text
stringlengths 1
2.59k
⌀ | language
stringclasses 10
values |
---|---|
মন কী বাত মেৰী মিট্টি মেৰা দেশ কেম্পেইনৰ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ
|
Assamese
|
মণিপুৰৰ হিংসাত চীনৰ হাত আছে প্ৰাক্তন সেনা প্ৰধান মনোজ মুকুন্দৰ বিস্ফোৰণ
|
Assamese
|
পাকিস্তানত ৰাজনৈতিক সভাত বোমা বিস্ফোৰণত কমেও ৪০ জনৰ মৃত্যু আহত ১৫০জন
|
Assamese
|
যাতায়তৰ সমস্যাত ভাৰাক্ৰান্ত বোকাখাতৰ অতি দুৰ্গম অঞ্চল টিপুজান গাওঁৰ ৫ শতাধিক শ্ৰমিক পৰিয়াল
|
Assamese
|
পানী গুলপীয়া কৰি আকৌ হাত দাঙিলে এইজন আৰক্ষী বিষয়াই
|
Assamese
|
৫০ বছৰৰ পাছত অসমে লাভ কৰিছে নিজাকৈ এটা বিধানসভা ভৱন
|
Assamese
|
মণিপুৰৰ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান বিজেপিক কঠোৰ ভাষাৰে সমালোচনা
|
Assamese
|
আনষ্টপেবল নিখাতক্ৰমাগত দ্বিতীয়টো বিশ্ব চেম্পিয়নশ্বিপ স্বৰ্ণ জয় নিখাত জাৰিনৰ
|
Assamese
|
অপ্ৰতিৰোধ্য লাভলিনাবিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণৰ দিশত আৰু মাথোন এখোজ
|
Assamese
|
বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ স্বৰ্ণিল দৌৰনিতুৰ পিছতে এইবাৰ ছইটীৰ শিৰতো স্বৰ্ণ
|
Assamese
|
ডাঙৰ খবৰ ২০২৩ ৰ ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হব বৰ্ষাপাৰাত
|
Assamese
|
চেন্নাইৰ চিদাম্বৰমত শৃংখলা দখলৰ যুঁজভাৰতৰ সমুখত ২৭০ ৰানৰ লক্ষ্য বান্ধি দিলে অষ্ট্ৰেলিয়াই
|
Assamese
|
গৃহভূমিত আত্মসমৰ্পণ ভাৰতৰদুৰন্ত প্ৰত্যাৱৰ্তনেৰে শৃংখলা দখল অষ্ট্ৰেলিয়াৰ
|
Assamese
|
সোণালী জয়ন্তী বৰ্ষত গুৱাহাটী প্ৰেছ ক্লাবৰ কৃতিত্ব মিডিয়া ক্ৰিকেটত ক্ৰমাগত তৃতীয়বাৰৰ বাবে চেম্পিয়ন গুৱাহাটী প্ৰেছ ক্লাব।
|
Assamese
|
ছন্দ বিচাৰি পালে কোহলীয়ে ৩ বছৰৰ পিছত টেষ্টত শতক গঢ়িলে কেইবাটাও অভিলেখ
|
Assamese
|
বেটিং কৰিব নোৱাৰিলে আহমেদাবাদ টেষ্টৰ মাজতে আঘাতৰ বাবে হাস্পাতালত শ্ৰেয়াছ আয়াৰ
|
Assamese
|
মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপস্বৰ্ণ জিনিলে নিতু ঘাংঘাছে
|
Assamese
|
হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি শ্বেয়াৰ বজাৰত পতন অব্যাহত কিমান তললৈ নামিল আদানি
|
Assamese
|
২৩ তম বৰ্ষপূৰ্তিৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী গামখাৰুৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই
|
Assamese
|
দেশক টানি আনি জালিয়াতি ঢাকিব পৰা নাযাৱ আদানিৰ অভিযোগৰ প্ৰত্যুত্তৰ হিণ্ডেনবাৰ্গৰ
|
Assamese
|
কপাল ফুটিল আদানিৰ কপাল ফুলিল আম্বানীৰ পুনৰ ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি হল আম্বানী
|
Assamese
|
ডুবিছে ডুবিবই সংকটৰ সন্মুখীন আদানি এণ্টাৰপ্ৰাইজৰ এফপিঅ
|
Assamese
|
বেয়া চলিছে আদানিৰ দিন শ্বেয়াৰৰ মূল্য আৰু বিত্তীয় লেনদেনত জালিয়াতিৰ অভিযোগ তদন্তৰ দাবী
|
Assamese
|
সময় পাৰ হলআদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান
|
Assamese
|
এলাগী বাতৰিকাকত ফুটবল দল ক্ৰয় কৰিবলৈ ৱাশ্বিংটন পোষ্ট বিক্ৰী কৰিব বিচাৰে জেফ বেজোছে
|
Assamese
|
আজি মুক্তি লাভ কৰিব পাঠানে কেনে আছিল কিং খানৰ শেহতীয়া ৫ খন ছবিৰ বক্স অফিচ
|
Assamese
|
পঞ্চতাৰকা হোটেল সদৃশ কাৰ্যালয় বিজেপিৰ হবই নেকি বিবাহভৱন অগপৰ কাৰ্যালয়
|
Assamese
|
আজিৰ পৰা আৰু দাম বাঢ়িল মাৰুতি গাড়ীৰ কিমান দাম বৃদ্ধি কৰিলে কোম্পানীটোৱে
|
Assamese
|
জনকণ্ঠৰ সিংহনাদ
|
Assamese
|
বংগমূলীয় মুছলমানৰ পৰিচয় সংকট
|
Assamese
|
কামনাৰে তেজৰঙা
|
Assamese
|
শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু নব্য ব্ৰাহ্মণ্যবাদী বিকাৰ
|
Assamese
|
সন্তানহীনতা বা বন্ধ্যাত্বৰ সমস্যা
|
Assamese
|
চেমখৰ বিতৰ্ক আৰু জনজাতীয়আদিম প্ৰসংগ
|
Assamese
|
আইন আদালত ন্যায়
|
Assamese
|
বিকল্পৰ আশাত কেজৰিৱালৰ চেঁচা পানীলক্ষীৰ আশীৰ্বাদ নিৰ্ভৰ বিকল্প বিকাশৰ মডেল
|
Assamese
|
মোৰ শেষ গানঃ এখন অসমীয়া ভাষাৰ ছবিৰ কথাৰে
|
Assamese
|
এতিয়াৰে পৰা হোৱাটছএপত প্ৰেৰণ কৰিব পাৰিব ভিডিঅ মেছেজ কেনেদৰে কৰিব ব্যৱহাৰ
|
Assamese
|
গুৰুতৰভাৱে অসুস্থ পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য ৰখা হৈছে ভেন্টিলেচনত
|
Assamese
|
আৰ টি আইৰ আবেদনৰ ৪০ হাজাৰ পৃষ্ঠাৰ উত্তৰ এক গাড়ী তথ্য লৈ ঘৰলৈ উভতিল ব্যক্তি
|
Assamese
|
ভাৰতত বাঘৰ সংখ্যা ৩৬০০ অতিক্ৰম ৭৮৫ টা বাঘৰ সংখ্যাৰে দেশৰ শীৰ্ষত মধ্যপ্ৰদেশ
|
Assamese
|
স্মৰণীয়বৰণীয়জীৱনত সফলতা পাবলৈ এই ৫ টা ত্যাগ গুৰুত্বপূৰ্ণ জানি লওক চাণক্যৰ পৰামৰ্শ
|
Assamese
|
মহিলা আইপিএলৰ উদ্বোধনী মেচত মুম্বাইৰ হাতত বিধ্বস্ত গুজৰাট ব্যৱধান ১৪৩ ৰাণ
|
Assamese
|
আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত অনন্য কৃতিত্ব অৰ্জন ৰোহিত শৰ্মাৰসম্পূৰ্ণ কৰিলে ১৭ সহস্ৰাধিক ৰান
|
Assamese
|
ঈৰ্ষণীয় মাইলষ্টন স্পৰ্শ পূজাৰাৰস্থান পালে শচীনদ্ৰাবিড়লক্ষ্মণৰ সৈতে একে তালিকাত
|
Assamese
|
অপেক্ষাৰ অৱসান আজিৰ পৰা ৱমেন প্ৰিমিয়াৰ লীগৰ ২২ গজৰ যুঁজ
|
Assamese
|
মটেৰাত ভাৰতীয় বলাৰৰ ছন্দপতনখাৱাজাৰ শতকেৰে প্ৰথম দিনাই সবল স্থিতিত অষ্ট্ৰেলিয়া
|
Assamese
|
ইন্দোৰত ছন্দপতন ভাৰতৰসহজ জয়েৰে শৃংখলাত প্ৰত্যাৱৰ্তন অষ্ট্ৰেলিয়াৰ
|
Assamese
|
বেট হাতত লৈ চমক পেচাৰ উমেশ যাদৱৰ কোহলীৰ সৈতে সমতা স্থাপন অতিক্ৰম ৰবি শাস্ত্ৰীক
|
Assamese
|
ইন্দোৰত আন এক কৃতিত্ব ৰচিলে জাদেজাইস্থান পালে কপিল দেৱৰ সৈতে এক ঈৰ্ষণীয় ৰেক্ড তালিকাত
|
Assamese
|
আনটাছ্ড ফণ্টেইনৰ প্ৰস্থান.
|
Assamese
|
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত বৃহৎ ক্ৰীড়া আৰু সাংস্কৃতিক মহোৎসৱ ৰ আয়োজন
|
Assamese
|
শেষ নিশ্বাস ত্যাগ পদ্মশ্ৰী আৰ কে কৃষ্ণকুমাৰৰ
|
Assamese
|
নতুন বছৰৰ আৰম্ভণিতে বিশ্বব্যাপী মন্দাৱস্থাৰ পূৰ্বাভাস কৰিলে আইএমএফে
|
Assamese
|
প্ৰত্যাহ্বানৰ মুখত মোদীৰ আত্মনিৰ্ভৰ ভাৰত ২০২২ চনত অভিলেখ পৰিমানে বৃদ্ধি চীনা সামগ্ৰীৰ আমদানি
|
Assamese
|
দেশৰ এই তিনিটা বেংক ধন জমা ৰখাৰ বাবে আটাইতকৈ সুৰক্ষিত আৰবিআইৰ তালিকা প্ৰকাশ
|
Assamese
|
হোটেল খুলিলে মেছিয়েকি কি পায় মেছিৰ হোটেলত
|
Assamese
|
টুইটাৰ ক্ৰয় কৰি সৰ্বস্বান্ত হোৱাৰ পথত মাস্ক হেৰুৱালে ২০০ বিলিয়ন ডলাৰ মূল্যৰ সম্পত্তি
|
Assamese
|
বিমুদ্ৰাকৰণ বৈধ আছিল এই সন্দৰ্ভত অহা ২ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে দিব ইয়াৰ ৰায়
|
Assamese
|
জিএছটি পৰিষদৰ পৰামৰ্শ কৰ সম্পৰ্কীয় অপৰাধত ডাঙৰ ৰেহাই অপৰাধ হিচাপে গণ্য নহয় ৩ টা কাম
|
Assamese
|
আইচিআইচিআই বেংক জালিয়াতিৰ গোচৰত ভিডিঅকনৰ অধ্যক্ষ বেণুগোপালক গ্ৰেপ্তাৰ চিবিআইৰ
|
Assamese
|
২০২৩ চনতেই বন্ধ হব মধ্যবিত্তৰ পছন্দৰ এই গাড়ীৰ লগতে আৰু কি গাড়ী আছে তালিকাত
|
Assamese
|
টেমচুলা আওৰ গল্প এক বিভীষিকাময় সময়ৰ প্ৰতিফলন
|
Assamese
|
অসমত জলযুদ্ধৰ সূচনা
|
Assamese
|
প্ৰসঙ্গবেলকনিত ভগৱান
|
Assamese
|
আকৌ এবাৰ গান্ধী মাৰ্ডাৰ
|
Assamese
|
প্ৰফুল্ল মহন্তৰ অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস বিষয়ে এটি চমু আলোচনা
|
Assamese
|
সুৰংগ দৃষ্টি
|
Assamese
|
আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি
|
Assamese
|
সুন্দৰ পিচাইৰ পইতাচোঁৰা আৰু আমাৰ সমস্যা
|
Assamese
|
স্থবিৰতাৰ দিশত জনসংখ্যা
|
Assamese
|
চুপাৰি ছিণ্ডিকেটৰ অভিযুক্ত বিজেপি নেতা জিতুমণি দাসক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই
|
Assamese
|
হিমালয়ৰ বুকুত ৬০ কোটি বছৰ পুৰণি সাগৰ জাপানৰ বিজ্ঞানীৰ সৈতে আৱিষ্কাৰ ভাৰতীয় বিজ্ঞানীৰ
|
Assamese
|
বান্দৰ কেৰ্কেটুৱা আদি
|
Assamese
|
ৰাহুলৰ বিয়াৰ বাবে কইনা বিচাৰি দিয়াৰ দায়িত্ব দিলে ছোনিয়াই কাক দিলে এই দায়িত্ব
|
Assamese
|
ৰ ১০৫ কোটি টকীয়া কেলেংকাৰিৰ গোচৰত ১৪৩৩ পৃষ্ঠাৰ চাৰ্জ শ্বীট দাখিল
|
Assamese
|
ৰেলৱেৰ ঠিকা কেলেংকাৰিৰ সৈতে জড়িত চাৰিজনক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ চিবিআইৰ
|
Assamese
|
স্মৰণীয়বৰণীয়বেয়া সময়ত সদায় কামত আহে এই ৪টা বস্তু উপদেশ চাণক্যৰ
|
Assamese
|
মণিপুৰত অব্যাহত হিংসা গুলীচালনাত ২ জন সাধাৰণ নাগৰিক নিহত ৬টা ঘৰত অগ্নিসংযোগ
|
Assamese
|
হিংসাজৰ্জৰ মণিপুৰত উপস্থিত ২১ জনীয়া ইণ্ডিয়া দল ইম্ফলৰ পৰা হেলিকপ্টাৰেৰে যাব চুৰাচান্দপুৰ
|
Assamese
|
একেলগে লটাৰী কাটি কোটিপতি হল কেৰালাৰ ১১ গৰাকী মহিলা ২৫০ টকাত পালে ১০ কোটি
|
Assamese
|
খেলি থাকোতেই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ক্ৰিকেটাৰৰ এইদৰে ১০ দিনত ৩ ক্ৰিকেটাৰৰ মৃত্যু গুজৰাটত
|
Assamese
|
ক্ৰীড়াতকৈ শক্তিশালী আন কি হব পাৰে ভাতৃত্ববোধৰ আধাৰ
|
Assamese
|
পুনৰ বিধ্বস্ত অষ্ট্ৰেলিয়া টেষ্ট ক্ৰিকেটৰ দ্বিতীয় চিৰিজতো জয় লাভ ভাৰতৰ
|
Assamese
|
এণ্ডাৰছনক পিছলৈ ঠেলি টেষ্ট ৰেংকিঙৰ শীৰ্ষস্থানত অশ্বিনপিছুৱালে ৰোহিতকোহলী
|
Assamese
|
আইপিএলৰ সূচী ঘোষণাপ্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হব আইপিএল মেচ চাওক সবিশেষ
|
Assamese
|
বিৰাট ৰেকৰ্ড শচীনৰ অভিলেখ ভংগ দ্ৰুততম ২৫ হাজাৰ ৰাণৰ মাইলষ্টোন কোহলিৰ
|
Assamese
|
চাৰ জাদেজাৰ আন এক চমককপিল দেৱক অতিক্ৰমি ৰচিলে আন এক অভিলেখ
|
Assamese
|
তুৰস্কৰ ভূমিকম্পই আনিলে আন এক দুখৰ বাৰ্তাধ্বংসস্তূপৰ মাজত উদ্ধাৰ ফুটবলাৰ আটছুৰ মৃতদেহ
|
Assamese
|
কিং চেক মহিলা দবা চেম্পিয়নক যৌন নিৰ্যাতন গ্ৰেণ্ডমাষ্টাৰৰ তদন্তৰ সন্মুখীন
|
Assamese
|
গোপন কেমেৰাত মুখ খোলাৰ পৰিণতি বিচিচিআইৰ মুখ্য নিৰ্বাচক পদৰ পৰা পদত্যাগ চেতন শৰ্মাৰ
|
Assamese
|
এক কিলো চাহপাতৰ মূল্য ১.১৫ লাখ টকা অসমতে উঠিছে চাহপাতৰ এই দৰ
|
Assamese
|
কোটি টকাত বিক্ৰী হল বিশ্বৰ আটাইতকৈ পুৰণি জিনছ
|
Assamese
|
এলন মাস্কক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি কোন এই বাৰ্ণাৰ্ড আৰ্নল্ট কিমান সম্পদৰ গৰাকী তেওঁ
|
Assamese
|
পিছলিল মাস্ক বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত মাস্কক পিছ পেলাই শীৰ্ষত আন এগৰাকী ধনকুবেৰ
|
Assamese
|
প্ৰতি কিলোগ্ৰামৰ দাম ৮৫ হাজাৰ টকা সোণতকৈ চৰা বিশ্বৰ আটাইতকৈ দামী এই পাচলি
|
Assamese
|
বিমানৰ পিছত এইবাৰ বটলৰ পানী টাটাই ৭০০০ কোটি টকাত ক্ৰয় কৰিছে বিছলেৰী
|
Assamese
|
সস্তাত বিচাৰিছিল তেল পাকিস্তানৰ অনুৰোধ কৰ্ণপাতেই নকৰিলে ৰাছিয়াই
|
Assamese
|
মন্দাৱস্থা আহি আছে ধন ৰাহি কৰক এই পৰামৰ্শ আমাজনৰ মুৰব্বী জেফ বেজোছৰ
|
Assamese
|
বন্ধ হব নেকি টুইটাৰ নিজেই এয়া কি ইংগিত দিলে এলন মাস্কে
|
Assamese
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.