text
stringlengths 1
2.59k
⌀ | language
stringclasses 10
values |
---|---|
আমাজনক ২০০ কোটি টকা জৰিমনা ৰিটেইলাৰ ফিউচাৰ ক্ৰয়ৰ চুক্তি বাতিল
|
Assamese
|
দেশত গাড়ীৰ নাটনি ৭ লাখ গ্ৰাহকে মাহৰ পিছত মাহ ধৰি অপেক্ষা কৰিবলগীয়া হৈছে ফৰমাইচ দিয়া গাড়ী খনৰ বাবে
|
Assamese
|
ভাৰতে পাকিস্তানত হবলগীয়া এছিয়া কাপ বৰ্জন কৰিলে পাকিস্তানেও ভাৰতলৈ খেলিবলৈ নাহেঃ ৰমিজ
|
Assamese
|
খেলৰ ছয় মিনিটতে আগবাঢ়ি থাকিও ইকুৱেডৰ বিৰুদ্ধে ড্ৰ খেলিলে নেদাৰলেণ্ডে বাহিৰ হল আয়োজক দেশ কাটাৰ
|
Assamese
|
উত্তেজনাপূৰ্ণ খেলত ঘানাক ৩২ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ অভিযান আৰম্ভ ৰোনাল্ডোৰ পৰ্তুগালৰ
|
Assamese
|
ছাৰ্বিয়াৰ বিৰুদ্ধে ৰিচাৰ্লিছনৰ দুটা গলেৰে ব্ৰাজিলৰ সপোনৰ আৰম্ভণি ছাম্বাৰ ছন্দত নাচি উঠিল লুচাইল ষ্টেডিয়াম
|
Assamese
|
ফিফা বিশ্বকাপঃ কোষ্টাৰিকাক ৭০ গলৰ ব্যৱধানত পৰাজিত কৰি স্পেইনৰ বৃহৎ জয়
|
Assamese
|
কেমেৰুনক ১০ গলত পৰাস্ত কৰি বিশ্বকাপত অভিযান আৰম্ভ কৰিলে চুইজাৰলেণ্ডে
|
Assamese
|
হতবাক বিশ্ব ধূসৰ বিশ্বজয়ৰ স্বপ্নপ্ৰথম মেচতে স্বপ্নভংগৰ আশংকাত ডুবিল মেছি বাহিনী
|
Assamese
|
নতুন এটা সঙ্কটৰ গ্ৰাসত দেশ
|
Assamese
|
উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ সকীয়নি
|
Assamese
|
সংবাদ মাধ্যমৰ প্ৰত্যাহ্বান
|
Assamese
|
অপৰ আৰু আমি:প্ৰসংগ গায়ত্ৰী চক্ৰবৰ্তী স্পিভাক
|
Assamese
|
জয়ৰ পুৰস্কাৰআৰ্জেন্টিনাৰ বিৰুদ্ধে জয়ৰ আনন্দত আজি ৰাষ্ট্ৰীয় বন্ধ ঘোষণা চৌদি আৰৱত
|
Assamese
|
দুৰ্দান্ত যুঁজ দিও পৰাজিত ছেনেগাল কোডি গাকপো ক্লাচেনৰ গোলেৰে নেডাৰলেণ্ডৰ ৰোমাঞ্চকৰ জয়
|
Assamese
|
হিজাব বিৰোধী প্ৰতিবাদত চামিল বিশ্বকাপত ইৰাণৰ ফুটবলাৰসকলে নাগালে ৰাষ্ট্ৰীয় সংগীত
|
Assamese
|
গুৱাহাটীত এগৰাকী কণমাণিক ধৰ্ষণৰ চেষ্টা ৬০ বছৰীয়া ব্যক্তিৰ
|
Assamese
|
বেংগালুৰুত দলবদ্ধ ধৰ্ষণৰ বলি অসমীয়া যুৱতী প্ৰেমিক আৰু চাৰি বন্ধুৱে কৰিলে ধৰ্ষণ
|
Assamese
|
সুৰাপানৰ ফলত হোৱা যকৃতৰ ৰোগ আৰু অন্য কিছু কথা
|
Assamese
|
প্ৰসঙ্গঃ ৰাছিয়াইউক্ৰেইনৰ যুদ্ধপদূলি মুখত শত্ৰুৰ শিবিৰ কাৰো কাম্য নহয়
|
Assamese
|
বিজনলাল চৌধুৰীজাতীয়তাবাদৰ পৰা সমতাৰ সমাজলৈ যাৰ যাত্ৰা
|
Assamese
|
ৰাছিয়াইউক্ৰেইন যুদ্ধ ইত্যাদি
|
Assamese
|
হিমন্ত বিশ্ব শৰ্মা আৰু আজমলৰ সাম্প্ৰদায়িক ঘৃণাৰ বিৰুদ্ধে চিপিআই এম লতাশিল থানাত গোচৰ
|
Assamese
|
বিজ্ঞান আৰু প্ৰযুক্তিৰ সমন্বয় সাধনপ্ৰত্যাশা আৰু বাস্তৱ
|
Assamese
|
যুদ্ধয়ো ৰুদ্ধ কৰিব নোৱাৰে প্ৰেমৰ তাড়ণা
|
Assamese
|
মণিপুৰৰ ইন্টাৰনেট কৰ্তন উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে
|
Assamese
|
হীৰেন গোহাঁইৰ লেখনিত বৌদ্ধিক সমল নাই হীৰেন গোহাঁই এজন নৈৰাজ্যবাদী মানুহ হিমন্ত বিশ্ব শৰ্মা
|
Assamese
|
সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হল এ আই ইউ ডি এফ
|
Assamese
|
সাম্প্ৰদায়িক মন্তব্য কৰিও টিঘিলঘিলনি মুখ্যমন্ত্ৰী হিমন্তৰ গ্ৰেপ্তাৰৰ দাবী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
|
Assamese
|
আন ৰাজ্যৰ চৰকাৰক সমালোচনা কৰি থাকিলে বান সমস্যা সমাধান নহয় কেজৰিৱালক কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ
|
Assamese
|
ৰখাই থোৱা গাড়ীৰ পৰা আইনা ভাঙি মূল্যৱান সামগ্ৰী লৈ উধাও দুষ্কৃতিকাৰী
|
Assamese
|
ফেচবুক কৰ্ণাৰ আছুৰ ক্ৰিয়া প্ৰতিক্ৰিয়াকলৈ সময় নষ্ট নকৰিব বুলন কুমাৰ শইকীয়াৰ ফেচবুক পোষ্ট
|
Assamese
|
আজি আৰু কাইলৈ বেংকলৈ নাযাব কিন্তু কিয়
|
Assamese
|
যোৰহাটৰ পৰা নাগালেণ্ডলৈ চোৰাংভাবে সৰবৰাহ কৰা ২৪টা কুকুৰ উদ্ধাৰ অসম আৰক্ষীৰ
|
Assamese
|
দুদিনীয়া বেংক ধৰ্মঘটত বহিছে প্ৰায় ৯লাখ বেংক কৰ্মচাৰী সমস্যাত গ্ৰাহক
|
Assamese
|
মাত্ৰ ১টকাত ৩০ দিনৰ ভেলিডিটি বিনামূলীয়া ডাটা কি এই ৰ ধামাকা প্লেন
|
Assamese
|
নিশা চোৰৰ চাফাই অভিযান গোলাঘাট সদৰ থানাৰ তিনিশ মিটাৰ আঁতৰতে চোৰৰ লুটপাত
|
Assamese
|
চেনেলৰ নতুন গোলকীয় মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্ত ভাৰতীয় মূলৰ মহিলা
|
Assamese
|
মনোহৰী গল্ড চাহে ৰচিলে ইতিহাস নিলামত উঠিল প্ৰতি কিলোত ৯৯৯৯৯ টকাৰ দৰ
|
Assamese
|
মাৰ্ঘেৰিটাত পৰ্যটন উদ্যোগ বিকাশৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা চক্ৰ
|
Assamese
|
কেইখন ছীমকাৰ্ড ৰাখিব পাৰিব আপুনি অসম তথা উত্তৰপূব গ্ৰাহকসকলে কেন্দ্ৰৰ বৃহৎ সিদ্ধান্ত
|
Assamese
|
কৃষিকৰ্মৰে স্বাৱলম্বী হোৱাৰ সপোন জাঁজীমুখৰ অমিয়ই সৰিয়হ খেতিৰে দেখুওৱাইছে আদৰ্শ
|
Assamese
|
ফিফা বিশ্বকাপৰ প্ৰথমখন খেলত আয়োজক কাটাৰক ২০ গলত পৰাস্ত কৰিলে ইকুৱেডৰে
|
Assamese
|
সন্ত্ৰাসবাদীৰ দৃষ্টি ফুটবলত মুছলমানসকলক কাটাৰ বিশ্বকাপ বৰ্জন কৰিবলৈ আহ্বান আলকায়দাৰ
|
Assamese
|
ফিফা বিশ্বকাপত অধিক সবল হৈছে সমকামিতাৰ সপক্ষে প্ৰচাৰ প্ৰচাৰত নামিছে খেলুৱৈয়ো
|
Assamese
|
ফুটবলৰ জ্বৰ একেলগে বিশ্বকাপ চোৱাৰ ইচ্ছাৰে ২৩ লাখ টকাৰে ঘৰ কিনি ললে ১৭ বন্ধুৱে
|
Assamese
|
আজিৰে পৰা কাটাৰত ফুটবলৰ মহাৰণ ভাৰতীয় সময় অনুসৰি নিশা ৭৩০ বজাৰ পৰা উদ্বোধনী অনুষ্ঠান
|
Assamese
|
টেবুল টেনিছত অভিলেখ মণিকাৰ প্ৰথম ভাৰতীয় মহিলা হিচাপে গঢ়িলে ইতিহাস
|
Assamese
|
অভূতপূৰ্ব সিদ্ধান্ত চেতন শৰ্মা নেতৃত্বাধীন নিৰ্বাচক সমিতিক বৰ্খাস্ত কৰিলে বিচিচিআইয়ে
|
Assamese
|
অক্সফৰ্ডৰ গৱেষণাত ওলাল ষষ্ঠবাৰৰ বাবে বিশ্বকাপ জিকিব ব্ৰাজিলে
|
Assamese
|
আজি নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টি২০ভুৱনেশ্বৰৰ সমুখত এক অনন্য ৰেকৰ্ডৰ অধিকাৰী হোৱাৰ সুযোগ
|
Assamese
|
অসমীয়া চলচ্চিত্ৰপ্ৰেমীয়ে শ্ৰদ্ধাৰে সুঁৱৰিব মহীকান্তক
|
Assamese
|
অসমীয়া জাতীয়তাবাদৰ অন্তিম দশা
|
Assamese
|
মাটি কিনিব নেকি
|
Assamese
|
ড্ৰাগছ বিৰোধী অভিযান
|
Assamese
|
বাজেট বৃতান্ত
|
Assamese
|
শিক্ষা আৰু জাতিৰ ভবিষ্যত
|
Assamese
|
সমষ্টি পুনৰ নিৰ্ধাৰণৰ লোক শুনানিলৈ বেছিভাগ আঞ্চলিক দলকেই আমন্ত্ৰণ নজনালে নিৰ্বাচন আয়োগে
|
Assamese
|
বৰপেটা আদালতৰ শুনানিৰ বাবে অসমত উপস্থিতি জিগনেশ মেৱানী
|
Assamese
|
থমা নাই হিংসামণিপুৰত গেছ চিলিণ্ডাৰ ভৰ্তি তিনি ট্ৰাকত অগ্নিসংযোগ মহিলাক গুলীয়াই হত্যা
|
Assamese
|
উদীয়মান শিল্পী ডেইজী গগৈলৈ সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় জলপানি গৌৰৱাম্বিত গোগামুখবাসী
|
Assamese
|
কৰ্ণাটকৰ হিজাব বিতৰ্ক অকল হিজাবত সীমাৱদ্ধ নহয় ই গোঁড়ামী আৰু বৰ্ণবৈষ্যমৰে জড়িত
|
Assamese
|
গোদাবৰী নৈৰে পাৰৰে পৰা অসমী আইলৈ যাচোঁ প্ৰণামবিদায় কোকিলকন্ঠী
|
Assamese
|
প্ৰসংগ পদ্মশ্ৰী সন্মানএগৰাকী আপোচবিহীন সংগীত শিল্পীৰ ক্ষোভৰ উদগীৰণে কঁপাইছে বংগ
|
Assamese
|
ওজন কমাবলৈ কৰা অস্ত্ৰোপচাৰৰ বাবেই মৃত্যু হৈছিল এলভিছ প্ৰেছলীৰ কন্যা লিজাৰ
|
Assamese
|
লোকসভা নিৰ্বাচনলৈকে কেবিনেট সালসলনি নহয় স্পষ্টীকৰণ অসমৰ মুখ্যমন্ত্ৰীৰ
|
Assamese
|
গহপুৰ পৌৰসভা আৰু নগৰীয়া জীৱিকা গোটৰ প্ৰশিক্ষণ সামৰণি
|
Assamese
|
বন্ধ হল ৰ এই সস্তীয়া প্লেনসমূহ আকৰ্ষণীয় প্লেনবোৰৰ ভিতৰত কি বাকী আছে
|
Assamese
|
শিৱসাগৰত এটা বেংকৰ শাখাৰ স্থানক লৈ অসন্তুষ্ট বৃহৎ অঞ্চলৰ ৰাইজ স্থানান্তৰৰ দাবী
|
Assamese
|
উত্তৰ পূৰ্বাঞ্চলৰ সম্পদৰাজিক বিশ্বৰ বজাৰখনলৈ নিয়াৰ লক্ষ্য এন ই আই অ এম আৰু কে এ এছ জাপানৰ
|
Assamese
|
মুকেশ আম্বানীৰ সৈতে প্ৰতিদ্বন্দীতাত নামিব এলন মাস্ক
|
Assamese
|
গোৰেশ্বৰত বাক্সা জিলা পৰিবহন বিষয়াৰ আকস্মিক অভিযান বন্ধ কৰি দিলে দুখনকৈ ডীলাৰ
|
Assamese
|
বিশ্বজুৰি চৰ্চিত কি এই ক্ৰিপ্টকাৰেন্সি চাওক বিশেষ প্ৰতিবেদন
|
Assamese
|
আম্বানীক পিছলৈ ঠেলি দেশ তথা এছিয়াৰে আটাইতকৈ ধনৱন্ত ব্যক্তিলৈ পৰিণত আদানী
|
Assamese
|
ৰ পৰা টকা উলিওৱাৰ নতুন নিয়ম বিনামূলীয়া সীমা অতিক্ৰম কৰিলে ভৰিব লাগিব অধিক ধন
|
Assamese
|
চাহিদা বৃদ্ধি গাঞ্জাৰ বজাৰত খোজ পেলাব উবেৰে
|
Assamese
|
কেৰালা চৰকাৰৰ আশাপ্ৰদ কাৰ্যসূচীমুকলি হল গল প্ৰজেক্ট পাঁচ লাখ শিক্ষাৰ্থীক দিয়া হব ফুটবলৰ মৌলিক প্ৰশিক্ষণ
|
Assamese
|
সুখবৰ অৰ্জুন বঁটাৰ বাবে মনোনীত কমনৱেলথ স্বৰ্ণ জয়ী নয়নমণি শইকীয়া
|
Assamese
|
চিকিৎসাত অৱহেলাৰ অভিযোগ মৃত্যু প্ৰতিভাশালী কিশোৰী ফুটবলাৰৰ
|
Assamese
|
অমিত শ্বাহৰে ঘনিষ্ঠ মুহূৰ্তৰ ছবি বিজেপিলৈ আহিব নেকি এম এছ ধোনী
|
Assamese
|
উভতিল ফৰ্মএছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণ জিনিলে লাভলীনাই
|
Assamese
|
বিবাহ বিচ্ছেদ হল নেকি ছানিয়া মিৰ্জা আৰু ছোৱেব মালিকৰ সংবাদমাধ্যমত গুঞ্জন
|
Assamese
|
মেলবৰ্ণ যাত্ৰাৰ স্বপ্ন ভংগএডিলেইডতে ভাৰতৰ আশাৰ দৌৰ সমাপ্তি ঘটালে ইংলেণ্ডে
|
Assamese
|
অঘটন নেডাৰলেণ্ডৰ হাতত হাৰি বিশ্বকাপৰ পৰা বিদায় দক্ষিণ আফ্ৰিকাৰ ছেমি ফাইনেলত ভাৰত
|
Assamese
|
ধৰ্ষণৰ অভিযোগত হোটেলৰ পৰা গ্ৰেপ্তাৰ বিশ্বকাপ খেলিবলৈ অহা তাৰকা ক্ৰিকেটাৰ
|
Assamese
|
টী২০ বিশ্বকাপত হেট্ৰিক অৰ্জন কৰা দ্বিতীয়গৰাকী আইৰিছ ক্ৰিকেটাৰ হিচাপে অভিলেখ জছ লিটলৰ
|
Assamese
|
ফানেং গাৱঁৰ মধুৰ স্মৃতি
|
Assamese
|
কীৰ্তিকমল কাণ্ডঅসম ইউপি নহে কোনে কয়
|
Assamese
|
গণৰাজ্য দিৱসত গণতন্ত্ৰৰ স্খলনৰ কথা
|
Assamese
|
আৰক্ষীৰ আততায়ী ৰূপ
|
Assamese
|
বিস্ময় কান্ধৰ পৰা বিচ্ছিন্ন হোৱা মূৰ পুনৰ জোৰা লাগিল অস্ত্ৰোপচাৰেৰে চিকিৎসকৰ অসাধ্য সাধন
|
Assamese
|
অসন্তুষ্ট মহিলাসকলে দিয়ে এনে ইংগিত পতিসকলে নুবুজিলেই বিপদ কি কৈছে চাণক্য নীতিয়ে
|
Assamese
|
ৰাজপথত আঁঠুকাঢ়ি ক্ষমা প্ৰাৰ্থনা যুৱতীলৈ অশ্লীল মেচেজ প্ৰেৰণ কৰা আৰক্ষী বিষয়াক এইবাৰ নিলম্বন
|
Assamese
|
শুনা সভাসদ শুনা গণৰাজ্য দিৱস পৰিৱৰ্তন
|
Assamese
|
অলৌকিক নে বৈজ্ঞানিক পৰিঘটনা তললৈ নহয় ওপৰলৈ যায় এই জলপ্ৰপাতৰ পানী কত জানেনে
|
Assamese
|
শুনা সভাসদ
|
Assamese
|
কুনো ৰাষ্ট্ৰীয় উদ্যানত আন এটা চিতাৰ মৃত্যু যোৱা চাৰি মাহত মৃত্যু হল আঠটা চিতা বাঘৰ
|
Assamese
|
প্ৰসঙ্গঃ মানসিক নিৰ্যাতনকাৰীসমাজৰ নীৰৱ কিন্তু পৈশাচিক নৃশংস হত্যাকাৰী
|
Assamese
|
শদিয়াৰ প্ৰেক্ষাপটত হাতী মানুহৰ সংঘাত
|
Assamese
|
প্ৰধানমন্ত্ৰী ফচল যোজনাৰ পুঁজিৰ পৰা কোটি কোটি টকা সৰকোৱা দিলোৱাৰ হুছেইনক গ্ৰেপ্তাৰ
|
Assamese
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.