|
দুৰ্নীতিৰ অভিযোগত আৰু ৭ বছৰৰ কাৰাদণ্ড আং চান চ্যু কীক ৩৩ বছৰলৈ বৃদ্ধি পালে কাৰাদণ্ডৰ ম্যাদ
|
Assamese
|
টাৱাঙ সীমান্তৰ সংঘৰ্ষৰ পিছতে মুখ খুলিছে চীনে কি কলে চীনে
|
Assamese
|
তৃতীয়বাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হব মাওবাদী নেতা প্ৰচণ্ড ভাৰতৰ বাবে চিন্তাৰ কাৰণ
|
Assamese
|
সতৰ্কতা জৰুৰী চীনৰ পৰা উভতি অহা যুৱকৰ দেহত কৰোনাৰ নতুন ছাবভেৰিয়েন্ট বিএফ.৭
|
Assamese
|
আং চান চ্যু কীৰ মুক্তিৰ পক্ষত ৰাষ্ট্ৰসংঘৰ ভোটৰ পৰা বিৰত থাকিল ভাৰত
|
Assamese
|
অমিক্ৰন চাবভেৰিয়েণ্টৰ প্ৰকোপত দিশহাৰা চীন এদিনতে আক্ৰান্ত ৩কোটি ৭০ লাখ লোক
|
Assamese
|
সংযমী বেটিং শ্ৰেয়াসঅশ্বিনৰ মিৰপুৰ টেষ্টত বাংলাদেশক পৰাজিত কৰি ২০ত শৃংখলা দখল ভাৰতৰ
|
Assamese
|
শোভৰাজক ফ্ৰান্সলৈ প্ৰেৰণ কৰিলে নেপালে চিৰিয়েল কিলাৰ ওপৰত ১০ বছৰৰ নিষেধাজ্ঞা
|
Assamese
|
চীনত বিএফ.৭ৰ আতংক দৈনিক ১০লাখ সংক্ৰমণ ৫হাজাৰ মৃত্যু প্ৰতিবেদনকলৈ চাঞ্চল্য
|
Assamese
|
পতঞ্জলিৰ ঔষধ বন্ধ কৰি দিলে নেপাল ঔষধ নিয়ন্ত্ৰক কৰ্তৃপক্ষই
|
Assamese
|
স্পিনাৰৰ আধিপত্য প্ৰথম টেষ্টত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ সহজ জয় একেৰাহে ১০ টেষ্ট জিকাৰ অভিলেখ
|
Assamese
|
কৰোনাই নেৰে নতুন বছৰত চীনত কৰোনাত মৃত্যু হব পাৰে ১০ লাখ লোকৰ গৱেষকৰ আশংকা
|
Assamese
|
ভাৰতে পৰীক্ষামূলকভাবে নিক্ষেপ কৰিলে পাৰমাণৱিক বোমা কঢ়িয়াই নিব পৰা আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল
|
Assamese
|
টাৱাঙত ৯ ডিচেম্বৰত কি ঘটিছিল সংসদত জনালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে
|
Assamese
|
অৰুণাচল সীমান্তত চীনা সৈন্যৰ সৈতে পুনৰ সংঘৰ্ষআহত কেইবাগৰাকীও
|
Assamese
|
ভাৰতৰ সৈতে ঘনিষ্ঠতা একেবাৰে সহ্য কৰা নহব ভূটানক কঠোৰ সকীয়নি চীনৰ
|
Assamese
|
বিচাৰিলেই অদৃশ্য হব পাৰিব আপুনি চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট
|
Assamese
|
ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :আহত অৰ্ধ শতাধিক
|
Assamese
|
বিৰোধীক দমনৰ নিকৃষ্ট পন্থা সাতজন শিক্ষাৰ্থীক মৃত্যুদণ্ড দিলে ম্যানমাৰৰ সামৰিক জুন্টা চৰকাৰে
|
Assamese
|
সংকটমোচক নেতা চীনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াং জেমিনৰ ৯৬ বছৰ বয়সত মৃত্যু
|
Assamese
|
কৰ্মীৰ প্ৰতিবাদৰ বাবে চীনৰ পৰা আঁতৰিব এপলৰ কাৰখানা ভাৰতৰ পিনে দৃষ্টি সংস্থাটোৰ
|
Assamese
|
সাৱধান চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ
|
Assamese
|
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিবজি জিনপিং
|
Assamese
|
চীনত লকডাউনৰ বিৰোধী প্ৰতিবাদকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে প্ৰশাসন
|
Assamese
|
No dataset card yet