text
stringlengths
1
2.59k
language
stringclasses
10 values
চীনত কনা ভাইৰাছৰ আতংক ভাৰতত সতৰ্কতা জাৰি স্বাস্থ্য বিভাগৰ
Assamese
মেঘালয়ত ৩ ফেব্ৰুৱাৰিৰ পৰা নৱম সম্প্ৰিতি শীৰ্ষক ভাৰতবাংলাদেশৰ যুটীয়া সামৰিক অনুশীলন
Assamese
দিল্লীক এন এছ চি এন আই এম সকীয়নিযুদ্ধ বিৰতি প্ৰত্যাহাৰহিংসাত্মক সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰাৰ ভাবুকি
Assamese
তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোমবাৰৰ পৰা পাংচুপাচ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ২০২০ আৰম্ভ
Assamese
ভাৰতে চীনা বি আৰ আই এৰিব নালাগেস্বামী
Assamese
ৰ প্ৰভাৱ পাকিস্তানত আততায়ীৰ গুলীত নিহত শিখ যুৱক দুদিন পূৰ্বে হৈছিল গুৰুদ্বাৰত আক্ৰমণ
Assamese
২২ জানুৱাৰিৰ পৰা বাংলাদেশত আৰম্ভ হব ইপাছপোৰ্ট সেৱা
Assamese
নিলাম হব ভাৰতবাংলা সীমান্তত জব্দ ১৬ কোটি টকাৰ গৰু
Assamese
কাৰ বিষয়ে দহটা বাক্য কওক ৰাহুল গান্ধীক প্ৰত্যাহ্বান জে পি নড্ডাৰ
Assamese
ধন্যবাদ মন্ত্ৰী মহোদয় আপুনি ব্ৰহ্মপুত্ৰ জলপথক হত্যা কৰিলে
Assamese
চীনত গৰ্ভস্থ কেঁচুৱাৰ জিনীয় সম্পাদনেৰে চাঞ্চল্য সৃষ্টি কৰা চিকিৎসাবিজ্ঞানীক কাৰাদণ্ড
Assamese
আমেৰিকাক চীনৰ মোক্ষম আঘাত স্বদেশলৈ ওভটাই আনিলে ১৬০০০ বৈজ্ঞানিকক
Assamese
ভাৰত সীমান্তত মোবাইল নেটৱৰ্ক বন্ধ কৰিলে বাংলাদেশে
Assamese
অসমৰ বিৰোধিতাৰ তাৎপৰ্য্য তথ্যৰে ব্যাখ্যা জাহ্নু বৰুৱাৰ
Assamese
মানৱীয় আইনপূৰ্ণ সমৰ্থনত বাংলাদেশী সংখ্যালঘু বিশ্ব সম্প্ৰদায়
Assamese
পশ্চিম বংগৰ মন্ত্ৰীক ভিছা দিবলৈ অস্বীকাৰ বাংলাদেশৰ
Assamese
পাকিস্তানৰ সৈতে নিৰপেক্ষ ভ্যেনুত টেষ্টত অংশ লোৱাৰ বাবে সাজু বাংলাদেশ
Assamese
ভাৰতত থকা বাংলাদেশীসকলে বিচাৰিলে ঘূৰাই নিব দেশখনে কলে বাংলাদেশৰ মন্ত্ৰীয়ে
Assamese
গ্ৰাহকৰ ধৰ্ম জানিব খুজিব পাৰে ভাৰতৰ বেংকে
Assamese
ভাৰতৰ পৰা অনুপ্ৰৱেশ ৰুধিবলৈ বাংলাদেশে অধিক কটকটীয়া কৰিছে সীমান্তৰ পহৰা
Assamese
অবৈধ বাংলাদেশীৰ তালিকা দিবলৈ ভাৰতক প্ৰত্যাহ্বান বাংলাদেশৰ
Assamese
ভাৰতৰ পদক্ষেপে বাংলাদেশত সংখ্যালঘুৰ ওপৰত নিৰ্য্যাতন বৃদ্ধি কৰিব বাংলাদেশত সংবাদমেলত হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদ
Assamese
নাগৰিকত্ব আইন অসমত কূটনীতিকৰ কনভয়ত আক্ৰমণৰ প্ৰতিবাদ বাংলাদেশৰ
Assamese
ৰক্তৰ আৰাধনা দেৱী পূজাৰ নামত এটা মন্দিৰত ৪৮ ঘণ্টাত বলি দিয়া হল ৩০ হাজাৰ পশু
Assamese
অভূতপূৰ্ব মেচ শূন্য ৰাণতে আউট ৯গৰাকী বেটছমেন দলৰ স্ক ৮ ৰাণ
Assamese
বাংলাদেশ প্ৰিমিয়াৰ লীগ বি পি এল উদ্বোধনী অনুষ্ঠানত অংশ লব চলমান খান আৰু কেটৰিনা কাইফে
Assamese
বি পি এলত চমক উদ্বোধনী অনুষ্ঠানত নৃত্য কৰিব ছালমানকেটৰিনাই
Assamese
পুৰুষৰ ভয়াবহ বলাৰে নোৱাৰা ৰেকর্ড গঢ়িলে নেপালৰ এইগৰাকী মহিলা বলাৰে
Assamese
শিক্ষয়িত্ৰীৰ হত্যাকাণ্ড মণিপুৰী বিদ্ৰোহীৰ শাস্তিৰ দাবীত উত্তাল ম্যানমাৰৰ ৰাজপথ
Assamese
অচিৰেই ভুটানৰ নতুন পৰ্য্যটন নীতি ভাৰতীয় পৰ্য্যটকে দিব লাগিব দৈনিক কৰ
Assamese
হিংসা বিয়পোৱাৰ অভিযোগত বাংলাদেশত দুগৰাকী বি এন পি নেতাক গ্ৰেপ্তাৰ
Assamese
ঢাকাৰ হোলি আৰ্টিছেন কেফেত আক্ৰমণৰ ঘটনাত ৭জন ইছলামিক সন্ত্ৰাসবাদীক মৃত্যুদণ্ড
Assamese
ভিছাৰ ম্যাদ উকলি যোৱাৰ পাছতো ভাৰতত জৰিমনাৰ সন্মুখীন এইগৰাকী বাংলাদেশী ক্ৰিকেটাৰ
Assamese
ম্যানমাৰত ৭ বছৰে শিবিৰত সীমিত জীৱন কটাইছে ৰহিঙীয়া মুছলমানে
Assamese
প্ৰথমখন পিংক বল টেষ্টত ভাৰতৰ বৃহৎ বিজয় গঢ়িলে ৰেকৰ্ড
Assamese
ভাৰত এৰিছে বাংলাদেশীয়ে যোৱা ২০ দিনত ১৮০ গৰাকীক গ্ৰেপ্তাৰ
Assamese
বাংলাদেশত আলফা স্বাধীনৰ বিশাল অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ
Assamese
৬১ গৰাকী বাংলাদেশীক লৈ উপস্থিত ৰেল কলকাতাত প্ৰতিবাদ
Assamese
পিংক বল টেষ্টত উত্তীৰ্ণ টীম ইণ্ডিয়া প্ৰথম ইনিংছত ৩৪৭ ৰান সংগ্ৰহ
Assamese
সশস্ত্ৰ বাহিনী দিৱসত চহিদক শ্ৰদ্ধাজ্ঞাপন বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনা আৰু ৰাষ্ট্ৰপতি আব্দুল হামিদৰ
Assamese
ভাৰতে ৰপ্তানি বন্ধ কৰাৰ পাছত বাংলাদেশত প্ৰতি কিলোগ্ৰাম পিয়াজৰ মূল্য ২৬০ টকালৈ বৃদ্ধি
Assamese
টুৱেণ্টি২০ত পৰিণত পিংক বল টেষ্ট মেচ ৩০ অভাৰত ১০৬ ৰানতে শেষ বাংলাদেশৰ প্ৰথম ইনিংছ
Assamese
শিলিগুৰিত বনৰৌ সহ পাঁচগৰাকী ভূটীয়া নাগৰিক গ্ৰেপ্তাৰ
Assamese
নেপালত চীনা ৰাষ্ট্ৰপতিৰ প্ৰতিমুৰ্তি দাহেৰে তীব্ৰ প্ৰতিবাদ
Assamese
ভাৰতীয় বেগী বলাৰৰ তাণ্ডৱত বাংলাদেশৰ ছত্ৰভংগ মাত্ৰ ১৫০ ৰাণত প্ৰথম ইনিংছৰ অন্ত
Assamese
কৰিমগঞ্জত বি এছ এফৰ হাতত সন্দেহযুক্ত বাংলাদেশী নাগৰিক আটক
Assamese
১৬টা মৃতদেহ উদ্ধাৰ বাংলাদেশত ভয়ংকৰ ট্ৰেইন ট্ৰাজিদি
Assamese
বেয়া দিনে লগ এৰা নাই ছাকিব উলৰ বুলবুলত বিধ্বস্ত তেওঁৰ হেঁপাহৰ কেঁকোৰাৰ পাম
Assamese
চীনত কালী উপাসনা
Assamese
সংকট বাঢ়িল অনিল আম্বানিৰ চীনৰ তিনিটা বেংকে কাষ চাপিছে আদালতৰ
Assamese
অসমৰ গোৰ্খাসকলৰ বিষয়ত মূৰ নঘমাবলৈ প্ৰৱাসী নেপালী সমাজক সকীয়নি ভাৰতীয় গোৰ্খা পৰিসংঘৰ
Assamese
কাণৰ বিষত ৰব পৰা নাছিল মানুহজন ওলাল কাণৰ ভিতৰত বাস কৰা প্ৰকাণ্ড পঁইতাচোৰা
Assamese
বৰ্ধিত শক্তিৰে ক্ৰমশ পশ্চিমবংগ অভিমুখে ঘূৰ্ণিবতাহ বুলবুল অসমতো প্ৰভাৱ পৰাৰ আশংকা
Assamese
ৰাজকোটত ইতিহাস সৃষ্টিৰ লক্ষ্যৰে আজি টীম ইণ্ডিয়াৰ সন্মুখত আত্মবিশ্বাসী বাংলাদেশ
Assamese
অষ্টম মৃত্যু বাৰ্ষিকীত সুধাকণ্ঠৰ স্মৃতিত বাংলাদেশত বৰ্ণাঢ্য অনুষ্ঠান
Assamese
দাম কমিল ৰ দুটা স্মাৰ্টফোনৰ নতুন দাম কিমান চাওক
Assamese
পাকিস্তানৰ পাছত ভাৰতৰ নতুন মানচিত্ৰক লৈ নেপালৰ বিৰোধিতা
Assamese
ভাৰতবাংলাদেশ সীমান্তত আৰক্ষী আৰু বি এছ এফৰ পৃথক অভিযানত ৪৯ টা গৰু উদ্ধাৰ
Assamese
ভূটীয়া চাঙত বিস্কুট চাহ খাই জীৱনৰ সঁচা অৰ্থ বিচাৰি পালে বিৰাট কোহলি আৰু অনুষ্কা শৰ্মাই
Assamese
ভাৰতৰ বিৰুদ্ধে খেলৰ পূৰ্বে দিল্লীৰ প্ৰদূষণক লৈ চিন্তিত বাংলাদেশী প্ৰশিক্ষক ডোমিংগো
Assamese
বাংলাদেশৰ চমকটী২০ত প্ৰথমবাৰৰ বাবে পৰাস্ত কৰিলে টীম ইণ্ডিয়াক
Assamese
৫০ খন চহৰত ৫ জি সেৱা আৰম্ভ ১.৭ জিবিৰ চলচ্চিত্ৰ ডাউনলোড হব মাত্ৰ ২ ছেকেণ্ডত
Assamese
ভূটানত বিৰাট কোহলীৰ জন্মদিন পালন কৰিব পত্নী অনুষ্কাই মুকলি মনেৰে সময় কটাইছে দুই তাৰকাই
Assamese
জম্মুকাশ্মীৰ প্ৰসংগত মন্তব্যৰ পাছতে চীনক চোকা প্ৰত্যুত্তৰ ভাৰতৰ
Assamese
চাকিবৰ নেতৃত্বতে ২০২৩ বিশ্বকাপৰ ফাইনেল খেলিব বাংলাদেশে আশাবাদী মোৰ্তাজা
Assamese
বাঙালীৰ মৃত্যু নমাইছে নাগৰিকত্ব বিধেয়কে বিৰুদ্ধে বাংলাদেশৰ হিন্দু মহাজোঁট
Assamese
দুবছৰলৈ নিষিদ্ধ বিশ্বৰ এক নম্বৰ অল ৰাউণ্ডাৰ চাকিব আল হাছান
Assamese
পৰ্য্যটনৰ বাবে বিশ্বৰ শ্ৰেষ্ঠ দহখন দেশৰ ভিতৰত শীৰ্ষত ভুটান
Assamese
নোবেল বিজয়ী ড০ য়ুনিছক ৭ নৱেম্বৰৰ ভিতৰত আত্মসমৰ্পনৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
Assamese
ছৰি ভুটান স্মাৰক স্তূপত উঠা ভাৰতীয়ৰ হৈ ক্ষমা বিচাৰিলে কেৰালাৰ বাইকাৰে
Assamese
ফুটবল চাম্বাৰ দেশ ব্ৰাজিল ফুৰিবলৈ এতিয়া আৰু ভিজাৰ প্ৰয়োজন নাই
Assamese
বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ ৰোষত চাকিব উল হাছান আইনী ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ
Assamese
গ্ৰেপ্তাৰ হোৱা হুজিৰ নেতা আটিকুল্লাহ বাংলাদেশলৈ আহিছিল পৃষ্ঠপোষক বিচাৰি বাংলাদেশ আৰক্ষী
Assamese
মহম্মদৰ বিৰুদ্ধে অশ্লীল মেছেজ দিয়া বিপ্লৱ কুমাৰ শুভ নামৰ একাউণ্টটো হেকড হৈছিল আৰক্ষী
Assamese
এটা ফেচবুক পষ্টক কেন্দ্ৰ কৰি বাংলাদেশত আৰক্ষীজনতাৰ সংঘৰ্ষ চাৰিজন লোক নিহত
Assamese
পৰ্য্যটকৰ অপেক্ষাত বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচেন
Assamese
বাংলা টাইগাৰ্ছৰ ধৰ্মঘট সংকটত ভাৰতবাংলাদেশৰ ক্ৰিকেট শৃংখলা
Assamese
চীনৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হল অসমীয়া পৰিচালক ৰীমা দাসৰ চুটি ছবি
Assamese
ফ্লেগ মিটিঙলৈ মাটি বাংলাদেশ ব্ডাৰ গাৰ্ডৰ গুলীচালনা চহিদ বি এছ এফৰ এজন জোৱান
Assamese
বিকাশৰ গতিত ভাৰতক পিছত এৰি থৈ যাব বাংলাদেশ নেপালেবিশ্ব বেংক
Assamese
বাংলাদেশৰ বিপক্ষে ভাৰতীয় ষ্ট্ৰাইকাৰক আক্ৰমণাত্মক খেল খেলাৰ পৰামৰ্শ বাইচুঙৰ
Assamese
মুছলমানৰ সাংস্কৃতিক ইতিহাস নিৰ্মূল কৰিবলৈ চীনে ধ্বংস কৰিছে উইঘুৰসকলৰ সমাধি
Assamese
বাংলাদেশৰ নোবেল বঁটাবিজয়ী অৰ্থনীতিবিদ মুহাম্মদ য়ুনুচৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা
Assamese
ফিফা বিশ্বকাপ আৰু এছিয়া কাপৰ কোৱালিফায়িং ভাৰত আৰু বাংলাদেশৰ খেল ড্ৰ ৰূপে সামৰণি
Assamese
ম্যানমাৰৰ য়াংগোন বিশ্ববিদ্যালয়ত হিন্দী ভাষা শিক্ষাৰ আনুষ্ঠানিক আৰম্ভণি
Assamese
সৃষ্ট ৰাষ্ট্ৰহীনতাৰ শংকা অতি শীঘ্ৰে দূৰ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ আহ্বান
Assamese
বাংলাদেশত দুৰ্গা পূজাৰ সংখ্যাই অতিক্ৰম কৰিলে যোৱা বছৰৰ অভিলেখ
Assamese
শাৰদীয় দুৰ্গা পূজাৰ বতৰত বাংলাদেশৰ পৰা আহিছে ৫০০ টনৰো অধিক ইলিছ মাছ
Assamese
মোদীহাছিনাৰ বৈঠক এন আৰ চি প্ৰসংগ তুলিলে হাছিনাইহে প্ৰক্ৰিয়াটো চলিহে আছে বুলি ভাৰতৰ উত্তৰ
Assamese
ভাৰতবাংলাদেশৰ মাজত সম্পৰ্ক বৃদ্ধিৰ লক্ষ্যৰে মোদীহাছিনাই উদ্বোধন কৰিব তিনিটা প্ৰকল্প
Assamese
এন আৰ চিক লৈ শংকিত নহব মোদীৰ সৈতে আলোচনা কৰক বাংলাদেশৰ প্ৰধান মন্ত্ৰী
Assamese
লাদেন ঘনিষ্ঠকে ধৰি হুজিৰ তিনি শীৰ্ষ নেতা জালত ঢাকা
Assamese
গুৱাহাটীৰ বিমান বন্দৰত প্ৰীপেইদ টেক্সি সেৱা আৰম্ভ উ.পূবৰ লগতে ভুটানকো সামৰিব
Assamese
মুছলমানসকলৰ কিডনিলিভাৰ কাঢ়ি নিছে চীনে ৰাষ্ট্ৰসংঘত অভিযোগ স্বেচ্ছাসেৱী সংস্থাৰ
Assamese
চীনৰ হাতত বিশ্বৰ আটাইতকৈ শক্তিশালী মিছাইল ৩০ মিনিটতে আঘাত হানিব আমেৰিকাত
Assamese
টি২০ ক্ৰিকেটত নেপালৰ অধিনায়কে গঢ়িলে নতুন বিশ্ব ৰেকৰ্ড
Assamese
ভুটানত ভাৰতীয় সেনাৰ হেলিকপ্তাৰ দুৰ্ঘটনা দুজন থিতাতে নিহত
Assamese
যোৰহাটত অলক্ষিত বাংলাদেশৰ জন্মদাত্ৰী ৰণপক্ষী
Assamese
ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্য্যালয়ত বাংলাদেশৰ প্ৰধান মন্ত্ৰীকে ধৰি ভালেকেইখন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ মহাত্মা গান্ধীলৈ শ্ৰদ্ধা অৰ্পন
Assamese
নোবেল বিজয়ী অৰ্থনীতিবিদে কলেভাৰতৰ অৱস্থা অস্থিৰ বিনিয়োগকাৰীক ভৰসা দিয়াটো জৰুৰী
Assamese