text
stringlengths 1
2.59k
⌀ | language
stringclasses 10
values |
---|---|
সামৰিক অভিযানত আটক ম্যানমাৰৰ ক্ষমতাসীন দলৰ নেত্ৰী আং চান ছ্যু কী
|
Assamese
|
সমুদ্ৰৰ মাজৰ যোগোযোগ বিচ্ছিন্ন দ্বীপ ভাচানচৰলৈ ৰোহিংগীয়া শৰণাৰ্থীক পঠিয়ালে বাংলাদেশে
|
Assamese
|
চীনৰ আশাত চেঁচাপানীম্যানমাৰৰ ৰাজনৈতিক অস্থিৰতাকলৈ উদ্বিগ্ন বেইজিং
|
Assamese
|
দুৰ্নীতিৰ ক্ষেত্ৰত দক্ষিণ এছিয়াৰ তৃতীয় স্থানত ভাৰত আটাইতকৈ কম দুৰ্নীতিগ্ৰস্ত ভূটান
|
Assamese
|
আজৱ কাণ্ড বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে
|
Assamese
|
বাংলাদেশৰ এই দুগৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰতৰ পদ্মশ্ৰী সন্মান
|
Assamese
|
উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত কে ধৰি ৫৯টা চীনা এপ
|
Assamese
|
ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য
|
Assamese
|
ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ
|
Assamese
|
শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ
|
Assamese
|
মেঘালয়ৰ কয়লা খনিত দুৰ্ঘটনাত নিহত অসমৰ ৬ শ্ৰমিক
|
Assamese
|
মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ
|
Assamese
|
উত্তেজনাৰ মাজতে আজি পুনৰ চীনভাৰতৰ মাজত নৱম লানি আলোচনা
|
Assamese
|
উৎকণ্ঠাৰ অৱসানসন্ধান পোৱা গল চীনৰ ধন কুবেৰ জেক মাৰ
|
Assamese
|
কোভিডৰ ভেকচিন লৈ এইবাৰ পশ্চিমবংগত অসুস্থ ১৪ জন দুজনৰ অৱস্থা সংকটজনক
|
Assamese
|
অৰ্ণৱ গোস্বামীৰ কান্ধত থৈ মোদীলৈ বন্দুক টোৱালে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে
|
Assamese
|
ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ৰহস্য কি চাওঁক ভিডিঅ
|
Assamese
|
ব্লেক টি হব চীনৰ ইকমাৰ্চ প্লেটফৰ্মত বিপণন হবলগীয়া ম্যানমাৰৰ প্ৰথম পণ্য
|
Assamese
|
চীনৰ বিজ্ঞানীৰ হাতত কামুৰিছিল বাদুলীয়ে প্ৰতিবেদনক লৈ চাঞ্চল্য
|
Assamese
|
বন্ধুত্বৰ প্ৰতিদানভূটানক ১.৫ লাখ কোভিড ভেকচিন উপহাৰ হিচাবে আগবঢ়ালে ভাৰতে
|
Assamese
|
চীনত এইবাৰ কণাত আক্ৰান্ত হল তিনিটাকৈ আইচক্রীম তাৰপিছত কি কৰিলে চৰকাৰে
|
Assamese
|
চিবিআই—এ গ্ৰেপ্তাৰ কৰিলে বংগৰ এইগৰাকী অভিনেত্ৰীক কিন্তু কিয়
|
Assamese
|
:আমেৰিকাক পুৰি চাৰখাৰ কৰি দিব পৰা মিছাইল সাজি উলিয়ালে ৰাছিয়াই
|
Assamese
|
পুনৰ কৰনাৰ তাণ্ডৱ চীনে ৫দিনৰ ভিতৰতে নিৰ্মাণ কৰিলে ১৫০০ কোঠাৰ হাস্পাতাল
|
Assamese
|
অগ্নিত ভস্ম হল বাংলাদেশৰ ৰোহিংগিয়া শৰণাৰ্থী শিৱিৰৰ ৫০০ৰ অধিক বাসগৃহ
|
Assamese
|
তিনিদিনীয়া ভ্ৰমণ সূচীলৈ ভাৰতত উপস্থিত নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী
|
Assamese
|
হঠাতে ঘন ঘোৰ আন্ধাৰে আৱৰি ধৰিলে সমগ্ৰ পাকিস্তান কিন্তু কিয়
|
Assamese
|
উইঘুৰ মুছলমানৰ ওপৰত নিৰ্যাতন আমেৰিকাত নিষিদ্ধ কৰা হল চীনৰ বিলাহী আৰু কপাঁহ
|
Assamese
|
ই প্ৰকাশ কৰিলে ভাৰতৰ বিকৃত মানচিত্ৰ বাদ পৰিল জম্মুকাশ্মীৰলাডাখ অঞ্চল
|
Assamese
|
ছচিয়েল মিডিয়াৰ পোষ্টৰ বাবেই তিনিজনক মৃত্যুদণ্ড কোন আদালতে দিলে এই ৰায়
|
Assamese
|
কাশ্মীৰ প্ৰসংগত ভাৰতৰ পক্ষত থাকি পাকিস্তানচীনক সকিয়ালে এই খন পশ্চিমৰ দেশে
|
Assamese
|
ভাৰতচীন সীমা বিবাদ প্ৰসংগত মূৰ নঘমাব আমেৰিকাক সকিয়ালে চীনে কিন্তু কিয়
|
Assamese
|
বুজি পালে নেপালে চীনৰ নহয় ভাৰতৰ ভেকচিনহে বিচাৰিলে দেশখনে
|
Assamese
|
পূব লাডাখ সীমান্তত ভাৰতীয় সেনাৰ হাতত বন্দী এগৰাকী চীনা সৈন্য
|
Assamese
|
আগৰতলা বিমান বন্দৰৰ পৰা ভুৱা আধাৰ কাৰ্ডসহ ১২ গৰাকী বাংলাদেশী নাগৰিকক আটক
|
Assamese
|
ভাৰতীয় হিন্দু যুৱতীক ধৰ্মান্তৰিত কৰি বলপূৰ্বক বিবাহ বাংলাদেশৰ নেতাৰ পুত্ৰৰ বিৰুদ্ধে গোচৰ
|
Assamese
|
নতুন বছৰত পুনৰ চীনৰ সেনাক যুদ্ধৰ বাবে সাজু হোৱাৰ নিৰ্দেশ দিলে ঝি জিনপিঙে
|
Assamese
|
চীনৰ কাৰ্যত ক্ষুব্ধ বিজ্ঞানীৰ দলটোক কনা তদন্তৰ অনুমতি কেতিয়া দিয়া হব
|
Assamese
|
চীনৰ প্ৰকল্প বন্ধৰ দাবীত নেপালত তীব্ৰ প্ৰতিবাদ বিমোৰত পৰিছে বেইজিং
|
Assamese
|
কৰনাৰ সংকট আঁতৰিল বুধবাৰৰ পৰা আৰম্ভ হব ভাৰতম্যানমাৰ সীমান্তৰ বাণিজ্য
|
Assamese
|
অপহৃতক উদ্ধাৰ কৰিবলৈ গৈ ভাৰতবাংলাদেশ সীমান্তত অসম আৰক্ষীয়ে সন্ধান পালে ২০০ মিটাৰ দৈৰ্ঘ্যৰ সুৰংগৰ
|
Assamese
|
ট্ৰাম্পে আৰম্ভ কৰা শীতল যুদ্ধৰ অৱসান বিচাৰিলে চীনে বিদেনক প্ৰশংসা
|
Assamese
|
আলিবাবাৰ প্ৰতিষ্ঠাতা বিশ্বৰ অন্যতম ধনী ব্যক্তি জেক মা সন্ধানহীন ৰহস্যৰ আৱৰ্তত ধনকুবেৰ
|
Assamese
|
বিদ্বান চোৰ চুৰি কৰি নিলে বহুতে এলাগী কৰা এবিধ মূল্যৱান সম্পদকি চুৰি কৰিলে চোৰে
|
Assamese
|
চীনৰ লোকসকলে কিয় পাকিস্তানী নাৰীৰ সৈতে হুৰাহুৰে বিয়া পাতিছে
|
Assamese
|
চীনে এৰিব খুজিলেও কনাই নেৰে চীনক কনাৰ নতুন ষ্ট্ৰেইনেও বাহৰ পাতিছে চীনত
|
Assamese
|
এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিমুকেশ আম্বানিক চেৰ পেলাই শীৰ্ষত এইগৰাকী জল সম্ৰাট
|
Assamese
|
পাকিস্তানত ১০০ বছৰ পুৰণি মন্দিৰ ধ্বংস ভাৰতৰ তীব্ৰ প্ৰতিবাদ
|
Assamese
|
অধিক খালে ভৰিব লাগিব জৰিমনা আইন আনি খোৱাক লৈ আমাৰ চুবুৰীয়া দেশখনৰ এই নিৰ্দেশ
|
Assamese
|
হংকঙৰ এৰি টাইৱানলৈ পলায়ন কৰিব খোজা ১০ গণতান্ত্ৰিক কৰ্মীক কাৰাৰুদ্ধ কৰিলে চীনে
|
Assamese
|
দালাই লামক সুৰক্ষা প্ৰদান কৰা অন্তিম গৰাকী জীৱিত ব্যক্তিগত দেহৰক্ষী এনেন দাৱাৰ দেহাৱসান
|
Assamese
|
চীনক চিন্তাত পেলাই ফ্ৰান্সৰ সেনাৰে সামৰিক অনুশীলন চলাব ভাৰতীয় সেনাই
|
Assamese
|
ওহানত কণা ভাইৰাছে সৃষ্টি কৰা ভয়াৱহ ছবিখন বিশ্ববাসীৰ সন্মুখত দাঙি ধৰাৰ বাবেই মহিলা সাংবাদিকক কাৰাদণ্ড
|
Assamese
|
নতুন কনা ভাইৰাছৰ আতংকৰ বাবে বেইজিঙৰ বহু প্ৰান্তত লকডাউন
|
Assamese
|
ফিংগাৰপ্ৰিণ্ট নথকা এটা পৰিয়ালকলৈ বিস্মিত বিজ্ঞানীমহলো কত আছে এই পৰিয়ালটো
|
Assamese
|
বিদায়ৰ পূৰ্বে চীনৰ বুকুত মৰ কামোৰ মাৰি গল ট্ৰাম্পে কি কৰিলে তেওঁ
|
Assamese
|
ভাচান চৰলৈ আৰু অধিক ৰোহিংগিয়া শৰণাৰ্থীক পঠোৱাৰ সিদ্ধান্ত বাংলাদেশ চৰকাৰৰ
|
Assamese
|
ভূটানত কোভিড সংক্ৰমিতৰ সংখ্যা ১৪৬ গৰাকীলৈ বৃদ্ধি অব্যাহত থাকিব ৰাষ্ট্ৰজোৰা লকডাউন
|
Assamese
|
নেপালৰ ৰাজনৈতিক অস্থিৰতা দূৰ কৰিবলৈ উঠিপৰি লাগিছে চীনৰ ৰাষ্ট্ৰপতি জি ঝিনপিং কিন্তু কিয়
|
Assamese
|
সাধাৰণ শিক্ষকৰ পৰা প্ৰযুক্তি কোম্পানী আলিবাবাৰ মুৰব্বী পদতজেক মাক কিয় ভয় কৰিছে চীনে
|
Assamese
|
মাধৱ কুমাৰ নেপাল নেপাল কমিউনিষ্ট পাৰ্টিৰ নতুন অধ্যক্ষ
|
Assamese
|
বাংলাদেশৰ অৰ্থনৈতিক অৱস্থা উন্নত অসমলৈ অনুপ্ৰৱেশকাৰী অহা নাই সঞ্চালক প্ৰধান
|
Assamese
|
বাগদাদস্থিত মাৰ্কিন দূতাবাসত ভয়ংকৰ আক্ৰমণ আচাৰি পৰিল ৮ টাকৈ ৰকেট
|
Assamese
|
বাছেৰে অসমত প্ৰৱেশ কৰা ১৩ গৰাকী ৰহিংগিয়াক আটক আৰক্ষীৰ
|
Assamese
|
ৰাজনৈতিক সংকট সংসদ ভংগৰ অনুমোদন দিলে নেপালৰ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিলে নিৰ্বাচনৰ দিন
|
Assamese
|
শনিবাৰে পুৱাই বাছৰেলৰ ভয়ংকৰ সংঘৰ্ষ থিতাতে নিহত ১১ জন
|
Assamese
|
শ্ৰীলংকাক দেখি শিক্ষা লওক নেপালে চীন সম্পৰ্কত কাঠমাণ্ডুক সতৰ্ক কৰি দিলে বিপিন ৰাৱাটে
|
Assamese
|
ভদ্ৰলোকৰ খেল ক্ৰিকেটত বাংলাদেশী ক্ৰিকেটাৰ মুছফিকুৰ ৰহিমৰ অভদ্ৰামি ভাইৰেল ভিডিঅ
|
Assamese
|
চীনৰ সহায়ত কিস্তি কিস্তিকৈ ছৌদি আৰৱৰ ঋণ পৰিশোধ পাকিস্তানৰ
|
Assamese
|
আকৌ মাটিৰ তলৰ পৰা উদ্ধাৰ ২৫০ কিলোগ্ৰাম ওজনৰ ৰহস্যময় চিলিণ্ডাৰ কোনে পুতি থৈছিল এইবোৰ
|
Assamese
|
ইটোৰ পিছত সিটো ৰকেট আক্ৰমণত কঁপি উঠিল কাবুল হতাহত বহুজন
|
Assamese
|
নিবনুৱাৰে ভাৰাক্ৰান্ত অসমত বাংলাদেশীক নিযুক্তি গৰজি উঠিল কংগ্ৰেছ জাতীয় দলসংগঠন
|
Assamese
|
সমতলৰ হাবি এৰি কিয় নেপালৰ পৰ্বতত উঠিল শীত বেযা পোৱা ৰয়েল বেংগল টাইগাৰে কি কয় পৰিবেশবিদে
|
Assamese
|
বাংলাদেশৰ কোনো কূটনৈতিক বিষয়াৰ পত্নীক আমি নিযুক্তি দিয়া নাই টপচেম চিমেণ্টৰ স্পষ্টীকৰণ
|
Assamese
|
উইঘুৰ মুছলমানক চিনাক্ত কৰিবলৈ আনিছে নতুন ছফটৱেৰ চীনৰ নিৰ্যাতনৰ নতুন ৰূপ
|
Assamese
|
বেটেল ফৰ বেংগল ৰিচি মেহতাৰ নতুন ছবিত বংগবন্ধুৰ চৰিত্ৰত অভিনয় কৰিব আদিল হুছেইনে
|
Assamese
|
নিবনুৱাৰ পেটত গোৰ মাৰি চিমেন্টে গুৱাহাটীত নিযুক্তি দিলে বাংলাদেশী কূটনীতিকৰ পত্নীক
|
Assamese
|
৫৫ বছৰৰ মূৰত ভাৰত আৰু বাংলাদেশৰ মাজত পুনৰ চলিব ৰেইল
|
Assamese
|
বিমান বন্দৰৰ বাবে মাটি খান্দি থাকোতে ওলাল চিলিণ্ডাৰ সদৃশ এই অচিন সামগ্ৰী ওজনো ২৫০ কিলোগ্ৰাম
|
Assamese
|
সাগৰত আৱদ্ধ হৈ পৰা ১৯ গৰাকী বাংলাদেশী নাগৰিকক উদ্ধাৰ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ
|
Assamese
|
কৃষক বিদ্ৰোহত থৰকাছুটি এৰা কেন্দ্ৰীয় মন্ত্ৰীয়ে কলে শত্ৰু ৰাষ্ট্ৰ চীনপাকিস্তানৰ হাত আছে কৃষক বিদ্ৰোহত
|
Assamese
|
পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্টৰ নতুন জোখ প্ৰকাশ কৰিলে নেপাল চৰকাৰে
|
Assamese
|
আমেৰিকাই কৰা ভয়ংকৰ অপৰাধ ক্ষমাৰ অযোগ্য চীনৰ বিস্ফোৰণ
|
Assamese
|
জোনবাইৰ বুকুত সগৌৰৱেৰে দেশৰ পতাকা স্থাপন কৰা বিশ্বৰ দ্বিতীয়খন দেশ হিচাপে পৰিগণিত চীন
|
Assamese
|
প্ৰকৃতিক প্ৰত্যাহ্বান সূৰ্যতকৈও দহ গুণ বেছি উত্তপ্ত কৃত্ৰিম সূৰ্য সাজি উলিয়ালে এইখন দেশে
|
Assamese
|
ঘৈণীয়েকৰ বাধা উপেক্ষা কৰি কাটিলে লটাৰীৰ টিকট নিশাটোতে কোটিপতি হল মাছমৰীয়া সন্তোষ
|
Assamese
|
সংঘাত চলি থকাৰ মাজতে এইবাৰ অৰুণাচল সীমান্তত ৩খন গাওঁ নিৰ্মাণ কৰিছে চীনে
|
Assamese
|
সম্পৰ্ক উন্নীত কৰাৰ চেষ্টাভাৰত ভ্ৰমণলৈ আহিব নেপালৰ বিদেশমন্ত্ৰী
|
Assamese
|
শ্ৰমিকক দাস হিচাপে ৰাখি কাম কৰাৰ অভিযোগ চীনা প্ৰতিষ্ঠানৰ পৰা কপাহজাত সামগ্ৰী আমদানিত নিষেধাজ্ঞা আমেৰিকাৰ
|
Assamese
|
ভাইৰাছৰ ঘৰ চীনকণাৰ পিছত এইবাৰ নতুন ভাইৰাছৰ সংক্ৰমণ কি এই ভাইৰাছ
|
Assamese
|
মাৰ্কিন পপ তাৰকা চেৰিলিনৰ এটা অনুৰোধ ৰক্ষা কৰিলে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে কি সেই অনুৰোধ
|
Assamese
|
চীনভাৰতৰ সংঘাতৰ মাজতে নেপাল ভ্ৰমণ কৰিব চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে
|
Assamese
|
পুনৰ ব্ৰহ্মপুত্ৰ নদৰ ওপৰত বৃহৎ নদী বান্ধ নিৰ্মাণ কৰিব চীনে অসমলৈ সংকটৰ সংকেত
|
Assamese
|
নাগালেণ্ডত হীৰা উদ্ধাৰৰ স্বপ্নভংগ হীৰা নহয় চকমকীয়া শিলবোৰ
|
Assamese
|
যুদ্ধৰ বাবে সাজু হোৱাভাৰতে পুনৰ এপ নিষিদ্ধ কৰাৰ পিছতে ক নিৰ্দেশ জিনপিঙৰ
|
Assamese
|
দুদিনীয়া ভ্ৰমণ সূচীৰে কাঠমাণ্ডুত উপস্থিত হৈছে ভাৰতৰ বিদেশ সচিব
|
Assamese
|
অন্য মহিলাৰে পৰকীয়া প্ৰেমত মত্ত স্বামীক হাতেলোটে ধৰিলে পত্নীয়েতাৰ পিছত এয়া কি কৰিলে পত্নীয়ে
|
Assamese
|
চীনৰ সৈতে সংঘাতময় পৰিস্থিতিৰ মাজতে চাবমেৰিণ প্ৰকল্পৰ শুভৰাম্ভণি কৰিলে টাইৱানে
|
Assamese
|
কৰনা সংকটৰ মাজতে আৰু জনসংখ্যা বৃদ্ধি কৰিব বিচাৰে চীনে চৰকাৰে দম্পতিসকলক দিব সাহায্য
|
Assamese
|
ঘৰৰ ভিতৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে সাংসদক তীব্ৰ উত্তেজনা অব্যাহত
|
Assamese
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.