text
stringlengths 1
2.59k
⌀ | language
stringclasses 10
values |
---|---|
মুনলাইটিং অপৰাধত ৩০০ কৰ্মচাৰীক চাকৰিৰ পৰা ছাটাই কৰিলে উইপ্ৰোৱে মানেনো নো কি
|
Assamese
|
কত ৰল আম্বানি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত দ্বিতীয় স্থানত গৌতম আদানী
|
Assamese
|
মূল্যবৃদ্ধিৰ আশীৰ্বাদ ক্ৰমে সম্পদ কমি গৈছে জেফ বেজোছ এলন মাস্কৰ বিপৰীতে ধনী হৈ গৈ আছে মুকেশ আম্বানী গৌতম আদানী
|
Assamese
|
মহম্মদ চিৰাজখৰচী বলাৰৰ পৰা বিশ্বৰ শীৰ্ষস্থানৰ এদিনীয়া বলাৰলৈ
|
Assamese
|
আইচিচিৰ ২০২২ বৰ্ষৰ টি২০ দলত তিনি ভাৰতীয়কোহলী যাদৱ আৰু পাণ্ডিয়াৰ স্থান লাভ আইচিচি একাদশত
|
Assamese
|
কোহলীতকৈও শ্ৰেষ্ঠ স্ববন্দনাত মুখৰ কোন এই পাকিস্তানী ক্ৰিকেটাৰ
|
Assamese
|
ফুটবলত অভূতপূৰ্ব দৃশ্য বগা কাৰ্ড দেখুৱালে ৰেফাৰীয়ে
|
Assamese
|
দিনটোৰ সম্ৰাট হঠাতে ব্যৱসায়ীৰ একাউণ্টত সোমাল ১২ হাজাৰ কোটি টকা তাৰপিছত
|
Assamese
|
এমাহতে ৬৬৪ কোটি টকা উপাৰ্জন মহাবিদ্যালয়ৰ ছাত্ৰৰ অপহৰণৰ ভয়ত শংকিত পিতৃমাতৃ
|
Assamese
|
ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদাৰকী সমিতিৰ নেতৃত্বত মেৰীকম
|
Assamese
|
টাইব্ৰেকাৰত নিউজিলেণ্ডৰ হাতত পৰাজিত হৈ হকী বিশ্বকাপৰ পৰা বাহিৰ হল ভাৰত
|
Assamese
|
চাপত সেও মানি কুস্তি ফেডাৰেচনৰ মুৰব্বী পদৰ পৰা আঁতৰিল ব্ৰিজ ভূষণ নিশাই ঘোষণা ক্ৰীড়া মন্ত্ৰীৰ
|
Assamese
|
মুল্লযুঁজাৰুৰ প্ৰতিবাদৰ আঁৰত ব্যক্তিগত স্বাৰ্থ তথা বিশেষ এজেণ্ডা দাবী ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ
|
Assamese
|
ইডিৰ তালাচীপ্ৰায় ১৫ ঘণ্টাৰ মাৰাথন অভিযানত আমিৰ খানৰ ঘৰৰ পৰা উদ্ধাৰ ১৮ কোটি টকা
|
Assamese
|
ফেশ্যন শ্ব মডেলে ভাৰতীয় দলৰ হৈ খেলিব ক্ৰিকেট আজৱ পৰামৰ্শ ক্ষোভিত গাভাস্কাৰৰ
|
Assamese
|
ক্ৰীড়ামন্ত্ৰীৰে ৰুদ্ধদ্বাৰ বৈঠক প্ৰতিবাদী মল্লযুঁজাৰুৰদাবীত অটল খেলুৱৈ অমীমাংসিত বৈঠক
|
Assamese
|
শ্ৰীলংকাৰ গণজাগৰণ কোন দিশে
|
Assamese
|
বানপানী আৰু গৰাখহনীয়া বিকল্প সমাধানৰ সন্ধানত
|
Assamese
|
বিশ্ব জনসংখ্যা দিৱস আৰু ভাৰত
|
Assamese
|
গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ শোচনীয় অৱস্থা অসন্তুষ্ট দৰ্শনাৰ্থীৰ প্ৰতিক্ৰিয়া
|
Assamese
|
সংবাদমাধ্যমৰ দায়বদ্ধতা
|
Assamese
|
বানপানী জলবায়ু সংকট জীৱন সংকট
|
Assamese
|
মণিপুৰত জনগোষ্ঠীয় হিংসাৰ বিৰুদ্ধে আইজলত হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ
|
Assamese
|
প্ৰতিশ্ৰুতি আৰু প্ৰহসন
|
Assamese
|
নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০এক চমু পৰ্যালোচনা
|
Assamese
|
বীৰ দাসক চুমা খাই ওঁঠৰ পৰা তেজ উলিয়াই দিছিল কংগনাই কি প্ৰতিক্ৰিয়া আহিল অভিনেত্ৰীগৰাকীৰ
|
Assamese
|
দুখন দেশ দুটা ৰায়
|
Assamese
|
আলজেৰিয়াত ভয়ংকৰ বনজুইত ৩৪ জন লোকৰ মৃত্যু হাজাৰ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ
|
Assamese
|
গণতন্ত্ৰৰ জয়যাত্ৰা
|
Assamese
|
যন্ত্ৰচালিত গণতন্ত্ৰ
|
Assamese
|
২০ বছৰৰ পাছত পুনৰ লোকসভাত আস্থা ভোট মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ বাবে সাজু ইণ্ডিয়া
|
Assamese
|
আই আৰ চি টি চিৰ ৱেবছাইটৰ চাৰ্ভাৰ ডাউন দূৰণীবটীয়া যাত্ৰীয়ে কাটিব পৰা নাই ৰেলৰ টিকট
|
Assamese
|
ভাৰতত মুছলমান জনসংখ্যা কিমান সংসদত লিখিতভাৱে জনাইছে কেন্দ্ৰই
|
Assamese
|
স্মৰণীয়বৰণীয়পিতৃমাতৃৰ এই ৩টা ভুলে ধ্বংস কৰে সন্তানৰ ভৱিষ্যত কি কৈছে চাণক্য নীতিয়ে
|
Assamese
|
হিংসাত্মক পৰিস্থিতিৰ মাজতে ম্যানমাৰৰ ৭০০ৰো অধিক নাগৰিকৰ মণিপুৰত প্ৰৱেশ
|
Assamese
|
উদ্যোমী যুৱক ৰিলেন্দ্ৰ বসুমতাৰীৰ সেউজ বিপ্লৱ পাচলি খেতিৰে প্ৰতি মাহত উপাৰ্জন ৬ লাখ টকা
|
Assamese
|
খাদ্য সুৰক্ষাৰ মানদণ্ড ৰক্ষা কৰাত ব্যৰ্থ পতঞ্জলিৰ ঘিউত পোৱা গৈছে ভেজাল
|
Assamese
|
বিষৰ মূল্য কোটি কোটি টকা ২০ হাজাৰ বৃশ্চিকৰ খেতি কৰি ধনী হল কৃষক
|
Assamese
|
ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলিলে তাৰকা মল্লযুঁজাৰু ভিনেশ ফগাটে
|
Assamese
|
২০২২ চনত উপাৰ্জন ৪.৭৯ লাখ কোটি বিশ্বৰ তৃতীয় ধনী ব্যক্তি এতিয়া গৌতম আদানি
|
Assamese
|
আলোচনাত অসন্তুষ্ট বৃজভূষণৰ অপসাৰণৰ দাবীত অটল প্ৰতিবাদী ভাৰতীয় মল্লযুঁজাৰু
|
Assamese
|
প্ৰতাৰণাৰ বলি উছেইন বল্টহেৰুৱালে ১২ মিলিয়ন ডলাৰ
|
Assamese
|
শ্বেয়াৰ বজাৰৰ সম্ৰাট আকাশা এয়াৰৰ স্ৰষ্টা ৰাকেশ ঝুনঝুনৱালা প্ৰয়াত
|
Assamese
|
বিবাহপাশত আৱদ্ধ হল শ্বেৰিল চেণ্ডবাৰ্গ দৰা কোন
|
Assamese
|
১৯ অনুৰ্ধৰ টী২০ মহিলা বিশ্বকাপত দক্ষিণ আফ্ৰিকাক পৰাজিত অভিযান আৰম্ভ ভাৰতৰ
|
Assamese
|
অপ্ৰতিৰোধ্য শুভ গতিৰে গিলৰ আন এক চমক কোহলী ধাৱানক অতিক্ৰমি গঢ়িলে নতুন ৰেকৰ্ড
|
Assamese
|
ৰেপো ৰেট বৃদ্ধি আৰবিআইৰ সূতৰ ওপৰত পৰিব প্ৰভাৱ
|
Assamese
|
হাস্পাতালত কৰনা আক্ৰান্ত আই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোডী আছে অক্সিজেন ছাপোৰ্টত
|
Assamese
|
তকৈ সস্তা এই সৰু গাড়ীখনত পাব ৩৫ কিলোমিটাৰ মাইলেজ
|
Assamese
|
কত আছে সঞ্জু চেমচন সূৰ্যকুমাৰ যাদৱে দিলে উত্তৰনেট দুনীয়াত আবেগৰ ঢৌ
|
Assamese
|
ৰহস্যজনকভাৱে উদ্ধাৰ মহিলা ক্ৰিকেটাৰৰ মৃতদেহ হত্যাৰ অভিযোগ পৰিয়ালৰ
|
Assamese
|
স্পেইনক হৰুৱাই হকী বিশ্বকাপত দুৰ্দান্ত আৰম্ভণি ভাৰতৰ
|
Assamese
|
কিশোৰী ধৰ্ষণৰ গোচৰত ক্ৰিকেটাৰ সন্দীপ লামিচানেক জামিন আদালতৰবিদেশ ভ্ৰমণত নিষেধাজ্ঞা
|
Assamese
|
অথঃ গুপ্তচৰ সংবাদ ৰাছিয়া ইউক্ৰেইন যুদ্ধ ইত্যাদি
|
Assamese
|
ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ
|
Assamese
|
নিয়োগৰ প্ৰতাৰণামূলক আঁচনি
|
Assamese
|
সাম্প্ৰতিক অসমীয়া সংগীত শ্ৰোতাৰ শ্ৰেণীবিভাজন পুঁজিবাদ ৰাজনীতি শিল্পীৰ দায়বদ্ধতা ইত্যাদি
|
Assamese
|
উদ্ধৱ ঠাকৰে চৰকাৰৰ পতন আসন্ন
|
Assamese
|
অসমীয়া ভাষাৰ লিখন ৰীতিত প্ৰত্যয় আৰু বিভক্তিৰ ব্যৱহাৰ
|
Assamese
|
বিস্ময়ৰ পৰা বাস্তৱলৈ ৰাভা
|
Assamese
|
হিজাব আৰু আজান বিতৰ্ক ২
|
Assamese
|
মেঘালয়ত উত্তপ্ত পৰিস্থিতিমুখ্যমন্ত্ৰী কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদী জনতাৰ আহত ৫ নিৰাপত্তাৰক্ষী
|
Assamese
|
নতুন শিক্ষানীতিৰ নিষ্ঠুৰতা
|
Assamese
|
বিমুখ বিৰোধীউচ্চতম ন্যায়ালয়ত নাকচ সমষ্টি পুনৰ নিৰ্ধাৰণৰ স্থগিতাদেশৰ আবেদন
|
Assamese
|
আক্ৰমণাত্মক গৌৰৱ গগৈআমেৰিকান কংগ্ৰেছক সম্বোধন কৰা মোদীয়ে সংসদত মণিপুৰৰ কথা কব নোৱাৰে
|
Assamese
|
ৰাজ্য প্ৰশাসনৰ ৫০ শতাংশ পদ বিলুপ্তিৰ সিদ্ধান্ত যুৱ সমাজৰ প্ৰতি ডাঙৰ প্ৰতাৰণাঃ ডি ৱাই এফ আই
|
Assamese
|
হিজাব আৰু আজান বিতৰ্ক
|
Assamese
|
মণিপুৰত অব্যাহত হিংসা এইবাৰ বিদ্যালয়ত অগ্নিসংযোগ দুস্কৃতিকাৰীৰ চলিছে গুলীয়াগুলি
|
Assamese
|
অচল সংসদ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অনুষ্ঠিত বৈঠক এজন এজনকৈ বিৰোধী সাংসদক ফোন ৰাজনাথ সিঙৰ
|
Assamese
|
সকলো বিভাগৰ অপ্ৰয়োজনীয় খালী পদ বিলোপ কৰাৰ পদক্ষেপ অসম চৰকাৰৰ
|
Assamese
|
প্ৰসঙ্গ আলফা স্বাধীন ভাবুকিনতুনত্ব একো নাই মন্তব্য জি পি সিঙৰ
|
Assamese
|
বিলাহী খোৱা বন্ধ কৰক দাম হ্ৰাস কৰাৰ ক্ষিপ্ৰ সমাধান উত্তৰ প্ৰদেশৰ মন্ত্ৰীৰ জনালে বিকল্পও
|
Assamese
|
পেকেজড ফুডৰ ওপৰত বৈজ্ঞানিকভাবে সতৰ্ক বাৰ্তা লিখাৰ সপক্ষে উদ্যোগগোষ্ঠী
|
Assamese
|
কাজিৰঙাৰ পানবাৰী গাওঁৰ শিপিনীৰ হাতে বোঁৱা কাপোৰলৈ অসমী ব্ৰেণ্ড নেইম প্ৰদান
|
Assamese
|
হংকঙত নীৰৱ মোডীৰ ২৫০ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিলে ইডিয়ে
|
Assamese
|
আদানি গ্ৰুপে ৰ পৰা বিচাৰিছে ১৪০০০ কোটি টকা ঋণ
|
Assamese
|
নাৰী অধিকাৰ খৰ্বৰ প্ৰতিবাদআফগানিস্তানৰ বিৰুদ্ধে দ্বিপাক্ষিক শৃংখলা বাতিল অষ্ট্ৰেলিয়াৰ
|
Assamese
|
মধ্যবিত্তৰ মূৰত মাধমাৰ আজিৰে পৰা দাম বাঢ়িছে এইসমূহ নিত্যাৱশ্যকীয় সামগ্ৰীৰ
|
Assamese
|
আমিনগাঁৱত পৃথ্বীৰ শ্বঅপেক্ষা এতিয়া ৰিয়ানলৈ
|
Assamese
|
আজি বৰ্ষাপাৰাত ভাৰতশ্ৰীলংকা ষ্টেডিয়ামত সাপৰ উপদ্ৰৱ ৰোধ কৰিবলৈ স্প্ৰে কৰা হৈছে কেমিকেল
|
Assamese
|
দুৰ্দান্ত খেল প্ৰদৰ্শন টীম ইণ্ডিয়াৰ ৬৭ ৰাণত পৰাস্ত শ্ৰীলংকা
|
Assamese
|
ভাৰতৰ ৰাজপথলৈ উভতি আহিছে এই জনপ্রিয় বাইক কেতিয়া আহিব বজাৰলৈ
|
Assamese
|
সস্তা হল টকাপ্ৰথমবাৰৰ বাবে প্ৰতি ডলাৰত ৮০ টকালৈ হ্ৰাস পালে ভাৰতীয় মুদ্ৰা কিয় ঘটিল এই পতন
|
Assamese
|
দ্বিতীয় বৰভাগ ক্লাব গলফত গুৱাহাটী ৰেলৱে গ্ৰীণ ক্লাব চেম্পিয়ন
|
Assamese
|
বিশুদ্ধ খোৱাপানী প্ৰস্তুত কৰা প্ৰতিষ্ঠানত মেনেজাৰৰ বিৰুদ্ধে কৰ্মচাৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ
|
Assamese
|
বিজেপিৰ ভাল দিনত সস্তা হৈ পৰিছে টকা ১ ডলাৰৰ মূল্য হলগৈ প্ৰায় ৮০ টকা
|
Assamese
|
প্ৰত্যাৱৰ্তনত বিলম্ব সম্পূৰ্ণ সুস্থ নোহোৱা পৰ্যন্ত ২২ গজৰ পৰা আঁতৰত থাকিব বুমৰাহ
|
Assamese
|
ৰাজকোটত নিশাই সূৰ্যোদয় নৱোদিত মিষ্টাৰ ৩৬০° ফুলজাৰিত চমকিত ক্ৰিকেট বিশ্ব
|
Assamese
|
ৰাজ্যত গলফ ক্ৰীড়াৰ জাগৰণৰ লক্ষ্য৮ জানুৱাৰীত দ্বিতীয় বৰভাগ গলফ প্ৰতিযোগিতা
|
Assamese
|
শিৱম মাভিৰ ৪ উইকেট উত্তেজনাপূৰ্ণ প্ৰথমখন টী২০ ত শ্ৰীলংকাক ২ ৰাণত পৰাস্ত কৰিলে ভাৰতে
|
Assamese
|
ফুটবল সম্ৰাটলৈ শ্ৰদ্ধাৰ্ঘ্যপ্ৰতিখন দেশতে পেলেৰ নামেৰে ষ্টেডিয়াম নামাকৰণৰ আহ্বান ফিফা সভাপতি ইনফান্টিনোৰ
|
Assamese
|
ৰাজধৰ্ম আৰু প্ৰজা বিভ্ৰাট
|
Assamese
|
ৰছুলৰ অপবাদ
|
Assamese
|
ধৰ্মান্ধতা আৰু প্ৰতিক্ৰিয়া
|
Assamese
|
ক্ষমতাই শেষ কথা
|
Assamese
|
মোদী চৰকাৰৰ দ্বিচাৰিতাকাশ্মীৰ ফাইলছকলৈ চকুলো টোকা চৰকাৰ কাশ্মীৰি পণ্ডিতক লৈ উদাসীন কিয়
|
Assamese
|
এখনেই মাথো পৃথিৱী..
|
Assamese
|
বিপন্ন পৃথিবী বিনষ্ট পৰিৱেশ আৰু বিপৰ্যস্ত মানবৰ কৰণীয়
|
Assamese
|
মৰ্মান্তিক গুৱাহাটীত পথৰ দাঁতিৰ গাঁতত পৰি মৃত্যু আভিযান্ত্ৰিক ডিগ্ৰীধাৰী যুৱকৰ
|
Assamese
|
জলবায়ু পৰিৱৰ্তন কি
|
Assamese
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.