text
stringlengths 1
2.59k
⌀ | language
stringclasses 10
values |
---|---|
ইতিহাস গঢ়া মৰক্কোৰ জয়ৰ পিছত ভাইৰেল হৈ পৰিছে ছাকিৰাৰ টুইটদিছ টাইম ফৰ আফ্ৰিকা
|
Assamese
|
জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানত বিশ্ববিদ্যালয়সমূহৰ ভূমিকা
|
Assamese
|
বিহু বিষয়ক দুটামান প্রশ্ন
|
Assamese
|
আৰু মাথো এখোজ তাৰ পাছতেই হাতৰ মুঠিত সোণালী পৰী
|
Assamese
|
এখন ধুনীয়া কিতাপ
|
Assamese
|
হিন্দী বনাম অহিন্দী
|
Assamese
|
দেশৰ উঠি অহা প্ৰজন্মক গণতান্ত্ৰিক প্ৰমূল্যবোধৰ শিক্ষা দিব নিবিচাৰে নেকি মোদী চৰকাৰে
|
Assamese
|
ক্ষুধাৰ গ্ৰাসত বিশ্ববিশ্ববাসী নে ভাৰতীয় কাৰ ত্ৰাণকৰ্তাৰ ৰূপত মোদী
|
Assamese
|
আগন্তুক দিনৰ জাননী
|
Assamese
|
কাটাৰত এমবাপেৰ জীৱনলৈ নতুন প্ৰেম ৰজ অতীত হল নেকি ট্ৰেন্স মডেল ইননেছ ৰাউ
|
Assamese
|
ভিজিলেঞ্চৰ জালত দুই লুণ্ঠনকাৰী বিষয়া অভিযানত উদ্ধাৰ টকাৰ পাহাৰ চলি আছে সম্পত্তিৰ হিচাপ
|
Assamese
|
সহ্য নহয় ভনীয়েকৰ প্ৰেমিকক খঙত ভনীয়েকক ডিঙি কাটি হত্যা কটা মূৰ লৈ থানাত হাজিৰ ককায়েক
|
Assamese
|
মণিপুৰৰ হিংসাৰ বাবে আৰ এছ এছ বিজেপিক জগৰীয়া অখিল গগৈৰ ৰাষ্ট্ৰপতিৰ শাসনৰ আহ্বান
|
Assamese
|
আইৰ মুখৰ মাত
|
Assamese
|
উত্তৰ ঔপনিবেশিক চিন্তাসূত্ৰৰ সীমা পাৰ হৈ উত্তৰউত্তৰ ঔপনিবেশিকতাবাদ
|
Assamese
|
চাণক্য নীতিএনে ব্যক্তিৰ প্ৰেমত পৰিলে গোটেই জীৱন অন্ধকাৰ বিয়াৰ পিছতো ভুগিব চৰম অশান্তিত
|
Assamese
|
নগাঁৱত ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ দুটাকৈ হাতী
|
Assamese
|
মণিপুৰ জ্বলিছে দুমাহ ধৰি তোমালোকৰ কোনো খবৰ নাই বলিউডৰ চেলিব্ৰিটিসকলক এজাউৰি লিন লাইশ্ৰমৰ
|
Assamese
|
প্ৰটকল বিশেষাধিকাৰ নহয় উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ আচৰণত অসন্তুষ্ট দেশৰ মুখ্য ন্যায়াধীশ
|
Assamese
|
কংগ্ৰেছৰ সৈতে জড়িত পৰিয়াল ৰাহুলৰ গোচৰৰ পৰা আঁতৰিব বিচাৰিছিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ
|
Assamese
|
মণিপুৰ কাণ্ডত নতুন বিতৰ্ক বিবস্ত্ৰা কৰি মহিলা দুগৰাকীক খোজ কঢ়োৱাৰ কথা আগতেই জানিছিল ৰাষ্ট্ৰীয় মহিলা আয়োগে
|
Assamese
|
সাক্ষাৎকাৰৰ নামত হোটেললৈ মাতি আনি অভিনেত্ৰীক ধৰ্ষণ আৰক্ষীক অভিযোগ ভুক্তভোগীৰ
|
Assamese
|
জনতা ভৱনত বাবা ৰামদেব লক্ষ্য সাম্ৰাজ্য বিস্তাৰ
|
Assamese
|
ৰামদেৱৰ পতঞ্জলি ৰুচি ছয়াক ধনী কৰিবলৈকে উত্তৰপূৰ্বাঞ্চলৰ বনাঞ্চল ধ্বংস কৰিব খুজিছে মোদী চৰকাৰে প্ৰদ্যুৎ বৰদলৈ
|
Assamese
|
অসমীয়া সমাজসংস্কৃতিৰ ৰেহৰূপ
|
Assamese
|
দুদিন ধৰি চলা নিলামত ১০টা দলে ক্ৰয় কৰিলে মুঠ ২০৪গৰাকী ক্ৰিকেটাৰক চাওক সম্পূৰ্ণ তালিকা
|
Assamese
|
জুকাৰবাৰ্গৰ বেয়া দিন ধনীৰ তালিকাত তেওঁক অতিক্ৰমি আগবাঢ়িল আদানি আৰু আম্বানি
|
Assamese
|
জনপ্রিয়তা হেৰুৱাইছে ১৭বছৰত প্ৰথমবাৰ হ্ৰাস পালে ব্যৱহাৰকাৰীৰ সংখ্যা কিমান পালে হ্রাস
|
Assamese
|
১৫ ফেব্ৰুৱাৰীৰ পৰা কোভিডৰ সকলো প্ৰত্যাহাৰ জনতা ভৱনত সংবাদমেল পাতি আৰু কি কি কলে মুখ্যমন্ত্ৰীয়ে
|
Assamese
|
ৰাজ্যৰ গ্ৰামাঞ্চলত ব্যৱসায় কৰিবলৈ এতিয়াৰে পৰা প্ৰয়োজন নহব কোনো ট্ৰেড লাইচেন্সৰ
|
Assamese
|
কেন্দ্ৰীয় বাজেট ২০২২কি কি ঘোষণা বিত্তমন্ত্ৰী সীতাৰমনৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে কি ভাল খৱৰ
|
Assamese
|
ফৰাচী যোদ্ধাৰ আগত নতশিৰ ব্ৰিটিছ বাহিনী ইংলেণ্ডৰ সপোন চূৰ্ণ কৰি ছেমি ফাইনেলত ফ্ৰান্স
|
Assamese
|
তীব্ৰ উত্তেজনামূলক যুঁজত নেদাৰলেণ্ডক হৰুৱাই ফুটবল বিশ্বকাপৰ ছেমি ফাইনেলত আৰ্জেণ্টিনা
|
Assamese
|
পৰ্তুগালৰ বিদায় ইতিহাস গঢ়ি বিশ্বকাপ ফুটবলৰ ছেমি ফাইনেলত মৰক্কো
|
Assamese
|
নায়ক ডমিনিক লিভাকোভিচ ব্ৰাজিলক পৰাস্ত কৰি বিশ্বকাপ ফুটবলৰ ছেমি ফাইনেলত ক্ৰোৱেছিয়া
|
Assamese
|
দুৰ্ভাগ্য বিপক্ষৰ বেটাৰক পেভিলিয়নমুখী কৰাৰ প্ৰচেষ্টাত চাৰিটা দাঁত হেৰুৱালে শ্ৰীলংকাৰ ক্ৰিকেটাৰে
|
Assamese
|
প্রতিশ্ৰুতিৰ বানপানী আৰু গৰাখহনীয়া
|
Assamese
|
হৃদয় বিদাৰক ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ
|
Assamese
|
কিয় হিন্দী বাধ্যতামূলক কৰিব লাগে
|
Assamese
|
খেলপথাৰলৈ ঘুৰি আহিল চাম্বাৰ ছন্দ দক্ষিণ কোৰিয়াক বিদায় দি কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিল
|
Assamese
|
বহিৰাগতৰ চক্ৰান্ত
|
Assamese
|
চাৰি প্ৰতিষ্ঠানৰ চামিলকৰণ আৰু ভাৰতীয় চলচ্চিত্ৰৰ ভৱিষ্যৎ
|
Assamese
|
কাটাৰত জমি উঠিছে খেল কোৱাৰ্টাৰত নেডাৰলেণ্ডৰ মুখামুখি হব আৰ্জেণ্টিনা
|
Assamese
|
বিশ্বকাপ খেলিবলৈ অহা তাৰকাৰ সতীৰ্থৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ
|
Assamese
|
অধ্যক্ষৰ আসনখন
|
Assamese
|
বিশ্বকাপ ফুটবলত এছিয়াৰ জয়জয়কাৰ পৰ্তুগালক পৰাস্ত কৰি নকআউটত দক্ষিণ কোৰিয়া
|
Assamese
|
বিধবা কিয় ৰং বিবৰ্জিতা
|
Assamese
|
ভুক্তভোগী মণিপুৰী মহিলাৰ স্বামী তথা অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ ভাষ্যই কঁপাইছে দেশ
|
Assamese
|
ৰাজ্য সভাৰ সদস্য নিৰ্বাচন
|
Assamese
|
জাতি সমস্যা সাম্প্ৰদায়িকতাবাদ আৰু ভাৰতীয় মহাজাতীয়তাৰ সমস্যা এক ঐতিহাসিক অৱলোকন
|
Assamese
|
বিশ্ব জলবায়ু সংকট আৰু অসম
|
Assamese
|
যদিহে কেন্দ্ৰই সঠিক সময়ত হস্তক্ষেপ কৰিলেহেতেঁন তেন্তে এনে ঘটনা নঘটিলেহেতেঁন ইৰম শৰ্মিলা
|
Assamese
|
ইছৰোৱে দিছে খবৰ সহজেই কক্ষপথ সলনি কৰি চন্দ্ৰৰ ওচৰলৈ গতি কৰিছে চন্দ্ৰযান৩
|
Assamese
|
এফালে বিবস্ত্ৰা মণিপুৰৰ কন্যা আনফালে যৌন নিৰ্যাতনৰ গোচৰত বিজেপিৰ ব্রিজ ভূষণক মঞ্জুৰ জামিন
|
Assamese
|
মণিপুৰত বীভৎস গণ ধৰ্ষণৰ মূল অভিযুক্ত হুইৰেম হেৰোদাছৰ ঘৰ জ্বলাই দিলে একাংশ মহিলাই
|
Assamese
|
আমাক বিবস্ত্ৰা আৰু ধৰ্ষণ কৰাৰ সময়ত সহায়ৰ সলনি পলায়ন কৰিছিল আৰক্ষীয়ে মণিপুৰৰ ভুক্তভোগী মহিলাৰ ভাষ্য
|
Assamese
|
সামাজিক মাধ্যমত বিয়পি পৰা ভূৱা খবৰেই কাল হল নেকি মণিপুৰৰ ধৰ্ষণৰ আঁৰৰ কাহিনী
|
Assamese
|
ৰ ত লেনদেনৰ সীমা বৃদ্ধি লগোৱা হব বৰ্দ্ধিত চাৰ্জ কাইলৈৰ পৰা সলনি হব এইবোৰ নিয়ম
|
Assamese
|
ৰাজ্যত সক্ৰিয় গৰুৰ চিণ্ডিকেট মঙলদৈত অবৈধভাৱে সৰবৰাহ কৰা গৰুৰ সৈতে দুজনক গ্ৰেপ্তাৰ
|
Assamese
|
সংসদত বাজেট উত্থাপন কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ আশাপ্ৰত্যাশাৰ চাপৰ প্ৰতিফলন
|
Assamese
|
ফেব্ৰুৱাৰী মাহত কিমান দিন ধৰি বন্ধ থাকিব বেংক জানক সম্পূৰ্ণ তালিকা
|
Assamese
|
দাম বাঢ়িল মাৰুতি গাড়ীৰ ৪.৩শতাংশ পৰ্যন্ত দাম বঢ়ালে কোম্পানীয়ে
|
Assamese
|
মহানগৰীত উৰুকাৰ উছাহ গুৱাহাটীত উৰুকাৰ নিশা বিক্ৰী হল ২.৭৫কোটি টকাৰ বিলাতী সুৰা
|
Assamese
|
উজনী অসমৰ কয়লা চিণ্ডিকেটক লৈ সৰৱ দুই সংগঠন বিজেপিৰ নেতৃত্বত চিণ্ডিকেট চলাৰ অভিযোগ
|
Assamese
|
চলিত সপ্তাহৰ অন্তত টাটা গোটৰ হাতলৈ যাব এয়াৰ ইণ্ডিয়া
|
Assamese
|
ভোগালী বিহুক আদৰিবলৈ প্ৰস্তুতি বিশ্বনাথৰ এদল মহিলাৰ
|
Assamese
|
ইতিহাস গঢ়াৰ পথত কাটাৰ বিশ্বকাপ ২২পুৰুষ ফুটবলাৰৰ মেচ পৰিচালনাত ৩ মহিলা ৰেফাৰী
|
Assamese
|
বিশ্ব ফুটবলত এছিয়াৰ মহাশক্তি স্পেইনক হৰুৱাই জাৰ্মানীকো বিশ্বকাপৰ বাহিৰ কৰিলে জাপানে
|
Assamese
|
শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি ফুটবল সম্ৰাট পেলে কেনে আছে কিংবদন্তি খেলুৱৈগৰাকী
|
Assamese
|
বিশ্বকাপ ফুটবলত বৃহৎ অঘটন ব্ৰাজিলক পৰাস্ত কৰি ইতিহাস গঢ়িলে কেমেৰুনে
|
Assamese
|
ফিফা বিশ্বকাপঃ চৌদি আৰৱৰ খেলুৱৈৱে লাভ নকৰে ৰোলছ ৰয়েছ বাহন
|
Assamese
|
বিজয় হাজাৰে ট্ৰফীত ৰিয়ান পৰাগৰ ১১৬ টা বলত ১৭৪ ৰাণৰ বিস্ফোৰক ইনিংছ মুগ্ধ ক্ৰিকেট অনুৰাগী
|
Assamese
|
ভাৰতীয়গিৰি মজা
|
Assamese
|
৬ টা বলত ৭ টা ছয় ইতিহাস গঢ়িলে ৰুতুৰাজে দুৰ্যোগ নামিল কোন বলাৰৰ
|
Assamese
|
প্ৰসঙ্গঃ ৰাছিয়াইউক্ৰেইনৰ যুদ্ধ ৰাছিয়াৰ বাবে দ্বিতীয় আফগানিস্তান হোৱাৰ দিশত ইউক্ৰেইন
|
Assamese
|
বহনক্ষম ভৱিষ্যত আৰু বিজ্ঞানপ্ৰযুক্তিবিদ্যা
|
Assamese
|
বৰ্তি থকাৰ যুঁজ মেক্সিকোৰ বিৰুদ্ধে ২০ গলত জয় আৰ্জেণ্টিনাৰ ছন্দলৈ উভতিল মেছি
|
Assamese
|
ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা
|
Assamese
|
বি.এডব্যক্তিগত খণ্ড আৰু শিক্ষাৰ্থী
|
Assamese
|
নিউক্লীয় যুদ্ধৰ প্ৰচ্ছায়াত
|
Assamese
|
গৌৰৱান্বিত ৰাজ্যৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে
|
Assamese
|
মণিপুৰ কাণ্ড সামাজিক মাধ্যমত আপৰ ব্যাপক ট্ৰেণ্ডিং অভিযান
|
Assamese
|
গুৱাহাটীত আকৌ বৃদ্ধি পালে গাখীৰৰ মূল্যকিমান বৃদ্ধি পালে
|
Assamese
|
কাশ্মীৰ ফাইলছ্
|
Assamese
|
নিজৰ মৌনতা ভাঙক ফোনতে মণিপুৰ ঘটনাটো প্ৰিয়জনৰ সৈতে এবাৰ পাতক
|
Assamese
|
দুই কুকি মহিলাক উলংগ কৰি পেৰেড মাত্ৰ এগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ
|
Assamese
|
কড়িখেলাৰ সাধুআত্মজৈবনিক এক সৃষ্টিশীল নিৰ্মাণ
|
Assamese
|
প্ৰসংগ মণিপুৰ কাণ্ডঃ চৰকাৰে ব্যৱস্থা নললে আমি লম বজ্ৰকণ্ঠে ঘোষণা উচ্চতম ন্যায়ালয়ৰ
|
Assamese
|
মণিপুৰৰ নৃশংসতাই জোকাৰিছে দেশ তথাপি নিৰ্বাক মোদী তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ
|
Assamese
|
চাকৰিৰ প্ৰলোভনেৰে ডিব্ৰুগড়ৰ যুৱতীক হাৰিয়ানাত বিক্ৰীবলপূৰ্বকভাৱে দিয়া হল বিয়া
|
Assamese
|
মণিপুৰৰ নৃশংস নাৰী উৎপীড়ন কাণ্ডই কঁপাইছে দেশদুই কুকি মহিলাক পথত উলংগ কৰি সমদল দলবদ্ধ ধৰ্ষণৰ অভিযোগ
|
Assamese
|
প্ৰসংগ মণিপুৰ শতাধিক লোকৰ মৃত্যুত হৃদয় বিগলিত নোহোৱা প্ৰধানমন্ত্ৰী মোদীৰ মৌনব্ৰত ভংগ
|
Assamese
|
শতবৰ্ষ গৰকিবলৈ ওলোৱা লেখক চাহশিল্পৰ বিশেষজ্ঞ প্ৰদীপ চন্দ্ৰ দত্ত আৰু নাই
|
Assamese
|
ৰাজ্যত সামগ্ৰিক দুগ্ধ বিকাশৰ বাবে অসম চৰকাৰৰ এনডিডিবিৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ
|
Assamese
|
দেশৰ পূব তথা উত্তৰপূব অঞ্চলক সাগৰীয় পথেৰে সংযোগ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ বৈঠক
|
Assamese
|
কৰনাৰ ৰঙা চকু ধুবুৰী এছবিআইৰ প্ৰধান শাখা কাৰ্যালয় কন্টেইনমেন্ট জন ঘোষণা
|
Assamese
|
ভাল খৱৰ অহা এপ্ৰিলত আৰম্ভ হব অসম সমবায় মৰাপাট কলৰ দ্বিতীয় প্ৰকল্পৰ কাম
|
Assamese
|
ভ্ৰমণ বিলাসী ধনকুবেৰ ৬০০ কোটি টকা খৰচ কৰি ক পৰা ঘুৰি আহিল এইগৰাকী মহাজন
|
Assamese
|
কৰ্মচাৰীৰ অভাৱত হাৰাশাস্তি গ্ৰাহকৰ অসম গ্ৰামীণ বিকাশ বেংকৰ বামুন্দী শাখাত অচলাৱস্থা
|
Assamese
|
অসমলৈ চৰকাৰী বাছ চলোৱাৰ সিদ্ধান্ত পশ্চিমবংগ চৰকাৰৰ ২৬ ডিচেম্বৰত আৰম্ভ হব এই বাছসেৱা
|
Assamese
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.