text
stringlengths
1
2.59k
language
stringclasses
10 values
নেপালৰ চিমেণ্ট উদ্যোগত চীনা প্ৰতিষ্ঠানৰ বৃহৎ বিনিয়োগ
Assamese
ঢাকাত চাৰি দিনযোৰা কাৰ্যসূচীৰে ষষ্ঠ বেংগল শাস্ত্ৰীয় সংগীত মহোৎসৱ আৰম্ভ
Assamese
গঁড় হত্যা ৰোধৰ সজাগতা সৃষ্টিৰ লক্ষৰে ৩২ খন চহৰৰ মাজেৰে চাইকেল যাত্ৰা অসমৰ পেৰাচাক্লিষ্টৰ
Assamese
আন্তঃৰাষ্ট্ৰীয় ভাবমূৰ্তি বিনষ্ট সত্ত্বেও কব্ৰা গল্ড সামৰিক অনুশীলনত অংশ লবলৈ আমন্ত্ৰণ লাভ ম্যানমাৰৰ
Assamese
প্ৰথম ভাৰতভূটান শিশু চিত্ৰাংকণ কৰ্মশালা
Assamese
চীনৰ অৱদমনৰ বিৰুদ্ধে আন এজন তিব্বতীৰ আত্মজাহ
Assamese
উত্তৰপূবৰ ৰাজ্যকেইখনক চিটাগং বন্দৰ ব্যৱহাৰ কৰিবলৈ দিবলৈ বাংলাদেশক আহ্বান মানিক সৰকাৰৰ
Assamese
জাপান আৰু ভূটানে চাৰিটা বৃহৎ প্ৰকল্পৰ চুক্তিত স্বাক্ষৰ কৰিব
Assamese
৪০০ কিলোভল্টৰ আন্তঃসীমা বিদ্যুৎ লাইনৰ প্ৰকল্প খৰতকীয়া কৰিবলৈ ভাৰতক অনুৰোধ কৰিব নেপালে
Assamese
চীনভাৰত সীমান্তত ঘটা যিকোনো ধৰণৰ অনুপ্ৰৱেশ চম্ভালিবলৈ সক্ষম ভাৰতীয় সেনা
Assamese
দুয়োখন দেশৰ মাজৰ সম্পৰ্ক এতিয়া সৰ্বশ্ৰেষ্ঠ পৰ্য্যায়ত আছে বাংলাদেশৰ সমাজ কল্যাণ মন্ত্ৰী
Assamese
ছেটেলাইট আলোকচিত্রত ধৰা পৰিল চীনৰ ভযংকৰ ষড়যন্ত্ৰঃ চীনত মাটিৰ তলৰ ৯০০ মিটাৰ সুংৰগত অদৃশ্য হব ব্ৰহ্মপুত্ৰ
Assamese
নেপালৰ নিৰ্বাচনত বাওঁ মিত্ৰ দল জয়ী হোৱাৰ পথত
Assamese
ব্ৰহ্মপুত্ৰৰ পানী দূষিত হোৱা বিষয়টো চীনৰ সৈতে আলোচনা কৰিছে ভাৰত চৰকাৰে
Assamese
৪০০ হিন্দু পৰিয়ালক ঘূৰাই অনাৰ সিদ্ধান্ত ম্যানমাৰ চৰকাৰৰ
Assamese
দক্ষিণ এছিয়া বেডমিণ্টনত অসমৰ অস্মিতা চলিহাৰ বিজয় সাব্যস্ত
Assamese
ব্ৰহ্মপুত্ৰৰ প্ৰদুষণ আৰু দিশ সলনি সম্পৰ্কত কিৰেণ ৰিজিজুৰ মন্তব্য
Assamese
বাংলাদেশৰ মনিপুৰী সংগঠনে সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী এন বীৰেন সিঙক
Assamese
ৰহিঙীয়া মুচলমানক ম্যানমাৰলৈ প্ৰত্যাৱৰ্তনত সহায়ৰ লক্ষ্যৰে ম্যানমাৰ আৰু বাংলাদেশৰ মাজত চুক্তি সম্পাদন
Assamese
পৰিৱেশজনিত শৰণাৰ্থী সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিয়ে বিপদ কঢ়িয়াইছে বাংলাদেশলৈ
Assamese
পৰেশ বৰুৱাই অসমলৈ আহি এসপ্তাহ থাকি যাওঁক হিমন্ত বিশ্ব শৰ্মা
Assamese
প্ৰদূষণৰ কৱলত বোকাখাতৰ ৰঙাগড়া অঞ্চল দুৰ্গন্ধত অতিষ্ঠ অঞ্চলবাসী
Assamese
নগাৰ কবলৰ পৰা উদ্ধাৰ মেৰাপানীৰ অপহৃত যুৱক বাবু গগৈ
Assamese
বৃহৎ কোম্পানী আৰু বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত অসমত আৰম্ভ কৰা তৈল খেজুৰৰ খেতিৰ বিৰোধিতা আপৰ
Assamese
ক্ৰিকেটৰ পৰা অৱসৰ ললে মনোজ তিৱাৰীয়ে
Assamese
আতিথ্যত অসন্তুষ্ট ক্ষোভিত পাণ্ডিয়াই কেৰিবিয়ান ব্ডলৈ দিলে পৰামৰ্শ
Assamese
ব্যায়াম কৰাৰ পৰতে ঘৰিয়ালে প্ৰাণ ললে কোষ্টাৰিকান ফুটবলাৰৰ
Assamese
কাৰাগাৰত সন্ত্রাসবাদীৰ বাবে সংৰক্ষিত কোঠাত ৰখা হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক
Assamese
অথলে গল ৰিয়ান পৰাগৰ দৰ্শনীয় প্ৰদৰ্শন দেওধৰ ট্ৰফীত ইষ্ট জনক পৰাস্ত কৰি চেম্পিয়ন ছাউথ জন
Assamese
প্ৰস্তাৱিত পাম খেতিয়ে অসমত মৰুভূমি সৃষ্টি কৰিবঃ ডি ৱাই এফ আই
Assamese
মণিপুৰৰ হিংসাত জ্বলি ছাই হৈ গল ভাৰতীয় জাতীয় দলৰ ফুটবলাৰৰ সপোন আক্ষেপ চিংলেনছানাৰ
Assamese
বিমানত মনে মনে নিদ্ৰাৰত ধোনীৰ ফটো তুলি অপমানিত হল বিমান পৰিচাৰিকা
Assamese
ৰোহিতবিৰাট বিহীন টীম ইণ্ডিয়াৰ পৰাজয় শৃংখলাত সমতা স্থাপন ৱেষ্ট ইণ্ডিজৰ
Assamese
এটা অভাৰত ৭ টা ছয় ৪৮ ৰাণ বিধ্বংসী বেটিঙেৰে বলাৰক কন্দুৱাই অভিলেখ গঢ়িলে এগৰাকী অখ্যাত বেটাৰে
Assamese
কাজিৰঙাত উদ্ধাৰ গড়ৰ মৃতদেহ চোৰাং চিকাৰক অস্বীকাৰ বন বিভাগৰ
Assamese
চুৰিদাৰ পৰিধান কৰি অহাৰ বাবেই অধ্যাপিকাৰ শ্ৰেণী বৰ্জন কলজীয়া শিক্ষাৰ্থীৰ
Assamese
ৰিয়ান পৰাগৰ চমক ১১টা ছয় আৰু ৫টা চাৰিৰে দুৰ্দান্ত শতক ১৩১ ৰানৰ ইনিংছেৰে যোগ্য প্ৰত্যুত্তৰ সমালোচকক
Assamese
মাইলষ্টন এলাৰ্ট ৰোহিত শৰ্মাৰ সমুখত শচীন পণ্টিং গাংগুলীক অতিক্ৰমৰ সুযোগ
Assamese
প্ৰসঙ্গঃ উপেক্ষিত উজনি অসম মাধুৰ্য বৰুৱা
Assamese
পৰিচাৰিকাক যৌন নিৰ্যাতনৰ শাস্তি ছিংগাপুৰত ভাৰতীয় লোকক ১৮ বছৰৰ জেল ১২টা সৌকাৰ কোব
Assamese
মণিপুৰ সম্পৰ্কে মোদীৰ মৌনতা ভাঙিবলৈ লোকসভাত গৰ্জন সাংসদ গৌৰৱ গগৈৰ
Assamese
মণিপুৰ কাণ্ডৰ ব্যৱচ্চেদন
Assamese
মানুহৰ মুক্তি আৰু ন্যায়ৰ বাবে ২৭ বছৰ ৭ মাহ জেলত থকা প্ৰেমিক মানুহজন আজি নেলছন মেণ্ডেলাৰ জন্মদিন
Assamese
আন্তৰ্জাতিক মুদ্ৰা নিধিৰ ভৱিষ্যৎবাণী
Assamese
ভাড়াতীয়া সেনানী
Assamese
জৰুৰীকালীন অৱস্থা আৰু আৰ এছ এছ
Assamese
নতুন বাইক ১২৫ চিচিৰ হোণ্ডা মাংকি মুকলি চেহেৰা দেখি লাগিব ভেল্কি
Assamese
সম্পর্ক গঢ়িলেও পত্নী লেখীয়া কাকো বিচাৰি নাপালো প্ৰেম জীৱনৰ গোপন ৰহস্য মুকলি কৰিলে ৰতন টাটাই
Assamese
কোন এই স্বাতী এতিয়া বহু কোটি টকাৰ কোম্পানীৰ মালিক ৰতন টাটাও অনুৰাগী এই যুৱতীৰ
Assamese
নামৰূপ সাৰ কাৰখানা বন্ধৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা জেচিটিইউৰ
Assamese
আয় কৰ ফাঁকি কোটিপতি ইউটিউবাৰক গ্ৰেপ্তাৰ
Assamese
ধনেই নহয় বিশাল মনো দিনে ৩ কোটি টকা দান ২.৫ লাখ কোটি টকাৰ মালিক এই ভাৰতীয় ব্যক্তিক জানেনে
Assamese
ভাৰতৰ বজাৰলৈ আহিল ফেচলিফ্ট ৯৪ লাখ টকাৰ পৰা আৰম্ভ দাম
Assamese
বজাৰলৈ ৰয়েল এনফিল্ডৰ শক্তিশালী বাইক টক্কৰ দিব হাৰ্লিডেভিডছনক
Assamese
ভাৰতৰ বজাৰলৈ আহিল টাটা পাঞ্চৰ সৈতে অৱতীৰ্ণ হব প্ৰতিযোগিতাত কি কি ফিচাৰ্ছ থাকিব গাড়ীখনত
Assamese
সলনি হব পাৰে বিশ্বকাপৰ ভাৰতপাক মেচৰ তাৰিখইঙ্গিত বিচিচিআইৰ
Assamese
মল্লযুঁজাৰুৰ যৌন উৎপীড়ন গোচৰব্ৰিজ ভূষণলৈ দুদিনৰ অন্তৱৰ্তীকালীন জামিন
Assamese
সুখবৰ বৰ্ষাপাৰাত পুনৰ আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট মেচ বিপক্ষ অষ্ট্ৰেলিয়া
Assamese
অশ্বিনৰ ঘূৰ্ণীত তাচপাতৰ দৰে খহি পৰিল ৱেষ্ট ইণ্ডিজৰ ইনিংছ অভিষেকতে মেচৰ শ্ৰেষ্ঠ যশস্বী
Assamese
মণিপুৰত আস্থা ঘূৰাই আনিবলৈ উচ্চতম ন্যায়ালয়ৰ তিনিগৰাকী অৱসৰপ্ৰাপ্ত মহিলা ন্যায়াধীশৰ কমিটি গঠন
Assamese
ৰাজ্যসভাত গৃহীত দিল্লী অধ্যাদেশ হুইল চেয়াৰত বহি ৰাজ্যসভাত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং
Assamese
চাণক্য নীতিমানুহৰ জীৱনত আটাইতকৈ ডাঙৰ এই যন্ত্ৰণা জুইয়ে নোপোৰাকৈয়ে কৰে দগ্ধ
Assamese
লখিমপুৰত ৰ তথ্য সংগ্ৰহ কাৰ্যসূচীৰ সফল সমাপ্তি
Assamese
ডমিনিকাত যশস্বীৰ যশস্যাহল কেইবাটাও কৃতিত্বৰ অধিকাৰী
Assamese
পত্নীক ভালপোৱাৰ বাবে সলনি কৰিছিল জাৰ্চি নম্বৰ কিংবদন্তি ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ৰ প্ৰেম কাহিনী
Assamese
স্পীন ত্ৰাসকেৰিবিয়ান ভূমিত অশ্বিনৰ অভিলেখ
Assamese
যেন কুবেৰৰ সাম্ৰাজ্য ধোনীতকৈও ধনৱন্ত কোহলীসম্পত্তিৰ পৰিমাণ শুনিলে চকু কপালত উঠিব আপোনাৰ
Assamese
জামিন লাভ কৰিলে বিজেপি কৰ্মী লাচিত গগৈয়ে
Assamese
ফেচবুক কৰ্ণাৰ কলেজৰ অধ্যক্ষ ছাত্ৰ সংগঠনত কিয়
Assamese
উইম্বলডনে ভংগ কৰিলে ১৪৬ বছৰীয়া নিয়ম এতিয়া মহিলাসকলে পিন্ধিব পাৰিব ৰঙীণ অন্তৰ্বাস
Assamese
দিল্লী এইমছত বিধ্বংসী অগ্নিকাণ্ড আতংকিত ৰোগী আত্মীয়
Assamese
কম্বোডিয়াৰ নতুন প্ৰধানমন্ত্ৰী হল হুন মানেট দেশখনৰ ৰজা ছিহামানীয়ে দিলে নিযুক্তি
Assamese
বিতৰ্ক ছাফ চেম্পিয়নশ্বিপ জয়ৰ পিছত ভাৰতীয় খেলুৱৈৰ গাত ত্ৰিৰংগাৰ সলনি সাতৰঙী পতাকা
Assamese
সাংসদ পদ ঘুৰাই পালে ৰাহুল গান্ধীয়ে জনালে লোকসভাৰ অধ্যক্ষৰ সচিবালয়ে
Assamese
বিশ্বজিৎ চক্ৰৱৰ্তীঃ এক অদমনীয় প্ৰেৰণাৰ প্ৰতীক
Assamese
প্ৰসঙ্গঃ হৰেন্দ্ৰনাথ বৰঠাকুৰ
Assamese
প্ৰসঙ্গঃ পুলিচআইন আইন বহিঃৰ্ভূত কাৰ্য
Assamese
ৰাইজে কান্দিব নোৱাৰে কিশোৰ কুমাৰ কলিতা
Assamese
চিনেমা কথাদা কেৰালা ষ্টী
Assamese
কর্ণাটকৰ নির্বাচনী ফলাফলৰ তাৎপৰ্য
Assamese
অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সপক্ষে ৰাইজ আৰু চৰকাৰ
Assamese
বিজ্ঞানমনস্কতা আৰু ইলোৰা বিজ্ঞান মঞ্চৰ দুটি দশক
Assamese
বয়স মাত্ৰ ১১ বছৰ কিন্তু কোটি টকা উপাৰ্জন কৰে এইগৰাকী কণমানিয়েকেনেকৈ
Assamese
কোন বা জিকে টুইটাৰ আৰু মেটাৰ মাজত থ্ৰেডছক লৈ যুঁজ আইনী ব্যৱস্থাৰ হুংকাৰ ইলন মাস্কৰ
Assamese
টুইটাৰৰ শত্ৰু আৱিৰ্ভাৱ ইনষ্টাগ্ৰামে আনিছে নতুন এপ কি কি সুবিধা আছে ইয়াত চাওক সবিশেষ
Assamese
এক কিলোমিটাৰ যাবলৈ খৰচ হব মাত্ৰ ১০ পইচা দৰিদ্ৰৰ বাবে ডাঙৰ উপহাৰ টাটাৰ
Assamese
বনাম কোনখন বাইক উঠিব আপোনাৰ বাচনিত
Assamese
আজিৰ তাৰিখত আমাৰ ইয়াত বিলাহীৰ দাম ১২০ টকাপাকিস্তানত কিমান
Assamese
আৰ্থিক চাপত পৰি বন্ধ হৈ গল বিশ্বৰ আটাইতকৈ পুৰণি বাতৰি কাকতখন
Assamese
পুনৰ বাঢ়িল গাখীৰৰ মূল্যকিমান বাঢ়িল কিয় বাঢ়িল জানিবলৈ পঢ়ক
Assamese
কেন্দ্ৰৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই শলঠেকত টুইটাৰ ৫০ লাখ জৰিমনাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
Assamese
ভাল খবৰ ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ অসম কন্যা উমা ছেত্ৰীৰ
Assamese
এইবাৰ প্ৰথম ক্ৰিকেট বিশ্বকাপত নাথাকিব দুবাৰৰ চেম্পিয়ন ৱেষ্ট ইণ্ডিজ
Assamese
সুযোগ এ চি চি পুৰুষ ইমাৰ্জিং টিমছ এছিয়া কাপ ২০২৩ৰ বাবে ইণ্ডিয়া এ দলত ৰিয়ান পৰাগ
Assamese
শচীনসৌৰভৰ সৈতেও খেলিছিল ভাৰতৰ উত্তীৰ্ণ একমাত্ৰ ক্ৰিকেটাৰগৰাকীক চিনি পায়নে
Assamese
নীলাসেউজীয়া ৰঙৰ বৰ্ণচ্ছটা চন্দ্ৰৰ কক্ষপথত উপনীত হৈয়েই প্ৰথম ছবি প্ৰেৰণ চন্দ্ৰযান৩ৰ ভিডিঅ
Assamese
অবিশ্বাস্য গুৰপ্ৰীত পেনাল্টিত লেবাননক পৰাস্ত কৰি ছাফ চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰত
Assamese
চলন্ত চিফুং এক্সপ্ৰেছত অসমৰ যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ দুজনক গ্ৰেপ্তাৰ
Assamese
এনে পত্নী আৰু এনে সেৱকৰ সৈতে বাস কৰাটো মৃত্যুৰ সমান চাওক কি কৈছে চাণক্য নীতিয়ে
Assamese
ৱেষ্ট ইণ্ডিজ ভ্ৰমণ সমাপ্তিৰ পিছতে আয়াৰলেণ্ড ভ্ৰমণ কৰিব ভাৰতীয় ক্ৰিকেট দলেসূচী ঘোষণা
Assamese