text
stringlengths 1
2.59k
⌀ | language
stringclasses 10
values |
---|---|
মণিপুৰ সংকট বীৰেন সিং চৰকাৰৰ পৰা কুকি পিপলছ এলায়েন্সৰ সমৰ্থন প্ৰত্যাহাৰ
|
Assamese
|
গুৱাহাটীত ৪ টা লম্পটে ধৰ্ষণ কৰিলে নাবালিকাক
|
Assamese
|
ৰাজপথৰ যুঁজৰ সামৰণি এতিয়া কেৱল আদালতৰ যুঁজঘোষণা প্ৰতিবাদী মল্লযুঁজাৰুৰ
|
Assamese
|
আঘাত অতীত ডাইমণ্ড লীগত স্বৰ্ণ জয়েৰে পুনৰ ছন্দলৈ উভতিল নীৰজ চোপ্ৰা
|
Assamese
|
টিহুত বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰ হত্যাৰ সন্দেহ
|
Assamese
|
উপেক্ষিত ছৰফৰাজ ক্ষুব্ধ গাভাস্কাৰ
|
Assamese
|
জোকৰ মুখত চূণ প্ৰধান মন্ত্ৰীক উদ্দেশ্যি কি লিখিলে প্ৰাক্তন আই পি এছ বিষয়াই
|
Assamese
|
প্ৰসঙ্গঃ মণিপুৰৰ সংঘাত ৰাজনৈতিক সমাধানৰ প্ৰয়োজন
|
Assamese
|
ডিব্ৰুগড়ত আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সম্পন্ন
|
Assamese
|
এনেকুৱাও হয় পিয়াহত ২০ মিনিটতে খাই পেলালে ২ লিটাৰ পানী প্ৰাণ হেৰুৱালে মহিলাই
|
Assamese
|
ৰক্ষকেই ভক্ষক খোদ আৰক্ষী বিষয়াই নিৰ্যাতন চলালে শিশু শ্ৰমিকৰ ওপৰত
|
Assamese
|
অসমৰ নৱোদয় বিদ্যালয়ত অসমীয়া ভাষাক এলাগী কৰাৰ সাহস কোনে দিছে আপৰ প্ৰশ্ন
|
Assamese
|
আম আদমি পাৰ্টি আৰু দেশৰ গণতন্ত্ৰৰ ভৱিষ্যৎ অখিল গগৈ
|
Assamese
|
উত্তৰ পুৰুষক আমি কি দি যাম
|
Assamese
|
বুঢ়াচাপৰিত বুলডজাৰ এক ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণ
|
Assamese
|
অসমৰ মুশ্লিম জনসাধাৰণৰ প্ৰতি এক আহ্বান
|
Assamese
|
ব্যাঘ্ৰ প্ৰকল্প সফল হবনে
|
Assamese
|
ভাৰতত অনুষ্ঠিত হবলগীয়া ক্ৰিকেট বিশ্বকাপ২০২৩ৰ সূচী ঘোষণা চাওক ভাৰতৰ খেলৰ সূচী
|
Assamese
|
আম্বেদকাৰৰ প্ৰাসংগিকতাদুইএটা দিশ
|
Assamese
|
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পয়সত্তৰ বছৰ
|
Assamese
|
ফেচবুক কৰ্ণাৰআলফা সম্পৰ্কে এটা চমু আলোচনা
|
Assamese
|
ইলন মাস্কৰ সৈতে তুলনা এই ২৫ বছৰীয়া যুৱকক সম্পত্তিৰ পৰিমাণ জানিলে চকু কপালত উঠিব
|
Assamese
|
আম্বানীৰ নিদ্ৰা হৰিছে ইলন মাস্কে ভাৰতীয় টেলিকম বজাৰ দখলৰ যোজা ইলনৰ
|
Assamese
|
শেষ সুযোগ কাইলৈ পানআধাৰ লিংকৰ অন্তিম দিন নহলে কি হব
|
Assamese
|
দিল্লীৰ পাঁচ তাৰকাযুক্ত হোটেলত ২ বছৰ কটাই ফুটাকড়ি এটাও বিল নিদিয়াকৈয়ে পলাল অসমৰ প্ৰৱঞ্চক অংকুশ দত্ত
|
Assamese
|
অতি সোনকালেই ভাৰতলৈ আহিব টেছলা মোডীৰ লগত আলোচনা ইলন মাস্কৰ
|
Assamese
|
চিমকাৰ্ড বিক্ৰেতাৰ পৰা প্ৰেমিক দম্পতীৰ প্ৰিয় স্থানৰ সৃষ্টিলৈসংঘৰ্ষৰ মাজেৰে প্ৰতিষ্ঠাপকৰ যাত্ৰা
|
Assamese
|
অদ্ভুত ঘটনা আৰ বি আইৰ পৰা অন্তর্ধান ৮৮০৩২ কোটি টকাৰ ৫০০ টকীয়া নোট
|
Assamese
|
ভাৰতত টুইটাৰ বন্ধ কৰাৰ ভাবুকি পোৱাৰ অভিযোগ জেক ডৰ্চিৰ কেন্দ্ৰীয় চৰকাৰে কলে মিছা
|
Assamese
|
বন্ধ হব নেকি বাইক টেক্সি উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উবেৰৰেপিডোৰ
|
Assamese
|
ভৰ দুপৰীয়া মুকেশ আম্বানী আনন্দ মহিন্দ্ৰাই মাতিব লগা হৈছিল কিন্তু কিয় জানেনে
|
Assamese
|
নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিং ভাঙি নদীত পৰিল তীৰ্থযাত্ৰীৰ বাছ কমেও ৩ জন নিহত আহত ২৪
|
Assamese
|
মাৰপিটৰ গোচৰত বিজেপি সাংসদৰ ২ বছৰ জেল ৰাহুল গান্ধীৰ দৰেই বাতিল হব সাংসদ পদ
|
Assamese
|
২৪ ঘন্টাৰ ভিতৰতেই ৩ জোৱানৰ মৃত্যুৰ প্ৰতিশোধ জম্মুকাশ্মীৰত এনকাউণ্টাৰত নিহত সন্ত্ৰাসবাদী
|
Assamese
|
হিন্দীৰ দাসত্ব মানি নলওঁ চৰকাৰী ভাষা প্ৰসংগত অমিত শ্বাহক প্ৰত্যুত্তৰ ষ্টেলিনৰ
|
Assamese
|
এটাৰ পিছত আন এটা ঘটনাই কঁপাইছে গোলাঘাট দাৰে ঘপিয়াই তিনিজনক হত্যাৰ চেষ্টা সুৰাপায়ীৰ
|
Assamese
|
চাণক্য নীতিভুলতেও এনে স্বভাৱৰ মানুহক নিদিব উপদেশ শত্ৰু হৈ পৰিব আপোনাৰ
|
Assamese
|
গৰু বেপাৰীৰ ঘোচ খাই চাকৰি গল নগাঁৱৰ আৰক্ষী বিষয়াৰ
|
Assamese
|
অপ্ৰতিৰোধ্য ভাৰতক্ৰমাগত দ্বিতীয় জয়েৰে ছাফ চেম্পিয়নশ্বিপৰ ছেমিত প্ৰৱেশ
|
Assamese
|
বাদ পৰিল পূজাৰা সোমাল ৰাহানে ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে টেষ্ট আৰু এদিনীয়া দল ঘোষণা বিচিচিআইৰ
|
Assamese
|
কোভিড১৯ ভেকচিনৰ বাবেই মৃত্যু হৈছিল শ্বেন ৱাৰ্ণৰ কি কলে চিকিৎসকে
|
Assamese
|
খানাপাৰাত জব্দ ৩০ কিলোগ্ৰাম ভাং গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী
|
Assamese
|
প্ৰেম আৰু ৰোমাঞ্চৰ ৰাণী বয়সক লৈ নিজৰ অনুভৱ ব্যক্ত কৰিলে অস্কাৰ বিজয়ী কেট উইন্সলেটে
|
Assamese
|
সোমবাৰে ২৪ ঘন্টীয়া ভাৰত বন্ধ কোনে দিছে আৰু কিয় দিছে এই বন্ধৰ আহ্বান
|
Assamese
|
অদম্য সুনীলপাকিস্তানক বিধস্ত কৰি ছাফ চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰত্যাশিত আৰম্ভণি
|
Assamese
|
উৰিষ্যাৰ ৰেল দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত সকললৈ সহায়ৰ হাত আগবঢ়ালে ভাৰতৰ ফুটবল দলে দুখ প্ৰকাশ কৰিয়েই ক্ষান্ত থাকিল ক্ৰিকেট দল
|
Assamese
|
লডিংভিভা লা পুলগা
|
Assamese
|
চিনেমা কথাষ্টীভেন স্পীলবাৰ্গৰ দা ফেবলমেনছ্
|
Assamese
|
চিনেমা কথাদ্য হুৱেল
|
Assamese
|
ক্ৰমশসূৰ্যোদয়:ইণ্টাৰকণ্টিনেণ্টেল কাপৰ খিতাপ জয় ভাৰতৰ
|
Assamese
|
প্ৰসঙ্গঃ খালিস্তান দিল্লীয়ে মানসিকতাৰ পৰিৱৰ্তন কৰিব পাৰিব লাগিব
|
Assamese
|
সম্ভৱ ১২ বছৰীয়া বিস্ময় বালকৰ চমক ডাবল হেট্ৰিক এটা অভাৰত ৬টা উইকেট
|
Assamese
|
ক্লিন বল্ড হৈ ক্ষুব্ধ বেটাৰ ১৪ বছৰীয়া বলাৰক ডিঙি চেপি হত্যা কৰি পেলালে ১৭ বছৰীয়া কিশোৰে
|
Assamese
|
ইয়ো এক যাত্ৰা
|
Assamese
|
ইন্দিবৰ দেউৰীৰ স্মৃতিত
|
Assamese
|
ভূগোলৰ প্ৰশ্নকাকত ফাদিল আৰু ছেবাৰ স্পষ্টীকৰণ সন্দৰ্ভত ড° হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া
|
Assamese
|
আই পি এলত হতাশাজনক প্ৰদৰ্শনৰ পিছতো দুলীপ ট্ৰফীৰ বাবে নিৰ্বাচিত হল ৰিয়ান পৰাগ
|
Assamese
|
শ্বহীদ ভগৎ সিং আৰু আমি
|
Assamese
|
চিনেমা বাৰ্তাএভ্ৰিথিং এভ্ৰিহুৱেৰ অল এট ওৱাঞ্চ
|
Assamese
|
বৰশীৰ মাছলৈ জিঅ টোপ আনুষ্ঠানিক ঘোষণা নকৰাকৈয়ে জিঅই গোপনে সলনি কৰিলে ডাটাৰ মূল্য
|
Assamese
|
কৃষকৰ ভগা পঁজাৰ পৰা টাটা গ্ৰুপৰ হোৱালৈকে চন্দ্ৰশেখৰনৰ এক সংগ্ৰামী যাত্ৰা
|
Assamese
|
বাণিজ্যিক চিলিণ্ডাৰত হ্ৰাস পালে ৮৩ টকা ১ জুনৰ পৰা প্ৰযোজ্য হব নতুন মূল্য
|
Assamese
|
চিনেমা ফ্লপ হোটেলৰ ব্যৱসায়ত লাগিল ছলমান খান
|
Assamese
|
৩০ মে ভোলানাথ বৰুৱাৰ স্মৃতিত অসম বাণিজ্য দিৱসৰ প্ৰাসংগিকতা
|
Assamese
|
ইউৰোপীয় ইউনিয়নৰ তথ্য আমেৰিকাক গতাই দিয়াৰ অভিযোগত মেটাক ১.৩ বিলিয়ন ডলাৰ জৰিমনা
|
Assamese
|
আদানীৰ শ্বেয়াৰত ৬টা কোম্পানীৰ সন্দেহজনক ব্যৱসায় কৈছে উচ্চতম ন্যায়ালয়ৰ কমিটীয়ে
|
Assamese
|
মধ্যবিত্তৰ বাবে সকাহ ৰেপো ৰেট অপৰিৱৰ্তিত ৰাখিলে য়ে বৃদ্ধি নাপায় ঋণৰ সুত
|
Assamese
|
বিশ্বৰ আটাইতকৈ দামী আম এক কিলোগ্ৰামৰ দাম কেই লাখ টকা
|
Assamese
|
তামিলনাডুত জব্দ চোৰাং সৰবৰাহৰ বাবে অনা ১৮ কেজি তিমিৰ বমি মূল্য প্ৰায় ৩২ কোটি টকা
|
Assamese
|
গোলাঘাটত পত্নী শাহুৱেককে ধৰি আন লোকক দাৰে আক্ৰমণ কৰা এজনক গ্ৰেপ্তাৰ
|
Assamese
|
অনুসূচীত জনজাতিৰ মৰ্যাদা বিচাৰি পুনৰ আন্দোলনৰ হুংকাৰ চুতীয়া সংগঠনৰ বিজেপিক সকীয়নি
|
Assamese
|
চাণক্য নীতি এনে পুৰুষৰ প্ৰতি চুম্বকৰ দৰে আকৰ্ষিত হৈ কাষ চাপি আহে নাৰী
|
Assamese
|
পুনৰ কুকিমেইটেই সংঘৰ্ষত উত্তপ্ত মণিপুৰ কমেও ৩ জন নিহত জ্বলাই দিয়া হৈছে ঘৰ
|
Assamese
|
হায়দৰাবাদত শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ উপলক্ষে অসমীয়া সাংস্কৃতিক গোষ্ঠীৰ ভাওনা প্ৰদৰ্শনৰ আয়োজন
|
Assamese
|
অবৈধ কয়লা খনিত ভয়ানক পৰিস্থিতি টিপঙত ৩দিনে জ্বলি আছে জুই
|
Assamese
|
কি হৈছে ফ্লিডাত ঘঁৰিয়াল গিলিব পৰা ডাঙৰ সাপ ধৰিবলৈ ভিৰ কৰিছে অজগৰ চিকাৰীয়ে
|
Assamese
|
কৃষিমন্ত্ৰী অতুল বৰাই অসমত কৰিব খুজিছে কেইবাখনো দেশে নিষিদ্ধ কৰা পাম খেতি
|
Assamese
|
কটন বিশ্ববিদ্যালয়ৰ ৭০০ টকীয়া হাজিৰাৰ শিক্ষক নিযুক্তি বিজ্ঞাপনে উন্মোচন কৰিলে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ দুখলগা অৱস্থা
|
Assamese
|
কেৰিয়াৰত ২৩টা গ্ৰেণ্ড শ্লেম ফ্ৰেন্স অপেনত জয়লাভ কৰি টেনিছত ইতিহাস গঢ়িলে জকভিচে
|
Assamese
|
প্ৰতিবাদী মল্লযুঁজাৰুৰ দাবীলৈ সঁহাৰিফেডাৰেচনৰ নিৰ্বাচনত নাথাকে ব্ৰিজ ভূষণৰ কোনো আত্মীয়
|
Assamese
|
ব্ৰিজভূষণৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ ৫০০ পৃষ্ঠাৰ অভিযোগনামা বাতিল আইনৰ অভিযোগ
|
Assamese
|
স্তব্ধ ধিং এক্সপ্ৰেছ আঘাতৰ বাবে এইবাৰ এছিয়ান গেমছত খেলিব নোৱাৰিব যোৱাবাৰৰ স্বৰ্ণজয়ী হিমাই
|
Assamese
|
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া জগতত জিলিকিল আন এগৰাকী অসম কন্যা মালদ্বীপত উজ্বলিল অসমীয়া গামোচা
|
Assamese
|
দিল্লী আৰক্ষীৰ প্ৰতিবেদনত সকাহ মল্লযুঁজাৰুৰ ৰেফাৰীৰ বিস্ফোৰক বক্তব্যত চাপ বাঢ়িল ব্ৰিজভূষণৰ
|
Assamese
|
শ্বেন ৱাৰ্ণৰ বায়পিকৰ অন্তৰংগ দৃশ্যত অঘটন হাতৰ গাঁঠি ভাঙিল অভিনেত্ৰীৰ মূৰ ফাটিল অভিনেতাৰ
|
Assamese
|
প্ৰতিবাদী মল্লযুঁজাৰুক পুনৰ আলোচনাৰ বাবে আমন্ত্ৰণ কেন্দ্ৰৰ
|
Assamese
|
কেন্দ্ৰীয় ক্ৰীড়া মন্ত্রীৰ গৃহত উপস্থিত প্ৰতিবাদী মল্লযুঁজাৰুৰ প্ৰতিনিধি দলবৈঠকত উত্থাপন পাঁচ মূল দাবী
|
Assamese
|
উচ্ছেদ আৰু গৃহহাৰা গৃহিণী
|
Assamese
|
চিনেমা কথাচ্চেল্ল শ্ব লাষ্ট ফিল্ম শ্ব
|
Assamese
|
৮ মাৰ্চৰ দৰে প্ৰতিটো দিনে উদ্যাপন হওঁক নাৰী দিৱস
|
Assamese
|
স্তন কেঞ্চাৰৰ লক্ষণ পৰীক্ষণ আৰু চিকিৎসা
|
Assamese
|
সংবিধানত শ্ৰমণবাদৰ প্ৰভাৱ দ্বিপেন কাকতি
|
Assamese
|
১৬ লাখ টকা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু ৰাজনৈতিক সমীকৰণ
|
Assamese
|
অংশগ্ৰহণকাৰী সংস্কৃতি ভাৰ্চুৱেল পৃথিৱী আৰু নাৰীবাদৰ চতুৰ্থ তৰংগ
|
Assamese
|
পৰিৱেশ ধ্বংসই বিকাশৰ মাপকাঠি হৈ পৰিছে নেকি
|
Assamese
|
স্তন কেঞ্চাৰৰ বিষয়ে জানো আহক
|
Assamese
|
সস্তাতে সুন্দৰ স্কুটাৰ আনিছে ভেস্পাই কাৰুকাৰ্য দেখিলেই ভোল যাব মন
|
Assamese
|
ভাৰতীয় মূলৰ ব্ৰিটেইনৰ শীৰ্ষ ধনী পৰিয়ালৰ মুৰব্বী এছ পি হিন্দুজাৰ দেহাৱসান
|
Assamese
|
ৰাছিয়াৰ তেল পুনৰ বিক্ৰীত ভাৰতৰ বিৰুদ্ধে ইউৰোপীয় ইউনিয়নৰ আহ্বানৰ পিছতে প্ৰত্যুত্তৰ জয়শংকৰৰ
|
Assamese
|
বন্ধ কৰা হব ২০০০ টকীয়া নোট ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডাঙৰ ঘোষণা
|
Assamese
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.