text
stringlengths
1
2.59k
language
stringclasses
10 values
নীলমণি ফুকনলৈ..
Assamese
নীলমণি ফুকন গলগৈ
Assamese
সুৰক্ষিত নহয় ৰাষ্ট্ৰীয় প্ৰতীক দেশখনত ৫০ লাখ কেংগাৰু হত্যা কৰিব অষ্ট্ৰেলিয়াৰ চৰকাৰে
Assamese
আদানি গ্ৰুপৰ পিছত এইবাৰ টাৰ্গেটত কোন হিণ্ডেনবাৰ্গৰ নতুন টুইটত শ্বেয়াৰ বজাৰত জোকাৰণি
Assamese
বাঘ হাজৰিকা বিতৰ্ক
Assamese
মেজি ফৰ চেলঃ সংস্কৃতি আৰু পুঁজিবাদ
Assamese
হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা
Assamese
আমি খিলঞ্জীয়াৰ বিৰুদ্ধে নেকি
Assamese
প্ৰৱঞ্চক মেহুল চোকছিৰ বিৰুদ্ধে ৰেড নটিচ প্ৰত্যাহাৰ কৰিলে ইণ্টাৰপোলে কি হব এতিয়া
Assamese
ভাৰত জোড়ো যাত্ৰা বনাম ৰাহুল গান্ধী আৰু ভাৰতীয় গণতন্ত্ৰ
Assamese
১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব ৩৮৪ টাকৈ জীৱনদায়িনী ঔষধৰ মূল্য
Assamese
যোশীমঠৰ শিক্ষা
Assamese
দেউলীয়া হোৱাৰ আতংকৰ পৰা উদ্ধাৰ ১৬৬ বছৰ পুৰণি বেংক কি চুক্তি হল ৰ সৈতে
Assamese
গ্ৰন্থমেলাত আধুনিকতা আৰু অন্যান্য
Assamese
কেন্দ্ৰই অনলাইনত ঔষধ বিক্ৰী কৰা ছাইটসমূহ বন্ধ কৰিব কিন্তু কিয়
Assamese
চলচ্চিত্ৰ সংবাদৰাজনীতি ১
Assamese
গাড়ীতকৈও অধিক দামী ৰ শেহতীয়া ইলেকট্ৰিক মাউন্টেইন বাইক কি আছে ইয়াত
Assamese
চিঙৰা বিক্ৰী কৰি দৈনিক উপাৰ্জন কৰে ১২ লাখ টকা
Assamese
শাকপাচলিৰ মূল্যবৃদ্ধিত জুৰুলা সাধাৰণ জনতা পৰিস্থিতিৰ বুজ লবলৈ পুৱাই দিল্লীৰ বজাৰত ৰাহুল গান্ধী
Assamese
গুৱাহাটীত অনাদায় ধনক লৈ মাৰপিট এজনৰ মৃত্যু
Assamese
দুই সুন্দৰীৰ যুঁজ আদালতত জেকলিনৰ বিৰুদ্ধে নতুন অভিযোগ নোৰাৰ
Assamese
ৰাজ্যত চোৰাং কাঠ বাৰ্মিজ চেগুনৰ ছিণ্ডিকেটত জড়িত বিজেপি নেতা
Assamese
নৰবলি ৰোগ নিৰাময়ৰ নামত কিশোৰক বলি দিয়াৰ অভিযোগ গ্ৰেপ্তাৰ মহিলা পুৰোহিতসহ ৪জন
Assamese
ধৰ্মীয় শোভাযাত্ৰাক কেন্দ্ৰ কৰি হাৰিয়ানাত সংঘৰ্ষ দুই হোমগাৰ্ডকে ধৰি নিহত ৩জন বন্ধ ইণ্টাৰনেট
Assamese
এক্সপ্ৰেছৱে নিৰ্মাণৰ ক্ৰেন ভাঙি সংঘটিত মৰ্মান্তিক দুৰ্ঘটনা ১৬ জন শ্ৰমিকৰ মৃত্যু
Assamese
সাধাৰণ লোকৰ সামৰ্থ্যৰ বাহিৰত জুইছাই দাম তাৰমাজতে ২১ লাখ টকাৰ বিলাহী লৈ নিখোঁজ ট্ৰাক
Assamese
ৰাহুল গান্ধীৰ প্ৰতি কোনো নমনীয়তা নেদেখুৱাব উচ্চতম ন্যায়ালয়ত আৰ্জি বিজেপি বিধায়কৰ
Assamese
স্মৰণীয়বৰণীয়এই চাৰিটা দোষ আপোনাৰ মাজত নাথাকিলে আপুনি বৰ সৌভাগ্যৱান কি কৈছে চাণক্যই
Assamese
অথলে গল গ্ৰীণসূৰ্যৰ অনবদ্য যুঁজ পঞ্জাৱৰ অৰ্শদ্বীপৰ যাদুত স্তব্ধ মুম্বাইৰ বিজয়ৰথ
Assamese
বিস্ফোৰক ডু প্লেছিছ ছিৰাজৰ চাৰি উইকেটেৰে জয়ৰ পথলৈ উভতিল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু
Assamese
অৰ্জুনৰ লক্ষ্যভেদ আই পি এলত প্ৰথমটো উইকেট পুত্ৰ অৰ্জুনৰ বিষয়ে কি কলে পিতৃ শচীনে
Assamese
ন্যায় লাভ নকৰা পৰ্যন্ত চলিব প্ৰতিবাদপুনৰ যন্তৰমন্তৰত দেশৰ তাৰকা মল্লযুঁজাৰু
Assamese
নাৰী শক্তি শাৰী পিন্ধি দৌৰিলে ৪২ কিলোমিটাৰ ৪১ বছৰীয়া শিক্ষয়িত্ৰীয়ে
Assamese
চিন্নাস্বামীত স্নায়ুযুঁজত বিজয়ী কেপ্টেইন কুল ধোনীৰ চেন্নাই তীব্ৰ যুঁজ দিও হাৰিল কোহলীৰ দল বাংগালুৰু
Assamese
আন্তৰ্জাতিক ক্ৰীড়াত ৫ টা স্বৰ্ণপদক অৰ্জন পুত্ৰৰ গৰ্বিত পিতৃ অভিনেতা মাধৱনে কলে মই কৃতজ্ঞ
Assamese
চলিত আইপিএলত মুম্বাইৰ প্ৰথম জয় ৰোহিতপীযুষৰ অদমনীয় প্ৰদৰ্শন স্নায়ুযুঁজত পৰাস্ত দিল্লী
Assamese
:চিন্নাস্বামীত শ্বাসৰুদ্ধকৰ যুঁজত বাংগালুৰু বধ লক্ষ্ণৌৰ নায়ক নিকোলাছ ষ্টইনিছ
Assamese
পিংক আৰ্মীৰ ভেটাকমেণ্ট বক্সত নাবাজিল ধোনী ফিনিচেছ ইন হিজ ষ্টাইল
Assamese
কোন দিশে ভাৰতৰ অৰ্থনীতি
Assamese
প্ৰভাকৰ আমি বৰকৈ আপোনাৰ অভাৱ অনুভৱ কৰিছোঁ
Assamese
পক্ষী নীৰিক্ষকৰ আকৰ্ষণঃ মোহনীয়া চৰলাবিল
Assamese
ৰাষ্ট্ৰ সন্ত্ৰাস আৰু সময়ৰ পৰীক্ষাগাৰত ভাৰতীয় গণতন্ত্ৰৰ অগ্নিপৰীক্ষা
Assamese
কাঙাল হৈ পৰিছে পলাতক ব্যৱসায়ী নীৰৱ মোডী জৰিমনা পৰিশোধ কৰিবলৈ ধাৰ লব লগা হৈছে টকা
Assamese
বৰ্তমান বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ কিমান নম্বৰত গৌতম আদানি কি খৱৰ বিনোদ আদানিৰ
Assamese
ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে ক বিহিলে ৩কোটি টকা জৰিমনা কিন্তু কিয়
Assamese
আদানি গ্ৰুপক ঋণ দিয়াৰ ফল সংযুক্ত আৰৱ আমিৰাতত শাখা বন্ধ কৰিব বেংক অফ বৰোদাই
Assamese
অসমীয়া জাতিৰ বাৰটা বাজিল নেকি
Assamese
সংলাপহীন যদিও এক সাৱলীল চুটি ছবিআওকাণ
Assamese
বিধানমণ্ডল আৰু ন্যায়পালিকাৰ সংঘাত
Assamese
এনে স্পৰ্দ্ধা কদাপি নকৰিবা এমবাপে
Assamese
আদানী গ্ৰুপত বিনিয়োগৰ ফল আদানী গ্ৰুপৰ লগতে ডুবিছে
Assamese
নমস্কাৰ মই ৰবিশ কুমাৰ
Assamese
আৰু কত যে কি কৰিছে এইবাৰ আদানিৰ বিৰুদ্ধে তথ্য জালিয়াতিৰ অভিযোগ ৱিকিপিডিয়াৰ
Assamese
হাইৱেজ অৱ লাইফ
Assamese
সত্য প্ৰমাণিত হিণ্ডেনবাৰ্গৰ ভৱিষ্যদ্বাণী প্ৰতিবেদনত দাবী কৰাৰ দৰে খহিছে আদানীৰ সম্পত্তি
Assamese
এলন মাস্কৰ পথেৰেই খোজ দিছে মাৰ্ক জুকাৰবাৰ্গে মেটাৰ ব্লু বেজ সেৱাৰ বিনিময়ত ভৰিব লাগিব টকা
Assamese
প্ৰসংগ স্বচ্ছতা আদানিহিণ্ডেনবাৰ্গ বিতৰ্কত উচ্চতম ন্যায়ালয়ে গ্ৰহণ নকৰিলে কেন্দ্ৰৰ চীলড কভাৰ
Assamese
ধাৰাবাহিক শ্বেয়াৰৰ পতন বিশ্বৰ ধনীৰ তালিকাত ২৪ নম্বৰলৈ নামিল আদানী
Assamese
মণিপুৰ কাণ্ডক ৰাজস্থান বা পশ্চিমবংগৰ ধৰ্ষণ কাণ্ডৰ সৈতে তুলনা কৰি সাধাৰণীকৃত কৰিব নোৱাৰি মুখ্য ন্যায়াধীশ
Assamese
জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত চিবিআইৰ জেৰাৰ সন্মুখীন লীনা দলে
Assamese
আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় বজৰং দলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লওকঃ ডি ৱাই এফ আই
Assamese
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জুমন বৰা আৰু যুগল গগৈ সংগঠনৰ সদস্য নহয় আলফা স্বা
Assamese
কটনত কোনে দেখুৱালে নাজী বাহিনীৰ প্ৰতীক নাজী চেলুটেৰে নিজকে ফেচিষ্ট হিচাপে ঘোষণা একাংশ শিক্ষাৰ্থীৰ
Assamese
আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ দৌৰত এইবাৰ হৰ্ষবৰ্ধন দৌৰত আছে আৰু ২ ভাৰতীয় বংশোদ্ভৱ
Assamese
বজ্ৰং দলক নিষিদ্ধ কৰাৰ আহ্বান নাগৰিকত্ব আইন সংশোধন বিৰোধী সমন্বয় সমিতিৰ
Assamese
পৰাজিত হলেই পাৰমাণৱিক যুদ্ধ ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণৰ সন্মুখত ৰাছিয়াৰ কঠোৰ বাৰ্তা
Assamese
মঙলদৈত বজৰং দলৰ অস্ত্ৰৰ মুকলি প্ৰশিক্ষণ বন্দুক পিষ্টলৰ প্ৰদৰ্শনে কঢ়িয়াই আনিছে আশংকা
Assamese
অভূতপূৰ্ব অজিংকা ৰাহানেৰ ধুমুহাত উৰি গল মুম্বাই ধোনীৰ হাতত পৰাজিত ৰোহিত
Assamese
বিশ্ব চেম্পিয়ন লাভলীনা বৰগোহাঁইলৈ ৰণাংগন সন্মান২০২২
Assamese
মটেৰাত ৰিংকুৰ চমকঅথলে গল ৰছিদৰ স্পীন ঘূৰ্ণী.
Assamese
ন বল দিয়াৰ অপৰাধ হত্যাৰ বলি আম্পায়াৰ
Assamese
ধোনীৰ ধমক হাৰ্ডিকৰ হাতত পৰাস্ত হৈ খং খাই উঠিল মাহী
Assamese
এটা যুগৰ অৱসান বহু ঐতিহাসিক জয়ৰ নায়ক ভাৰতীয় ক্ৰিকেটৰ প্ৰিন্স চেলিম ডুৰাণীৰ দেহাৱসান
Assamese
গণিতত ৫১ সমাজ বিজ্ঞানত ৮১ ৰ পূৰ্বে ছচিয়েল মিডিয়াত ভাইৰেল কোহলীৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীট
Assamese
মহিলা প্ৰিমিয়াৰ লীগৰ ৰুদ্ধশ্বাস ফাইনেলত দিল্লীক পৰাস্ত কৰি চেম্পিয়ন মুম্বাই
Assamese
বিশ্ব চেম্পিয়ন ৯৫ বয়সীয়া বৃদ্ধাই ভাৰতলৈ কঢ়িয়াই আনিলে ৩টাকৈ সোণৰ পদক
Assamese
অসম কন্যাৰ হাতৰ মুঠিত বিশ্বলাভলিনাৰ বিশ্বজয়
Assamese
লাচিতলৈ সন্মান নে অপমান
Assamese
পন্নিয়িন চেলভান১
Assamese
লিংগ বৈষম্যৰ চূড়ান্ত নিদৰ্শনবৰপেটা কীৰ্তনঘৰ
Assamese
হৃত গৌৰৱ উদ্ধাৰৰ যুঁজ হিণ্ডেনবাৰ্গৰ বিৰুদ্ধে আইনী যুঁজত আদানিয়ে দায়িত্ব দিলে ৱাচটেলক
Assamese
উঁই পোকে কূটি খাই পেলালে বেংকৰ লকাৰত থকা লক্ষাধিক টকা মূৰেকপালে হাত গ্ৰাহকৰ
Assamese
বিত্তীয় সংকটত ভুগিছে আদানি গ্ৰুপ বাতিল ৭০১৭ কোটি টকাৰ অধিগ্ৰহণ চুক্তি
Assamese
মেঘালয় সীমান্তৰ বিবাদনৰ সংহাৰ বন্ধ কৰক
Assamese
ৰ শীৰ্ষ পদত ভাৰতীয় বংশোদ্ভূত নতুন মুখ্য কাৰ্যবাহী বিষয়া নীল মোহন
Assamese
কি আৰু ই ইমান গুৰুত্বপূৰ্ণ কিয়
Assamese
অসমীয়াৰ নতুন বিপদ অন্তৰ্ঘাত
Assamese
উত্তাল সংসদ তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান
Assamese
২৪০ কোটি টকীয়া ঘৰ দেশৰ আটাইতকৈ ব্যয়বহুল এপাৰ্টমেণ্টৰ ক্ৰেতা কোন
Assamese
আদানিৰ বাতিলৰ ফলত ভাৰতৰ ভাবমূৰ্তিত কোনো প্ৰভাৱ নপৰেবিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ
Assamese
চৰকাৰী নীতিয়েই আৰ্থিক বৈষম্যৰ বাবে দায়ী
Assamese
অসমৰ ইতিহাসৰ কলা অধ্যায় গুপ্তহত্যাকলৈ প্ৰথম ছবি শ্বেড এছেছিনছ
Assamese
তাচপাতৰ দৰে খহিছে আদানীৰ সম্পত্তি ২০ৰ পৰাও বাহিৰ আদানী
Assamese
কাইলৈৰপৰা আৰম্ভ বিশ্বকাপ ফুটবল
Assamese
ক প্ৰত্যাহ্বান জনোৱা চেটবট ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ
Assamese
২০২৩ চনত বহু মেটা কৰ্মীয়ে হেৰুৱাব চাকৰিসতৰ্ক কৰি দিলে স্বয়ং মাৰ্ক জুকাৰবাৰ্গে
Assamese
ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আৰু সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা
Assamese
চলন্ত ৰেলতে গুলীচালনা আৰ পি এফ জোৱানৰ গুলীত নিহত সহকাৰী উপ পৰিদৰ্শক সহ ৪ জন
Assamese
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ মণিপুৰৰ দুই নিৰ্যাতিতা আজি শুনানি
Assamese
যুদ্ধ এতিয়া ৰাছিয়াত প্ৰৱেশ কৰিছে মস্কোত ড্ৰন আক্ৰমণৰ পিছত মন্তব্য জেলেনস্কিৰ
Assamese