text
stringlengths 1
2.59k
⌀ | language
stringclasses 10
values |
---|---|
এজনো গোৰ্খা বিদেশী ন্যায়াধিকৰণলৈ নাযায়গুৱাহাটীত ঘোষণা বিজিপিৰ
|
Assamese
|
অচিৰেই বাংলাদেশ হৈ কলকাতাৰ পৰা অসমলৈ চলিব ৰেল
|
Assamese
|
ধুনীয়া ছোৱালী পৰৱৰ্তী দালাই লামা হব ব্যস্ত চীন এমেৰিকা
|
Assamese
|
২০২২ চনত মহাকাশলৈ মহাকাশচাৰী পঠোৱাৰ পৰিকল্পনা পাকিস্তানৰ চীনে কৰিব সহায়
|
Assamese
|
৫৫ সংখ্যক জন্মদিনত নিজে প্ৰতিষ্ঠা কৰা আলিবাবা অধ্যক্ষ পদৰ পৰা ইস্তফা জেক মাৰ
|
Assamese
|
বাংলাদেশে সীমান্তত নিচিহ্ন কৰিলে পাকিস্তানৰ নাম এফালৰ পৰা মছিলে পাকিস্তান শব্দ
|
Assamese
|
অক্টোবৰত বাংলাদেশৰ প্ৰধান মন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত আলোচনাৰ মুখ্য বিষয় হব এন আৰ চি
|
Assamese
|
অৰুণাচল প্ৰদেশত হিমবিজয়ত নামিব ১৫ হাজাৰ ভাৰতীয় সেনা
|
Assamese
|
বাংলাদেশভাৰতভুটাননেপাল যানবাহন চুক্তিয়ে সমৃদ্ধ কৰিব অৰ্থনীতি
|
Assamese
|
ঐতিহাসিক একমাত্ৰ টেষ্টত আফগানিস্তানৰ হাতত ২২৪ ৰাণৰ বিশাল ব্যৱধানত বিধ্বস্ত বাংলাদেশ
|
Assamese
|
অৰুণাচল প্ৰদেশত চীনা সৈন্যগুৰুত্বপূৰ্ণ বিবৃতি জাৰি ভাৰতীয় সেনাৰ
|
Assamese
|
ডিজেলতকৈ গাখীৰৰ দাম বেছি পাকিস্তানত
|
Assamese
|
বাংলাদেশত ইছলামিক ষ্টেটৰ কূটাঘাতত দুগৰাকী আৰক্ষী জোৱান আঘাতপ্ৰাপ্ত
|
Assamese
|
১৯ লাখৰ মাজত বাংলাদেশী নাই
|
Assamese
|
নাগ্ৰীজুলিত টিঘিলঘিলাই থকা বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ
|
Assamese
|
সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ দি ভাৰতৰ বিৰুদ্ধে ৰোহিংগ্যাক উচটাইছে পাকিস্তানে
|
Assamese
|
মোদীক গালি পাৰোঁতেই গাত কাৰেণ্ট লাগিল পাক মন্ত্ৰীৰ
|
Assamese
|
মংলা বন্দৰ ব্যৱহাৰ সন্দৰ্ভত ভাৰতবাংলাদেশৰ দ্বিপাক্ষিক সহযোগিতাৰ চুক্তি স্বাক্ষৰ
|
Assamese
|
তিনিচুকীয়াৰ কাষৰীয়া অৰুণাচল প্ৰদেশত ধাৰাবাহিকভাৱে আটক ড্ৰাগ সৰবৰাহকাৰী
|
Assamese
|
ভিডিঅ এপৰ সহায়েৰে চীনৰ অৱদমিত মুছলমানৰ অভিনৱ প্ৰতিবাদ
|
Assamese
|
ভাৰতক পৰমাণু আক্ৰমণৰ হুংকাৰ দিয়া পাকিস্তানৰ ৰেইল মন্ত্ৰীয়ে লণ্ডনত খালে পিটন
|
Assamese
|
চীনত চুৰিত লিপ্ত অসমৰ বিশিষ্ট শিক্ষাবিদডিব্ৰুগড় বিশ্ববি.ৰ উপাচাৰ্য্যৰ প্ৰতিক্ৰিয়া
|
Assamese
|
স্মাৰ্ট পেট্ৰল নেপালৰ ৰাষ্ট্ৰীয় উদ্যানে গঁড় সংৰক্ষণৰ বাবে মুকলি কৰিলে নতুন এপ
|
Assamese
|
এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া ভাৰতৰ আভ্যন্তৰীণ বিষয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ
|
Assamese
|
এদিন ভূটানৰ বিজ্ঞানীয়েও ছেটেলাইট বনাব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী
|
Assamese
|
প্ৰধান মন্ত্ৰী মোদীৰ ভূটান ভ্ৰমণ ১০ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
|
Assamese
|
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী
|
Assamese
|
ভুৱা আধাৰ কাৰ্ডৰ সহায়ত ভাৰতত প্ৰৱেশ কৰা ছয়গৰাকী ৰহিংগিয়াক আটক
|
Assamese
|
সন্মুখত স্বাধীনতা দিৱস ভাৰতবাংলা সীমান্তত সষ্টম বি এছ এফ
|
Assamese
|
বাংলাদেশী অবৈধ অনুপ্ৰৱেশক লৈ উদ্বিগ্ন ভাৰত গৃহ মন্ত্ৰী পৰ্য্যায়ৰ বৈঠকত উত্থাপন
|
Assamese
|
অহা সপ্তাহৰ পৰা পুনৰ আৰম্ভ হব বাংলাদেশৰ পৰা ৰোহিংগ্যাৰ প্ৰত্যাৱৰ্তন
|
Assamese
|
এন এছ চি এনৰ অধ্যক্ষই কি কৈছিল নাগাই ভাৰতক ভয় নকৰে উত্তৰপূব নৃগোষ্ঠীয় লোকৰ আৰু সদায়ে তেওঁলোকৰে হৈ থাকিব
|
Assamese
|
লাডাখক পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল কৰাকলৈ চীনৰ আপত্তি কলে লাডাখ আমাৰহে
|
Assamese
|
তচলিমা নাচৰিনৰ স্তনকেইটা ডাঙৰ বুলি মন্তব্য কৰিছিল জমেটকাণ্ড চৰ্চিত যুৱকে
|
Assamese
|
চীনত মানুহ আৰু বান্দৰৰ খচ্চৰ
|
Assamese
|
যন্ত্ৰণাহীন আত্মহত্যাৰ উপায় দি সমালোচিত বাংলা লেখিকা তচলিমা নাচৰিন
|
Assamese
|
ম্যানমাৰত আৰাকান আৰ্মিৰ গাঁৱবাসীক মুক্তিৰ বিতৰ্কিত প্ৰসংগ
|
Assamese
|
কাৰাগাৰত বন্দী হৈ থকা ৩০ জন বাংলাদেশীক আজি স্বদেশলৈ প্ৰত্যৰ্পণ
|
Assamese
|
ভাৰতবাংলা সীমান্ত বেৰাৰ দুঃশ্চিন্তা এৰি ভোট দিব পাৰিব ২১ৰ নিৰ্বাচনত
|
Assamese
|
সাৱধান আজি ৩.৩০ বজাত পুনৰ এৰা হব ভূটানৰ কুৰিশ্বু বান্ধৰ পানী
|
Assamese
|
আলফাস্বাঃলৈ বিপদ সংকেত প্ৰথমবাৰৰ বাবে স্বাক্ষৰ ভাৰতম্যানমাৰ প্ৰতিৰক্ষা চুক্তি
|
Assamese
|
৬৫০০০০০ টকা এবটলৰ দাম পৃথিৱীৰ আটাইতকৈ দামী পানীবোৰৰ বিষয়ে
|
Assamese
|
ভাৰতবাংলা সীমান্ত এৰিবলৈ অস্বীকাৰ ১২ জন ৰোহিংগ্যা শৰণাৰ্থীৰ
|
Assamese
|
দেশৰ মৰ্যাদা হানি দেশদ্ৰোহৰ গোচৰৰ সন্মুখীন বাংলাদেশৰ হিন্দু মহিলা কৰ্মী
|
Assamese
|
দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰাৰ লক্ষ্যৰে ভূটান ভ্ৰমণ কৰিব প্ৰধান মন্ত্ৰী মোডীয়ে
|
Assamese
|
মেঘালয়ৰ উমৰৈত অনুষ্ঠিত হব ভাৰত আৰু চীনৰ যৌথ সামৰিক অনুশীলন
|
Assamese
|
প্রথমবাৰৰ বাবে অসমত এন আৰ চি প্ৰকাশকলৈ আশংকা ব্যক্ত কৰিছে বাংলাদেশে
|
Assamese
|
টিক টক হেললৈ জাননী প্ৰেৰণ বন্ধ কৰাৰ সকীয়নি ভাৰত চৰকাৰৰ
|
Assamese
|
বদৌচা কাপ২২ ছেপ্তেম্বৰৰ পৰা অসমতে চাওক বিদেশী ক্লাবৰ ফুটবল
|
Assamese
|
দ্বিতীয়জন ভাল বেগী বলাৰৰ অভাৱে বাংলাদেশৰ বিশ্বকাপত পৰাজয়ৰ মূল কাৰণ আখ্যা দিলে ছোৱেইব আখতাৰে
|
Assamese
|
বাংলাদেশী চোৰাং গৰু বেপাৰীৰ দলবদ্ধ আক্ৰমণত হাত ছিগিল বি এছ এফ জোৱানৰ
|
Assamese
|
বাংলাদেশৰ বিৰুদ্ধে এটাও বল নেখেলাকৈয়ে বিশ্বকাপৰ পৰা বাহিৰ হৈ যাব পাকিস্তান কেনেকৈ
|
Assamese
|
ছেমিফাইনেল প্ৰৱেশত ব্যৰ্থ হলেও বাংলাদেশী চাকিবে গঢ়িলে এক অনবদ্য ৰেকৰ্ড
|
Assamese
|
কবিগুৰু ৰবীন্দ্ৰনাথক সুঁৱৰি ক্ৰিকেটৰ মহাৰণত ভাৰতবাংলাদেশ
|
Assamese
|
ৰোহিত শৰ্মাৰ শতৰাণ বাংলাদেশৰ সন্মুখত জয়ৰ বাবে ৩১৫ ৰাণৰ লক্ষ্য
|
Assamese
|
গুৱাহাটী আৰু ঢাকাৰ মাজত আৰম্ভ হল আন্তৰ্জাতিক বিমান সেৱা ফ্লেগ অফ কৰিলে মুখ্য মন্ত্ৰী সোণোৱালে
|
Assamese
|
ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়ে উজ্জ্বীৱিত কৰিছে বাংলাদেশক
|
Assamese
|
৫ জুলাইত দেশৰ লগতে অসমৰ ছবিগৃহত মুক্তি পাব নেপালী চলচ্চিত্ৰ আপ্পা
|
Assamese
|
ব্যৱসায়বাণিজ্য সম্প্ৰসাৰণৰ উদ্দেশ্যে বাংলাদেশম্যানমাৰ ভ্ৰমণ কৰিব অসমৰ ৩০ জনীয়া প্ৰতিনিধি দলে
|
Assamese
|
আজি বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ বিজয় কামনা কৰিছে পাকিস্তানীবাংলাদেশীয়ে কিন্তু কিয়
|
Assamese
|
টপ ফৰ্মত থকা চাকিবৰ মন্তব্য ভাৰতক পৰাস্ত কৰিব পৰা ক্ষমতা আছে বাংলাদেশৰ
|
Assamese
|
অপ্ৰতিৰোধ্য বাংলাদেশী চাকিব অদমনীয় প্ৰদৰ্শনেৰে বিশ্বকাপত ৰচিলে অনন্য অভিলেখ
|
Assamese
|
চিকিৎসাৰ বাবে মাতি আনি বাংলাদেশী যুৱতীক ধৰ্ষণৰ অপচেষ্টা যুৱকৰ লুটিলে ধনসোণ আঅলংকাৰ
|
Assamese
|
গুৱাহাটীৰ পৰা চীনলৈ চলিছে দুষ্প্ৰাপ্য বনৰৌৰ চোৰাং বেহা
|
Assamese
|
ভাৰত নহয় ভূটানৰ মুদ্ৰা আৰু মোবাইল নেটৱৰ্কেৰে চলে অসমৰ দুখন গাঁও
|
Assamese
|
চীনত সংকটৰ সন্ধিক্ষণত ইছলাম ভাঙি পেলোৱা হৈছে মছজিদ
|
Assamese
|
চাৰি বছৰ আগতে মৃত বুলি শেষকৃত্য সম্পন্ন কৰা অসমৰ মহিলা উদ্ধাৰ বাংলাদেশৰ ৰাজপথত
|
Assamese
|
সলনি হল বাংলাদেশী কয়দীৰ ব্ৰেকফাষ্টৰ মেনু
|
Assamese
|
অভিনেতা দিলীপ কুমাৰ দাসলৈ ড০ এ পি জে আব্দুল কালাম ৰাষ্ট্ৰীয় বঁটা
|
Assamese
|
বৃহৎ স্ক কৰিও বাংলাদেশৰ সন্মুখত আত্মসমৰ্পণ ৱেষ্ট ইণ্ডিজৰ
|
Assamese
|
বাংলাদেশৰ প্ৰথমটো মহিলা পপ বেণ্ড লেইজফিটাই তুলিছে খলকনি
|
Assamese
|
ভূটীয়া প্ৰধান মন্ত্ৰীৰ আমন্ত্ৰণত অতি সোনকালে ভূটান ভ্ৰমণলৈ যাব নৰেন্দ্ৰ মোদী
|
Assamese
|
ভূটানৰ ৰাণীৰ জন্মদিনত শুভেচ্ছাৰে উপচাই দিলে কোনে
|
Assamese
|
দেউতাকে নেপালত বন্ধকত থৈ অহা অসমৰ শিশু ঘৰ ওলালহি
|
Assamese
|
পৰেশ বৰুৱাৰ নতুন অৱস্থান চীনৰ দিহং আৰু ৰুইলিৰ মাজত
|
Assamese
|
বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তীত অংশগ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ভাৰতে
|
Assamese
|
কাৰাগাৰত বন্দী দুজন ভাৰতীয়ক মুকলি কৰি দিলে বাংলাদেশে
|
Assamese
|
আলফাস্বাধীনৰ মূল অস্ত্ৰ যোগনিয়াৰ বাৰ্মিজ ইউ দব্লিউ এচ এ
|
Assamese
|
মোদীৰ শপতগ্ৰহণ ভাৰতীয় মিদিয়াৰ মূঢ়তাক ককৰ্থনা ভূতপূৰ্ব ভুটীয়া প্ৰধান মন্ত্ৰীৰ
|
Assamese
|
মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত এইবাৰো উপস্থিত নাথকিব বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনা
|
Assamese
|
আৰক্ষীৰ কৱলৰ পৰা পলাল বাংলাদেশী নাগৰিক
|
Assamese
|
ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিল কাঠমাণ্ডু ৪জন নিহত
|
Assamese
|
বাংলাদেশৰ কক্স বজাৰত চীনা চাবমেিন ঘাটি
|
Assamese
|
নাগৰিকত্ব বিধেয়কক লৈ আগবাঢ়িব বিজেপিবিজয়ৰ পিছতে দৃঢ় মন্তব্য হিমন্ত বিশ্বৰ
|
Assamese
|
বিদেশে আৰ্হি গ্ৰহণ কৰিবলৈ ওলাইছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ
|
Assamese
|
ইছলামাবাদঢাকাৰ মাজত তুংগত কূটনৈতিক উত্তেজনা ভিজা বন্ধ পাকিস্তানীৰ
|
Assamese
|
নিৰুদ্দিষ্ট বাংলাদেশীৰ ঠিকনা অসমৰ কাৰাগাৰ
|
Assamese
|
খিলঞ্জীয়া বিৰোধী ভাইৰাচ ৰমিঅ লিংদক হত্যা এইচ এন এল চিৰ
|
Assamese
|
মাছ ধৰাত নিষেধাজ্ঞা বাংলাদেশ কঠোৰ হোৱাৰ বিপৰীতে অসমত ফাইলতে সীমাবদ্ধ নিৰ্দেশনা
|
Assamese
|
অনলাইন খাপ পতাৰ দিন গল এতিয়া মবাইল কিনক এম আই কিয়স্কত
|
Assamese
|
খৰধৰ কৰক দিনে ১ লাখকৈ টকাৰ অফাৰ টিক টকৰ অসমৰ বাবেও মুকলি
|
Assamese
|
একেৰাহে ১২৬ ঘণ্টা নৃত্য কৰি নেপালৰ কিশোৰীৰ বিশ্ব অভিলেখ
|
Assamese
|
বাংলাদেশীতকৈ আগতে ভাৰত আগমন বি টিভিৰ
|
Assamese
|
দৰিদ্ৰ অসমীয়াক বাংলাদেশী জেলত পচিবলৈ কিয় দিছে চৰকাৰে
|
Assamese
|
অসমৰ বাবে সম্ভাৱনা কঢ়িয়াই সামৰণি পৰিল নৱম বাংলাদেশ ভ্ৰমণ আৰু পৰ্যটন সমাৰোহ২০১৯
|
Assamese
|
বাংলাদেশৰ শীৰ্ষ মানৱাধিকাৰ কৰ্মীক মৃত্যুৰ ভাবুকি
|
Assamese
|
নেপালে এভাৰেষ্টত পৰিস্কাৰ কৰিলে ৩০০০ কেজি আবৰ্জনা
|
Assamese
|
ভয়াৱহ গতিত অসম অভিমুখী ফেনি বংগোপ সাগৰত শক্তিবৃদ্ধি শনিবাৰে হব প্ৰচণ্ড বৰষুণ
|
Assamese
|
ৰাখাইন প্ৰদেশত ম্যানমাৰ সেনাই গুলীয়াই নিহত কৰিলে ৬ জন নিৰস্ত্ৰ কাৰাবন্দীক
|
Assamese
|
শান্তি আলোচনা অগ্ৰাহ্য মেগেনৰ গণভোটৰ দাবী
|
Assamese
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.