text
stringlengths
1
2.59k
language
stringclasses
10 values
বাংলাদেশে কেতিয়াও ত্ৰিপুৰীসকলৰ অৱদানৰ কথা নাপাহৰে বাংলাদেশৰ প্ৰতিনিধি
Assamese
চেঁপা উত্তেজনাত উখৰুল চিহাইত মুখামুখি এন এচ চি এনআই এম আছাম ৰাইফলছ
Assamese
নেপালৰ আগশাৰীৰ এয়াৰলাইন বুদ্ধ এয়াৰে গুৱাহাটীৰ পৰা চলাব পোনপটীয়া বিমানসেৱা
Assamese
টালিটোপোলা বান্ধিবলৈ আৰু এগৰাকী বাংলাদেশী অভিনেতাক নিৰ্দেশ ভাৰত চৰকাৰৰ
Assamese
ম্যানমাৰৰ নতুন বছৰত দেশখনে মুকলি কৰি দিব ৯০০০ গৰাকী কাৰাবন্দীক
Assamese
ভুৱনেশ্বৰ কলিতা বিধেয়ক বিৰোধী দিলীপ শইকীয়া সমৰ্থক ৰাইজে বিচাৰ কৰি ভোট দিয়কঅখিল
Assamese
এইবাৰ লুইতৰ বুকুয়েদি জাহাজত অসমলৈ মানুহ পঠিয়াব বাংলাদেশ চৰকাৰে
Assamese
তৃণমূল প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱা বাংলাদেশী অভিনেতাক ভাৰত ত্যাগৰ নিৰ্দেশ
Assamese
চীনৰ হস্পিটেলত চিকিৎসাধীন পৰেশ বৰুৱা
Assamese
অৰুণাচল ভাৰতৰ অংশ হিচাপে থকা ৩০০০০ মানচিত্ৰ ধ্বংস কৰিলে চীনে
Assamese
প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাৰ মৰ্যাদা হানি অভিযোগত বাংলাদেশে গ্ৰেপ্তাৰ কৰিলে ফিফা বিষয়াক
Assamese
বাৰ্মিজ আৰ্মিৰ অভিযানৰ পিছতে আত্মসমৰ্পণৰ ঢল আলফা স্বাধীন
Assamese
ভিক্টোৰিয়া মেমিয়েলৰ ওপৰত ড্ৰোণ উৰুৱা চীনা নাগৰিকক গ্ৰেপ্তাৰ
Assamese
ভাৰতত চকীদাৰ চৰ্চাৰ বিপৰীতে চিকিৎসকৰূপেও ৰাইজসেৱা ভুটানৰ প্ৰধান মন্ত্ৰীৰ
Assamese
এটাও গুলী নুফুটা ছাৰ্জিকেল ষ্ট্ৰাইক৩ সংবাদ মাধ্যমৰ বাতৰিক ভিত্তিহীন আখ্যা
Assamese
নিউজিলেণ্ডত বন্দুকধাৰীৰ ভয়াৱহ আক্ৰমণত কথমপি প্ৰাণৰক্ষা বাংলাদেশ ক্ৰিকেট দলৰ
Assamese
পত্নীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হল বাংলাদেশৰ ছচিয়েল মিডিয়াৰ নায়ক হিৰ আলম
Assamese
ম্যানমাৰ সেনাৰ গুলীত নিহত আলফা স্বাঃ মেজৰ জ্যোতিৰ্ময় অসমৰ শেষকৃত্য সম্পন্ন জনালে সশস্ত্ৰ সংগঠনটোৱে
Assamese
বাংলাদেশৰ ভূমি কোনো সন্ত্ৰাসবাদীক ব্যৱহাৰ কৰিব দিয়া নহব শ্বেইখ হাছিনা
Assamese
চীন আৰু ভাৰত পাৰস্পৰিক বন্ধু হোৱা উচিত চীনৰ বিদেশ মন্ত্ৰী
Assamese
শ্বাসৰুদ্ধকৰ পৰিবেশৰ সামৰণি সেনাৰ গুলীত নিহত বাংলাদেশৰ বিমান অপহৰণকাৰী
Assamese
বাংলাদেশৰ ৰাজধানী ঢাকাত ভয়ংকৰ অগ্নিকাণ্ড মৃতকৰ সংখ্যা ৬৯ জনলৈ বৃদ্ধি
Assamese
নাগৰিকত্ব সংশোধনী বিধেয়কক ভাৰতৰ নিৰ্বাচনী এজেণ্ডা আখ্যা দিলে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই
Assamese
বাংলাদেশত বিমান অপহৰণ কৰিছে বন্দুকধাৰীয়ে
Assamese
নিৰ্ধাৰিত সময়ত হৈ নুঠিব ভাৰতবাংলাদেশৰ মাজৰ প্ৰস্তাৱিত ৰেল প্ৰকল্প
Assamese
নাগা শান্তি আলোচনাক লৈ আশাবাদী ভাৰতীয় সেনা
Assamese
মণিপুৰত মানৱ সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা শতাধিক নেপালী কিশোৰী যুৱতীক স্বগৃহলৈ প্ৰেৰণ কৰা হব মেনকা গান্ধী
Assamese
প্ৰধান মন্ত্ৰী মোদীৰ অৰুণাচল ভ্ৰমণ চীনে দেখুৱালে ৰঙা চকু
Assamese
অৰুণাচলৰ চীন সীমান্তত ২০০০ মবাইল টাৱাৰ স্থাপন কৰিব বি এচ এন এলএ
Assamese
বাংলাদেশ ভ্ৰমণত ভাৰতীয় বায়ুসেনা মুৰব্বী
Assamese
আলফা স্বাঃ বিৰুদ্ধে কঠোৰ বাৰ্মিজ আৰ্মি নাগা বিদ্ৰোহীলৈ সুকীয়া শিবিৰ
Assamese
বাংলাদেশত ৰহিঙিয়া শৰণাৰ্থীৰ কাষত হলীউড অভিনেত্ৰী এঞ্জেলিনা জলি
Assamese
স্বাধীন খাচিলেণ্ডৰ স্বপ্নৰে বাংলাদেশত পুনৰ সংগঠিত এইচ এন এল চি
Assamese
আলফাৰ ওপৰত মোক্ষম আঘাত ম্যানমাৰ সেনাৰ আক্ৰমণত নিহত আলফা স্বাকেডাৰ
Assamese
এন এচ চি এনকে মুখ্যালয় দখলৰ পিছত ম্যানমাৰত কেনে আছে আলফা স্বাঃ
Assamese
ভাৰতত আছে নিপল আৰু বাটনএমেৰিকান ৰাষ্ট্ৰপতি ত্ৰাম্প
Assamese
ক্ৰিকেটৰ দুনিয়াত খ্যাতিহীন নেপালৰ কিশোৰে ভাঙিলে শচীনৰ ২৯ বছৰীয়া অভিলেখ
Assamese
পুনৰ বাংলাদেশৰ প্ৰধান মন্ত্ৰী হোৱাৰ দিশে শ্বেখ হাছিনা ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব দেবৰ শুভেচ্ছা
Assamese
লুক ইষ্ট নীতিৰ প্ৰতি লক্ষ্য ৰাখি ম্যানমাৰত সম্পন্ন হল প্ৰথমখন আন্তৰ্জাতিক বিনিয়োগ সন্মিলন
Assamese
বাৰ্মিজ আৰ্মিৰ দখলত এন এচ চি এনকেৰ মুখ্য কাৰ্য্যালয়
Assamese
শিক্ষাৰ্থীৰ গতিবিধিৰ ওপৰত চকু চীনৰ বিদ্যালয়ৰ য়ুনিফৰ্মত জিপিএছ সংলগ্ন
Assamese
এক ভয়ানক পথ দুৰ্ঘটনাত ২৩ জনকৈ লোক নিহত আহত ১৪ জন
Assamese
বাংলাদেশৰ সংসদীয় নিৰ্বাচনত আৱামী লীগৰ বিজয়ৰ ভৱিষ্যতবাণী ইকনমিষ্ট ইণ্টেলিজেঞ্চ য়ুনিটৰ
Assamese
সাধাৰণ নিৰ্বাচনত খালেদা জিয়াৰ প্ৰাৰ্থিত্বত বাংলাদেশ উচ্চ ন্যায়ালয়ৰ নিশেধাজ্ঞা
Assamese
ভাৰতনেপালৰ মাজৰ নিৰ্মীয়মান ৰেলপথে শক্তিশালী কৰিব দ্বিপাক্ষিক সম্পৰ্ক
Assamese
ভাৰতবাংলাদেশ সীমানদীসমূহ কিদৰে বেৰা হব কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰে বৈঠক সোণোৱালৰ
Assamese
নেপালত ১০০ টকাতকৈ অধিক মূল্যৰ ভাৰতীয় টকা লগত ৰখাত নিষেধাজ্ঞা
Assamese
নেপালত অসমৰ যুৱতীৰ চাঞ্চল্যকৰ
Assamese
বেগম খালেদা জিয়াই নিৰ্বাচন খেলিব পাৰিবনে নাই সেয়া আজি নিৰ্ণয় কৰিব আদালতে
Assamese
অসমত জামাতুল মুজাহিদিনৰ উপস্থিতি সম্পৰ্কে দিল্লীক সকীয়াই দিছে ঢাকাই
Assamese
নেহা শৰ্মা নে যমুনা থাপা ইজৰায়েলত দেহৰ সকলো অংগ উলিয়াই নিছে মৃত যুৱতীৰ
Assamese
বাংলাদেশ চৰকাৰৰ দ্বাৰা মাডাৰ অব হিউমেনিটী এৱাৰ্ড প্ৰৱৰ্তন
Assamese
চীনৰ অন্ধবিশ্বাসৰ ভেটিত গঢ় লৈ উঠিছে আফ্ৰিকাত সিংহৰ হাড়ৰ বৃহৎ বজাৰ
Assamese
পুনৰ দুৰ্য্যোগ শংকা তিব্বতত আকৌ আবদ্ধ য়াৰ্লুং চাংপ
Assamese
বাংলাদেশত বৃদ্ধি হিন্দুৰ সংখ্যা পূৰাদমে চলি আছে ধৰ্ম চৰ্চা নিৰ্য্যাতন কত
Assamese
ঢাকাত বিজয়া দশমী উদযাপনত ব্যস্ত উচ্চায়ুক্তৰামকৃষ্ণ মিছন হিন্দু নিৰ্য্যাতন কত
Assamese
ভাৰতীয়ৰ প্ৰৱেশত নিষেধাজ্ঞা বিদেশীক লৈ অসমৰ দুশ্চিন্তাৰ বিপৰীতে কঠোৰ ভুটান
Assamese
ৰাতিয়ে বুৰ যাব পাৰে ডিব্ৰুগড় তিব্বতৰ পৰা বিধ্বংসী ৰূপত নামিছে পানীৰ বিশাল ঢল
Assamese
বাংলাদেশৰ সেনাত নিযুক্ত প্ৰথমগৰাকী মহিলা মেজৰ জেনেৰেল ড০ ছুছান গিতি
Assamese
ছবছৰ ধৰি ভাৰতত কাৰাবন্দী হৈ থকা সাতজন ৰহিংগিয়াক আজি মোৰেহ হৈ ম্যানমাৰলৈ প্ৰত্যৰ্পণ
Assamese
ভাৰতৰ সৈতে বন্দৰ চুক্তি সম্পাদনত বাংলাদেশ কেবিনেটৰ অনুমোদন
Assamese
নেপালৰ চৰকাৰী পৃষ্ঠপোষকতাত বাঘৰ সংখ্যা দুগুণলৈ বৃদ্ধি
Assamese
বাংলাদেশৰ নতুন ডিজিটেল নিৰাপত্তা আইন বাক স্বাধীনতাৰ প্ৰতি ভাবুকি
Assamese
হিন্দু বাংলাদেশীক নিমন্ত্ৰণ বিজেপি নেতাৰ
Assamese
ডি এন টি আৰু ডি পি টি দলক প্ৰাৰ্থী মনোনীত কৰিবলৈ নিৰ্দেশ ভূটানৰ নিৰ্বাচন আয়োগৰ
Assamese
ভূটানৰ নিৰ্বাচন ভ্ৰমণকাৰীৰ বাবে বন্ধ কৰি দিয়া হৈছে ছামদ্ৰুপ জংখাৰৰ সীমান্ত প্ৰৱেশ পথ
Assamese
অসম সাহিত্য সভাই অবৈধ প্ৰব্ৰজনকাৰীৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে ড০ পৰমানন্দ ৰাজবংশী
Assamese
উত্তৰপূৰ্বাঞ্চলৰে বাংলাদেশৰ চিটাগং বন্দৰক সংযোগৰ পৰিকল্পনাত চীনৰ সহযোগিতা বিচাৰিলে কেন্দ্ৰই
Assamese
দৰঙাত ভাৰতভুটান সীমান্তত বাণিজ্য কেন্দ্ৰ মুকলি
Assamese
মুখ্যসচিবক সাক্ষাৎ কৰিলে গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তই
Assamese
৭২ সংখ্যক স্বাধীনতা দিৱসৰ দিনা অৰুণাচলৰ বুমলাত ভাৰতীয় সেনাচীনা সেনাৰ গুৰুত্বপূৰ্ণ বৈঠক
Assamese
ভাৰতত জামাত উল মুজাহিদিন বেংগালুৰুত গ্ৰেপ্তাৰ বাংলাদেশৰ পৰা পলোৱা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক
Assamese
১ ছেপ্টেম্বৰৰ পৰা ভূটান হৈ গুৱাহাটীছিংগাপুৰৰ মাজত চলিব বিমান সেৱা
Assamese
বাণিজ্যিক ভাৰসাম্যহীনতা হ্ৰাস কৰাৰ বাবে ভাৰতীয় বিনিয়োগ বিচাৰিলে নেপালে
Assamese
ঐতিহাসিক সূচনা আজি মুকলি কৰা হব ভাৰতম্যানমাৰৰ মাজৰ স্থলপথ
Assamese
ৰহিঙীয়া শৰণাৰ্থী সমস্যাটোত ভাৰতে বাংলাদেশলৈ সহায়ৰ হাত আগ বঢ়াইছে কিৰেন ৰিজিজু
Assamese
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ভাৰতৰ এটা অভ্যন্তৰীণ বিষয় বাংলাদেশী উচ্চায়ুক্ত
Assamese
সর্বাধিক আন্তৰ্জাতিক পৰ্যটকৰ আগমনেৰে বিশ্ব পৰ্যটনৰ মানচিত্ৰত উজলিল ভূটান
Assamese
অসমৰ এনআৰচিয়ে বিঘ্নিত নকৰে ভাৰতবাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্ক বাংলাদেশৰ বিদেশ মন্ত্ৰী
Assamese
অসমৰ ডিটেনচন কেম্পৰ বিদেশীক ভ্ৰমণ নথি দিছে বাংলাদেশ চৰকাৰেকিৰেন ৰিজিজু
Assamese
কঠোৰ জনসংখ্যা নীতিৰ কুফলে সংকট মাতিছে চীনলৈ অধিক সন্তান জন্ম দিয়াত উৎসাহৰ চিন্তাচৰ্চা
Assamese
ম্যানমাৰত ৰহিঙীয়াৰ মানৱাধিকাৰ উল্লংঘনত ৰাষ্ট্ৰসংঘৰ উদ্বিগ্নতা প্ৰকাশ
Assamese
অহা ২২ জুলাইত আগৰতলাত ভাৰতবাংলাদেশ সীমান্ত সুৰক্ষা বাহিনীৰ গুৰুত্বপূৰ্ণ বৈঠক
Assamese
ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰধান মন্ত্ৰী আৰু কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক সাক্ষাত ভুটানৰ প্ৰধান মন্ত্ৰীৰ
Assamese
কাইলৈ চৰকাৰী ভ্ৰমণসূচীত ভাৰতলৈ আহিব ভুটানৰ প্ৰধান মন্ত্ৰী ছেৰিং টোবগে
Assamese
লক্ষ্ণৌ আৰক্ষীৰ হাতত ভালেকেইটা ডকাইতিত জড়িত বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ
Assamese
তিব্বতত তিনিটা নতুন বিমানবন্দৰ পৰিকল্পনা চীনৰ দক্ষিণ পূবএছিয়াৰ আকাশত ড্ৰেগনৰ ৰণদুন্দুভি
Assamese
এভাৰেষ্ট আৰোহণ যাৰ বাবে এক নিচা অভিলেখসংখ্যক ২২ বাৰ বিশ্বৰ শিখৰত নেপালৰ কামি চেৰ্পা
Assamese
চীনা সামগ্ৰী বৰ্জন দূৰৰ কথা এইবাৰ দুৰ্গা পূজাকে স্পনছ কৰিব চীনে
Assamese
অৰুণাচলৰ সিপাৰে চীনৰ সীমান্তত সোণৰ বৃহৎ ভাণ্ডাৰ বৃদ্ধি হব পাৰে আধিপত্যৰ যুঁজ
Assamese
এনআৰচিৰ পাছতেই হিংসাত্মক হব অসমৰ পৰিস্থিতিআউটলুক সমীক্ষাক লৈ চাঞ্চল্য
Assamese
ৰহিংগীয়া শৰণাৰ্থী সমস্যাৰ বাতৰি পৰিৱেশনেৰে বাফটা বঁটা জিনিলে স্কাই নিউজে
Assamese
মণিপুৰত মেত ৩.৬২ কোটি টকাৰ সোণৰ বিস্কুট জব্দ আছাম ৰাইফলছৰ
Assamese
বাংলাদেশত ভয়াৱহ বানপানীৰ আশংকা প্ৰকাশ বতৰ বিজ্ঞান কেন্দ্ৰৰ
Assamese
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰিবলৈ সাজু নেপাল
Assamese
চীনৰ সৰ্ববৃহৎ বাণিজ্য মেলা পৰিদর্শন মণিপুৰৰ ব্যৱসায়ী দলৰ
Assamese
সুচল যোগাযোগে হে ত্বৰান্বিত কৰিব দক্ষিণ এছীয় দেশসমূহৰ বাণিজ্য চি ইউ টি এছ ইণ্টাৰনেশ্যনেল
Assamese
নেপালস্থিত ভাৰতীয় দূতাৱাসৰ সমীপত সংঘটিত আক্ৰমণৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ দিল্লীত
Assamese
ৰহিংগীয়া শৰণাৰ্থীক ঘূৰাই লবলৈ সাজু হৈছে ম্যানমাৰ চৰকাৰ
Assamese
ৰহিংগিয়া সংকট মোচনৰ উদ্দেশ্যে বাংলাদেশত ৰাষ্ট্ৰসংঘৰ দল
Assamese