text
stringlengths 1
2.59k
⌀ | language
stringclasses 10
values |
---|---|
চীনত প্ৰতিবাদৰ মুখ টেংক লেডী ঘূৰাই আনিছে তিয়েনানমেন স্কোৱেৰৰ স্মৃতি
|
Assamese
|
ভাৰত মহাসাগৰত দখল শক্তিশালী কৰাৰ চেষ্টা ভাৰতৰ অনুপস্থিতিত ১৯ খন দেশৰ সৈতে বৈঠক চীনৰ
|
Assamese
|
লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ চীন ৰাজপথত জিনপিঙৰ বিৰুদ্ধে ধ্বনি
|
Assamese
|
চীনৰ সৈতে ব্ৰিটেইনৰ সম্পৰ্কৰ তথাকথিত সোণালী যুগ অৱসান ঘটিছেঋষি চুনাক
|
Assamese
|
অসমলৈ প্ৰব্ৰজনৰ শংকা মিজোৰামত কুকিচিন বাংলাদেশী শৰণাৰ্থী কেন্দ্ৰীয় চৰকাৰ নীতি কি
|
Assamese
|
৩০ খন দেশত ৫০ খন আৰক্ষী থানা স্থাপন কৰিছে চীনে উদ্দেশ্য কি
|
Assamese
|
অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত দুই বাংলাদেশী নাগৰিকক আটক
|
Assamese
|
জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে চীনত এদিনতে কোভিডত আক্ৰান্ত ৩১ হাজাৰ বেছিভাগেই উপসৰ্গহীন
|
Assamese
|
এদিনতে কৰোনা সংক্ৰমিত ২৭ হাজাৰ উদ্বিগ্ন চৰকাৰে দিছে গৃহবন্দী থকাৰ নিৰ্দেশ
|
Assamese
|
পুনৰ চীনৰ ৰাষ্ট্ৰপতি পদত জিনপিং ভাৰতৰ সৈতে সম্পৰ্ক উন্নত হবনে
|
Assamese
|
বাৰাণসীৰ পৰা বাংলাদেশ হৈ ডিব্ৰুগড়লৈ বিশ্বৰ আটাইতকৈ দীঘল বিলাসী ক্ৰুজ চলাব কেন্দ্ৰই
|
Assamese
|
জি২০ সন্মিলনৰ মাজতে আলাপ মোডীবিডেনৰ চীনলৈ কি বাৰ্তা দিলে
|
Assamese
|
মালদ্বীপত ভয়াৱহ অগ্নিকাণ্ডত ৯ জন ভাৰতীয়সহ নিহত ১০ জন লোক
|
Assamese
|
পুনৰ আগ্ৰাসী ৰূপত কোভিড চীনৰ এখন প্ৰদেশত পুনৰ লকডাউন ঘোষণা
|
Assamese
|
নেপালত ভয়ংকৰ ভূমিকঁম্প :৬ জন নিহত
|
Assamese
|
আগতীয়া নিৰ্বাচনৰ দাবীত ৰাজপথত নামিল ইমৰান খানলং মাৰ্চ প্ৰতি লক্ষ্য ৰাখি ইছলামাবাদত কঠোৰ নিৰাপত্তা ব্যৱস্থা
|
Assamese
|
সমুখত নিৰ্বাচন৭২ ঘণ্টাৰ বাবে বন্ধ হব ভাৰতনেপাল সীমান্ত
|
Assamese
|
বাংলাদেশৰ গাঁৱত বিহু বাগৰুম্বা পৰিৱেশন কৰিব অসমৰ সাংস্কৃতিক দলে
|
Assamese
|
জনসংখ্যাৰ মন্থৰ বৃদ্ধিত চিন্তিত বেইজিংঃ নৱ দম্পতিক বাৰে বাৰে সোধা হৈছে কেতিয়া সন্তান জন্ম হব
|
Assamese
|
চিত্ৰঙৰ সংহাৰত ৩৫ জনে প্ৰাণ হেৰুৱালে বাংলাদেশত হাজাৰ হাজাৰ লোক গৃহহাৰা
|
Assamese
|
আৰু ক্ষমতাশালী হল জিনপিং কমিউনিষ্ট পাৰ্টিৰ নতুন সংবিধানত অস্বীকাৰ টাইৱানৰ স্বাধীনতা
|
Assamese
|
মাজনিশা বাংলাদেশত চিত্ৰাংৰ তাণ্ডৱ ঘূৰ্ণীবতাহত নিহত কমেও ১০ জন
|
Assamese
|
কেনিয়াত গুলীয়াই হত্যা পাকিস্তানী সাংবাদিককদেশজুৰি শোকৰ ছাঁ
|
Assamese
|
ম্যানমাৰত কাচিন বিদ্ৰোহীৰ ওপৰত চলোৱা বিমান আক্ৰমণত নিহত ৫০ জন
|
Assamese
|
পাকিস্তানৰ নিৰ্বাচন আয়োগৰ ঘোষণাঃ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব ইমৰান খানে
|
Assamese
|
ম্যানমাৰৰ কাৰাগাৰত বোমা বিস্ফোৰণ নিহত কমেও ৮জন আহত ১৮ জন
|
Assamese
|
দালাই লামাক লৈ গান গোৱাৰ বাবেই পাঁচজন তিব্বতীক আটক চীনা কৰ্তৃপক্ষৰ
|
Assamese
|
যিকোনো যুদ্ধৰ বাবে সাজু চীনৰ সশস্ত্ৰ বাহিনী সতৰ্ক কৰি দিছে প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেংহে
|
Assamese
|
লাগে জনশক্তি জন্মৰ হাৰ বৃদ্ধিৰ বাবে চীনৰ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিলে নতুন নীতি
|
Assamese
|
উইঘূৰ সম্প্ৰদায়ৰ গতিবিধি লক্ষ্য কৰিবলৈ চীনে স্থাপন কৰিলে ৫জি বেছ ষ্টেচন উদ্বিগ্ন মানৱাধিকাৰ সংগঠন
|
Assamese
|
বাংলাদেশৰ যুৱকৰ সৈতে ২৫ নৱেম্বৰত আলফা নেতা অনুপ চেতিয়াৰ কন্যাৰ বিয়া
|
Assamese
|
উচ্চ স্বৰত কথা কোৱাৰ শাস্তিঃ শৌচাগাৰত বন্দী কৰি ৰখা হৈছিল পাক চোৰাংচোৱাৰ প্ৰধানক
|
Assamese
|
দেশলৈ উভতি অহাৰ পিছতেই গ্ৰেপ্তাৰ ধৰ্ষণত অভিযুক্ত ক্ৰিকেটাৰ লামিচানৰ দাবীমই নিৰ্দোষ
|
Assamese
|
দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিৰ লক্ষ্যৰেইনড্ৰপচ ভাৰতবাংলাদেশ মৈত্ৰী চাইকেল যাত্ৰাৰ সামৰণি
|
Assamese
|
ভাৰতবাংলাদেশ সম্পৰ্ক উন্নত কৰাৰ লক্ষ্যশিলচৰত ২৯ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ শিলচৰচিলেট উৎসৱ
|
Assamese
|
নিৰপেক্ষ নহয় পাকিস্তানঃ বিশ্বৰ চকুত ধূলি দি গোপনে অস্ত্ৰ যোগান ধৰিছে ইউক্ৰেইনক
|
Assamese
|
ম্যানমাৰৰ ক্ষমতাচ্যুত নেত্ৰী আং চান চু কী আৰু প্ৰাক্তন অৰ্থনৈতিক উপদেষ্টা শ্বন টাৰ্ণেলক ৩ বছৰৰ কাৰাদণ্ড
|
Assamese
|
সলনি হব নেকি চীনৰ ৰাষ্ট্ৰপতি জল্পনাকল্পনাৰ পৰা নাই অন্তকমিউনিষ্ট পাৰ্টিৰ বৈঠকতে হব নেকি সিদ্ধান্ত
|
Assamese
|
বাংলাদেশৰ ভয়াৱহ নাও দুৰ্ঘটনাত মৃতকৰ সংখ্যা ৫১ গৰাকীলৈ বৃদ্ধি এতিয়াও সন্ধানহীন বহু লোক
|
Assamese
|
মহালয়া উদযাপনত অথন্তৰবাংলাদেশত নদীত ডুবিল যাত্ৰীবাহী নাও ২৪ গৰাকী যাত্ৰীৰ মৃত্যু
|
Assamese
|
চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ গৃহবন্দিত্বৰ খবৰকলৈ উত্তাল ছচিয়েল মিডিয়া কোন এই জেনেৰেল লি কিয়াওমিং
|
Assamese
|
ভাৰতৰ লগতে ম্যানমাৰতো পৰে নাগালেণ্ডৰ এইখন গাওঁ ইয়াৰ ৰজাৰ আছে ৬০ গৰাকী পত্নী
|
Assamese
|
দুবছৰৰ বিৰতিত পুনৰ মুকলি হল ভাৰতভূটান সংযোগী প্ৰৱেশদ্বাৰ
|
Assamese
|
দুই বছৰৰ পাছত পুনৰ মুকলি হল অসমত থকা ভাৰতভূটান সীমান্তৰ গেটপৰ্যটকৰ সঁহাৰি
|
Assamese
|
পাকিস্তানৰ বান পাক জনতাৰ স্বাস্থ্যকলৈ চিন্তিত বিশ্ব স্বাস্থ্য সংস্থা
|
Assamese
|
ম্যানমাৰৰ বিদ্যালয়ত হেলিকপ্তাৰেৰে আক্ৰমণ কৰিলে সেনাই ৭ টা শিশুসহ ১৩ জন নিহত
|
Assamese
|
টাইৱানকলৈ বিস্ফোৰক বিডেন খঙত তিঙিৰি তুলা চীন
|
Assamese
|
এইবাৰ চীনে সফল পৰীক্ষণ কৰিলে উৰিব পৰা গাড়ীৰ প্ৰতি ঘণ্টাত গতিবেগ ২৩০ কিলোমিটাৰ
|
Assamese
|
আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুই মুখ্য অস্ত্ৰ নিৰ্মাতা কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত চীনৰ
|
Assamese
|
ৰাণী এলিজাবেথৰ কফিনৰ ওচৰলৈ যাবলৈ অনুমতি দিয়া নহয় চীনা প্ৰতিনিধিক
|
Assamese
|
ক্ষুব্ধ চীন টাইৱানকলৈ ঐতিহাসিক সিদ্ধান্ত লব বিচাৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই
|
Assamese
|
অত্যাধুনিক অস্ত্ৰৰে সজ্জিত কৰি তোলা হৈছে অৰুণাচলত থকা ভাৰতীয় সেনাক
|
Assamese
|
গৰুছাগলী পোহাৰ দৰে বিষাক্ত সাপ পোহা চীনৰ এখন গাঁৱে দৃষ্টি আকৰ্ষণ কৰিছে বিশ্বৰ
|
Assamese
|
সম্পৰ্ক উন্নত কৰাৰ লক্ষ্যবাংলাদেশলৈ আমন্ত্ৰিত উত্তৰপূবৰ আঠ ৰাজ্যৰ মুখ্যমন্ত্ৰী
|
Assamese
|
পাকিস্তানত বানৰ কালান্তক ৰূপ ৩০০০ৰো অধিক লোকৰ মৃত্যু
|
Assamese
|
অবিশ্বাস্য নহয় বিশ্বত প্ৰথমবাৰৰ বাবে কোম্পানীৰ চিইঅ পদত ৰবট
|
Assamese
|
কাইলৈ চাৰি দিনীয়া ভ্ৰমণসূচীলৈ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা
|
Assamese
|
প্ৰথমখন দেশ হিচাপে কৰোনাভাইৰাছৰ ইনহেলড ভেকচিনত অনুমোদন দিলে চীনে
|
Assamese
|
টাইৱানক ১০০ কোটি ডলাৰ মূল্যৰ অস্ত্ৰ বিক্ৰী আমেৰিকাৰ কি কলে ক্ষুব্ধ চীনে
|
Assamese
|
চীনৰ ঋণ এপৰ বিৰুদ্ধে বাংগালুৰুত ইডিয়ে চলালে অভিযান ১৭ কোটি টকা জব্দ
|
Assamese
|
উত্তেজনা পূৱ লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভাৰতীয় পশুপালকসকলক হাৰাশাস্তি চীনৰ সেনাৰ
|
Assamese
|
চীনত কমিছে বিবাহৰ সংখ্যা জনসংখ্যাৰ মন্থৰ গতিৰ বৃদ্ধিত চিন্তিত বেইজিং
|
Assamese
|
চীনৰে বিবাদঃ টাইৱান ষ্ট্ৰেইটলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিলে আমেৰিকাই
|
Assamese
|
উইঘূৰৰ ওপৰত অত্যাচাৰৰ অভিযোগ কোনো পধ্যেই মানি নলয় চীনে ৰাষ্ট্ৰসংঘক সমালোচনা বেইজিঙৰ
|
Assamese
|
অগ্নিপথ বিতৰ্কৰ প্ৰভাৱ গোৰ্খা ৰেজিমেণ্টত নিযুক্তি স্থগিত ৰাখিব বিচাৰিছে নেপালে
|
Assamese
|
চীনৰ সৈতে উত্তেজনা চলি থকাৰ মাজতে টাইৱান ভ্ৰমণ কৰিব দালাই লামাই
|
Assamese
|
পাকিস্তানৰ কৰাচী বিমানবন্দৰত জৰুৰী অৱতৰণ ভাৰতৰ পৰা যোৱা চাৰ্টাৰ জেটৰ
|
Assamese
|
ঋণ বিচৰা গ্ৰাহকক ব্লেকমেইল কৰি ৫০০ কোটি টকা সৰকোৱা চক্ৰ উৎখাত ২২ জনক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ
|
Assamese
|
গৃহযুদ্ধত জৰ্জৰিত ম্যানমাৰত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধি চাপত ক্ষমতাশালী সামৰিক শাসক
|
Assamese
|
পেলোচিৰ পিছত আমেৰিকাৰ চিনেটৰৰ টাইৱান ভ্ৰমণ ক্ষুব্ধ চীনে পুনৰ আৰম্ভ কৰিলে সামৰিক অনুশীলন
|
Assamese
|
চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰতআমেৰিকা যুক্তৰাষ্ট্ৰই
|
Assamese
|
উত্তেজনা স্বত্বেও আকাশী তথা সাগৰীয় পথেৰে টাইৱানলৈ যাব আমেৰিকা যুক্তৰাষ্ট্ৰ
|
Assamese
|
শান্তি প্ৰতিষ্ঠাত ব্যৰ্থ আছিয়ানত নিষিদ্ধ ম্যানমাৰৰ সামৰিক শাসক
|
Assamese
|
চীনআমেৰিকা সংঘাতৰ মাজতে হোটেলত উদ্ধাৰ টাইৱানৰ শীৰ্ষ প্ৰতিৰক্ষা বিষয়াৰ মৃতদেহ
|
Assamese
|
যুদ্ধৰ দামামা টাইৱানৰ জলসীমাত ক্ষেপণাস্ত্ৰ নিক্ষেপ চীনৰ
|
Assamese
|
এবছৰৰ ভিতৰতে নিজৰ আধা সম্পত্তি হেৰুৱালে এছিয়াৰ আটাইতকৈ ধনী মহিলাগৰাকীয়ে
|
Assamese
|
চীনা ৰকেটৰ অনিয়ন্ত্ৰিত ধ্বংসাৱশেষ পৃথিৱীত পৰাকলৈ উদ্বেগ ভাৰততো পৰাৰ সম্ভৱনা
|
Assamese
|
চীনৰ ভাবুকি বিডেন প্ৰশাসনৰ সতৰ্কতাৰ মাজতে আজি টাইৱানলৈ যাব পেলোচি
|
Assamese
|
টাইৱানকলৈ উত্তেজনা জি জিনপিঙৰ সৈতে কি কথা পাতিলে জো বিডেনে
|
Assamese
|
ভাৰতৰ নতুন ৰাষ্ট্ৰপতিক অভিনন্দন জনাই কি কলে চীনৰ ৰাষ্ট্ৰপতিয়ে
|
Assamese
|
সংকটজৰ্জৰ শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিযুক্ত ৰনিল বিক্ৰমসিংহে
|
Assamese
|
অসমত উপস্থিত বাংলাদশৰ সজাঁতি দল দৰ্শন কৰিলে ঐতিহাসিক পোৱামক্কা দৰগাহ শ্বৰীফ
|
Assamese
|
পেলচিৰ টাইৱান ভ্ৰমণকলৈ আমেৰিকা যুক্তৰাষ্ট্ৰক সতৰ্ক কৰি দিলে চীনে
|
Assamese
|
ম্যানমাৰত ৪ গৰাকী গণতন্ত্ৰপন্থী কৰ্মীৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিলে জুন্টা চৰকাৰে
|
Assamese
|
অৰাজকতাৰ দেশত পৰিণত হোৱা শ্ৰীলংকাত জৰুৰীকালীন অৱস্থা ঘোষণা
|
Assamese
|
নতুন ৰূপত পুনৰ মুকলি হল বেইজিঙৰ এছিয়াৰ সৰ্ববৃহৎ ৰেল ষ্টেচনটো
|
Assamese
|
চীনভাৰত সংঘাত বিষয়ত মোডী চৰকাৰৰ নীতিতীব্ৰ সমালোচনা গৌৰৱ গগৈৰ
|
Assamese
|
আৰু গৃহবন্দিত্ব নহয় এইবাৰ নিৰ্জন কাৰাগাৰলৈ নিক্ষেপ আং ছান ছ্যু কীক
|
Assamese
|
গ্ৰীচত দুৰ্ঘটনাত বিধ্বস্ত বিমানকাৰ্গো বিমানখনে বাংলাদেশলৈ কঢ়িয়াই আনিছিল অস্ত্ৰশস্ত্ৰ
|
Assamese
|
ভয়াৱহ ভূমিকম্পই জোকাৰি গল আফগানিস্তান২৯০ জনতকৈও অধিক লোকৰ মৃত্যুৰ সন্দেহ
|
Assamese
|
ইউক্ৰেইন সংকটৰ ফল চীনৰ আটাইতকৈ বৃহৎ তেল সৰবৰাহকাৰী হৈ পৰিল ৰাছিয়া
|
Assamese
|
এইবাৰ শ্ৰীলংকাত মোদীৰ আদানি প্ৰীতি শ্ৰীলংকাৰ বিদ্যুৎ ব্ডৰ চেয়াৰমেনৰ পদত্যাগ
|
Assamese
|
সংকটে জুৰুলা আফগানিস্তানচাকৰি নাই ৰাজপথত খাদ্য বেচি জীৱন নিৰ্বাহ টিভি এংকৰৰ
|
Assamese
|
পাঁচ বছৰে বন্দী হৈ থকা ২০ ভাৰতীয় মাছমৰীয়াক মুকলি পাকিস্তানৰ
|
Assamese
|
কাশ্মীৰ প্ৰসঙ্গৰাষ্ট্ৰসংঘত মৌখিক যুদ্ধত লিপ্ত ভাৰতপাকিস্তান
|
Assamese
|
বালাদেশৰ শ্বিপিং কণ্টেইনাৰ ডিপোত ভয়ংকৰ অগ্নিকাণ্ড৪৩ জন লোকৰ মৃত্যু
|
Assamese
|
বিশ্বৰ আটাইতকৈ ডাঙৰ অপপ্ৰচাৰকাৰী হৈছে আমেৰিকা দাবী চীনৰ
|
Assamese
|
আকৌ কোভিডৰ সংক্ৰমণে চিন্তিত কৰিছে চীনৰ চৰকাৰক বেইজিঙত ৬১ জন লোক কোভিডত আক্ৰান্ত
|
Assamese
|
নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান
|
Assamese
|
নেপালৰ ডৰ বাহাদুৰলৈ বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰৰ স্বীকৃতি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ
|
Assamese
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.