text
stringlengths 1
2.59k
⌀ | language
stringclasses 10
values |
---|---|
শুনা সভাসদ শুনা
|
Assamese
|
দুখন বিশ্বযুদ্ধৰ সৈনিকৰ জীৱন গাথাৰে ৰডডেণ্ড্ৰনৰ তেজে ধোৱা সাধু
|
Assamese
|
হলিউডৰ শিল্পীৰ ধৰ্মঘট প্ৰভাৱ পেলাব অৱতাৰ আৰু গ্লেডিয়েটৰৰ দৰে বিগ বাজেটৰ ছবিত
|
Assamese
|
মৰঙীক স্বতন্ত্ৰ বিধানসভা সমষ্টি কৰাৰ দাবীত ৰাজহুৱা সভা
|
Assamese
|
মণিপুৰৰ অশান্তিত ইন্ধন থাকিব পাৰে অনুপ্ৰৱেশকাৰীৰ দাবী মণিপুৰৰ ৰাজ্যপাল উইকেৰ
|
Assamese
|
গুপুতে ফ্ৰান্সৰ সৈতে মোডীৰ ৪০ বছৰীয়া সম্পৰ্ক পোহৰলৈ আহিল ৮১ চনৰ পৰিচয় পত্ৰ
|
Assamese
|
স্বব্যৱসায়েৰে দেশৰ আটাইতকৈ ধনী মহিলাত পৰিণত নাইকাৰ প্ৰতিষ্ঠাপক ফাল্গুনী নায়াৰ
|
Assamese
|
জলবায়ু পৰিবৰ্তনৰ ভয়াৱহ প্ৰভাৱ কাৰ্বি আংলঙত হ্ৰাস পাইছে সুমথিৰাৰ উৎপাদন অসহায় খেতিয়ক
|
Assamese
|
হায় পৰিৱৰ্তন অহা বছৰৰ ১ জানুৱাৰীৰ পৰা জনতাৰ মূৰত মোডী চৰকাৰৰ আন এক মাধমাৰ কি সেয়া
|
Assamese
|
অৱশেষত সামান্য কমিল আজি কিমান হল পেট্ৰলডিজেলৰ দাম
|
Assamese
|
বৃহস্পতিবাৰৰ পৰা হ্ৰাস পাব পেট্ৰলডিজেলৰ দাম কিমান কমিব দাম
|
Assamese
|
কাৰ্ড সোমালেই নাপাব টকা এটিএম ব্যৱহাৰত পৰিৱৰ্তন আনিলে ষ্টেট বেংকে
|
Assamese
|
ৰ প্ৰথম হাইপাৰচৰ্জাৰ ষ্টেশ্যন মুকলি ১৮ মিনিট চাৰ্জ কৰিলেই ৭৫কি:মিদৌৰিব ইস্কুটাৰ
|
Assamese
|
কিহৰ ফুটনি মুকেশ আম্বানিয়ে গোটেই জীৱন যিমান কমালে সেয়া এবছৰতে কমালে এলন মাস্কে
|
Assamese
|
গুৱাহাটী দবা একাডেমিৰ প্ৰশিক্ষাৰ্থীলৈ ফিডে ৰেটিং
|
Assamese
|
জিম্বাবুৱেলৈ প্ৰস্তাৱ পাকিস্তানী অভিনেত্ৰীৰ ভাৰতক হৰুৱালে তোমালোকৰ এজন ক্ৰিকেটাৰক বিয়া পাতিম
|
Assamese
|
ৰেপিড দবাত হিমানিশ কুমাৰ শৰ্মাৰ খিতাপ অৰ্জন
|
Assamese
|
টি ২০ ক্ৰিকেট বিশ্বকাপ :সমুখ সমৰত ভাৰতবাংলাদেশ
|
Assamese
|
এইবাৰ হাতত জেভলিন লৈ যুঁজাৰু ৰূপত নীৰজ চোপ্ৰা ব্লেক পেন্থাৰ দেশ ৱাকাণ্ডা ৰক্ষাৰ্থে নামিল যুঁজত
|
Assamese
|
মহিলা ক্ৰিকেটাৰলৈ সম মাচুলবিচিচিআইৰ সিদ্ধান্তক আদৰণি অভিনেত্ৰী তাপসী পন্নু আৰু অনুষ্কা শৰ্মাৰ
|
Assamese
|
অপ্ৰতিৰোধ্য মিষ্টাৰ ৩৬০°ৰিজৱানক অতিক্ৰমি অনন্য কৃতিত্ব গঢ়িলে সূৰ্যকুমাৰ যাদৱে
|
Assamese
|
সমুখত কেৱল জয়াৱৰ্ধনেটি২০ বিশ্বকাপৰ ইতিহাসত অনন্য কৃতিত্ব অৰ্জন কোহলীৰ
|
Assamese
|
লিংগ সমতাৰ পক্ষত বিচিচিআইপুৰুষ মহিলা উভয় ক্ৰিকেটাৰৰ বাবে সম মেচ মাচুল ঘোষণা বিচিচিআইৰ
|
Assamese
|
ভাৰতৰ খেল চলি থকাৰ মাজতে গেলেৰীত বিবাহৰ প্ৰস্তাৱ তাৰপিছত কি ঘটিল
|
Assamese
|
মব লিঞ্চিঙৰ উন্মাদনা উচ্চতম ন্যায়ালয়ৰ ৰায় শাসকপক্ষৰ ভূমিকা আৰু জনতাৰ ন্যায়ৰ আশা
|
Assamese
|
গণপ্ৰহাৰঅসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অৱজ্ঞা কৰাৰ কৰুণ পৰিণতি এয়া—বিশেষ লেখা
|
Assamese
|
জুবিনৰ জন্মদিনপুৰণি জনগোষ্ঠীয় গীতসমূহৰ প্ৰকৃতাৰ্থত সংৰক্ষণ হৈছেনে বিশেষ লেখা
|
Assamese
|
গভীৰ সংকটত ভীমবৰ দেউৰীৰ ৰাজনৈতিক দৰ্শন আৰু অসমৰ জনজাতিসকল
|
Assamese
|
সৰিয়হৰ ডুলিতে ভুত গুৱাহাটীত ধন দাবী অভিযোগত তদন্তৰ সন্মুখীন দুই আৰক্ষী বিষয়া
|
Assamese
|
কিয় চৰ্চালৈ আহিছে উত্তৰপ্ৰদেশৰ চিকিৎসক কাফিল খান
|
Assamese
|
দেশৰ উন্নয়নত হেঙাৰ হৈ থিয় দিছে বিচ্ছিন্নতাবাদী শক্তিয়ে
|
Assamese
|
শ্ৰীহৰিকোটাৰ পৰা সফল উৎক্ষেপন ভাৰতৰ চন্দ্ৰযান৩ৰ ৪০ দিনৰ যাত্ৰা
|
Assamese
|
বানৰ কবলত ৰাজধানী উচ্চতম ন্যায়ালয়ৰ দুৱাৰমুখতো পানী সেনাৰ সহায় বিচাৰিছে কেজৰিৱালে
|
Assamese
|
সমষ্টি পুনৰ নিৰ্ধাৰণ১৯ জুলাইত পুনৰ ৰাজ্যলৈ নিৰ্বাচন আয়োগৰ দল
|
Assamese
|
পাকিস্তানৰ বিপক্ষে পৰাজয় ভাৰতৰ ধৰ্মান্ধৰ বৈষম্যমূলক আচৰণৰ বলি মহম্মদ ছামি
|
Assamese
|
আলফাৰ বিদ্ৰোহৰ ফলত অসমৰ নাৰীৰ মানসিক জগতত পৰা নেতিবাচক প্ৰভাৱ
|
Assamese
|
সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়ত সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতি অতিশয় দুৰ্ভাগ্যজনকঅখিল গগৈ
|
Assamese
|
আহিনৰ আঁচলত ধৰি শেৱালিৰ সুৱাসকহুৱাৰ নাচোনে ধৰাৰ বুকুলৈ নমাই আনিছে শৰতৰ বতৰা
|
Assamese
|
গঁড়ৰ আত্মা সদগতি মুখ্যমন্ত্ৰী মহোদয় খৰ্গ কেইটা সংৰক্ষণ কৰিলে কাৰ কি ক্ষতি হলহেঁতেন
|
Assamese
|
ডিব্ৰুগড়ত খালিস্তানী নেতা অমৃতপাল সিঙৰ পত্নীকাৰাৰুদ্ধ অমৃতপালক সাক্ষাৎ
|
Assamese
|
অসমৰ বাবে সংৰক্ষিত পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ আৱেদন
|
Assamese
|
প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ মূলধনৰ পৰিমাণ বৃদ্ধি কৰক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগেদাবী আপৰ
|
Assamese
|
জলমগ্ন দেশৰ ৰাজধানী দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসভৱনতো পানী শেহতীয়া স্থিতি কি
|
Assamese
|
বোকাখাতত অঘটন গা ধুবলৈ গৈ ডিফলু নৈৰ কোবাল সোঁতত উটি গল মহিলা
|
Assamese
|
বিত্তীয় জালিয়াতিৰ অভিযোগত ৰিয়েল ইষ্টেট ব্যৱসায়ৰ প্ৰতিপত্তিশীল আইকন ললিত গোয়েলক গ্ৰেপ্তাৰ
|
Assamese
|
জয়ৰ ধাৰা অব্যাহতনেডাৰলেণ্ডক পৰাস্ত কৰি ক্ৰমাগত দ্বিতীয় জয় ভাৰতৰ
|
Assamese
|
দেওবাৰে সমুখ সমৰত নামিব চিৰবৈৰী ভাৰতপাকিস্তান বিশ্বজুৰি অব্যাহত তুমুল উৎকণ্ঠা
|
Assamese
|
অঘটন ৱেষ্ট ইণ্ডিজৰ বিদায় আয়াৰলেণ্ডৰ হাতত হাৰি টী২০ বিশ্বকাপৰ পৰা বাহিৰ দুবাৰৰ চেম্পিয়ন
|
Assamese
|
জয় শ্বাহৰ মন্তব্যক লৈ ক্ষোভ পাকিস্তান ক্ৰিকেট ব্ডৰবিশ্বকাপ বৰ্জনৰ ভাবুকি
|
Assamese
|
বিচিচিআইৰ নতুন সভাপতি ৰজাৰ বিন্নী আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে দায়িত্ব
|
Assamese
|
টী২০ বিশ্বকাপত মেয়াপ্পানৰ প্ৰথম হেট্ৰিক স্তম্ভিত শ্ৰীলংকা ভিডিঅ চাওক
|
Assamese
|
বেঞ্জেমাৰ শিৰত বেলন ডি অমহিলাৰ শাখাত পুটেলাছৰ শ্ৰেষ্ঠত্ব
|
Assamese
|
এইবাৰ অৰ্জুন ভাৰতৰ আন এক কিশোৰ দবা খেলুৱৈৰ হাতত পৰাজিত বিশ্ব চেম্পিয়ন কাৰ্লছেন
|
Assamese
|
টী২০ বিশ্বকাপৰ ৱাৰ্মআপএকেৰাহে চাৰিটা বলত চাৰিটা উইকেট ছামীৰ বিধ্বংসী বলিঙত ছাৰখাৰ অষ্ট্ৰেলিয়া
|
Assamese
|
গ্ৰামাঞ্চলৰ ৰাইজৰ ওপৰত কৰ জাপি দিব বিচাৰিছিল কিয় এই সিদ্ধান্ত কাৰ আছিল
|
Assamese
|
অসম চুক্তিৰ মৃত্যু হৈছেঅসম চুক্তি দীৰ্ঘজীৱী হওক
|
Assamese
|
ক্ৰীড়া আৰু মূল্যবোধ জীৱনক গঢ় দিয়াৰ কিছু কথা
|
Assamese
|
দশমদ্বাদশ শ্ৰেণীৰ মূল্যায়ন পদ্ধতি আৰু কেলেংকাৰী
|
Assamese
|
অসম পশু সংৰক্ষণ বিধেয়ক২০২১গোমাংসৰ বজাৰখন কৰ্পোৰেট খণ্ডৰ হাতত গটোৱাৰ পৰিকল্পনা
|
Assamese
|
দ্য লেক্সিকেল আৰ্কিটেক্সাৰআইজাক নিউটন আইনষ্টাইন আৰু মেকানিজম অব আৰ্টিকুলেছন এণ্ড ষ্ট্ৰাকছাৰালিজম
|
Assamese
|
ৰহাৰ ছুমিলাৰ হত্যাকাণ্ডৰ কথা পাহৰা নাই
|
Assamese
|
একাঁঠু পানীত থিয় হৈ বিধায়কৰ গালত প্ৰচণ্ড চৰ মহিলাৰ ক্ষুব্ধ কণ্ঠেৰে প্ৰশ্নএতিয়া কিয় আহিছে
|
Assamese
|
জনবিশ্বাস এইবাৰ সৰুসুৰা অপৰাধৰ বাবে নহব কাৰাবাস কেন্দ্ৰই আনিছে নতুন বিধেয়ক
|
Assamese
|
কি নাম এই সম্পৰ্কৰ সদায় কাজিয়া ১০বছৰত পত্নীয়ে ৭বাৰ জেলত পঠিয়ালে স্বামীক মুকলি কৰিও আনিলে নিজেই
|
Assamese
|
ভাৰতত প্ৰৱেশ ইলন মাস্কৰ টেছলাৰ দেশত নিৰ্মাণ হব ৫ লাখ ইকাৰ কিমান হব মূল্য
|
Assamese
|
আজি বিশ্ব চাইকেল দিৱস সেন্দুৰী আলিৰ শৈশৱৰ চাইকেলখন
|
Assamese
|
কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক মানসিক ৰোগী সজাবলৈ উঠিপৰি লাগিছে
|
Assamese
|
লাভলীনা মেখেলা চাদৰ পিন্ধাৰ ভয়ত বক্সিঙৰ ৰিঙত নমা ছোৱালীজনী
|
Assamese
|
বিৰাট বন্দনা এজন বহুত ডাঙৰ খেলুৱৈ মহাযুদ্ধত পৰাজিত হোৱাৰ পিছতো কোহলিৰ প্ৰশংসাত বাবৰ
|
Assamese
|
উত্তৰ ভাৰত অভিমূখী কেইখনমান ৰেলৰ সেৱা বাতিল কেইখনমানৰ অস্থায়ী ষ্টপেজত অনুমোদন
|
Assamese
|
সোণালী সুযোগ বিলাহী বিক্ৰী কৰি ৩৮ লাখ টকা উপাৰ্জন দুজন কৃষকৰ
|
Assamese
|
জীৱনত বাৰে বাৰে প্ৰতাৰিত হৈছে তেন্তে মনত ৰাখক চাণক্যৰ এই নীতিকথা
|
Assamese
|
কেবিনেট সিদ্ধান্তউচ্চ শিক্ষাত অবি চিৰ বাবে সংৰক্ষিত আসন ১৫ শতাংশৰ পৰা ২৭ শতাংশলৈ বৃদ্ধি
|
Assamese
|
মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ মোদী চৰকাৰে এইবাৰ বিক্ৰী কৰিব বিলাহী
|
Assamese
|
তিনিচুকীয়াত বন্ধুৱে হত্যা কৰিলে বন্ধুক
|
Assamese
|
পুনৰ দ্বিতীয়বাৰৰ বাবে ইনষ্টাগ্ৰামমেছেঞ্জাৰ ডাউন ক্ষমা বিচাৰিলে ফেচবুকে
|
Assamese
|
ৰ দুৰ্দান্ত অফাৰ বছৰত এবাৰ ৰিচাৰ্জ কৰিয়েই পাওক ফ্ৰী কলিং ৬০০ ডাটা আৰু কি আছে
|
Assamese
|
বিশ্বৰ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ অস্বস্তি অঁতৰাই কাৰ্যক্ষম হল ফেচবুক হোৱাটছএপ ইনষ্টাগ্ৰাম
|
Assamese
|
আইপিএলত প্ৰৱেশ কৰিব ৰোনাল্ডোৰ মাঞ্চেষ্টাৰ ইউনাইটেডে
|
Assamese
|
মোদী হে তু মুমকিন হে দেশৰ ধনীতম ব্যক্তিৰ তালিকাত অভাৱনীয় উত্থান গৌতম আদানিৰ অক্ষুন্ন মুকেশ আম্বানিৰ স্থান
|
Assamese
|
যানবাহনৰ নথি ড্ৰাইভিং লাইচেন্সৰ ম্যাদ বৃদ্ধি কৰিলে কেন্দ্ৰই চাওক অন্তিম তাৰিখ কিমান
|
Assamese
|
লক্ষ্য মহিলাৰ স্বাৱলম্বিতা গোলাঘাটত বাণিজ্যিক ফুলৰ খেতিৰ প্ৰশিক্ষণৰ সফল সামৰণি
|
Assamese
|
আউট ইন কাইলৈৰ পৰা পথত নচলে
|
Assamese
|
পূজাৰ বতৰত গ্ৰাহকৰ বাবে ৰ ভাল খৱৰ চাকৰিয়াল বুলিয়েই নহয় সকলোৱে পাব এই সুবিধা
|
Assamese
|
অহা মাহৰ পৰা ডেবিট ক্ৰেডিট কাৰ্ডৰ নিয়মত বৃহৎ সলনি চাওক কি সেই নিয়ম
|
Assamese
|
দেশৰ কোভিড সংকটৰ অন্তৰালত কোন হাজাৰ হাজাৰ কৰোনাক্ৰান্তক হত্যা কৰিছে কোনে
|
Assamese
|
মুখ্যমন্ত্ৰী সলনি হল কিয়
|
Assamese
|
কৰোনা ভাইৰাছ ভেকচিন আৰু ভাৰতৰ কূটনীতি এটি পৰ্যালোচনা
|
Assamese
|
কণা মহামাৰী আৰু ভাৰতৰ বৈদেশিক নীতি
|
Assamese
|
মুখ্যমন্ত্ৰী হিচাবে হিমন্তৰ সন্মুখত কি কি প্ৰধান প্ৰত্যাহ্বান কেনেকৈ চম্ভালিব এই প্ৰত্যাহ্বান
|
Assamese
|
মানৱসৃষ্ট কৰোনাঢৌ
|
Assamese
|
অসমৰ চাহ শ্ৰমিকৰ দুৰ্বল আৰ্থিক অৱস্থা আৰু বাগিচাত নিৰৱ ঘাটক উচ্চ ৰক্তচাপৰ বিভীষিকা
|
Assamese
|
ফেচবুকৰ বন্ধুত্বই কাল হল অসমৰ এজন লোকৰ বাবেআদালতে বিহিলে যাবজ্জীৱন কাৰাদণ্ড
|
Assamese
|
ভেকচিন কিয় লাগে আৰু ই শৰীৰত কেনেকৈ কাম কৰে
|
Assamese
|
পলিটিক্স নকৰিবা বন্ধুদিল্লীত হা অক্সিজেন হা অক্সিজেন কৰি চটফটাই থকা সকলৰ প্ৰতি সহানুভূতিশীল হওঁ আহক
|
Assamese
|
তিনিচুকীয়াত জ্বলি চাৰখাৰ হল ১৬ টাকৈ ঘৰ
|
Assamese
|
পানী গুলপীয়া কৰি আকৌ হাত দাঙিলে এজনেকোন এইজন ঘোচখোৰ বিষয়া
|
Assamese
|
সৰবৰাহৰ সময়ত ৫৪টা গৰু জব্দ বশিষ্ঠ আৰক্ষীৰ
|
Assamese
|
অসম নাগৰিক সমাজৰ সমষ্টি পুনৰনিৰ্ধাৰণ খচৰাৰ বিৰোধিতা
|
Assamese
|
আশাকৰ্মীক ব্ৰহ্মঠগন দিলে বিজেপি চৰকাৰে
|
Assamese
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.