text
stringlengths 1
2.59k
⌀ | language
stringclasses 10
values |
---|---|
বেইজিঙত কঁপনি৬০ বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে হোৱাইট হাউচত ভৰি থলে তিব্বতৰ প্ৰতিনিধিয়ে
|
Assamese
|
ছবিয়ে মিছা নকয় এইবাৰ ডোকলামৰ ভূমিত পথ নিৰ্মাণ কৰিছে চীনে
|
Assamese
|
ধৰ্ষণ কৰিবলৈ গৈ যুৱতীৰ হাতত প্রাণ গল মছজিদৰ ইমামৰ যাবজ্জীৱন কাৰাদণ্ড যুৱতীক
|
Assamese
|
বীভৎস৭ গৰাকী যুৱতীৰ মৰ্গত ৰখা মৃতদেহ ধৰ্ষণ কৰি ধৰা পৰিল যুৱক
|
Assamese
|
ভূটানৰ ভূমিখণ্ডৰ ২ কিলোমিটাৰ ভিতৰত চীনে স্থাপন কৰিছে গাওঁ
|
Assamese
|
চতুৰ্থবাৰৰ বাবে স্বামীয়ে পাতিব বিয়া কইনা বিচৰাত ব্যস্ত পূৰ্বৰ তিনি পত্নী
|
Assamese
|
ফেইচবুক ডমেইন বিৰুদ্ধে গোচৰ তৰিবলৈ সাজু ফেইচবুক
|
Assamese
|
২৬১১ মুম্বাই কাণ্ডৰ মাষ্টাৰ মাইণ্ড হাফিজ ছয়ীদক ১০ বছৰৰ কাৰাদণ্ড পাকিস্তানী আদালতৰ
|
Assamese
|
সংবাদমেলতে কেঁচা মাছ চোবাই খালে এগৰাকী মন্ত্ৰীয়ে ভাইৰেল ভিডিঅ
|
Assamese
|
আঠ বছৰ পাকিস্তানৰ জেলত কটাই ঘৰলৈ উভতি আহিল উত্তৰ প্ৰদেশৰ বৃদ্ধ
|
Assamese
|
কুলভূষণ যাদৱক পাকিস্তানৰ হাতত তুলি দিয়া ইৰানৰ সন্ত্ৰাসবাদী নিহত হল পাক সেনাৰ গুলীতে
|
Assamese
|
কোভিড ভেকচিন প্ৰস্তুতিৰ ক্ষেত্ৰত ভাৰতৰ সৈতে সহযোগিতাৰে আগবঢ়াৰ আগ্ৰহ চীনৰ
|
Assamese
|
বিশ্বাস নহলেও সঁচা এটি পাৰ চৰাই বিক্ৰী হল ১৪কোটি টকাত
|
Assamese
|
সাগৰীয় ধুমুহা ভামকোৰ সংহাৰত বিধ্বস্ত ভিয়েটনাম ফিলিপাইনছত মৃত্যু ৫৩ জনৰ
|
Assamese
|
বাংলাদেশ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক হবিবুল বাছাৰ কোভিড পজিটিভ
|
Assamese
|
ম্যানমাৰৰ নিৰ্বাচনত ছ্যু কীৰ দলৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা
|
Assamese
|
কোভিড নিয়ন্ত্ৰণ বিষয়লৈ বাংলাদেশ পাকিস্তান নেপাল আৰু শ্ৰীলংকাৰ সৈতে চীনৰ বৈঠক
|
Assamese
|
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পুনৰ মুখ থেকেচা খালে পাকিস্তানেভাৰতক মুকলি সমৰ্থন ৰাছিয়াৰ
|
Assamese
|
অভিসন্ধি অৰুণাচল সীমান্তৰ কাষৰ তিব্বতত শীঘ্ৰে ৰেললাইন নিৰ্মাণৰ নিৰ্দেশ জিনপিঙৰ
|
Assamese
|
ম্যানমাৰত আৰম্ভ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণছ্যু কী পুনৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ সম্ভাৱনা
|
Assamese
|
গোপনে দেশৰ নাম পৰিৱৰ্তন কৰিছে নেপালৰ প্ৰধানমন্ত্ৰী অলিয়ে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি
|
Assamese
|
চলিত সপ্তাহত নেপাল ভ্ৰমণলৈ যাব ভাৰতীয় স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাৱন
|
Assamese
|
টিভি চাই থাকোতে এটি পাঁচ বছৰীয়া শিশুৱে অজানিতে গিলিলে ১২৩ টা চুম্বকৰ বল তাৰ পিছত
|
Assamese
|
বন্দে ভাৰতত চীনৰ উহানলৈ যোৱা ১৯ ভাৰতীয়ৰ দেহত কৰনা পজিটিভ
|
Assamese
|
পাকিস্তানৰ সংসদ ভৱনত বালুচিস্তানৰ সাংসদৰ সৱল প্ৰতিবাদ
|
Assamese
|
দুটা বিশেষ চৰ্ততহে ফিংগাৰ ৪ৰ পৰা আঁতৰিব চীন ভাৰতে মানি নলয় কোনো চৰ্ত
|
Assamese
|
সোণৰ চোৰাং সৰবৰাহৰ গোচৰগুৱাহাটীৰ ৪ স্থানত নিয়া তালাচী
|
Assamese
|
বিষয় পয়গম্বৰ মহম্মদৰ কাৰ্টুন বাংলাদেশত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ
|
Assamese
|
চীনক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন আমেৰিকাৰ টাইৱানক বিক্ৰী কৰিব আৰু ২.৪ মিলিয়ন সামুদ্ৰিক মিছাইল
|
Assamese
|
নতুন ইংগিত বিতৰ্কিত নহয় নেপালৰ পুৰণি মানচিত্ৰ ব্যৱহাৰ কৰি দশেৰাৰ শুভেচ্ছা অলিৰ
|
Assamese
|
দেশৰ এই কেইটা মন্দিৰত প্ৰসাদ হিচাবে আগবঢ়োৱা হয় কেৱল মদ আৰু মাছমাংস
|
Assamese
|
কইনাৰ সাজেৰে ক্ৰিকেটৰ পথাৰত কোন এই যুৱতী কিয় হাতত তুলি ললে বেট
|
Assamese
|
ভাৰতীয় সেনাই চীনক গটাই দিলে বন্দী হোৱা পিপলছ লিবাৰেশ্যন আৰ্মিৰ জোৱানক
|
Assamese
|
বাংলাদেশৰ স্বাধীনতাৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে আয়োজিত অনুষ্ঠানলৈ আমন্ত্ৰিত মোদী
|
Assamese
|
আলফা স্বাঃ দুৰ্ধৰ্ষ নেতা দৃষ্টি ৰাজখোৱাক বিচাৰি বাংলাদেশত অভিযান
|
Assamese
|
নেহৰুৱেতো ১৫ মিনিটতে কৈ দিছিল বাই বাই অসমৰাহুল গান্ধীক অমিত শ্বাহৰ প্ৰত্যুত্তৰ
|
Assamese
|
ভাৰত আৰু ভূটানে দ্বিপাক্ষিক বাণিজ্য সম্প্ৰসাৰণৰ বাবে ললে সিদ্ধান্ত
|
Assamese
|
ভাৰতীয় সেনাৰ মুৰব্বী নাৰাভানে হব নেপালৰ সেনাৰ জেনেৰেল ৰহস্য কি
|
Assamese
|
অসমত মাদ্ৰাছা বন্ধৰ চৰকাৰী নিৰ্দেশনাত ক্ষুব্ধ বাংলাদেশৰ ইছলামিক সংগঠন
|
Assamese
|
হোৱাটছএপৰ মাধ্যমেৰে ক্ৰিকেটৰ ট্ৰায়েল দিব বাংলাদেশৰ যুৱ ক্ৰিকেটাৰে
|
Assamese
|
এইবাৰ উইঘুৰ মুছলমানৰ চুলি বলপূৰ্বক কাটি বিদেশত বিক্ৰী কৰিছে চীনে
|
Assamese
|
লাডাখ সংকটআজি ভাৰতৰে হবলগীয়া আলোচনাত প্ৰথমবাৰৰ বাবে উপস্থিত থাকিব চীনৰ মন্ত্ৰ্যালয়ৰ বিষয়া
|
Assamese
|
ছেকেণ্ডত ৩০০ মিটাৰ অতিক্ৰম কৰিব পৰা হাইপাৰছনিক ক্ৰুজ মিছাইলৰ অধিকাৰী হব ভাৰত
|
Assamese
|
মানুহে এতিয়া বিচাৰিছে ধৰ্ষণ বিৰোধী ভেকচিন মন্তব্য বাংলাদেশী নেতাৰ
|
Assamese
|
নেপালৰ প্ৰতিনিধি দলৰ ওপৰত চীনা সৈন্যৰ আক্ৰমণ চীনৰ ওচৰত আত্মসমৰ্পণ প্ৰধানমন্ত্ৰী অলিৰ
|
Assamese
|
এগৰাকী বোৱাৰীক ধৰ্ষণৰ চেষ্টা দুষ্কৃতিকাৰীৰ গুপ্তাংগ কাটিলে ভুক্তভোগী বিধৱা মহিলাই
|
Assamese
|
লৌকিক নে অলৌকিক জীৱিত অৱস্থাতে নিজৰ শ্ৰাদ্ধ পাতি মৃত্যুক সাৱটিলে এই যুৱকে
|
Assamese
|
লাডাখ সংকট১২ অক্টোৱৰৰ দিনটো কিয় গুৰুত্বপূৰ্ণ ভাৰতৰ বাবে
|
Assamese
|
চীনৰ বাবে মোৰ কনা হৈছিল ইয়াৰ ফল তেওঁলোকে ভুগিব লাগিব ডনাল্ড ট্ৰাম্প
|
Assamese
|
ম্যানমাৰৰ পৰা ৰাজস্থানলৈ সৰবৰাহৰ বাবে অনা ৩৩কেজি সোণ জব্দ শিলিগুৰিত
|
Assamese
|
সমৰ্থকে বেৰি ৰখা অৱস্থাতে মুখা পৰিহিত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে বিজেপি নেতাক
|
Assamese
|
১০হাজাৰ ফুট উচ্চতাত বিশ্বৰ আটাইতকৈ দীৰ্ঘতম সুৰংগ উদ্বোধন কৰিলে প্ৰধান মন্ত্ৰী মোদীয়ে
|
Assamese
|
জিংপিঙৰ সন্মুখতে আমেৰিকাৰ অভিযোগ—জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ চীনে হত্যা কৰিছে লাখ লাখ কন্যা শিশুক
|
Assamese
|
কণা হলে মমতা বেনাৰ্জীক সাৱটি ধৰিম বুলি কোৱা বিজেপি নেতা আক্ৰান্ত হল কণাত
|
Assamese
|
হংকঙৰ ৰাজপথত স্বাধীনতাকামী প্ৰতিবাদকাৰীয়ে চীন বিৰোধী শ্লোগান দি উৰুৱালে ভাৰতীয় জাতীয় পতাকা
|
Assamese
|
অৰুণাচল প্ৰদেশ ভাৰতৰেই অংশ চীনক সকীয়াই ভাৰতক সমৰ্থন আমেৰিকাৰ
|
Assamese
|
ভাৰততো চীনৰ নতুন কেট কিউ ভাইৰাছৰ উপস্থিতি সতৰ্ক কৰিলে আইচিএমআৰে
|
Assamese
|
ড্ৰেগন খেদি পঠিয়াবলৈ বদ্ধপৰিকৰ নেপালৰ ছাত্ৰ সমাজ বিক্ষোভত অসহায় অলি
|
Assamese
|
বাংলাদেশৰ কলেজ হোষ্টেলত মহিলাক দলবদ্ধ ধৰ্ষণ
|
Assamese
|
উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা আঁতৰিল নেহৰু অযোধ্যা গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষ
|
Assamese
|
চীনা গৱেষকৰ পুনৰ বিস্ফোৰণকৰনাক চীনে ঢাকি ৰাখিব বিচৰা পৰিকল্পনাত চামিল আছিল
|
Assamese
|
কণাৰ পৰা আৰোগ্য লাভ কৰা সকলে বাধ্যতামূলকভাবে কৰিব লাগিব যক্ষ্মাৰ পৰীক্ষা কোনে দিলে এই নিৰ্দেশ
|
Assamese
|
চীনত ভাঙি পেলোৱা হৈছে ১৬ হাজাৰ মছজিদ ১০ লক্ষাধিক উইঘুৰক কৰা হৈছে ধৰ্মান্তৰিত
|
Assamese
|
ভাৰত সীমান্তলৈ যোৱাৰ পূৰ্বে কিয় হাউহাউকৈ কান্দিছে চীনৰ সৈনিকে
|
Assamese
|
জনসংখ্যা বৃদ্ধিৰ অভিনৱ পদক্ষেপেবিয়া পাতিলেই চৰকাৰে দিব ৪ লাখ টকা
|
Assamese
|
বিষধৰ সাপৰ সৈতে বন্ধুত্বৰ পৰিণাম ভূগিছে নেপালে নেপালৰ ভূমিত পুনৰ চীনৰ দালান নিৰ্মাণ
|
Assamese
|
পত্নী প্ৰেমমাটি বেচি হাতী কিনিলে এইজন দৰিদ্ৰ কৃষকে কিন্তু কিয়
|
Assamese
|
চীনৰ ওপৰত তীক্ষ্ণ দৃষ্টি সীমান্তত উত্তেজনাৰ মাজতেই লাডাখত উৰিল ৰাফেল যুদ্ধবিমান
|
Assamese
|
চীনক গোপন তথ্য যোগান নতুন দিল্লীত সাংবাদিকসহ এগৰাকী চীনা মহিলা আৰু নেপালী লোকক গ্ৰেপ্তাৰ
|
Assamese
|
দেশত কমিছে নাৰিকলৰ উৎপাদন সেয়ে নাৰিকলৰ গছত উঠি ভাষণ দিলে এগৰাকী মন্ত্ৰীয়ে
|
Assamese
|
চীনত বিয়পিছে নতুন বীজাণু সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুৱাব বহুজনে
|
Assamese
|
সংসদ চলি থকাৰ সময়তে পৰ্ণ ছবি চোৱাত ব্যস্ত সাংসদ ধৰা পৰি কটা গল নাক
|
Assamese
|
ভাৰতৰ ভূমি অন্তৰ্ভু্ক্তিৰে প্ৰকাশ কৰা নেপালৰ বিতৰ্কিত মানচিত্ৰখন পাঠ্যক্ৰমত সংযোজন কৰা হৈছে
|
Assamese
|
চীনৰ পদাংক অনুসৰণ কৰি এইবাৰ নেপালে কলেনাইনিতাল ডেৰাদুন আমাৰ
|
Assamese
|
ভাৰতৰ ৩৮ হাজাৰ বৰ্গ কিলোমিটাৰ অঞ্চল দখল কৰিছে চীনেৰাজ্যসভাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
|
Assamese
|
ভাৰতীয় সেনাৰ মনোবল ভাঙিবলৈ লাডাখ সীমান্তত চীনে বজাইছে পাঞ্জাৱী সংগীতহিন্দী ভাষণ
|
Assamese
|
এফালে চীনৰ সৈতে যুদ্ধৰ দামামা আনফালে বেংইজিংস্থিত বেংকৰ পৰা ৯ হাজাৰ কোটি টকাৰ ঋণ ভাৰতৰ
|
Assamese
|
আলিবাবাৰ ৭২ টা চাৰ্ভাৰেৰে ভাৰতীয়ৰ তথ্য চুৰি কৰিছে চীনে ভাৰতৰ চোৰাংচোৱাৰ বিস্ফোৰক দাবী
|
Assamese
|
লোকসভাত ৰাজনাথ সিঙৰ বিবৃতিৰ পিছতে চীনৰ প্ৰতিক্ৰিয়া—শান্তিৰ বাবেও সাজু যুদ্ধৰ বাবেও সাজু
|
Assamese
|
ভাৰতে ৰপ্তানি বন্ধ কৰাৰ পাছতে বাংলাদেশত ৫০ শতাংশ বৃদ্ধি পিয়াজৰ মূল্য
|
Assamese
|
মাস্ক নিপিন্ধা মহিলাক কি গতি কৰিলে এটা ৰাজহাঁহে চাওঁক হৃদয়স্পৰ্শী ভিডিঅ
|
Assamese
|
বুধবাৰে ৰাতিপুৱা নেপালত ৫.৪ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি
|
Assamese
|
প্ৰযুক্তিৰ দেশ জাপানৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৃষকৰ পুত্ৰ য়ুছিহাইড ছুগা
|
Assamese
|
চীনে বিচাৰি চলাথ কৰিছে দেশখনৰে এগৰাকী মহিলা ভাইৰলজিষ্ট লী মেঙক কিন্তু কিয়
|
Assamese
|
অচিন চীনৰ অজান খৱৰ চীনে নিৰ্মাণ কৰিব কোভিড প্ৰুফ এখন বিশাল চহৰ
|
Assamese
|
নেপালত ভূমিস্খলনৰ ফলত ১২ গৰাকী লোকৰ মৃত্যু ২১ গৰাকী লোক সন্ধানহীন
|
Assamese
|
ভাৰত নেপালৰ পিছত এইবাৰ ভূটানৰ ভূমিত লোলুপ দৃষ্টি ড্ৰেগনৰ
|
Assamese
|
চীনে আৱিষ্কাৰ কৰিলে বিশ্বৰ প্ৰথমটো নাকেৰে শুঙি গ্ৰহণ কৰিব পৰা কণাৰ ভেকচিন
|
Assamese
|
যুদ্ধৰ দামামা উত্তৰাখণ্ডৰ ভাৰতচীননেপাল সীমান্তৰ তিনি জিলাত বায়ু সেনা মোতায়েন কৰিব ভাৰতে
|
Assamese
|
মুৰ্চি জনগোষ্ঠীৰ মহিলাৰ সৌন্দৰ্য চৰ্চাই আচৰিত কৰিছে বহুজনক কি কাৰণে কৰে এনে সৌন্দৰ্য চৰ্চা
|
Assamese
|
অৰুণাচল প্ৰদেশৰ পাঁচ যুৱকক ভাৰতক গতাব চীনা সৈন্যই
|
Assamese
|
ত উত্তেজনা হ্ৰাস কৰিবলৈ ভাৰতচীনৰ মাজত পাঁচ সূত্ৰত সহমত সেনা প্ৰত্যাহাৰৰ বাবে লোৱা হব ক্ষিপ্ৰ ব্যৱস্থা
|
Assamese
|
দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি ১০০০ চীনা নাগৰিকৰ ভিছা বাতিল কৰিলে আমেৰিকাই
|
Assamese
|
সাত খুন মাফ সাংসদ হিচাবে শপতগ্ৰহণ কৰিলে মৃত্যুদণ্ডৰে দণ্ডিত অপৰাধীয়ে
|
Assamese
|
সীমান্তত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে আজি মস্কোত মিলিত হব চীন আৰু ভাৰতৰ বৈদেশিক মন্ত্ৰীদ্বয়
|
Assamese
|
কঠোৰ ট্ৰাম্প প্ৰশাসন গুপ্তচৰ বৃত্তিত জড়িত থকাৰ অভিযোগত ১ হাজাৰ চীনা গৱেষকৰ ভিছা বাতিল
|
Assamese
|
সমগ্ৰ বিশ্ব কণা ভাইৰাছত ত্ৰস্তমান হৈ থাকোতে চীনে পালন কৰিলে কণাৰ বিজয় উৎসৱ
|
Assamese
|
ৰাজস্থানৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত দুই পাক ড্ৰাগছ সৰবৰাহকাৰীক গুলীয়াই হত্যা
|
Assamese
|
বাংলাদেশ ক্ৰিকেট দলৰ অপেনিং বেটছমেন চইফ হাছান কনা পজিটিভ
|
Assamese
|
দক্ষিণ চীনৰ তিব্বতৰ এক অঞ্চল হৈছে অৰুণাচল প্ৰদেশ চীনৰ বৈদেশিক মুখপাত্ৰৰ দাবী
|
Assamese
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.