text
stringlengths 1
2.59k
⌀ | language
stringclasses 10
values |
---|---|
নেপালৰ প্ৰধান মন্ত্ৰীৰ গাদী সুৰক্ষিত কৰি ৰখাৰ বাবে তৎপৰ কাঠমাণ্ডুস্থিত চীনা ৰাষ্ট্ৰদূত
|
Assamese
|
চীনৰ বিশ্বাসযোগ্যতাক লৈ এইবাৰ আঙুলি ইউ কেৰ বিদেশ সচিবৰ
|
Assamese
|
গালোৱানত নিহত হৈছিল শতাধিক চীনা সেনা পি এল এৰ প্ৰাক্তন বিষয়াৰ দাবী
|
Assamese
|
মস্কোৰ উদ্যোগত ১০ ভাৰতীয় বন্দী জোৱানক মুকলি কোনে কৰিলে এই দাবী
|
Assamese
|
আমেৰিকাৰ পাছত ব্ৰিটেইনতো উজুটি খাইছে চীনে নেটৱৰ্কৰ অনুমতি হেৰুৱাৰ পথত
|
Assamese
|
গেলেংফু আৰু চামদ্ৰুপ ঝংখাৰত দুটা নতুন পৰ্যটক প্ৰৱেশ পইণ্ট নিৰ্মাণ কৰিব ভূটানে
|
Assamese
|
নিশা লাডাখ সীমান্তত পহৰা ৫ খন এপাচি হেলিকপ্টাৰৰ
|
Assamese
|
অলিৰ সৈতে হলিগলিভাৰতনেপালৰ সংঘাতৰ আঁৰত এগৰাকী সুন্দৰীৰ মায়াজাল
|
Assamese
|
অৱশেষত ভুটানৰ ভূমিখণ্ড এৰিবলৈ বাধ্য হল চীন ভাৰতক সতৰ্ক চীনৰ
|
Assamese
|
লাডাখৰ চীনভাৰত সীমান্তৰ উত্তেজনাৰ মাজতে পাকিস্তানলৈ সশস্ত্ৰ ড্ৰোণ প্ৰেৰণ চীনৰ
|
Assamese
|
ভাৰতৰ প্ৰাৰম্ভিক বিজয় লাডাখ সীমান্তৰ ১.৫ কিলোমিটাৰ নিলগলৈ পিছুৱাই গল চীনা সৈন্য
|
Assamese
|
৮৫ সংখ্যক জন্মদিনত দালাই লামাক শুভেচ্ছা জ্ঞাপন ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৰ
|
Assamese
|
ভাৰতৰ ১৪৯মিটাৰ ভিতৰলৈ সোমাই আহিছে চীনৰ সেনা নিৰ্মাণ কৰিছে স্থায়ী ঘাটি
|
Assamese
|
লাডাখ সংকটৰ মাজতে চীনৰ সৈতে কি কথা পাতিলে পাকিস্তানে
|
Assamese
|
চীনক সমৰ্থন কৰি নিজৰ দেশতে সংকটত ইমৰাণ খান বৈদেশিক বিভাগে দিলে সকীয়নি
|
Assamese
|
ভাৰতক ৰঙা চকু দেখুওৱা চীনলৈ অশনি সংকেত দক্ষিণ চীন সাগৰলৈ মাৰ্কিন যুদ্ধ জাহাজ প্ৰেৰণ
|
Assamese
|
ভাৰত তৃতীয় পক্ষ ভূটানৰ সৈতে সীমা বিবাদক লৈ আৰু কি কলে চীনে
|
Assamese
|
কণা ভাইৰাছৰ উৎস বিচাৰি চীনলৈ যাব বিশ্ব স্বাস্থ্য সংস্থাৰ দল
|
Assamese
|
এইবোৰ কৰি নাথাকিবমোদীৰ লাডাখ ভ্ৰমণৰ পিছত ভাৰতক সকীয়নি চীনৰ
|
Assamese
|
ধুবুৰীত মৃত্যু বাংলাদেশী ব্যক্তিৰ
|
Assamese
|
লাডাখত উপস্থিত হৈ আঘাতপ্ৰাপ্ত সেনা বাহিনীৰ জোৱানৰ খবৰ ললে প্ৰধান মন্ত্ৰী মোদীয়ে
|
Assamese
|
এতিয়া বিস্তাৰবাদী নীতি নচলে চীনলৈ প্ৰত্যাহ্বানেৰে লাডাখত সেনা বাহিনীৰ মাজত প্ৰধান মন্ত্ৰী
|
Assamese
|
লাডাখ সীমান্তত ভাৰতলৈ টোৱাই চীনে স্থাপন কৰিছে এইছ কিউ শ্ৰেণীৰ মিছাইল
|
Assamese
|
ভাৰতক ৰঙা চকু দেখুওৱা নেপালৰ প্ৰধান মন্ত্ৰী অলিৰ চকী সংকটত ৰাষ্ট্ৰক উদ্দেশ্যি দিব ভাষণ
|
Assamese
|
ম্যানমাৰৰ কাচিন প্ৰদেশত সংঘটিত ভূমিস্খলনত অতি কমেও ৫০ গৰাকী লোকৰ মৃত্যু
|
Assamese
|
চীনৰ ৰাজধানী চহৰ বেইজিঙত পুনৰ কোভিজ১৯ আক্ৰান্তক চিনাক্ত
|
Assamese
|
দীৰ্ঘম্যাদী সংঘাতৰ আশংকা সীমান্তত শক্তি বৃদ্ধি কৰিছে চীনে বহি থকা নাই ভাৰতেও
|
Assamese
|
বৈঠক অসম্পূৰ্ণ লাডাখ সীমান্তত চীনক প্ৰতিহত কৰিবলৈ প্ৰস্তুত ভাৰতৰ স্থল আৰু বায়ু সেনা
|
Assamese
|
চীনৰ বিৰুদ্ধে অধিক কঠোৰ হব লাগিব চৰকাৰ মমতা বেনাৰ্জী
|
Assamese
|
চীনৰ প্ৰতি মোৰ খং বাঢ়ি গৈ আছে আক্ৰমণাত্মক ৰূপত ডনাল্ড ট্ৰাম্প
|
Assamese
|
ভাৰতচীন সংঘাত পাংগং হ্ৰদলৈ এক ডজন উচ্চ ক্ষমতাসম্পন্ন নৌ সেনাৰ নাও প্ৰেৰণ কৰিব ভাৰতে
|
Assamese
|
ভাৰতৰ পাছত ভূটানৰ সৈতে সীমা বিবাদ আৰম্ভ কৰিলে চীনে
|
Assamese
|
ভাৰতৰে শত্ৰুতা নেপালত প্ৰতি কেজি নিমখ ১০০টকা মিঠাতেল প্ৰতি লিটাৰত ২৫০টকা
|
Assamese
|
গভীৰভাৱে উদ্বিগ্ন টিকটকসহ ৫৯টা এপছ নিষিদ্ধকৰণৰ পিছত চীনৰ প্ৰতিক্ৰিয়া
|
Assamese
|
পুনৰ অশান্ত হংকং গণতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবীত কনাতংকৰ মাজতে প্ৰতিবাদী মিছিল আৰম্ভ
|
Assamese
|
চীনত পোৱা গৈছে ভয়ংকৰ নতুন শ্বোৱাইন ফ্লুৰ সন্ধান পুনৰ মহামাৰীৰ আশংকা
|
Assamese
|
চীনা সেনা বাহিনীয়ে সমৰ কলাত পটু সৈনিকক মোতায়েন কৰিব ভাৰতচীন সীমান্তত
|
Assamese
|
২২ জুনৰ বৈঠকৰ সিদ্ধান্তক উলংঘা চীনৰ লাডাখৰ পৰা সৈন্য পিছুৱাই নিয়া নাই চীনে
|
Assamese
|
বাংলাদেশৰ বুঢ়ীগংগা নদীত শোকাৱহ নাও দুৰ্ঘটনা ৩০ গৰাকী লোকৰ কৰুণ জলসমাধি
|
Assamese
|
চীনবিৰোধী চাৰি ৰাষ্ট্ৰৰ সৈতে চতুৰ্দেশীয় স্কোৱাৰ্ড গঠনত আগ্ৰহী ভাৰত
|
Assamese
|
লাডাখত চীন সেনাৰ ১৬ টা নতুন শিবিৰ সীমান্তত ৪৫ হাজাৰো অধিক সেনাৰ মোতায়েন ভাৰতৰ
|
Assamese
|
ভাৰতৰ বিৰোধিতা কৰি নেপালৰ প্ৰধান মন্ত্ৰী অলিৰ চকী সংকটত দলৰ ভিতৰতে তীব্ৰ সংঘাত
|
Assamese
|
৮০০ ভেড়া পঠিয়াই কেনেকৈ চীনক পোতক তুলিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে
|
Assamese
|
সমুখ সমৰত চীনআমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে এছিয়াত বৃদ্ধি কৰিব মাৰ্কিন সেনাৰ মোতায়েন
|
Assamese
|
ভুটানে অসমলৈ পানী যোগান বন্ধ কৰা নাই
|
Assamese
|
কনাতংকৰ মাজতে নেপালৰ পৰা বৃহৎ সংখ্যক সেনা উভতাই আনিব ভাৰতে কিন্তু কিয়
|
Assamese
|
পুনৰ চীনৰ এল এ চি উলংঘন লাডাখ সীমান্তৰ পি পি ১৪ৰ অঞ্চলত পুনৰ ভাৰতীয় ভূমি দখল চীনৰ
|
Assamese
|
নেপালৰ সৈতে সংঘাত এৰাই চলিব খুজিছে ভাৰতে চীনৰ নেপালৰ ভূমি দখল তীক্ষ্ম নজৰ ভাৰতৰ
|
Assamese
|
পুনৰ অশান্ত হৈ উঠিব নেকি লাডাখৰ ভাৰতচীন সীমান্ত দুই দেশৰ মাজত আৰম্ভ বাক বিতণ্ডা
|
Assamese
|
ম্যানমাৰৰ তেলগেছ প্ৰকল্পত ৯০৯ কোটি টকা বিনিয়োগত অনুমোদন ভাৰতৰ
|
Assamese
|
দিল্লীৰ হোটেল আৰু ৰেষ্টুৰেণ্টত চীনা নাগৰিকৰ প্ৰৱেশ নিষিদ্ধ
|
Assamese
|
কৰনাৰ সন্ত্ৰাসৰ মাজতে চীনত আৰম্ভ বিতৰ্কিত কুকুৰৰ মাংসৰ উৎসৱ
|
Assamese
|
নেপালত কনা আক্ৰান্তৰ সংখ্যা ১০০০০ অতিক্ৰম ২৪ জনৰ মৃত্যু
|
Assamese
|
আৰম্ভ নহয় চীনভাৰতৰ যুদ্ধ ঐকমত্যত উপণীত হৈছে ভাৰত আৰু চীনা সৈন্য
|
Assamese
|
বৰফ গলিল পূব লাডাখ সীমান্তত পিছুৱাই যাবলৈ সন্মত ভাৰত আৰু চীনৰ সেনা
|
Assamese
|
চীন সীমান্তৰ গুৰুত্বপূৰ্ণ ৩২টা পথ নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে সমাপ্ত কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই
|
Assamese
|
তিনি মাহৰ বিৰতিৰ অন্তত বাংলাদেশত আৰম্ভ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা
|
Assamese
|
ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছত অনুষ্ঠিত দুই দেশৰ সেনাৰ বৈঠকত কি কলে ভাৰতীয় সেনাই
|
Assamese
|
ভাবি চিন্তি কথা কব লাগে প্ৰধানমন্ত্ৰী মোদীক প্ৰাঃ প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ পৰামৰ্শ
|
Assamese
|
বিহাৰৰ ভাৰতনেপালৰ সীমান্তত ভাৰতৰ মথাউৰি নিৰ্মাণৰ কামত নেপালৰ বাধা
|
Assamese
|
বিভ্ৰান্তিকাৰী প্ৰচাৰ কেতিয়াও কূটনীতি তথা শক্তিশালী নেতৃত্বৰ বিকল্প হব নোৱাৰেড০ মনমোহন সিং
|
Assamese
|
প্ৰয়োজন সাপেক্ষে সীমান্তত সেনা বাহিনীক বল প্ৰয়োগৰ স্বাধীনতা প্ৰদান ভাৰতৰ
|
Assamese
|
ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছত আজিৰ পৰা লাডাখত পুনৰ আৰম্ভ হৈছে ভাৰতচীন সেনাৰ বৈঠক
|
Assamese
|
ৰোল অৱ এনগেজমেন্ট সলনি ভাৰতৰ চৰম ক্ষেত্ৰত আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰিব ভাৰতীয় সেনাই
|
Assamese
|
ভাৰতচীনৰ সংঘাত মোচন মধ্যস্থতা কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে
|
Assamese
|
বাংলাদেশৰ প্ৰাক্তন অধিনায়ক মুৰ্তাজাসহ অন্য দুজন ক্ৰিকেটাৰ কনাত আক্ৰান্ত
|
Assamese
|
নিজৰে পূৰ্বৰ স্থিতিত নাই চীনগালৱান উপত্যকাক লৈ দাবীক সজোৰে অগ্ৰাহ্য ভাৰতৰ
|
Assamese
|
কেতিয়াও আৰু চীনৰ পণ্য সামগ্ৰীৰ বিজ্ঞাপন নকৰাৰ শপত ললে ক্ৰিকেটাৰ হৰভজন সিঙে
|
Assamese
|
কনা আক্ৰান্ত বাংলাদেশ ক্ৰিকেট দলৰ তাৰকা অলৰাউণ্ডাৰ মোৰ্তাজা
|
Assamese
|
চীনে বন্দী কৰিছিল ১০ গৰাকী ভাৰতীয় সেনা দেশবাসীৰ পৰা লুকুৱাই ৰাখিছিল ভাৰত চৰকাৰে
|
Assamese
|
লাডাখৰ গালৱান উপত্যকা ভাৰতৰ নহয় চীনৰহে এই বিস্ফোৰক দাবী বেইজিঙৰ
|
Assamese
|
প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ ভূখণ্ড চীনক সমপৰ্ণ কৰিছে ৰাহুল গান্ধী
|
Assamese
|
শান্তিপূৰ্ণ ভাৱে বিবাদ মীমাংসা কৰিবলৈ ভাৰতচীনক পৰামৰ্শ প্ৰতিৱেশী ৰাষ্ট্ৰ নেপালৰ
|
Assamese
|
ভাৰতচীন সংঘাতৰ মাজতে ৰ সৈতে সন্মুখ সমৰত স্বদেশী এপ
|
Assamese
|
এইবাৰ চীনৰ সংস্থাৰ ৫০০ কোটি টকাৰ চুক্তি বাতিল কৰিলে ভাৰত চৰকাৰে
|
Assamese
|
২০ সৈনিকৰ মৃত্যুত চৰকাৰৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে প্ৰাক্তন সেনা বিষয়াসকলে
|
Assamese
|
প্ৰথমবাৰৰ বাবে ভাৰতনেপাল সীমান্তত সেনাবাহিনী নিয়োগ কৰাৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
|
Assamese
|
চীনে মুকলি কৰি দিলে ১০ গৰাকী ভাৰতীয় জোৱানক
|
Assamese
|
ভাৰতীয় ভূখণ্ডক সামৰি লোৱা নতুন বিতৰ্কিত মানচিত্ৰখন গৃহীত কৰিলে নেপালে
|
Assamese
|
লাডাখৰ ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছতো শান্তি আৰু বুজাপৰা সম্ভৱ চাইনা ডেইলীৰ দাবী
|
Assamese
|
লাডাখ সীমান্তত অৱশ্যম্ভাৱী যুদ্ধ ভাৰতীয় সেনাক সম্পূৰ্ণ স্বাধীনতা প্ৰদান নতুন দিল্লীৰ
|
Assamese
|
একপক্ষীয় সিদ্ধান্ত ললে পৰিণাম ভয়ংকৰ হব ভাৰতক সকীয়নি চীনৰ
|
Assamese
|
ছিকিমৰ নাকুলা সীমান্তত চীনা সৈন্যৰ সঞ্চালন সষ্টম ভাৰতীয় সৈন্যও
|
Assamese
|
শিৱসাগৰত চীনা পতাকা দাহ ঐক্য সেনা অসমৰ ভাৰতৰ বীৰ চহিদ সকললৈ শ্ৰদ্ধাঞ্জলি
|
Assamese
|
লাডাখৰ ভাৰতচীন সীমান্তৰ সংঘৰ্ষত ৪৩ জন চীনা সৈন্য নিহত
|
Assamese
|
সোমবাৰে নিশা কি ঘটিছিল লাডাখ সীমান্তৰ ভাৰতচীন সৈন্যৰ মাজত
|
Assamese
|
লাডাখ বিবাদ ৰাজনৈতিক আৰু কূটনৈতিকভাৱে সক্ৰিয় হোৱা উচিত ভাৰত মালিক
|
Assamese
|
লাডাখত তিনি ভাৰতীয় সৈন্যৰ মৃত্যু কংগ্ৰেছে কলে এয়া আশ্চৰ্যকজনক আৰু অগ্ৰহণীয়
|
Assamese
|
চীনে ১৯৯৩ ১৯৯৬ ২০১৩ৰ তিনিখন চুক্তি ভংগ কৰিছে
|
Assamese
|
৪৫ বছৰ পিছত সীমান্তত নিহত দুই দেশৰ সেনা সংঘৰ্ষৰ পিছত লাডাখৰ পৰিস্থিতি কেনে
|
Assamese
|
নেপালৰ নতুন বিতৰ্কিত মানচিত্ৰক লৈ অসন্তুষ্ট ভাৰতে নিজৰ প্ৰতিক্ৰিয়াত কি কলে
|
Assamese
|
উত্তপ্ত ভাৰতচীন সীমান্ত লাডাখত মুখামুখি সংঘৰ্ষত মৃত্যু কৰ্ণেলসহ দুই ভাৰতীয় জোৱান
|
Assamese
|
চীনত দ্বিতীয় পৰ্যায়ৰ কনা ভাইৰাছ বেইজিঙত তীব্ৰতৰ হৈছে কোভিড১৯ৰ সংক্ৰমণ
|
Assamese
|
লাডাখৰ পৰিস্থিতি কেনে উত্তেজনাৰ মাজতে সেনাৰ শীৰ্ষ বিষয়াৰে বৈঠক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
|
Assamese
|
লাডাখৰ ভাৰতচীন সীমান্তৰ পৰিস্থিতিৰ সম্পৰ্কত কি কলে স্থলসেনা প্ৰধান জেঃ মনোজ মুকন্দই
|
Assamese
|
চীনৰ বেইজিঙত আৰম্ভ হৈছে কৰনাৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণ উদ্বিগ্ন বিশ্ব
|
Assamese
|
ভাৰতনেপাল সীমান্তত নেপালী আৰক্ষীৰ গুলীত ভাৰতীয় কৃষকৰ মৃত্যু দুজন আঘাতপ্ৰাপ্ত
|
Assamese
|
সীমান্তত যুদ্ধংদেহি দুই দেশ সীমান্তৰ দুয়োপাৰে প্ৰস্তুত ভাৰতচীন সেনা
|
Assamese
|
ভাৰতে দখল কৰা নেপালৰ ভূমি আমি ঘুৰাই লম নেপালী প্ৰধান মন্ত্ৰী কে পি শৰ্মা অলি
|
Assamese
|
চীনৰ এপত একাউন্ট খোলা ভাৰত চৰকাৰৰ আত্মনিৰ্ভৰশীল হোৱাৰ আহ্বান ছচিয়েল মিডিয়াত চৰ্চা
|
Assamese
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.