text
stringlengths 1
2.59k
⌀ | language
stringclasses 10
values |
---|---|
শৰণাৰ্থীৰ সমস্যাৰ স্থায়ী নিষ্পত্তিৰ দাবী নেপালস্থিত ভুটীয়া শৰণাৰ্থী প্ৰতিনিধিৰ
|
Assamese
|
প্ৰেছিডেন্সিয়েল কাপ বেছবল প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতনেপাল
|
Assamese
|
পৰিবহন চুক্তি পুণৰীক্ষণৰ বৈঠকত বহিল ভাৰত নেপাল
|
Assamese
|
চীনৰ খাদ্য আৰু কৃষি সংস্থাৰ চাহ সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতে
|
Assamese
|
ভূটানত ৰাষ্ট্ৰীয় পৰিষদৰ নিৰ্বাচন সম্পন্ন ডেকা শক্তিৰ চমকপ্ৰদ উত্থান
|
Assamese
|
ব্রহ্মপুত্রৰ তথ্য আদানপ্ৰদান কৰিবলৈ সন্মত ৰঙা চীনঃ সুষমা স্বৰাজ
|
Assamese
|
ৰয়টাৰৰ দুই সাংবাদিকৰ বিৰুদ্ধে থকা গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ ম্যানমাৰৰ বিচাৰকৰ
|
Assamese
|
পাঞ্চেশ্বৰ জলবিদ্যুৎ প্ৰকল্পৰ ওপৰত আলোচনা পুনৰ আৰম্ভ কৰিব ভাৰতে
|
Assamese
|
ৰহিঙীয়া শৰণাৰ্থীৰ অৱস্থাৰ বুজ লবলৈ বাংলাদেশ ম্যানমাৰ ভ্ৰমণ কৰিব নিৰাপত্তা পৰিষদৰ ৰাষ্ট্ৰদূতে
|
Assamese
|
বাংলাদেশ ভ্ৰমণ কৰা ভাৰতীয় সাংবাদিকৰ দলে আহৰণ কৰিলে সীমান্ত ব্যৱস্থাপনাৰ প্ৰাথমিক তথ্য
|
Assamese
|
বাংলাদেশৰ ঢাকাত পৰিৱেশিত হব অসমৰ সত্ৰীয়া নৃত্য
|
Assamese
|
ঢাকাত ভাৰতবাংলা বিদেশ সচিব পৰ্যায়ৰ দ্বিপাক্ষিক আলোচনা
|
Assamese
|
জনবসতিহীন দ্বীপলৈ ৰহিঙীয়া শৰণাৰ্থী স্থানান্তৰ কৰিব বাংলাদেশে
|
Assamese
|
বাংলাদেশৰ ৬৭৫ জন শৰণাৰ্থীক গ্ৰহণ কৰিবলৈ প্ৰস্তুত ম্যানমাৰ
|
Assamese
|
ৰঙা চীনক ৰুধিবলৈ নাছাইছৰ নতুন অভিযানমিছন ব্ৰহ্মপুত্ৰ
|
Assamese
|
বিশ্বৰ সবাতোকৈ দীঘল সমুদ্ৰ দলং মুকলিৰ বাবে সাজু চীন
|
Assamese
|
নকল কৰাত অসুবিধা নেপালত আৰক্ষীৰ উপস্থিতিতে পৰীক্ষাৰ্থীয়ে ভাঙিলে চি চি টি ভি কেমেৰা
|
Assamese
|
দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো বিদেশ ভ্ৰমণতে অহা শুকুৰবাৰে ভাৰতলৈ আহিব নেপালৰ প্ৰধান মন্ত্ৰী অলী
|
Assamese
|
৭৩ সংখ্যক ম্যানমাৰ সেনা দিৱস উপলক্ষে ভাৰতম্যানমাৰ সেনা বাহিনীৰ বৈঠক
|
Assamese
|
বহু হাজাৰ ৰহিঙীয়াৰ মাজৰ মাত্ৰ কেইশ মানৰহে প্ৰত্যাৱৰ্তনত অনুমোদন ম্যানমাৰৰ
|
Assamese
|
বাংলাদেশৰ সাহিত্য আৰু সংস্কৃতিৰ শীৰ্ষ সন্মিলনত মেঘালয়ৰ দুগৰাকী কবিক সম্বৰ্ধনা
|
Assamese
|
খ্ৰীষ্টধৰ্মীয় উৎসৱ ইষ্টাৰৰ পূৰ্বেই ঘৃণা অন্যায় নৃগোষ্ঠীয় সংঘাত এৰাৰ বাবে দেশবাসীক আহ্বান ম্যানমাৰৰ কেথলিক কাৰ্দিনেল চাৰ্লছ ব
|
Assamese
|
ভাৰতৰ সৈতে ব্ৰহ্মপুত্ৰ সম্পৰ্কীয় তথ্য আদান প্ৰদানত চীনৰ সন্মতি
|
Assamese
|
ভাৰতভূটানৰ কূটনৈতিক সম্পৰ্কৰ সোণালী জয়ন্তী উপলক্ষে পালন অসম উৎসৱ
|
Assamese
|
বাংলাদেশৰ মুক্তিযোদ্ধা বীৰ প্ৰতীক কাকন বিবিৰ পৰলোকপ্ৰাপ্তি
|
Assamese
|
এপ্ৰিলত ভাৰত ভ্ৰমণলৈ আহিব নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অলী
|
Assamese
|
আৰম্ভ হোৱাৰ ৫ মাহ পিছতেই বন্ধ কৰিবলগীয়া হল ভূটানৰ ৰিগনে মহাবিদ্যালয়
|
Assamese
|
ম্যানমাৰৰ নিম্ন সদনৰ অধ্যক্ষ উ উইন মিণ্টৰ পদত্যাগ
|
Assamese
|
ৰাষ্ট্ৰপতিৰ পৰিৱৰ্তনে ৰাজনৈতিক পৰিস্থিতিত কোনো প্ৰভাৱ নেপেলায় ইউ এছ ডি পি
|
Assamese
|
মহাকাশলৈ প্রথমটো উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ভূটান
|
Assamese
|
ম্যানমাৰৰ পৰা চাউল সংগ্ৰহত শক্তিশালী সংগ্ৰাহক লবি দৃঢ় বাধাই দলিয়াই পেলাইছে এক্ট ইষ্ট নীতিকে
|
Assamese
|
ইতিহাস সৃষ্টি নেপাল ক্ৰিকেট দলৰ পাপুৱা নিউ গিনিক পৰাস্ত কৰি আন্তঃৰাষ্ট্ৰীয় এদিনীয়া দলৰ মৰ্য্যাদা অৰ্জন
|
Assamese
|
মালয়েছিয়া আৰক্ষীৰ জালত ২৮ বাংলাদেশী নাগৰিক
|
Assamese
|
কাঠমাণ্ডুৰ বিমান বন্দৰত অৱতৰণৰ সময়তে ধ্বংস হল ইউ এছবাংলা এয়াৰলাইনছৰ বিমান ৫০জন নিহত ২০জন আহত
|
Assamese
|
ৰাখিনেৰ হিংসাত্মক ঘটনাত ভগনীয়া হোৱা লোকৰ সংখ্যা ৫ লাখ প্ৰথমবাৰলৈ ঘোষণা ম্যানমাৰৰ
|
Assamese
|
অসমবাংলাদেশ সীমান্তত বৃদ্ধি চোৰাং সৰবৰাহ আইনশৃংখলা পৰিস্থিতি উন্নত হোৱা বুলি কৰা কেন্দ্ৰৰ দাবী অসাৰ প্ৰতিপন্ন
|
Assamese
|
গুৱাহাটীত উপস্থিত বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ আব্দুল হামিদ দৰ্শন কৰিলে কামাখ্যা মন্দিৰ
|
Assamese
|
কৃষ্ণ বাহাদুৰ মহৰা নেপাল সংসদ ভৱনৰ নতুন অধ্যক্ষ
|
Assamese
|
বাংলাদেশম্যানমাৰ সীমান্তত হাতীৰ গচকত প্ৰাণ হেৰুৱালে কমেও ১০জন ৰহিংগীয়া শৰণাৰ্থীয়ে
|
Assamese
|
অসম মেঘালয় ভ্ৰমণ সামৰি নতুন দিল্লীলৈ বাংলাদেশী মুক্তিযোদ্ধা তথা ৰাষ্ট্ৰপতি মঃ আব্দুল হামিদ
|
Assamese
|
শিশু শ্ৰমিকক নিৰাপত্তা দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব ম্যানমাৰ চৰকাৰে
|
Assamese
|
আজি গুৱাহাটীলৈ আহিব বাংলাদেশৰ ৰাষ্ট্ৰপতি মোঃ আব্দুল হামিদ
|
Assamese
|
ডোকলামত চীনে বৃদ্ধি কৰি আছে সামৰিক আন্তঃগাঁথনিৰ নিৰ্মাণৰ কাম
|
Assamese
|
৮ মাৰ্চত গুৱাহাটীলৈ আহিব বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ
|
Assamese
|
বাংলাদেশৰ অধ্যাপক তথা ধৰ্মনিৰপেক্ষ লিখকক বিশ্ববিদ্যালয়ত আক্ৰমণ
|
Assamese
|
কম্বডিয়া আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হব ভূটানৰ ১০খন চলচ্চিত্ৰ
|
Assamese
|
নাগালেণ্ডৰ মন জিলাৰ ম্যানমাৰ সীমান্তৱৰ্তী এলেকাত তিনি মাহৰ বাবে জাৰি নৈশ সান্ধ্য আইন
|
Assamese
|
চীনৰ সৈতে বৰ্দ্ধিত সম্পৰ্কক লৈ ভাৰতক চিন্তিত নহবলৈ আহ্বান বাংলাদেশৰ
|
Assamese
|
ম্যানমাৰক সীমান্তৰ পৰা শীঘ্ৰে সেনা প্ৰত্যাহাৰৰ আহ্বান বাংলাদেশৰ
|
Assamese
|
অতীজৰ পৰা ভূটানৰ সৈতে ভাৰতৰ এক সুসম্পৰ্ক আছেসুষমা স্বৰাজ
|
Assamese
|
নাগৰিকত্ব আৰু নিৰাপত্তাৰ নিশ্চয়তা অবিহনে ম্যানমাৰলৈ উভতি নাযায় ৰহিঙিয়া শৰণাৰ্থী
|
Assamese
|
জুনৰ পৰা বাংলাদেশলৈ দুগুন হাৰত বিদ্যুৎ যোগান ধৰিব ভাৰতে
|
Assamese
|
ভাৰতীয় সেনাৰ মুৰব্বী বিপিন ৰাৱাট ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাই গোপনে ভ্ৰমণ কৰি গল ভূটান
|
Assamese
|
সমৃদ্ধিশালী আৰু শান্তিৰ নেপাল নিৰ্মাণ কৰাৰ এয়া এক ঐতিহাসিক সময়কে পি শৰ্মা অলি
|
Assamese
|
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক দুৰ্নীতিৰ গোচৰত ৫ বছৰৰ কাৰাদণ্ড
|
Assamese
|
২ মেৰ পৰা নেপালত অনুষ্ঠিত হব জলসিঞ্চন আৰু জলনিষ্কাশন সম্পৰ্কীয় এছিয়ান আঞ্চলিক সন্মিলন
|
Assamese
|
বাংলাদেশত আলফা স্বা স্থিতি বনাঞ্চলৰ বাংকাৰত ৰকেটকে ধৰি মাৰণাস্ত্ৰ উদ্ধাৰ
|
Assamese
|
ম্যানমাৰ সীমান্তত সংস্থাপিত লেণ্ডমাইন বিস্ফোৰণত দুয়োখন ভৰি হেৰুৱালে বাংলাদেশৰ এজন খেতিয়কে
|
Assamese
|
উত্তৰপূবৰ লগত ব্যৱসায় কৰিবৰ বাবে আগ্ৰহী বাংলাদেশৰ ব্যৱসায়ী
|
Assamese
|
অৰুণাচল প্ৰদেশৰ সীমাৰ ভিতৰত চীনৰ পথ নিৰ্মাণৰ চেষ্টাক ব্যৰ্থ কৰিলে ভাৰতীয় সেনাই
|
Assamese
|
বৰ্ধিত গাড়ীৰ সংখ্যাই ভূটানৰ পৰিৱেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে
|
Assamese
|
আজিৰে পৰা গুৱাহাটীত মুকলি হব ভূটানৰ বাণিজ্যদূত প্ৰধানৰ কাৰ্যালয়
|
Assamese
|
এইচ আই ভিত মৃত্যুৰ ক্ষেত্ৰত এছিয়াৰ ভিতৰত পঞ্চম নৱম আৰু দশম স্থানত আছে ক্ৰমে ম্যানমাৰ নেপাল আৰু বাংলাদেশ
|
Assamese
|
ৰাখাইনলৈ উভতি যোৱাটো সুৰক্ষিত বুলি বিশ্বাস নকৰে ৰহিংগিয়াসকলে ইউনিচেফ
|
Assamese
|
ৰহিঙীয়া শৰণাৰ্থীক সমৰ্থনেৰে ম্যানমাৰ অপেন নেখেলাৰ সিদ্ধান্ত বাংলাদেশী গল্ফাৰৰ
|
Assamese
|
ভাৰতনেপাল সীমান্তৰ নিৰপেক্ষ অঞ্চলত ভাৰতে নিৰ্মাণ কৰিছে দলং
|
Assamese
|
উজনি অসমত টেংকাৰ আক্ৰমণৰ ঘটনাটোৱে দিছে উত্তৰপূবৰ বিদ্ৰোহী গোটসমূহৰ মাজত সমীকৰণ সলনিৰ ইংগিত
|
Assamese
|
বাংলাদেশৰ কক্স বজাৰৰ ৰহিঙীয়া শৰণাৰ্থী শিবিৰত বনৰীয়া হাতীৰ আক্ৰমণ
|
Assamese
|
নিৰ্বাচন নালাগে আগে কেন্দ্ৰীয় চৰকাৰে নাগা চুক্তি চূড়ান্ত কৰকঃ ২৩ জানুৱাৰিত কহিমাত নাগা ছাত্ৰ ফেডাৰেশ্বনৰ ৰাজহুৱা সভা
|
Assamese
|
গঁড়খৰ্গৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায় পৰিচালিত হয় চীনৰ পৰা কাজিৰঙাত ঘোষণা পেৰা চাইক্লিষ্ট ৰাকেশৰ
|
Assamese
|
ভাৰতবাংলা সীমান্ত ছীল কৰা সম্পৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
|
Assamese
|
ম্যানমাৰৰ সৈতে সীমান্তৰ সুৰক্ষা ব্যৱস্থাৰ চুক্তি সম্পৰ্কত উত্তৰপূবৰ ৰাজ্যকেইখনৰ মতামত বিচাৰিছে কেন্দ্ৰই
|
Assamese
|
উত্তৰপূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্যৰ সীমান্ত অঞ্চলত বাস কৰা লোকসকলে লাভ কৰিব ভাৰতম্যানমাৰ সীমান্ত প্ৰৱেশ পত্ৰ
|
Assamese
|
ভূটান সীমান্তৰ মনোৰম প্ৰাকৃতিক পৰিৱেশক লেতেৰা কৰিছে অসমৰ পিকনিক দলে ছচিয়েল মিডিয়াত ভূটানৰ বনপালকৰ পোষ্ট
|
Assamese
|
৫০ বছৰীয়া আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক উদযাপনৰ অংশ হিচাপে ভাৰত আৰু ভূটানে যৌথভাৱে মুকলি কৰিলে বিশেষ প্ৰতীক
|
Assamese
|
বাংলাদেশৰ অসমীয়া সমাজৰ নেতা মৃণালকান্তি অসমৰ পৰলোক
|
Assamese
|
মিনাৰ্ভা পঞ্জাৱ এফ চিয়ে যোগ্যতা পৰীক্ষণৰ বাবে আনিছে দুই ভূটীয়া ফুটবলাৰক
|
Assamese
|
নেপালত পদত্যাগৰ দাবী উঠিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে
|
Assamese
|
ম্যানমাৰত ৰয়্টাৰৰ সাংবাদিক আটকৰ প্ৰতিবাদ মাৰ্কিন দূতাৱাসৰ
|
Assamese
|
লাৰছেন এণ্ড টউব্ৰৱে দায়িত্ব ললে বাংলাদেশৰ ভেৰামাৰাৰ ৩৬০ মেগাৱাট সম্পন্ন শক্তি প্ৰকল্পৰ
|
Assamese
|
ভূটানৰ আন দুজন আগ শাৰীৰ খেলুৱৈয়ে খেলিব আই লীগত
|
Assamese
|
কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰ নদীক নিৰীক্ষণ কৰি আছে সুষমা স্বৰাজ
|
Assamese
|
ফেনি নদীৰ ওপৰত নতুন দলং নিৰ্মাণৰ সিদ্ধান্তত অনুমোদন বাংলাদেশৰ
|
Assamese
|
ম্যানমাৰ সেনাৰ গাড়ীত আক্ৰমণ ৰহিঙীয়া উগ্ৰপন্থীৰ
|
Assamese
|
কাঠমাণ্ডুত তাপমাত্ৰা নামিল গোটেই নেপালত কুঁৱলীৰ আচ্ছাদন
|
Assamese
|
অৰুণাচল প্ৰদেশত চীনা অনুপ্ৰৱেশৰ গুৰুত্ব অস্বীকাৰ নতুন দিল্লীৰ
|
Assamese
|
চাৰি দিনীয়া কাৰ্যসূচীৰে বাৰেৰহনীয়া ভৈৰৱকুণ্ড মহোৎসৱ
|
Assamese
|
বাংলাদেশৰ আদালতে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়ালৈ জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা
|
Assamese
|
অৰুণাচল প্ৰদেশৰ তথাকথিত অস্তিত্বক আমি কেতিয়াও স্বীকাৰ কৰা নাই চীন
|
Assamese
|
উচ্ছেদক কেন্দ্ৰ কৰি মণিপুৰৰ ভাৰত ম্যানমাৰ সীমান্তত উত্তেজনা
|
Assamese
|
বিশেষভাৱে সক্ষম লোকৰ এভাৰেষ্ট আৰোহণত নিষেধাজ্ঞা নেপাল পৰ্যটন বিভাগৰ
|
Assamese
|
চিয়াঙৰ ঘোলা পানীৰ প্ৰকৃত কাৰণ এতিয়াও অজ্ঞাত ভাৰত চৰকাৰ
|
Assamese
|
বৰ্ধমান বিস্ফোৰণৰ মূল অভিযুক্ত জে এম বিৰ নেতা তালহা শ্বেখ বাংলাদেশত গ্ৰেপ্তাৰ
|
Assamese
|
বাংলাদেশে আদৰণি জনোৱাৰ পিছত এতিয়া ৰহিঙিয়া মুছলমান শৰণাৰ্থীসকলে নতুন দুৰ্দশাৰ সন্মুখীন হৈছে
|
Assamese
|
নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাক সাক্ষাৎ কৰিলে ভাৰতীয় ৰাষ্ট্ৰদূতে
|
Assamese
|
৪.৭ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে উত্তৰ পূৰ্বাঞ্চলক
|
Assamese
|
ম্যানমাৰৰ কেন্দ্ৰীয় শান্তি সন্মিলনলৈ এন এছ চি এন খাপলাঙক আমন্ত্ৰণ
|
Assamese
|
ম্যানমাৰত ৰয়টাৰৰ সাংবাদিকক গ্ৰেপ্তাৰৰ প্ৰসংগঃ বিশ্বজুৰি অব্যাহত প্ৰতিক্ৰিয়া
|
Assamese
|
মাউণ্ট এভাৰেষ্টৰ পুনৰ মাপ ভাৰতৰ প্ৰস্তাৱ অগ্ৰাহ্য নেপালৰ
|
Assamese
|
ব্ৰহ্মপুত্ৰৰ ঘোলা পানীৰ কাৰণ তিব্বতৰ ভূমিকম্প চীন
|
Assamese
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.