text
stringlengths 1
2.59k
⌀ | language
stringclasses 10
values |
---|---|
গৰজি উঠিল বাংলাদেশৰ জনপ্ৰিয় অভিনেত্ৰী ৰছিদ মিথিলা
|
Assamese
|
বিজয়া দশমীৰ দিনা বাংলাদেশৰ নোয়াখালিৰ ইছকন মন্দিৰত দুস্কৃতিকাৰীৰ আক্ৰমণ ভক্তক হত্যা
|
Assamese
|
সাম্প্ৰদায়িক সংঘৰ্ষত বিধ্বস্ত বাংলাদেশত এতিয়ালৈকে কত কি ঘটিল
|
Assamese
|
উন্নয়ন কত ক্ষুধাৰ দিশৰ পৰা বাংলাদেশকো চেৰ পেলাইছে ভাৰতে
|
Assamese
|
পুনৰ বাজিব নেকি যুদ্ধৰ দাবানল ব্যৰ্থ ভাৰত আৰু চীনৰ সেনা পৰ্যায়ৰ বৈঠক
|
Assamese
|
বিৰোধী ধূলিসাৎ উপ নিৰ্বাচনৰ তিনিও আসনতে জয় তৃণমূল কংগ্ৰেছৰ
|
Assamese
|
অবিশ্বাস্য সোণতকৈয়ো চৰা একাপ চাহৰ দাম ৭লক্ষাধিক টকা
|
Assamese
|
পূব লাডাখত জাক জাক শীতৰ সুযোগ লৈ পুনৰ ভাৰতীয় সেনাক আক্ৰমণৰ আশংকা
|
Assamese
|
অৰুণাচল সীমান্তত চীনা সেনাৰ প্ৰৱেশকলৈ উত্তেজনাৰ মাজতে কাইলৈ পুনৰ চীনভাৰতৰ আলোচনা
|
Assamese
|
অনুষ্ঠানৰ মাজত বিজ্ঞাপন সম্প্ৰচাৰ কৰাৰ বাবেই বন্ধ কৰি দিয়া হল কেইবাটাও টিভি চেনেল কত
|
Assamese
|
আফগানিস্তানত শতাধিক অপৰাধীক কাৰাদণ্ড বিহা মহিলা ন্যায়াধীশ মাচুমাৰ জীৱনলৈ এতিয়া আহিছে ভাবুকি
|
Assamese
|
গুৱাহাটীত গ্রেপ্তাৰ ২৬গৰাকীকৈ ম্যানমাৰৰ নাগৰিক ভুৱা ভোটাৰআধাৰ কাৰ্ডকে ধৰি নথিপত্ৰ জব্দ
|
Assamese
|
আং চান চ্যুকীৰ বিৰুদ্ধে জুণ্টাই আনিলে আন এটা দুৰ্নীতিৰ অভিযোগ হব পাৰে কুৰি বছৰৰ কাৰাদণ্ড
|
Assamese
|
চীনে দখল কৰিছে নেপালৰ ভূমি কাঠমাণ্ডুত উত্তাল প্ৰতিবাদ
|
Assamese
|
আফগানিস্তানৰ তালিবান শাসিত নতুন চৰকাৰৰ নেতৃত্বত ব্লেক লিষ্টেড সন্ত্ৰাসবাদী মোল্লা মহম্মদ হাছান আকন্দ
|
Assamese
|
আফগানিস্তানৰ হেলমাণ্ড প্ৰদেশৰ কাৰাগাৰত আক্ৰমণৰ চেষ্টা ব্যৰ্থ ৩৮ জন তালিবানক হত্যা
|
Assamese
|
দুমাহ পূৰ্বে বলাৎকাৰৰ অভিযোগ তোলা অভিনেত্ৰীক নিশা নিজৰ ঘৰৰ পৰাই আটক কৰিলে আৰক্ষীয়ে
|
Assamese
|
প্ৰাক্তন কংগ্ৰেছী সাংসদৰ দাবী চীনে অৰুণাচলৰ যুৱকক চীনৰ ত ভৰ্তি কৰোৱাৰ চেষ্টা চলাইছে
|
Assamese
|
ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হল দীপিকা পাডুকনৰ সহঅভিনেতা এইগৰাকী পপ তাৰকা
|
Assamese
|
অশান্ত ম্যানমাৰত জৰুৰী অৱস্থা প্ৰত্যাহাৰ কৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিলে জুণ্টাই
|
Assamese
|
চলি আছে চীনভাৰতৰ মাজত দ্বাদশ লানি আলোচনা গোগ্ৰা আৰু হটস্প্ৰীঙৰ পৰা চীনা সেনা আঁতৰাই নিয়াৰ দাবীত অটল ভাৰত
|
Assamese
|
শিশুৰ বাবে ভেড়া ছাগলীৰ সাধু লিখি প্ৰকাশ কৰাৰ বাবেই পাঁচ জনক গ্ৰেপ্তাৰ কত
|
Assamese
|
২০২৪ৰ লোকসভা নিৰ্বাচনত পুনৰ খেল হবপ্ৰধানমন্ত্ৰী হোৱাৰ মোৰ কোনো বাসনা নাইমমতা
|
Assamese
|
হঠাতে তিব্বত ভ্ৰমণলৈ চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং কি বাৰ্তা দিলে তিব্বতবাসীক
|
Assamese
|
আস্থা ভোটত জয়ী নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবা লাভ কৰিলে ১৬৩ টা ভোট
|
Assamese
|
চীনৰ বিদেশ মন্ত্ৰীৰ বক্তব্যই পুনৰ জটিলতাৰ মাজলৈ ঠেলি দিছে আলোচনাৰ প্ৰসংগক
|
Assamese
|
বিদায় দানিছ ছিদ্দিকীযাৰ কেমেৰাৰ একোটা ক্লিকে কঁপনি তুলিছিল বিশ্বত
|
Assamese
|
মোডী মন্ত্রীসভাত বাংলাদেশী মন্ত্রী ৰিপুন বৰাৰ পত্ৰৰ পাছতে তোলপাৰ দেশৰ ৰাজনীতি
|
Assamese
|
চীনে লুকুৱাইছে অতিমাৰীৰ উৎপত্তিৰ মূল তথ্য কি কলে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰছে
|
Assamese
|
বাংলাদেশৰ ফুডছ ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ডত ৫২ জন নিহত এতিয়াও সন্ধানহীন বহু কৰ্মী
|
Assamese
|
বধ্যভূমিত পৰিণত ম্যানমাৰ চহৰত প্ৰৱেশ কৰি ২৫জন যুৱকক গুলীয়াই হত্যা সামৰিক বাহিনীৰ
|
Assamese
|
পইতাচোৰাৰ জ্যুচ চীনৰ লোকসকলৰ কিয় ইমান প্ৰিয় জানিলে আচৰিত হব আপুনি
|
Assamese
|
বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নৰেন্দ্ৰ মোদী মমতা বেনাৰ্জী আৰু বিপ্লৱ দেবলৈ পঠালে আম
|
Assamese
|
কংগ্ৰেছ ত্যাগ কৰি তৃণমূলত যোগদান কৰিলে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পুত্ৰ অভিজিৎ মুখাৰ্জীয়ে
|
Assamese
|
লাডাখ সন্দৰ্ভত গলা নাই বৰফপুনৰ আলোচনাত বহিব চীনভাৰত
|
Assamese
|
কৰনা বিয়পোৱাৰ পুৰষ্কাৰ সৰ্বোচ্চ সন্মানৰ বাবে মনোনীত য়ুহানৰ গৱেষণাগাৰ
|
Assamese
|
প্ৰতিৰক্ষাৰ প্ৰতি ভাবুকিঅৰুণাচলৰ নিচেই কাষেৰে বুলেট ৰেল চলালে চীনে
|
Assamese
|
শলঠেকত আদানি জুণ্টা শাসিত ম্যানমাৰত বন্দৰ সাজিব নে নাই বল ঠেলিছে আমেৰিকালৈ
|
Assamese
|
ড্ৰেগন মেন আৱিষ্কাৰ মানৱ বিৱৰ্তনৰ কাহিনী পুনৰ ৰচনা হোৱাৰ সম্ভাৱনাৰ দাবী বিজ্ঞানীৰ
|
Assamese
|
পঢ়ুৱৈক বিদায় জনাই প্ৰকাশ বন্ধ কৰিলে জনপ্ৰিয় কাকত এ কিন্তু কিয়
|
Assamese
|
চমক দিলে চীনে ২৮ঘন্টাতে নিৰ্মাণ কৰিলে ১০ মহলীয়া অট্টালিকা চাওক ভিডিঅ
|
Assamese
|
ম্যানমাৰ প্ৰসংগত ৰাষ্ট্ৰসংঘত ভোটদানৰ পৰা বিৰত থাকিল ভাৰত কিন্তু কিয়
|
Assamese
|
তিনিগৰাকী মহাকাশচাৰী বুকুতলৈ মহাকাশলৈ যাত্ৰা চীনৰ মহাকাশ যান ছেনজৌ১২ ৰ
|
Assamese
|
ম্যানমাৰক অস্ত্ৰৰ যোগান বন্ধৰ পোষকতা কৰিলে ৰাষ্ট্ৰসংঘই চ্যুকীৰো মুক্তিৰ দাবীত প্ৰস্তাৱ গ্ৰহণ
|
Assamese
|
ভূটানত বিধ্বংসী বান উটুৱাই নিলে ১০ জনকৈ লোকক
|
Assamese
|
অশান্ত ম্যানমাৰ হাতৰ মুঠিত প্ৰাণটো লৈ মিজোৰাম পালে ম্যানমাৰৰ এজন মন্ত্ৰীসহ ১৪ গৰাকী সাংসদ
|
Assamese
|
চাঞ্চল্য অভিনেত্ৰীক বলাৎকাৰৰ চেষ্টা চলাই গ্ৰেপ্তাৰ ব্যৱসায়ী
|
Assamese
|
ম্যানমাৰৰ আদালতৰ বন্ধ কোঠালীত আৰম্ভ চ্যুকীৰ বিচাৰ অনা হৈছে সাতটা অভিযোগ
|
Assamese
|
ম্যানমাৰত জুন্টাৰ হত্যাৰ ৰাজনীতি জ্বলাই দিয়া হৈছে এখন গাঁও
|
Assamese
|
নিদ্ৰাৰত এজাক হাতীয়ে দৃষ্টি কাঢ়িছে বিশ্বৰ কত দেখা গল এনে বিৰল ছবি
|
Assamese
|
সেনা অভ্যুত্থানৰ বাতৰি প্ৰকাশ কৰাৰ বাবেই ম্যানমাৰত দুই সাংবাদিকক কাৰাদণ্ড
|
Assamese
|
ওহানত সংক্ৰমণ হোৱাৰ বহু বছৰ পূৰ্বেই চীনৰ আন এঠাইত হৈছিল কনা সংক্ৰমণ বিজ্ঞানী দম্পতিৰ দাবী
|
Assamese
|
ৰামদেৱে উপহাৰ হিচাবে আগবঢ়োৱা কনিলৰ বিতৰণ বন্ধ কৰিলে নেপালৰ চৰকাৰে
|
Assamese
|
অহা সপ্তাহৰ পৰা ম্যানমাৰৰ আদালতত বিচাৰ চলিব আং চান চ্যুকীৰ
|
Assamese
|
কেৱল দুটা নহয় এতিয়াৰে পৰা তিনিটাকৈ সন্তান জন্ম দিব পাৰিব চীনত নতুন নীতি প্ৰস্তুত
|
Assamese
|
চাঞ্চল্যকৰ কভিড১৯ৰ পাছত এইবাৰ আহিব কভিড২৬ আৰু কভিড৩২ কোনে কলে
|
Assamese
|
যুৱতীক নিৰ্যাতন চলোৱা মূল অভিযুক্ত বাংলাদেশী টিকটক হৃদয়সহ দুজন কেনেকৈ গুলীবিদ্ধ হল
|
Assamese
|
এছিয়াৰ প্ৰথম বিশ্বৰ তৃতীয় চীনৰ প্ৰথমগৰাকী দৃষ্টিহীন পৰ্বতাৰোহীয়ে জয় কৰিলে এভাৰেষ্ট
|
Assamese
|
কমা নাই কোভিডৰ আতংকপশ্চিমবংগত পুনৰ ১৫ জুনলৈ বৃদ্ধি কোভিড নিষেধাজ্ঞা
|
Assamese
|
মোৰ ভুল হৈ গল চীনদেশক ক্ষমা খুজিলে ডব্লিউ ডব্লিউ ই তাৰকা জন চেনাই কিন্তু কিয়
|
Assamese
|
প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহা দৌৰি থাকোতেই মৃত্যু হল ২১ জনকৈ লোকৰ কত
|
Assamese
|
ম্যানমাৰত সেনাক উভতি ধৰিলে বিদ্ৰোহীয়েআৰক্ষী চকীত আক্ৰমণনিৰাপত্তাৰক্ষীক হত্যা
|
Assamese
|
গৃহবন্দিত্বৰ পিছত প্ৰথমবাৰৰ বাবে আং চান চ্যুকীক আদালতত হাজিৰ জুণ্টাৰদেশবাসীক কি বাৰ্তা দিলে চ্যুকীয়ে
|
Assamese
|
কাইলৈ পূৰ্ণ চন্দ্ৰগ্ৰহণ অসম তথা উত্তৰপূবৰ কি কি ঠাইৰ পৰা দেখা পোৱা যাব কিমান সময়ত
|
Assamese
|
ভাৰতম্যানমাৰ সীমান্তত এনএচচিএন খাপলাংয়ুং আংে সংঘৰ্ষ এগৰাকী জোৱান ছহিদ আহত ২
|
Assamese
|
কোৰোণাৰে ধন চপাইছে গৌতম আদানিয়ে এছিয়াৰ দ্বিতীয় ধনী ব্যক্তি হিচাপে স্থান লাভ
|
Assamese
|
পাকিস্তানত পেলেস্তাইনৰ সমৰ্থনত উলিওৱা ৰেলীত বোমা বিস্ফোৰণ হতাহত বহু জন
|
Assamese
|
ৰাজনৈতিক অস্থিৰতাৰ মাজতে সংসদ ভংগ কৰি দিলে ৰাষ্ট্ৰপতিয়ে নেপালত পুনৰ নিৰ্বাচন
|
Assamese
|
বৰলাৰ সংসাৰ বিয়াৰ বাবে কইনা পোৱা নাই চীনৰ প্ৰায় ৩ কোটি বিবাহযোগ্য পুৰুষে
|
Assamese
|
মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত নিজৰ দেশৰ কথা কৈ কান্দি উঠিল এইগৰাকী সুন্দৰী কিয়
|
Assamese
|
ভাৰতীয় সীমান্তৰ বিদ্ৰোহী চহৰ মিনডাট চীনলেণ্ডত নিয়ন্ত্ৰণ সাৱ্যস্ত ম্যানমাৰ সেনাৰ
|
Assamese
|
নেপালৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব ললে কে পি শৰ্মা অলিয়ে শপত গ্ৰহণত নললে ঈশ্বৰৰ নাম
|
Assamese
|
আস্থা ভোটত পৰাজিত হোৱাৰ পিছতো তৃতীয়বাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিলে কে পি শৰ্মা অলিয়ে
|
Assamese
|
মংগল গ্ৰহত সফল অৱতৰণ কৰিলে চীনে পঠিওৱা ৰভাৰ আমেৰিকাৰ সতে প্ৰযুক্তিৰ প্ৰতিযোগিতা আৰম্ভ
|
Assamese
|
হাতত মৰণাস্ত্ৰ লৈ বিপ্লৱৰ আহ্বান এইগৰাকী সৌন্দৰ্য সম্ৰাজ্ঞীৰ দিলে চে গুৱেভাৰাৰ উদ্ধৃতি কত
|
Assamese
|
খোদ চীনা বিজ্ঞানীৰ দাবী চীনে ইচ্ছাকৃতভাৱে বিয়পাইছিল কৰোনা ভাইৰাছ কিন্তু কিয়
|
Assamese
|
২০১৫ চনতে কৰোণা ভাইৰাচক জৈৱিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ কথা ভাবিছিল চীনে কোনে কলে
|
Assamese
|
ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল বিশ্বভাৰত মহাসাগৰত সৰি পৰিল চীনৰ অবাধ্য ৰকেট
|
Assamese
|
ভূটানত কিমানজনে কভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে জানেনে জানিলে চক খাই উঠিব আপুনি
|
Assamese
|
কৰনাৰ সংহাৰত ভাৰতৰ দৰেই বিপৰ্যয়ৰ গৰাহত চুবুৰীয়া নেপাল
|
Assamese
|
সেনাৰ বিৰুদ্ধে যুঁজিবলৈ সন্মিলিত গোট গঠন কৰিব ম্যানমাৰৰ বিদ্ৰোহী সংগঠন সমূহে
|
Assamese
|
নিজপুত্ৰকে বিক্ৰী কৰি দিলে এজন লোকে নতুন পত্নীৰ সতে গোটেই দেশ ফুৰিল বিক্ৰী কৰি পোৱা টকাৰে কত
|
Assamese
|
নদীৰ মাজত দুখন নাৱৰ মুখামুখি সংঘৰ্ষ প্ৰাণ হেৰুৱালে কমেও ২৫জন যাত্ৰীয়ে কত
|
Assamese
|
লকডাউনৰ সময়তে চাকৰি লাভ কৰিলে ৪৩ জন ভিক্ষাৰীয়ে মাহিলী লাভ কৰিব ৩ হাজাৰকৈ কত
|
Assamese
|
দেশত এদিনতে কনাত আক্ৰান্ত ৩ লক্ষাধিক লোক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ব্যস্ত বংগৰ নিৰ্বাচনী প্ৰচাৰত
|
Assamese
|
সুখৱৰ ভূটানৰ প্ল্যান্টৰ পৰা অক্সিজেন লাভ কৰিব অসমে
|
Assamese
|
লক্ষ্য চীনৰ ৰাষ্ট্ৰদূত পাকিস্তানৰ বিলাসী হোটেলত বোমা বিস্ফোৰণত কমেও ৪ জন লোক নিহত
|
Assamese
|
কনা পালেগৈ বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট
|
Assamese
|
ভাৰতে বন্ধ কৰিছে ভেকচিনৰ ৰপ্তানিৰাছিয়াৰ ভেকচিনেই নিজৰ দেশত উৎপাদন কৰিব বাংলাদেশে
|
Assamese
|
মানুহৰ জীৱনতকৈ নিৰ্বাচন ডাঙৰ নহয় পশ্চিমবংগত নিৰ্বাচন স্থগিত ৰখাৰ আহ্বান জনালে কংগ্ৰেছে
|
Assamese
|
অধিক হিংস্ৰ হৈ উঠিছে ম্যানমাৰৰ জুণ্টা নিৰ্বিচাৰে গুলীচালনা কৰি প্ৰায় ১৫ গৰাকী স্বাস্থ্য কৰ্মীক হত্যা
|
Assamese
|
মহিলা কৰ্মচাৰীলৈ যৌনগন্ধী মেচেজ ৱাইপাৰেৰে কাৰ্যালয়ৰ মুৰব্বী বিষয়াক প্ৰহাৰ চাওক ভিডিঅ
|
Assamese
|
নৱবৰ্ষৰ উপহাৰ ২৩ হাজাৰ বন্দীক মুক্তি দিলে ম্যানমাৰৰ সামৰিক শাসকে
|
Assamese
|
আকাশত কাঁচিজোন ভাঁহি অহাৰ লগে লগে মঙলবাৰে আৰম্ভ হব ইছলাম ধৰ্মীসকলৰ ৰমজান মাহ
|
Assamese
|
অগ্নিগৰ্ভ ম্যানমাৰ সেনাৰ হাতত নিহত ৭০০ গণতন্ত্ৰকামী নাগৰিক
|
Assamese
|
১৪ এপ্ৰিলৰ পৰা সমগ্ৰ দেশতে কঠোৰ লকডাউন ঘোষণা কৰিলে এইখন দেশে
|
Assamese
|
এই দেশখনত প্ৰস্তুত কৰা ভেকচিনে কাম কৰা নাই ভালদৰেস্বীকাৰ কৰিলে কোনে
|
Assamese
|
কভিডত আক্ৰান্ত হল বাংলাদেশৰ বিৰোধী নেত্ৰী খালেদা জিয়া
|
Assamese
|
ম্যানমাৰত অধিক আক্ৰোশী সেনা১৯ জন প্ৰতিবাদকাৰীৰ বিৰুদ্ধে মৃত্যুৰ পৰোৱানা জাৰি
|
Assamese
|
টেক জায়েন্ট আলিবাবাক ২.৭৫ কোটি ডলাৰ জৰিমনা চীনৰ কৰ্তৃপক্ষৰ
|
Assamese
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.